অসমীয়াত ইংৰাজী মাহৰ আন্তৰ্জাতিক দিৱসসমূহৰ নাম
ইংৰাজী মাহৰ আন্তৰ্জাতিক দিৱসসমূহৰ নাম। ভৱিষ্যতৰ বাবে জানিবলৈ ভাল লাগে যে ইংৰাজী মাহৰ প্ৰতি মাহতেই কিছুমান বিশেষ দিৱস উদযাপন কৰা হয়।
সেয়া আন্তৰ্জাতিক হ’ব বা ৰাষ্ট্ৰীয়, এনে বিশেষ দিৱসসমূহে আমাৰ দৈনন্দিন জীৱনৰ সৈতে সংযোগ স্থাপন কৰে আৰু বিশেষ গুৰুত্ব বহন কৰে।
আজিৰ এই লিখনীটোৰ মাজেৰে আমি জানিবলৈ চেষ্টা কৰিম প্ৰতি মাহৰ আৰ্হিৰ অন্তৰ্জাতিক দিৱসসমূহৰ বিষয়ে।
এই দিৱসবোৰ জানিলে আমি আমাৰ জীৱনলৈ নতুন দৃষ্টিভংগী অনাৰ লগতে, একেখনকৈ সকলো দিৱসৰ ইতিহাস আৰু বিশেষত্বও উপলব্ধি কৰিব পাৰিম।
তলত কিছুমান আন্তৰ্জাতিক দিৱসসমূহৰ নাম আৰু দিন উল্লেখ কৰা হল।
সংখ্যা | দিৱসসমূহৰ নাম | মাহৰ নাম |
১। | আৰ্ন্তজাতিক মহিলা দিৱস | 8 মাৰ্চ। |
২। | বিশ্ব উপেভাক্তা অধিকাৰ দিৱস | 15 মাৰ্চ। |
৩। | বিশ্ব বতৰ দিৱস | 24 মাৰ্চ। |
৪। | জাতীয় সমুদ্ৰ দিৱস | 5 এপ্ৰিল। |
৫। | বিশ্ব স্বাস্থ্য দিৱস | 7 এপ্ৰিল। |
৬। | বিশ্ব ঐতিহ্য দিৱস | 18 এপ্ৰিল। |
৭। | আৰ্ন্তজাতিক ভূমি দিৱস | 22 এপ্ৰিল। |
৮। | মে দিৱস | 1 মে। |
৯। | সন্ত্ৰাসবাদ বিৰোধী দিৱস | 21 মে। |
১ ০। | কমনৱেলথ দিৱস | 24 মে। |
১ ১। | ধূমপান বিৰোধী দিৱস | 31 মে। |
১ ২। | বিশ্ব পৰিেবশ দিৱস | 5 জুন। |
১ ৩। | আৰ্ন্তজাতিক মদপান বিৰোধী দিৱস | 26 জুন। |
১ ৪। | চিকিৎসক দিৱস | 4 জুলাই |
১ ৫। | চিকিৎসক দিৱস | 4 জুলাই। |
১ ৬। | হিৰোছিমা দিৱস | 6 আগষ্ট। |
১ ৭। | বিশ্ব সাক্ষৰতা দিৱস | 8 চেপ্তেম্বৰ। |
১ ৮। | বিশ্ব পৰ্যটক দিৱস | 27 চেপ্তেম্বৰ। |
১ ৯। | বিশ্ব বাৰ্দ্ধক্য দিৱস | 1 অক্টোবৰ। |
২ ০। | বিশ্ব জন্তু দিৱস | 6 অক্টোবৰ। |
২ ১। | বিশ্ব সংহতি দিৱস | 10 অক্টোবৰ। |
২ ২। | বিশ্ব খাদ্য দিৱস | 16 অক্টোবৰ। |
২ ৩। | ৰাষ্ট্ৰসংঘ দিৱস | 24 অক্টোবৰ। |
২ ৪। | মালালা দিৱস | 10 নেবম্বৰ। |
২ ৫। | বিশ্ব বহুমূত্ৰ দিৱস | 14 নেবম্বৰ। |
২ ৬। | নাগৰিক দিৱস | 19 নেবম্বৰ। |
২ ৭। | আইন দিৱস | 26 নেবম্বৰ। |
২ ৮। | বিশ্ব এইডচ দিৱস | 1 ডিচেম্বৰ। |
২ ৯। | বিশ্ব বিকলাঙ্গ দিৱস | 3 ডিচেম্বৰ। |
৩ ০। | বিশ্ব নৌ দিৱস | 4 ডিচেম্বৰ। |
৩ ১। | বিশ্ব দুৰ্নীতি বিৰোধী দিৱস | 7 ডিচেম্বৰ। |
৩ ২। | বিশ্ব পতাকা দিৱস | 7 ডিচেম্বৰ। |
৩ ৩। | মানৱ অধিকাৰ দিৱস | 19 ডিচেম্বৰ। |
You May Like: