Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 10 Maths MCQ Question Answer HSLC 2026

By Rabbi Masrur

Published On:

আপুনি যদি Class 10 ৰ অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি SEBA Class 10 Maths MCQ Question Answer HSLC ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Class 10 Maths MCQ & VSA Question Answer বিষয়ৰ পাঠভিত্তিকৰ প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

SEBA Class 10 Maths MCQ Question Answer HSLC

👇পাঠৰ নাম
বাস্তৱ সংখ্যা PDF
বহুপদ PDF
দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ PDF
দ্বিঘাত সমীকৰণ PDF
সমান্তৰ প্ৰগতি PDF
ত্ৰিভুজ PDF
স্থানাংক জ্যামিতি PDF
ত্ৰিকোণমিতিৰ পৰিচয় PDF
ত্ৰিকোণমিতিৰ প্ৰয়োগ PDF
বৃত্ত PDF
অংকন PDF
বৃত্ত সম্বন্ধীয় কালি PDF
পৃষ্ঠকালি আৰু আয়তন PDF
পৰিসংখ্যা PDF
সম্ভাৱিতা PDF

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।

দ্বিতীয়, বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।

তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।

চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।

পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।

ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।

সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।

অষ্টম, আমাৰ সমাধানসমূহত ১০০% শতাংশ কমন প্ৰশ্নোত্তৰ আছে।

নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।

দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।

একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।

দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment