Automobile Service Tools (Session 5 Service Workshop Equipment)
Four Wheeler Service Technician
Automobile Service Tools (গাড়ী সেৱা সঁজুলি)
Session: 5 Service Workshop Equipment (সেৱা কাৰ্যশালাৰ সঁজুলি)
Textual Question-Answers
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)
1. List the reasons for using workshop equipment. (কাৰখানাত সঁজুলি ব্যৱহাৰ কৰাৰ কাৰণবোৰ লিখা)
Ans: 1. Workshop equipment makes repair and maintenance work easier. (কাৰখানাৰ সঁজুলিয়ে মৰামতি আৰু ৰক্ষণাবেক্ষণৰ কাম সহজ কৰে।)
2. It saves time and increases work efficiency, (ই সময় বচায় আৰু কামৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।)
3. It improves safety while working on vehicles. (ইগাড়ীৰ ওপৰত কাম কৰাৰ সময়ত সুৰক্ষা বৃদ্ধি কৰে।)
4. It helps to do accurate and professional work. (ই সঠিক আৰু পেচাদাৰী কাম কৰিবলৈ সহায় কৰে।)
2. Prepare a poster showing uses of workshop equipment. (কাৰখানাৰ সঁজুলিৰ ব্যৱহাৰ দেখুৱাই এটা পোস্টাৰ প্ৰস্তুত কৰা।)
Ans:
A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)
1. A Two Post Lift is used in workshops to lift an automobile, allowing mechanics to work under the chassis. (পোস্ট লিফ্ট কাৰখানাত গাড়ী ওপৰলৈ তোলাৰ বাবে ব্যৱহাৰ হয়, যাৰ ফলত মেকানিকে চেচিছৰ তলত কাম কৰিব পাৰে।)
2. The Air Compressor is a machine that increases the pressure of air by reducing its volume and comes in types such as Rotary Screw and Reciprocating. (এয়াৰ কম্প্ৰেছৰ হৈছে এটা যন্ত্র যি বতাহৰ আয়তন হ্রাস কৰি চাপ বৃদ্ধি কৰে আৰু ইয়াৰ ধৰণবোৰ হৈছে ৰ’টাৰী স্ক্রু আৰু ৰিচিপ্ৰ’কেটিং।)
3. A Wheel Balancer is used to minimize tire vibration and bounce, improving traction, steering control, and increasing the life of tires. (হুইল বেলেন্সাৰ চকাৰ কম্পন আৰু জপিওৱা কমাবলৈ ব্যৱহাৰ হয়, যাৰ ফলত ট্রেকচন, ষ্টিয়াৰিং নিয়ন্ত্রণ উন্নত হয় আৰু চকাৰ আয়ু বৃদ্ধি পায়।)
4. Pneumatic Tools are tools that operate using compressed air and are used for precision and easy operations in various industries, including automotive service, (নিউমেটিক টুল হৈছে সঁজুলি যি চাপযুক্ত বতাহ ব্যৱহাৰ কৰি চলে আৰু অটোমোবাইল সেবাসহ বিভিন্ন ক্ষেত্রত সঠিক আৰু সহজ কামৰ বাবে ব্যৱহাৰ হয়।)
Multiple Choice Questions (বহুবিকল্প প্রশ্ন)
1. What is the primary function of a Two Post lift in a workshop? (কাৰখানাত টু পোস্ট লিফ্টৰ প্ৰধান কাম কি?)
a) To balance wheels (চকা বেলেন্স কৰিবলৈ)
b) To lift an automobile for under-chassis work (চেচিছৰ তলৰ কামৰ বাবে গাড়ী ওপৰলৈ তুলিবলৈ)
c) To increase air pressure (বতাহৰ চাপ বৃদ্ধি কৰিবলৈ)
d) To test vehicle batteries (গাড়ীৰ বেটাৰী পৰীক্ষা কৰিবলৈ)
Ans: b) To lift an automobile for under-chassis work (চেচিছৰ তলৰ কামৰ বাবে গাড়ী ওপৰলৈ তুলিবলৈ)
2. Which type of air compressor is popular for industrial applications due to its continuous operation capabilities? (অবিৰত কাম কৰাৰ ক্ষমতাৰ বাবে কোন ধৰণৰ এয়াৰ কম্প্ৰেছৰ শিল্পক্ষেত্ৰত বহুল প্রচলিত?)
a) Rotary Screw Air Compressor (ৰটাৰী স্ক্রু এয়াৰ কম্প্ৰেছৰ)
b) Reciprocating Air Compressor (ৰিচিপ্ৰ’কেটিং এয়াৰ কম্প্ৰেছৰ)
c) Pneumatic Wrench (নিউমেটিক ৰেঞ্চ)
d) Wheel Balancer (হুইল বেলেন্সাৰ)
Ans: (a) Rotary Screw Air Compressor (ৰটাৰী স্ক্রু এয়াৰ কম্প্ৰেছৰ)
3. What is the main purpose of a Wheel balancer? (হুইল বেলেন্সাৰৰ মুখ্য উদ্দেশ্য কি?)
a) To lift vehicles (গাড়ী ওপৰলৈ তোলা)
b) To test battery performance (বেটাৰীৰ ক্ষমতা পৰীক্ষা কৰা)
c) To minimize tire vibration and bounce (চকাৰ কম্পন আৰু জপিওৱা হ্রাস কৰা)
d) To measure air pressure (বতাহৰ চাপ জোখা)
Ans: (c) To minimize tire vibration and bounce (চকাৰ কম্পন আৰু জঁপিওৱা হ্রাস কৰা)
4. Which machine is designed for precision work and is commonly used in automotive service and other industries? (কোন যন্ত্র সঠিক কামৰ বাবে ডিজাইন কৰা হৈছে আৰু অটোমোবাইল সেৱা আৰু অন্য ক্ষেত্ৰত ব্যৱহৃত হয়?)
a) Air compressor (এয়াৰ কম্প্ৰেছৰ)
b) Wheel balancer (হুইল বেলেন্সাৰ)
c) Pneumatic wrench (নিউমেটিক ৰেঞ্চ)
d) Two Post lift (টু পোস্ট লিফ্ট)
Ans: (c) Pneumatic wrench (নিউমেটিক ৰেঞ্চ)
Activities (কার্য-কলাপ)
Checklist for Assessment Activity (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)
Use the following checklist to see if you’ve met all the requirements for the assessment activity. (মূল্যাংকনৰ কাৰ্যৰ প্রয়োজনীয়তা পূৰণ হ’ল নে নাই তদাৰক কৰিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)
Part A
Share importance of Service Workshop Equipment. (সেৱা কাৰখানাৰ সঁজুলিৰ গুৰুত্ব বর্ণনা কৰা।)
Ans: Service workshop equipment is important because it makes repair faster, safer, and more accurate. (সেৱা কাৰখানাৰ সঁজুলি গুৰুত্বপূৰ্ণ, কাৰণ ই মৰামতিৰ কাম দ্রুত, সুৰক্ষিত আৰু সঠিক কৰে।)
Part B
Discuss in class the following (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)
Why is it necessary to go to Service Workshop? (সেরা কাৰখানালৈ কিয় যাব লাগে?)
Ans: Because service workshops have trained mechanics and special equipment for proper repair and maintenance. (কাৰণ সেৱা কাৰখানাত প্রশিক্ষিত মেকানিক আৰু বিশেষ সঁজুলি থাকে যি সঠিক মৰামতি আৰু ৰক্ষণাবেক্ষণত সহায় কৰে।)
Important Service Workshop Equipment used in workshop. (কাৰখানাত ব্যৱহৃত গুৰুত্বপূৰ্ণ সেৱা কাৰখানাৰ সঁজুলি।)
Ans: Two Post Lift, Air Compressor, Wheel Balancer, Pneumatic Tools. (টু পোস্ট লিফফ্ট, এয়াৰ কম্প্ৰেছৰ, হুইল বেলেন্সাৰ, নিউমেটিক টুল।)
Differentiate between pneumatic and common manual wrench. (স্নিউমেটিক ৰেঞ্চ আৰু সাধাৰণ হাতৰ ৰেঞ্চৰ পাৰ্থক্য।)
A pneumatic wrench works with compressed air and is faster and easier, while a manual wrench needs physical effort (নিউমেটিক ৰেঞ্চ চাপযুক্ত বতাহত চলে আৰু ই দ্রুত আৰু সহজ, কিন্তু হাতৰ ৰেঞ্চত শাৰীৰিক প্রয়াস লাগে।)
Differentiate between Rotary and Reciprocating compressor. (ৰ’টাৰী আৰু ৰিচিপ্ৰ’কেটিং কম্প্ৰেছৰ মাজৰ পাৰ্থক্য।)
Ans: A rotary compressor works continuously and is suitable for industries, while a reciprocating compressor works in strokes and is used for small-scale work. (ৰটাৰী কম্প্ৰেছৰ অবিৰত চলে আৰু শিল্পক্ষেত্রত উপযুক্ত, কিন্তু ৰিচিপ্ৰ’কেটিং কম্প্ৰেছৰ ষ্ট্ৰ’কত চলে আৰু সৰু কামৰ বাবে ব্যৱহৃত হয়।)