আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 9 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল
দ্বিতীয় খণ্ড: ভূগোল
চতুর্থ অধ্যায়
অসমৰ ভূগোল
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য্য কেতিয়া আৰম্ভ হৈছিল?
(ক) ১৮৮২
(গ) ১৮৮৯
(খ) ১৮১০
(ঘ) ১৮৮৮
উত্তৰঃ (গ) ১৮৮৯
প্রশ্নঃ জনসংখ্যাৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জনজাতিটো কোনটো?
(ক) বড়ো
(খ) কছাৰী
(গ) দেউৰী
(ঘ) সোণোৱাল কছাৰী
উত্তৰঃ (ক) বড়ো
প্রশ্ন: উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ? HSLC ’25
(i) ৬৭% মাটি এই অঞ্চলৰ অন্তৰ্গত
(ii) পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০% এই অঞ্চলত বাস কৰে।
(iii) ৫৭% মাটি এই অঞ্চলৰ অন্তৰ্গত
(iv) পৃথিৱীৰ মুঠ জসংখ্যাৰ ৪০% এই অঞ্চলত বাস কৰে।
(ক) (i), (ii)
(খ) (i), (iv)
(গ) (ii), (iii)
(ঘ) (iii), (iv)
উত্তৰঃ (ঘ) (iii), (iv)
প্রশ্নঃ অসমৰ জনজাতিসকল মূলতঃ কোন জাতিৰ লোক?
(ক) আহোম
(খ) মংগোলীয়
(গ) অস্ট্রিক
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) মংগোলীয়
প্রশ্নঃ অসমৰ জলবায়ু কোন প্ৰকাৰৰ জলবায়ুৰ অন্তর্গত?
(ক) নাতি-শীতোষ্ণ জলবায়ুৰ অন্তৰ্গত
(খ) উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত
(গ) মৌচুমী জলবায়ুৰ অন্তৰ্গত
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তর্গত
প্রশ্নঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
(ক) ৩ কোটি ১০ লাখ
(খ) ৩ কোটি ১১ লাখ
(গ) ৩ কোটি ১২ লাখ
(ঘ) ২ কোটি ১৩ লাখ
উত্তৰঃ (গ) ৩ কোটি ১২ লাখ
প্রশ্নঃ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্দ্ধাৰণ কৰিছে HSLC ’23
(ক) লোহিত সাগৰে
(খ) পানামা খালে
(গ) ভূমধ্য সাগৰে
(ঘ) ইউৰাল সাগৰে
উত্তৰঃ (খ) পানামা খালে
প্রশ্নঃ অসমৰ আটাইতকৈ কম জনবসতি থকা জিলাখন কোনটো?
(ক) ডিমা হাছাও
(খ) নগাঁও
(গ) দৰং
(ঘ) বৰপেটা
উত্তৰঃ (ক) ডিমা হাছাও
প্রশ্নঃ বর্তমান অসমত কাজিৰঙাকে ধৰি মুঠ কিমানখন বাষ্ট্রীয় উদ্যান আছে?
(ক) ৬ খন
(খ) ৭ খন
(গ) ১০ খন
(ঘ) ২০ খন
উত্তৰঃ (খ) ৭ খন
প্রশ্নঃ অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে?
(ক) ২.১ শতাংশ
(খ) ২.২ শতাংশ
(গ) ২.৩ শতাংশ
(ঘ) ২.৪ শতাংশ
উত্তৰঃ (ঘ) ২.৪ শতাংশ
প্রশ্নঃ ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰে?
(ক) ২.২ শতাংশ
(খ) ২.৫ শতাংশ
(গ) ২.৬ শতাংশ
(ঘ) ২.৭ শতাংশ
উত্তৰঃ (ঘ) ২.৭ শতাংশ
প্রশ্ন: অসমীৰ মুঠ মাটি কালি………….বর্গ কি. মি.। HSLC ’23
(ক) ৭৮.৪৩৮
(খ) ৭৮.৪৫৮
(গ) ৭৮.৪২৮
(ঘ) ৭৮.৪৪৮ শতাংশ
উত্তৰঃ (ক) ৭৮.৪৩৮
প্রশ্নঃ অসমৰ এবিধ খনিজ সম্পদৰ নাম উল্লেখ কৰা।
(ক) শিল
(খ) কয়লা
(গ) বালি
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) কয়লা
প্রশ্নঃ অসমৰ জলবায়ু সম্পর্কে তলৰ কোনবোৰ উক্তি শুদ্ধ?
(i) অসমত উপ-গ্রীষ্মমণ্ডলীয় আদ্র জলবায়ু প্রচলিত।
(ii) অসমৰ গড় তাপমাত্রা ৬০-৭০ ডিগ্রী ছেলচিয়াছৰ ভিতৰত থাকে।
(iii) অসমত চাৰিটা প্রধান ঋতু আছে- গ্রীষ্ম, বর্ষা, শীত আৰু বসন্ত।
(iv) অসমত প্রায় ১২০০ মিলিমিটাৰ বৰ্ষণ হয়।
(ক) (i), (ii), (iv)
(খ) (ii), (iii), (iv)
(গ) (i), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (গ) (i), (iii), (iv)
প্রশ্নঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত অনুসূচিত জনজাতিৰ জনসংখ্যা কিমান?
(ক) ৭.৪০ শতাংশ
(খ) ১২.৪১ শতাংশ
(গ) ১২.৪২ শতাংশ
(ঘ) ১২.৪৫ শতাংশ
উত্তৰঃ (ঘ) ১২.৪৫ শতাংশ
প্রশ্ন: তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাসাগৰখন চিনাক্ত কৰা। HSLC ’25
(1) এই মহাসাগৰখনে পৃথিৱীৰ প্ৰায় এক তৃতীয়াংস ঠাই আগুৰি আছে।
মিটাৰ (ii) এই মহাসাগৰখনৰ গড় গভীৰতা প্রায় ৫০০০
(iii) সামুদ্রিক খাতসমূহৰ ভিতৰত গভীৰতম মেৰিয়ানা খাতকে ধৰি এলিউছিয়ান, কিউৰাইল, ফিলিপাইন, টোংগা, পেৰু-চিলি আদি খাত বিশেষভাবে উল্লেখযোগ্য।
(ক) ভাৰত মহাসাগৰ
(খ) প্রশান্ত মহাসাগৰ
(গ) আটলান্টিক মহাসাগৰ
(ঘ) উত্তৰ মহাসাগৰ
উত্তৰঃ (খ) প্রশান্ত মহাসাগৰ
প্রশ্নঃ ২০১১ চনৰ তথ্য মতে বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিমান?
(ক) প্রতি বর্গকিলোমিটাৰত ৪৪৫ জন
(খ) প্রতি বর্গকিলোমিটাৰত ৫৪৫ জন
(গ) প্রতি বর্গকিলোমিটাৰত ৫৫০ জন
(ঘ) প্রতি বর্গকিলোমিটাৰত ৫৫৫ জন
উত্তৰঃ (খ) প্রতি বর্গকিলোমিটাৰত ৫৪৫ জন
প্রশ্নঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাত পুৰুষৰ সংখ্যা কিমান?
(ক) ১৫০.৩৯ লাখ
(খ) ১৫৮.৩৯ লাখ
(গ) ১৫৯.৩৯ লাখ
(ঘ) ১৫৯.৪০ লাখ
উত্তৰঃ (গ) ১৫৯.৩৯ লাখ
প্রশ্নঃ অসমত কোন ধর্মালম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি?
(ক) হিন্দু
(গ) হ’ছলাম
(খ) খ্রীষ্টান
(ঘ) বৌদ্ধ
উত্তৰঃ (ক) হিন্দু
প্রশ্নঃ অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণ কেইটা?
(ক) ২টা
(গ) ৪টা
(খ) ৩টা
(ঘ) ৫টা
উত্তৰঃ (ক) ২টা
প্রশ্নঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গাঁৱৰ জনসংখ্যা কিমান শতাংশ?
(ক) ৭২.১৯ শতাংশ
(খ) ৮৫.৯০ শতাংশ
(গ) ৮৭.১০ শতাংশ
(ঘ) ৯০.৯০ শতাংশ
উত্তৰঃ (খ) ৮৫.৯০ শতাংশ
প্রশ্নঃ গুৱাহাটী আৰু শিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নম্বৰ কি?
(ক) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
(খ) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
(গ) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ
(ঘ) ৩৭ নং বাষ্ট্ৰীয় ঘাইপথ
উত্তৰঃ (খ) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
প্রশ্নঃ ২০১১ চনৰ তথ্য মতে কামৰূপ (মেট্র’) জনসংখ্যাৰ ঘনত্ব কিমান?
(ক) ২০১০ জন
(খ) ২০১১ জন
(গ) ২০২০ জন
(ঘ) ২০২১ জন
উত্তৰঃ (ক) ২০১০ জন
প্রশ্নঃ নাথ-যোগী জাতিৰ লোকসকল কোন জনগোষ্ঠীৰ অন্তৰ্গত?
(ক) মংগোলীয়
(গ) অস্ট্রিক
(খ) ককেছীয়
(ঘ) তিব্বতীয় বর্মন
উত্তৰঃ (খ) ককেছীয়
প্রশ্নঃ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান?
(ক) ৭২.১৬ শতাংশ
(খ) ৭২.১৭ শতাংশ
(গ) ৭২.১৯ শতাংশ
(ঘ) ৭২.২১ শতাংশ
উত্তৰঃ (গ) ৭২.১৯ শতাংশ
প্রশ্নঃ অসমৰ বনাঞ্চল সম্পর্কে তলৰ কোনবোৰ উক্তি শুদ্ধ?
(i) অসমৰ প্রায় ৩৫% অঞ্চল বনাঞ্চলৰ অন্তর্ভুক্ত।
(ii) অসমত হাতী, গঁড়, গাহৰি, চিতা বাঘ আদি বন্যপ্রাণী পোৱা যায়।
(iii) অসমত কাজিৰঙা, মানস, নামেৰি আদি অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আছে।
(iv) অসমৰ বনাঞ্চল গ্রীষ্মকালত সম্পূর্ণরূপে শূন্য হৈ পৰে।
(ক) (i), (ii), (iii)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iii)
প্রশ্নঃ অসমত পোন প্রথমে কেতিয়া জাহাজ চলিবলৈ লৈছিল?
(ক) ১৮৩৯
(খ) ১৮৪৮
(গ) ১৮৪৯
(ঘ) ১৮৫০
উত্তৰঃ (গ) ১৮৪৯
প্রশ্নঃ পাহাৰীয়া অঞ্চলত কৰা এবিধ খেতিৰ নাম লিখা।
(ক) জুম
(খ) ঘেঁহু
(গ) আলু
(ঘ) শাক-পাচলি
উত্তৰঃ (ক) জুম
প্রশ্নঃ অসমৰ ৰাজ্যভাষা কি?
(ক) অসমীয়া
(খ) হিন্দী
(গ) বড়ো
(ঘ) বাংলা
উত্তৰঃ (ক) অসমীয়া
প্রশ্নঃ অসমত মুঠ কিমানখন অভয়াৰণ্য আছে?
(ক) ১০ খন
(খ) ১৫ খন
(গ) ২০ খন
(ঘ) ২৫ খন
উত্তৰঃ (গ) ২০ খন
প্রশ্নঃ ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ কিমান শতাংশ গেছ অসমে উৎপন্ন কৰে?
(ক) ২৫ শতাংশ
(গ) ২৭ শতাংশ
(খ) ২৬ শতাংশ
(ঘ) ২৯ শতাংশ
উত্তৰঃ (ক) ২৫ শতাংশ
প্রশ্নঃ অসমত পোন প্রথমে কেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল?
(ক) ১৮৮৪
(খ) ১৮৮৫
(গ) ১৯৮৪
(ঘ) ১৯৮৫
উত্তৰঃ (ক) ১৮৮৪
প্রশ্নঃ অসমক মুঠ কিমানটা কৃষি জলবায়বীয় অঞ্চলত ভাগ কৰা হৈছে?
(ক) ৫টা
(খ) ৬টা
(গ) ৭টা
(ঘ) ৯টা
উত্তৰঃ (খ) ৬টা
প্রশ্নঃ অসমৰ প্ৰধান শস্য কি?
(ক) ধান
(খ) গমধান
(গ) জবধান
(ঘ) বড়োধান
উত্তৰঃ (ক) ধান
প্রশ্নঃ মৃগা সূতাৰ আন এটা নাম কি?
(ক) সোণালী সূতা
(খ) ৰূপালী সূতা
(গ) আছু সূতা
(ঘ) বাদামী সূতা
উত্তৰঃ (ক) সোণালী সূতা
প্রশ্নঃ অসমৰ ভৌগোলিক অৱস্থান সম্পর্কে তলৰ কোনবোৰ উক্তি শুদ্ধ?
(i) অসম উত্তৰে অৰুণাচল প্রদেশ, পূবে নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম, পশ্চিমে পশ্চিমবঙ্গ আৰু দক্ষিণে মেঘালয়, ত্ৰিপুৰা আৰু বাংলাদেশৰ সৈতে সীমাবদ্ধ।
(ii) অসমৰ মুঠ ক্ষেত্রফল প্রায় ৭৮,৪৩৮ বর্গ কিলোমিটাৰ।
(iii) অসম বিষুৱ ৰেখাৰ ওচৰত অৱস্থিত।
(iv) অসমত ব্রহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকা আছে।
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iv)
প্রশ্নঃ অসমত পোন প্রথমে কোন ঠাইত তেলৰ সন্ধান পোৱা গৈছিল?
(ক) ডিগবৈ
(খ) লামডিং
(গ) নুমলিগড়
(ঘ) নুনমাটি
উত্তৰঃ (ক) ডিগবৈ
প্রশ্নঃ অসমৰ বৰ্তমান জিলাৰ সংখ্যা কিমান?
(ক) ২৬ খন
(গ) ৩০ খন
(খ) ২৭ খন
(ঘ) ৩৫ খন
উত্তৰঃ (ঘ) ৩৫ খন
প্রশ্নঃ অসমৰ ভূ-প্রাকৃতিক অঞ্চলক কিমানটা ভাগত ভগাব পাৰি?
(ক) ছয়টা
(খ) চাৰিটা
(গ) পাঁচটা
(ঘ) তিনিটা
উত্তৰঃ (খ) চাৰিটা
প্রশ্নঃ অসমৰ অৰণ্যবোৰক কিমানটা ভাগত ভাগ কৰিব পাৰি?
(ক) ৫ টা
(খ) ৩ টা
(গ) ৬ টা
(ঘ) ৭ টা
উত্তৰঃ (ক) ৫ টা
প্রশ্নঃ ব্রহ্মপুত্র নদী সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ?
(i) ব্ৰহ্মপুত্র নদীৰ উৎপত্তি চীনৰ মানস সৰোবৰ হ্ৰদৰ পৰা হৈছে।
(ii) অসমত ইয়াক “তসা নদী” বুলি কোৱা হয়।
(iii) ব্ৰহ্মহ্মপুত্র এখন পৰিপ্ৰেক্ষিত নদী, যাৰ গতিপথ সময়ে সময়ে সলনি হয়।
(iv) ই বিশ্বৰ কিছুমান বৃহৎ নদী দ্বীপৰ সৃষ্টি কৰিছে।
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (খ) (i), (iii), (iv)
প্রশ্নঃ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি?
(ক) লোকপ্রিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
(খ) তেজপুৰ
(গ) যোৰহাট
(ঘ) ডিব্রুগড়
উত্তৰঃ (ক) লোকপ্রিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
প্রশ্নঃ বর্তমান অসমত মুঠ কিমানখন বাণিজ্যিক পাম আছে?
(ক) ৬৪ খন
(খ) ৬২ খন
(গ) ২৯ খন
(ঘ) ৬৫ খন
উত্তৰঃ (ক) ৬৪ খন
প্রশ্নঃ অসমৰ কোনখন জিলাত আটাইতকৈ বেছি জনসংখ্যা আছে?
(ক) নগাওঁ
(খ) কামৰূপ মহানগৰ
(গ) ধুবুৰী
(ঘ) কামৰূপ গ্রাম্য
উত্তৰঃ (ক) নগাওঁ
প্রশ্নঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাত পুৰুষৰ সংখ্যা কিমান?
(ক) ১৫৯.৩৯ লাখ
(খ) ১৫৮.৩৯ লাখ
(গ) ১৫০.৩৯ লাখ
(ঘ) ১৫৯.৪০ লাখ
উত্তৰঃ (ক) ১৫৯.৩৯ লাখ
প্রশ্নঃ ‘মুগা সূতা’ৰ আন এটা নাম কি?
(ক) সোণালী সূতা
(খ) ৰূপালী সূতা
(গ) বাদামী সূতা
(ঘ) আছু সূতা
উত্তৰঃ (ক) সোণালী সূতা
প্রশ্নঃ অসমৰ উদ্যোগবোৰক কিমান প্ৰকাৰে ভাগ কৰিব পাৰি?
(ক) ৫ প্ৰকাৰে
(খ) ৭ প্ৰকাৰে
(গ) ৬ প্ৰকাৰে
(ঘ) ৮ প্ৰকাৰে
উত্তৰঃ (ক) ৫ প্ৰকাৰে
প্রশ্নঃ অসমৰ খনিজ সম্পদ সম্পর্কে তলৰ কোনবোৰ উক্তি শুদ্ধ?
(i) অসমৰ প্ৰধান খনিজ সম্পদ হৈছে চুণশিল, পেট্রলিয়াম, প্রাকৃতিক গেছ আৰু কয়লা।
(ii) দুলিয়াজান, ডিগবৈ, মাৰ্ঘেৰিটা আদি অঞ্চলত তেল শোধনাগাৰ আছে।
(iii) অসমত ইউৰেনিয়ামৰ প্ৰচুৰ ভাণ্ডাৰ আছে।
(iv) অসমৰ অৰ্থনীতি খনিজ সম্পদৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iv)
প্রশ্ন: আন্তঃৰাষ্ট্ৰীয় যোগ দিবস তাৰিখে পালন কৰা হয়। HSLC ’23
(ক) ২১ জুন
(খ) ৫ জুন
(গ) ২৭ জুন
(ঘ) ৩০ জুন
উত্তৰঃ (খ) ২১ জুন
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রশ্ন: অসমত মুঠ কিমানখন প্রশাসনিক জিলা আছে?
উত্তৰঃ ৩৩ খন।
প্রশ্ন: অসমত গঢ়ি উঠা এটা কৃষি ভিত্তিক উদ্যোগৰ নাম লিখা।
উত্তৰঃ ৰেচম উদ্যোগ।
প্রশ্ন: সেৱা খণ্ডৰ এটা উদ্যোগৰ নাম লিখা।
উত্তৰঃ পর্যটন উদ্যোগ।
প্রশ্ন: অসমৰ কোন ঠাইত ছফ্টৱেৰ পাৰ্ক সাজি উলিওৱা হৈছে?
উত্তৰঃ বৰঝাৰত।
প্রশ্ন: অসমৰ জলপৰিবহণ নিয়ন্ত্ৰণ কৰা সংস্থাটোৰ নাম কি?
উত্তৰঃ আভ্যন্তৰীণ জলপৰিবহণ সঞ্চালকালয়।
প্রশ্ন: অসমৰ দ্বিতীয় শ্ৰেণীৰ নগৰবোৰৰ ভিতৰত আটাইতকৈ বেছি জনবসতি থকা নগৰখনৰ নাম কি?
উত্তৰঃ ধুবুৰী।
প্রশ্ন: ভাৰতৰ প্ৰথম তেলক্ষেত্ৰখনৰ নাম কি?
উত্তৰঃ ডিগবৈ।
প্রশ্নঃ অসমৰ দুখন সাঁচীপতীয়া পুথিৰ নাম লিখা। HSLC ’23
উত্তৰঃ ‘চিত্ৰ ভাগৱত’ আৰু ‘শংখচূড় বধ’।
প্রশ্ন: জনসংখ্যাৰ ফালৰ পৰা অসমৰ দ্বিতীয় বৃহৎ জনজাতিটোৰ নাম কি?
উত্তৰঃ মিচিং জনজাতি।
প্রশ্ন: ৰেলৰ কোনটো মণ্ডলে অসমৰ বেল পৰিবহণৰ দায়িত্ব লৈছে?
উত্তৰঃ উত্তৰ-পূৱ সীমান্ত বেল মণ্ডলে।
প্রশ্ন: অসমলৈ পোনপ্রথমে অহা জনগোষ্ঠীটোৰ নাম কি?
উত্তৰঃ অস্ট্রিক জনগোষ্ঠী।
প্রশ্ন: জনসংখ্যাৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জনজাতিটোৰ নাম কি?
উত্তৰঃ বড়ো জনজাতি।
প্রশ্ন: চাহ জনজাতিৰ লোকসকল কোন জনগোষ্ঠীৰ অন্তৰ্গত?
উত্তৰঃ অস্ট্রিক জনগোষ্ঠীৰ।
প্রশ্ন: অসমৰ আন্তর্জাতিক বিমান বন্দৰখনৰ নাম কি?
উত্তৰঃ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ।
প্রশ্ন: গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নম্বৰ কি?
উত্তৰঃ ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ।
প্রশ্নঃ অসমৰ পৰ্যটন উদ্যোগৰ এটা সমস্যা লিখা। HSLC ’18
উত্তৰ: পৰ্যটনসমূহৰ থকাখোৱাৰ উপযুক্ত আবাসী হোটেলৰ অভাৱ।
প্রশ্ন: বর্তমান অসমত মুঠ কিমানটা বাষ্ট্রীয় উদ্যান আছে?
উত্তৰঃ ১০ টা।