অসমীয়াত জানক আন্তৰ্জাতিক সীমাৰেখাৰ বিষয়ে
নাম ————– মাজৰ দেশ
মেকমোহন লাইন —- ভাৰত আৰু চীন
ডুৰাণ্ড লাইন —- আফগানিস্থান আৰু পাকিস্থান
ৰেডক্লিফ লাইন —- ভাৰত আৰু পাকিস্থান
টুৱেন্টিফৰ্থ পাৰালেলে —- ভাৰত আৰু পাকিস্থান
হিণ্ডাৰবাৰ্গ লাইন —- জাৰ্মানী আৰু পোলেণ্ড
মাগিনট লাইন —- ফ্রান্স আৰু জাৰ্মানী
মেনাৰহেইম লাইন —- ফিনলেণ্ড আৰু ৰাছিয়া
অ’ৰ্ডাৰ নেইচ লাইন —- পূৰ্ৱ জাৰ্মানী আৰু পোলেণ্ড
থাৰ্টি এইটথ পাৰালেল —- উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া
ফৰটি নাইনথ পাৰালেল —- কানাডা আৰু আমেৰিকা
ছিফৰিড লাইন —- ফ্রান্স আৰু জাৰ্মানী
চেভেনটিনথ পাৰালেল —- উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনাম।
You May Like: