Join WhatsApp

Join Now

Join Telegram

Join Now

Automobile and Their Components (Session 5 Cooling System)

By Rabbi Masrur

Published On:

Automobile and Their Components Session 5 Cooling System

Four Wheeler Service Technician

Automobile and Their Components (মটৰগাড়ী আৰু  ইয়াৰ অংশবোৰ)

Session: 5 Cooling Syetem (শীতলীকৰণ প্ৰণালী)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)

1. List the components of cooling system, (শীতলীকৰণ পদ্ধতিৰ উপাদানসমূহ লিখা)

Ans: S.No. Name of Component

1. Radiator ৰেডিয়েটৰ)

2. Water Pump (ৱাটাৰ পাম্প)

3. Thermostat Valve (থার্ম’ষ্টেট ভাল্ভ)

4. Fan (ফেন)

5. Coolant (কুলেন্ট)

6. Hoses and Pipes (হ’জেজ আৰু পাইপ)

7. Radiator Cap (ৰেডিয়েটৰ ক্যাপ)

8. Engine Jacket (ইঞ্জিন জেকেট)

2. Prepare a poster showing tools used in automobiles. (গাড়ীত ব্যৱহাৰ হোৱা টুলবোৰ দেখুৱাই এটা প’ষ্টাৰ প্ৰস্তুত কৰা।)

Ans:

Prepare a poster showing tools used in automobiles

A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

1. If the heat generated in the engine is not removed, it can result in preignition of the charge and seizing of the piston. (যদি ইঞ্জিনত উৎপন্ন হোৱা তাপ আঁতৰোৱা নহয়, তেন্তে ই চাৰ্জৰ পূৰ্বেই জ্বলি উঠা আৰু পিষ্টন জব্দ হোৱাৰ কাৰণ হ’ব পাৰে।)

2. The optimum temperature range for the best engine performance is between 70 to 85 degrees Celsius. (ইঞ্জিনৰ সৰ্বোত্তম কার্যক্ষমতাৰ বাবে উপযুক্ত তাপমাত্রা ৭০ৰ পৰা ৮৫ ডিগ্রী চেলচিয়াছৰ ভিতৰত।)

3. The pressure-sealed cooling system increases the boiling point of water, allowing for higher operating temperatures and better thermal efficiency. (প্ৰেছাৰ-শ্লীল্ড কুলিং চিষ্টেমে পানীৰ স্ফুটনাংক বৃদ্ধি কৰে, যাৰ ফলত ইঞ্জিন উচ্চ তাপত কাম কৰিব পাৰে আৰু তাপীয় দক্ষতা বৃদ্ধি পায়।)

4. A thermostat controls the flow of coolant to maintain a specific temperature range within the engine. (থার্ম’ষ্টেটে কুলেণ্টৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰে যাতে ইঞ্জিনৰ ভিতৰত এটা নির্দিষ্ট তাপমাত্রা বজাই থাকে।)

B. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1. What percentage of the fuel energy is typically lost to the cylinder walls in an engine? (এটা ইঞ্জিনত ইন্ধনৰ শক্তিৰ কিমান শতাংশ সাধাৰণতে চিলিণ্ডাৰ বাললৈ হেৰুৱায়?)

a) 10 percent (১০ শতাংশ)

b) 25 percent (২৫ শতাংশ)

c) 45 percent (৪৫ শতাংশ)

d) 35 percent (৩৫ শতাংশ)

Ans: (b) 25 percent (২৫ শতাংশ)

2. Which of the following is not a method of cooling an engine? (নিম্নলিখিতৰ কোনটো ইঞ্জিন শীতলকৰণৰ পদ্ধতি নহয়?)

a) Air cooling (বায়ু কুলিং)

b) Water cooling (পানী কুলিং)

c) Cryogenic cooling (ক্রায় জৈনিক কুলিং)

d) Liquid cooling (তৰল কুলিং)

Ans: (c) Cryogenic cooling (ক্রায়’জেনিক কুলিং)

3. What component in the cooling system ensures the coolant stays above a certain temperature? (কুলিং চিষ্টেমৰ কোন উপাদানে কুলেণ্টৰ তাপমাত্রা এটা নির্দিষ্ট সীমাত ৰাখে?)

a) Thermostat (থার্ম’স্টেট)

b) Water pump (ৱাটাৰ পাম্প)

c) Radiator cap (ৰেডিয়েটৰ ক্যাপ)

d) Pressure cap (প্ৰেছাৰ ক্যাপ)

Ans: (a) Thermostat (থার্ম’স্টেট)

4. Which type of cooling system uses water jackets to surround engine cylinders? (ইঞ্জিন চিলিণ্ডাৰক ঘেৰাই ৰখা বাবে কুলিং চিষ্টেমৰ কোনটো প্ৰকাৰত ৱাটাৰ জেকেট ব্যৱহাৰ হয়?)

a) Air cooling (বায়ু কুলিং)

b) Water cooling (পানী কুলিং)

c) Liquid nitrogen cooling (লিকুইড নাইট্ৰ’জেন কুলিং)

d) None of the above (ওপৰৰ কোনোটো নহয়)

Ans: (b) Water cooling (পানী কুলিং)

Activities (কার্য-কলাপ)

Checklist for Assessment Activity (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)

Part A

Share the importance of a cooling system in a vehicle. (ভেহিকলত কুলিং চিষ্টেমৰ গুৰুত্ব বুজাই দিয়া।)

Ans: The cooling system keeps the engine temperature under control, prevents overheating, increases engine life, and ensures smooth performance. (কুলিং চিষ্টেমে ইঞ্জিনৰ তাপ নিয়ন্ত্ৰণ কৰে, অতিতাপ ৰোধ কৰে, ইঞ্জিনৰ আয়ু বৃদ্ধি কৰে আৰু সুগম কার্যক্ষমতা নিশ্চিত কৰে।)

Part B

Discussed in class in the following (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)

1. What is the meaning of cooling system? (কুলিং চিষ্টেমৰ অর্থ কি?)

Ans: A cooling system is a system used in an automobile to remove excess heat from the engine. (কুলিং চিষ্টেম হৈছে গাড়ীৰ ইঞ্জিনৰ পৰা অধিক তাপ আঁতৰাবলৈ ব্যৱহাৰ হোৱা এক ব্যবস্থা।)

2. What are the different components of cooling system used in an automobile? (গাড়ীত ব্যৱহাৰ হোৱা শীতলীকৰণ ব্যৱস্থাৰ বিভিন্ন উপাদান কি কি?)

Ans: Radiator, water pump, thermostat, fan, coolant, hoses, radiator cap, and water jackets. (বেডিয়েটৰ, ৱাটাৰ পাম্প, থার্ম’ষ্টেট, ফেন, কুলেন্ট, পাইপ, ৰেডিয়েটৰ ক্যাপ আৰু ৱাটাৰ জেকেট।)

3. Differentiate between air and water cooling. (বায়ু কুলিং আৰু পানী কুলিংৰ মাজত পাৰ্থক্য লিখা।)

Ans: Air cooling uses fins and air flow to cool the engine, while water cooling uses water jackets and radiator to remove heat (বায়ু কুলিংত ফিন আৰু বায়ুৰ প্রবাহেৰে ইঞ্জিন ঠাণ্ডা কৰা হয়, কিন্তু পানী কুলিংত বাটাৰ জেকেট আৰু ৰেডিয়েটৰৰ সহায়ত তাপ আঁতৰোৱা হয়।)

4. Liquid cooling and Pressure sealed cooling. (লিকুইড কুলিং আৰু প্ৰেছাৰ শিল্ড কুলিং)

Ans: In liquid cooling, water or coolant circulates around the engine to absorb heat. In pressure-sealed cooling, the system is closed and pressurized to increase boiling point and improve efficiency. (লিকুইড কুলিংত পানী বা কুলেন্ট ইঞ্জিনৰ চাৰিওফালে ঘূৰি তাপ শোষণ কৰে। প্ৰেছাৰ ছিল্ড কুলিংত চিষ্টেম বন্ধ আৰু চাপযুক্ত থাকে যাতে স্ফুটনাংক বৃদ্ধি পায় আৰু দক্ষতা উন্নত হয়।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment