Home Gk অসমীয়া পৃথিৱীৰ সমাৰ্থক শব্দ Synonyms for the Earth ২০২৪

অসমীয়া পৃথিৱীৰ সমাৰ্থক শব্দ Synonyms for the Earth ২০২৪

পৃথিৱীৰ সমাৰ্থক শব্দ Synonyms for the Earth

অসমীয়া পৃথিৱীৰ সমাৰ্থক শব্দ Synonyms for the Earth ২০২৪

(পৃথিৱীৰ সমাৰ্থক শব্দ Synonyms for the Earth) ভাষা এটিত এনে বহুত শব্দ থাকে যিবোৰ অৰ্থৰ পিনৰ পৰা প্ৰায় একে বা সমধৰ্মীয়। এনে সমধৰ্মীয় বা প্ৰায় একে অৰ্থ থকা শব্দবোৰক অসমীয়াত প্ৰতিশব্দ বা সমাৰ্থক শব্দ বা একার্থবোধক শব্দ (Synonyms) বোলা হয়।

উদাহৰণ –

চকু–নেত্ৰ, নয়ন, লোচন, অক্ষি  আদি।

বতাহ–সমীৰ, বায়ু, অনিল, মলয়া, সমীৰণ, পৱন আদি।

লাঠি–টোকোন, টাঙ্গুন, লাখুটি আদি।

জুই–অগ্নি, বহ্নি, অনল, হুতাশন, পাৱক আদি।

তলত কিছুমান পৃথিৱীৰ সমাৰ্থক শব্দৰ তালিকা দিয়া হ’ল।

পৃথিৱীৰ প্ৰতিশব্দ বা সমাৰ্থক শব্দ

পৃথিৱী— প্ৰকৃতি, মহাবিশ্ব, অণুবিশ্ব, গোলক, বিশ্বব্ৰহ্মাণ্ড, গ্ৰহ, বিশ্ব, গ্ল’ব, গ্ৰহ মহী, মেদিনী, ক্ষিতি, অৱনী, ভূ, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী, ধৰণী, ধৰা আদি।

সূৰ্য–দিবাকৰ, অৰুণ, ভানু, ভাস্কৰ, আদিত্য, ৰবি, বেলি, দিনকৰ, মিহিৰ, তপন, অংশুমালী, প্ৰভাকৰ, দিনবন্ধু, সবিতা, মাৰ্কণ্ড, দিননাথ আদি।

বন--হাবি, জঙ্গল, অৰণ্য, কাঠনি আদি।

আকাশ–গগন, নীলিমা, শূন্য, বৌম আদি।

মেঘ–ডাৱৰ, বাৰিদ, জলধৰ, নীৰদ, জলদ আদি।

ঘৰ–গৃহ, ভৱন, নিলয়, আলয় আদি।

চকু–নেত্ৰ, নয়ন, লোচন, অক্ষি  আদি।

বতাহ–সমীৰ, বায়ু, অনিল, মলয়া, সমীৰণ, পৱন আদি।

লাঠি–টোকোন, টাঙ্গুন, লাখুটি আদি।

জুই–অগ্নি, বহ্নি, অনল, হুতাশন, পাৱক আদি।

বন্ধু–সখা, মিতা, মিত্ৰ, বান্ধৱ, লগৰীয়া, সহচৰ, সুহূদ, বান্ধৈ আদি।

ইচ্ছা–হাবিয়াস, আগ্ৰহ, অভিপ্ৰায়, আকাঙ্খা, অভিলাস, কামনা, বাঞ্ছা, স্পৃহা আদি।

You May Like:

উপসংহাৰ

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ পৃথিৱীৰ সমাৰ্থক শব্দ। Synonyms for the Earth যদি এই অনুচ্ছেদ টো পঢ়রী  আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here