Join WhatsApp

Join Now

Join Telegram

Join Now

Vehicle Servicing (Session 5 Changing of Coolant)

By Rabbi Masrur

Published On:

Vehicle Servicing (Session 5 Changing of Coolant)

Job Role: Four Wheeler Service Technician

Vehicle Service (গাড়ী সেৱা)

Session: 5 Changing of Coolant (গাড়ীৰ কুলেন্ট পৰিৱৰ্তন)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)

Prepare a poster showing coolant being changed in a vehicle. (গাড়ীত এটাত কুলেন্ট সলনি কৰা দৃশ্য দেখুৱাই পোস্টাৰ প্ৰস্তুত কৰা।)

Ans:

Prepare a poster showing coolant being changed in a vehicle

A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

1. An ideal coolant should have high thermal capacity, low viscosity, be low-cost, non-toxic, and chemically inert. (এটা উত্তম কুলেণ্টত উচ্চ তাপ-ধাৰণ ক্ষমতা, কম সান্দ্রতা, কম খৰচ, বিষবিহীনতা আৰু ৰাসায়নিকভাবে নিষ্ক্রিয়তা থাকিব লাগে।)

2. Coolant helps keep your car’s engine from overheating, which can cause massive damage. (কুলেন্টে তোমাৰ গাড়ীৰ ইঞ্জিন অতি তাপীয় হোৱাৰ পৰা ৰক্ষা কৰে, যিয়ে তোমাৰ গাড়ীৰ ডাঙৰ ক্ষতি কৰিব পাৰে পাৰে।)

3. Before changing the coolant, keep your car in a safe space and ensure the engine is cool. (কুলেন্ট সলনি কৰাৰ আগতে গাড়ীখন এটা সুৰক্ষিত ঠাইত ৰাখিবা আৰু ইঞ্জিন ঠাণ্ডা আছে বুলি নিশ্চিত কৰিবা।)

4. After draining the old coolant, you should refill the radiator to the top with new coolant. (পুৰণি কুলেন্ট খালি কৰাৰ পাছত তুমি নতুন কুলেণ্টৰে ৰেডিয়েটৰটো ওপৰলৈকে পুনঃভর্তি কৰিব লাগে।)

B. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1. What is the primary purpose of coolant in an engine? (ইঞ্জিনত কুলেণ্টৰ মুখ্য উদ্দেশ্য কি?)

a) To increase fuel efficiency. (ইন্ধন দক্ষতা বৃদ্ধি কৰিবলৈ)

b) To enhance engine performance. (ইঞ্জিনৰ কাৰ্যক্ষমতা উন্নত কৰিবলৈ)

c) To clean the engine parts. (ইঞ্জিনৰ অংশবোৰ পৰিষ্কাৰ কৰিবলৈ)

d) To prevent the engine from overheating, (ইঞ্জিন অতি তাপীয় হোৱাৰ পৰা ৰক্ষা কৰিবলৈ)

Ans: d) To prevent the engine from overheating, (ইঞ্জিন অতি তাপীয় হোৱাৰ পৰা ৰক্ষা কৰিবলৈ)

2. What should you use to catch the old coolant when draining it from the radiator? (ৰেডিয়েটৰৰ পৰা পুৰণি কুলেন্ট খালি কৰাৰ সময়ত কুলেন্ট ধৰিবলৈ তুমি কি ব্যৱহাৰ কৰিব লাগিব?)

a) A bucket (এটা বাল্টি)

b) A pan (এটা পেন)

c) A bottle (এটা বতল)

d) A cup (এটা কাপেৰ গ্লাছ)

Ans: b) A pan (এটা পেন)

3. What should you do after filling the radiator with new coolant? (নতুন কুলেন্টেৰে ৰেডিয়েটৰ ভৰ্তি কৰাৰ পাছত আপুনি কি কৰিব লাগিব?)

a) Turn the engine on and let it run to remove air from the system. (ইঞ্জিনটো স্টার্ট কৰি কিছু সময় চলাই সিস্টেমৰ পৰা বায়ু আঁতৰোৱা)

b) Drive the car immediately. (গাড়ীখনে তৎক্ষণাত চলোৱা)

c) Leave the radiator cap open. (ৰেডিয়েটৰৰ ঢাকনি খুলি ৰখা)

d) Wait for the engine to cool down again. (ইঞ্জিন পুনৰ ঠাণ্ডা হোৱালৈ অপেক্ষা কৰা)

Ans: a) Turn the engine on and let it run to remove air from the system. (ইঞ্জিনটো স্টার্ট কৰি কিছু সময় চলাই সিস্টেমৰ পৰা বায়ু আঁতৰোৱা)

Activities (কার্য-কলাপ)

Checklist for Assessment Activity (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)

Use the following checklist to see if you’ve met all the requirements for the assessment activity. (মূল্যাংকনৰ কাৰ্যৰ প্রয়োজনীয়তা পূৰণ হ’ল নে নাই তদাৰক কৰিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)

Part A

Share the importance of coolant. (কুলেণ্টৰ গুৰুত্ব বুজাই দিয়া।)

Ans: Coolant is important because it keeps the engine temperature under control, prevents overheating, and protects engine parts

from rust and corrosion. (কুলেন্ট জৰুৰী কাৰণ ই ইঞ্জিনৰ তাপ নিয়ন্ত্ৰণ কৰে, অতি তাপীয় হোৱাৰ পৰা ৰক্ষা কৰে আৰু ইঞ্জিনৰ অংশবোৰক মমৰৰ পৰা আৰু ক্ষয় হোৱাৰ পৰা সুৰক্ষা দিয়ে।)

Part B

Discuss in class the following (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)

What is meaning of coolant? (কুলেণ্টৰ অৰ্থ কি?)

Ans: Coolant is a special liquid that absorbs heat from the engine and prevents it from overheating, (কুলেন্ট হৈছে বিশেষ প্ৰকাৰৰ তৰল পদার্থ যি ইঞ্জিনৰ তাপ শোষণ কৰে আৰু অতি তাপীয় হোৱাৰ পৰা ৰক্ষা কৰে।)

What are the differences between oil and coolant? (তেল আৰু কুলেণ্টৰ মাজত কি পার্থক্য আছে?)

Ans: Oil is used for lubrication of engine parts. Coolant is used for controlling the temperature of the engine. (তেলে ইঞ্জিনৰ অংশবোৰ মসৃণভাৱে চলিবলৈ ব্যৱহাৰ কৰা হয়। কুলেন্ট ইঞ্জিনৰ তাপ নিয়ন্ত্রণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।)

Name tool used in changing coolant in vehicle. (গাড়ীৰ কুলেন্ট সলনি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিৰ নাম কোৱা।)

Ans: A drain pan is commonly used when changing coolant. (কুলেন্ট সলনি কৰাৰ সময়ত সাধাৰণতে এটা ড্রেইন পেন ব্যৱহাৰ কৰা হয়।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment