Join WhatsApp

Join Now

Join Telegram

Join Now

Automobile and Their Components (Session 9 Steering)

By Rabbi Masrur

Published On:

Automobile and Their Components (Session 9 Steering)

Four Wheeler Service Technician

Automobile and Their Components (মটৰগাড়ী আৰু  ইয়াৰ অংশবোৰ)

Session: 9 Steering (ষ্টিয়াৰিং/দিশ নিয়ন্ত্রণ যন্ত্র)

Textual Question-Answers

(পাঠ ভিত্তিক প্রশ্নোত্তৰ)

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)

1. List the functions of steering. (ষ্টিয়াৰিঙৰ কাৰ্যবোৰৰ তালিকা কৰা।)

Ans:

S.No Functions of steering

1. It helps to change the direction of the vehicle. (ই গাড়ীৰ দিশ সলাবলৈ সহায় কৰে।)

2. It helps the driver to control the vehicle easily. (ই চালকক গাড়ী সহজে নিয়ন্ত্রণ কৰিবলৈ সহায় কৰে।)

3. It provides stability to the vehicle while moving. (ই গাড়ী চলি থকা অৱস্থাত স্থিৰতা প্ৰদান কৰে।)

4. It reduces the shocks from the road to the driver’s hands. (ই চালকৰ হাতলৈ অহা ৰাস্তাৰ হেঁচা হ্রাস কৰে।)

2. Prepare a poster showing parts of steering used in automobiles. (গাড়ীত ব্যৱহৃত ষ্টিয়াৰিঙৰ বিভিন্ন অংশবোৰ দেখুৱাই এটা প’ষ্টাৰ তৈয়াৰ কৰা।)

Ans:

Prepare a poster showing parts of steering used in automobiles.

A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

1. The steering system should have a certain degree of irreversibility to prevent road shocks from reaching the driver’s hands. (স্টিয়াৰিঙ প্ৰণালীত চালকৰ হাতলৈ ৰাস্তাৰ হেঁচা অহা ৰোধ কৰিবলৈ কিছু পৰিমাণৰ বাধাহীনতা গুণ থাকিব লাগিব।)

2. Mechanical Linkage Type and Power Steering System are the two main categories of the steering system based on the mode of effort application. (চেষ্টা প্রয়োগৰ আধাৰত ষ্টিয়াৰিঙ প্ৰণালীৰ দুটা মুখ্য শ্রেণী হৈছে মেকানিকেল লিংকেজ টাইপ আৰু পাওৱাৰ ষ্টিয়াৰিঙ ছিষ্টেম।)

3. A steering gear converts the rotary motion of the steering wheel into the reciprocating motion of the drag link. (এটা ষ্টিয়াবিঙ গিয়াৰে ষ্টিয়াৰিঙ হুইলৰ ঘূর্ণন গতি ড্ৰেগ লিংকৰ আগ-পিছ গতিলৈ ৰূপান্তৰ কৰে।)

4. Rack and pinion type steering gear is commonly found in vehicles such as Maruti 800 and Fiat Uno. (বেক আৰু পিনিঅন প্ৰকাৰৰ ষ্টিয়াৰিঙ গিয়াৰ সাধাৰণতে মাৰুতি 800 আৰু ফিয়াট উনো গাড়ীত পোৱা যায়।)

Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1. What is one of the requirements of a steering system in a vehicle? (গাড়ীৰ ষ্টিয়াৰিঙ প্ৰণালীৰ এটা প্রয়োজনীয়তা কি?)

a) It should reduce the speed of the vehicle. (ইগাড়ীৰ গতি কমাব লাগিব)

b) It should improve fuel economy. (ইইন্ধনৰ সাশ্রয় উন্নত কৰিব লাগিব)

c) It should increase the engine efficiency. (ইইঞ্জিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব লাগিব)

d) It should multiply the turning effort applied by the driver. (ই চালকে প্রয়োগ কৰা ঘূৰোৱা শক্তি বহু গুণ বৃদ্ধি কৰিব লাগিব)

Ans: d) It should multiply the turning effort applied by the driver. (ই চালকে প্ৰয়োগ কৰা ঘূৰোৱা শক্তি বহু গুণ বৃদ্ধি কৰিব লাগিব)

2. Which type of steering system uses hydraulic fluid for its operation? (কোন প্ৰকাৰৰ ষ্টিয়াৰিঙ প্ৰণালী চলাৰ বাবে হাইড্রলিক তৰল ব্যৱহাৰ কৰে?)

a) Mechanical Linkage Type. (মেকানিকেল লিংকেজ টাইপ)

b) Power Steering System. (পাওৱাৰ ষ্টিয়াৰিঙ ছিষ্টেম)

c) Worm and Roller Type. (ৱৰ্ম আৰু ৰ’লাৰ টাইপ)

d) Re-circulating Steel Balls Type. (ৰি-চার্কুলেটিং স্টীল বল টাইপ)

Ans: b) Power Steering System. (পাওৱাৰ ষ্টিয়াৰিঙ ছিষ্টেম)

3. What is the function of a steering gear in a vehicle? (গাড়ীত ষ্টিয়াৰিঙ গিয়াৰৰ কাৰ্য কি?)

a) To increase the vehicle’s speed. (গাড়ীৰ গতি বৃদ্ধি কৰিবলৈ)

b) To assist in braking the vehicle, (গাড়ী ব্রেক কৰাত সহায় কৰিবলৈ)

c) To transform rotary motion into reciprocating motion. (ঘূর্ণন গতি আগ-পিছ গতিলৈ ৰূপান্তৰ কৰিবলৈ)

d) To connect the engine to the wheels, (ইঞ্জিনৰ সৈতে চকাক সংযোগ কৰিবলৈ)

Ans: c) To transform rotary motion into reciprocating motion. (ঘূর্ণন গতি আগ-পিছ গতিলৈ ৰূপান্তৰ কৰিবলৈ)

4. Which type of steering gear is found in Tata 1210 and Omni vehicles? (টাটা 1210 আৰু অমনি গাড়ীত কোন ধৰণৰ ষ্টিয়াৰিঙ গিয়াৰ পোৱা যায়?)

a) Worm and Sector Type. (বৰ্ম আৰু ছেক্টৰ টাইপ)

b) Re-circulating Steel Balls Type. (ৰি-চার্কুলেটিং স্টীল বল টাইপ)

c) Worm and Peg Type. (ৱৰ্ম আৰু পেগ টাইপ)

d) Rack and Pinion Type. (ৰেক আৰু পিনিঅন টাইপ)

Ans: b) Re-circulating Steel Balls Type. (ৰি-চার্কুলেটিং স্টীল বল টাইপ)

Activities (কার্য-কলাপ)

Checklist for Assessment Activity (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)

Use the following checklist to see if you’ve met all the requirements for pollution control. (প্ৰদূষণ নিয়ন্ত্ৰণৰ সকলো প্রয়োজনীয়তা পূৰণ হৈছে নে নাই, তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)

Part A

Share the importance of steering system of a vehicle. (গাড়ীৰ ষ্টিয়াৰিঙ প্ৰণালীৰ গুৰুত্ব বুজাই দিয়া।)

Ans: Steering system helps in changing direction. (স্টিয়াৰিঙ প্রণালীয়ে দিশ সলাবলৈ সহায় কৰে।)

It provides safety and stability. (ই সুৰক্ষা আৰু স্থিৰতা প্ৰদান কৰে।)

It reduces driver’s effort. (ই চালকৰ চেষ্টা হ্রাস কৰে।)

Part B

Discuss in class the following. (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)

What is use of steering? (স্টিয়াৰিঙৰ ব্যৱহাৰ কি?)

Ans: Steering is used to change the direction of a moving vehicle and to control it. (স্টিয়াৰিঙ ব্যৱহাৰ কৰা হয় গাড়ী চলি থকা অৱস্থাত দিশ সলাবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ।)

What are the different types of steering gear used in automobiles? (গাড়ীত ব্যৱহৃত বিভিন্ন ধৰণৰ ষ্টিয়াৰিঙ গিয়াৰ কোনবোৰ?)

Ans: The different types of steering gear used in automobiles are Rack and Pinion, Worm and Sector, Worm and Roller, Worm and Peg, and Re-circulating Ball type. (ষ্টিয়াৰিঙ গিয়াৰত ব্যৱহাৰ হোৱা বিভিন্ন প্ৰকাৰ হ’ল- ৰেক আৰু পিনিঅন, ৱৰ্ম আৰু ছেক্টৰ, বৰ্ম আৰু ৰ’লাৰ, বৰ্ম আৰু পেগ, আৰু ৰি-চার্কুলেটিং বল টাইপ।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment