Join WhatsApp

Join Now

Join Telegram

Join Now

কোচ ৰাজ্যৰ বিষয় আৰু ইতিহাস জানো আহক

By নাজমিনা বেগম

Updated On:

কোচ ৰাজ্য

কোচ ৰাজ্যৰ বিষয় আৰু ইতিহাস জানো আহক

ষষ্ঠদশ শতিকাৰ আগভাগত কোচবংশীয় বিশ্ব সিংহই (১৫১৫-১৫৪০) কোচ ৰাজ্য প্ৰতিষ্ঠা কৰি কোচবিহাৰত কোচ ৰাজ্যৰ ৰাজধানী পাতে।

বিশ্বসিংহৰ পাছত তেওঁৰ পুত্ৰ মল্লদেৱে ‘নৰনাৰায়ণ’ নাম লৈ সিংহাসনত উঠে আৰু ভায়েক শুক্লধ্বজক সেনাপতি পাতে। এই শুক্লধ্বজেই অসম বুৰঞ্জীত ‘চিলাৰায়‘ নামেৰে বিখ্যাত।

নৰনাৰায়ণৰ মৃত্যুৰ পাছত লক্ষীনাৰায়ণ কোচবিহাৰৰ ৰজা হয় যদিও সমসাময়িকভাৱে তেওঁলোকৰ ঘৰুৱা কন্দলৰ সৃষ্টি হয়। ইয়াৰ পৰিণতিত ১৬১৫ চনত কোচ ৰাজ্য বা কামৰুপ মোগলৰ অধীন হয়।

You May Like:

নাজমিনা বেগম

I'm Nazmina Begum, from Nizarapar Noonmati Guwahati (Assam India) Co-Founder and Admin of Amaraxom.com, BA, PG, D.El.Ed, PGDCA.

 

Leave a Comment

×