Join WhatsApp

Join Now

Join Telegram

Join Now

দশম শ্ৰেণীৰ Class 10 Social Science Question Answer 2026

By Rabbi Masrur

Published On:

SEBA Class 10 Social Science Question Answer

দশম শ্ৰেণী প্রশ্নোত্তৰ Class 10 Social Science Question Answer

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA দশম শ্ৰেণী প্রশ্নোত্তৰ Class 10 Social Science Question Answer বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science Question Answer

Download Paid Question Answer PDF

Class 10 Social Science PDF Notes Rs. 49/- Buy Now

প্রথম খণ্ড: ইতিহাস (HISTORY)

👇অধ্যায়ৰ নাম
বংগ বিভাজন আৰু স্বদেশী আন্দোলন প্রশ্ন উত্তৰ
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম প্রশ্ন উত্তৰ
অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ প্রশ্ন উত্তৰ
ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন উত্তৰ
ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন উত্তৰ

দ্বিতীয় খণ্ড: ভূগোল (GEOGRAPHY)

👇অধ্যায়ৰ নাম
অৰ্থনৈতিক ভূগোল: বিষয়-বস্তু আৰু সম্পদ প্রশ্ন উত্তৰ
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা প্রশ্ন উত্তৰ
পৃথিবীৰ ভূগোল প্রশ্ন উত্তৰ
অসমৰ ভূগোল প্রশ্ন উত্তৰ

তৃতীয় খণ্ড:

(ক) ৰাজনীতি বিজ্ঞান (Political Science)

👇অধ্যায়ৰ নাম
ভাৰতীয় গণতন্ত্ৰ প্রশ্ন উত্তৰ
আন্তৰ্জাতিক সংস্থা: ৰাষ্ট্ৰসংঘ আৰু অন্যান্য প্রশ্ন উত্তৰ
আমাৰ অধিকাৰ আমাৰ দায়িত্ব প্রশ্ন উত্তৰ

তৃতীয় খণ্ড:

(খ) অৰ্থনীতি বিজ্ঞান (ECONOMICS)

👇অধ্যায়ৰ নাম
মুদ্ৰা আৰু বেংক ব্যৱস্থা প্রশ্ন উত্তৰ
অৰ্থনৈতিক উন্নয়ন প্রশ্ন উত্তৰ

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।

দ্বিতীয়, বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।

তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।

চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।

পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।

ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।

সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।

অষ্টম, আমাৰ সমাধানসমূহত ১০০% শতাংশ কমন প্ৰশ্নোত্তৰ আছে।

নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।

দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।

একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।

দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।

 

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment