Automobile Service Tools (Session 4 Special Tools)
Four Wheeler Service Technician
Automobile Service Tools (গাড়ী সেৱা সঁজুলি)
Session: 4 Special Tools (বিশেষ সঁজুলি)
Textual Question-Answers
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)
1. List the reasons for using special tools. (বিশেষ সঁজুলি ব্যৱহাৰ কৰাৰ কাৰণবোৰ লিখা)
S.No. List of reasons (ক্ৰম. কাৰণৰ তালিকা)
1. Special tools make repair work easier and faster. (বিশেষ সঁজুলিয়ে মেৰামতিৰ কাম সহজ আৰু দ্রুত কৰে।)
2. They help in doing the job more accurately. (এইবোৰে কাম অধিক সঠিকভাৱে কৰিবলৈ সহায় কৰে।)
3. They reduce the risk of damage to parts. (এইবোৰে যন্ত্রাংশৰ ক্ষতি হোৱাৰ সম্ভাৱনা কমায়।)
4. They improve safety for the mechanic. (এইবোৰে মেকানিকৰ সুৰক্ষা বৃদ্ধি কৰে।)
2. Prepare a poster showing figure of special tools. (বিশেষ সঁজুলিৰ চিত্ৰ দেখুৱাই এটা পোস্টাৰ তৈয়াৰ কৰক।)
Ans:
A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)
1. The torque wrench is used to precisely apply a specific amount of torque to a fastener like a nut or bolt. (টর্ক ৰেঞ্চ এটা নাট বা ব’ল্টৰ দৰে ফাষ্টেনাৰত সঠিক টর্ক প্ৰয়োগ কৰিবলৈ ব্যৱহাৰ কৰা হয়।)
2. A universal clutch holding tool is a special tool designed to hold the compressor clutch in place while removing or installing the center nut, (ইউনিভার্ছেল ক্লাচ হ’ল্ডিং টুল হৈছে এটা বিশেষ সঁজুলি যি কম্প্ৰেছৰ ক্লাচৰ কেন্দ্ৰ নাট খোলাৰ বা লগোৱা সময়ত তাক ঠাইত ধৰি ৰাখিবলৈ ব্যৱহাৰ হয়।)
3. The flywheel puller is used to remove a flywheel from an engine safely, without causing damage. (ফ্লাইহুইল পুলাৰ ইঞ্জিনৰ পৰা ফ্লাইহুইল ক্ষতি নকৰাকৈ সুৰক্ষিতভাৱে উলিয়াবলৈ ব্যৱহাৰ কৰা হয়।)
4. The universal holder tool is used for holding and positioning various components, making it easier to work on them. (ইউনিভার্ছেল হ’ল্ডাৰ সঁজুলি বিভিন্ন অংশ ধৰি ৰাখিবলৈ আৰু সঠিকভাৱে স্থাপন কৰিবলৈ ব্যৱহাৰ হয়, যাৰ ফলত কাম কৰা সহজ হয়।)
Multiple Choice Questions (বহুবিকল্প প্রশ্ন)
1. What is the primary function of a torque wrench? (টর্ক বেঞ্চৰ প্ৰধান কাম কি?)
a) To measure liquid density (দ্ৰৱৰ ঘনত্ব মাপিবলৈ)
b) To apply a specific torque to a fastener (ফাষ্টেনাৰত সঠিক টর্ক প্রয়োগ কৰিবলৈ)
c) To hold the compressor clutch (কম্প্ৰেছৰ ক্লাচ ধৰি ৰাখিবলৈ)
d) To remove a flywheel (ফ্লাইহুইল আঁতৰ কৰিবলৈ)
Ans: (b) To apply a specific torque to a fastener (ফাস্টেনাৰত সঠিক টর্ক প্ৰয়োগ কৰিবলৈ)
2. Which tool is specifically designed to hold the compressor clutch in place? (কম্প্ৰেছৰ ক্লাচ ঠাইত ধৰি ৰাখিবলৈ কোন সঁজুলি বিশেষভাৱে তৈয়াৰ কৰা হৈছে?)
a) Universal holder (ইউনিভাৰ্ছেল হ’ল্ডাৰ)
b) Torque wrench (টর্ক ৰেঞ্চ)
c) Flywheel puller (ফ্লাইহুইল পুলাৰ)
d) Universal clutch holding tool (ইউনিভার্ছেল ক্লাচ হ’ল্ডিং টুল)
Ans: (d) Universal clutch holding tool (ইউনিভার্ছেল ক্লাচ হ’ল্ডিং টুল)
3. Why is a flywheel puller necessary for removing a flywheel from an engine? (ইঞ্জিনৰ পৰা ফ্লাইহুইল উলিয়াবলৈ ফ্লাইহুইল পুলাৰ কিয় প্রয়োজন?)
a) To measure engine speed (ইঞ্জিনৰ গতি মাপিবলৈ)
b) To avoid damaging the flywheel (ফ্লাইহুইল ক্ষতি নকৰিবলৈ)
c) To tighten nuts and bolts (নাট আৰু ব’ল্ট টাইট কৰিবলৈ)
d) To measure liquid density (দ্ৰৱৰ ঘনত্ব মাপিবলৈ)
Ans: (b) To avoid damaging the flywheel (ফ্লাইইইল ক্ষতি নকৰিবলৈ)
4. What does a tappet wrench typically feature on both ends of its handle? (টেপেট ৰেঞ্চৰ হাতলৰ দুয়ো প্ৰান্তত সাধাৰণতে কি থাকে?)
a) Hexagonal jaws (ষড়ভুজীয় দাঁত)
b) Circular grip (বৃত্তাকাৰ ধৰা)
c) Parallel jaws (সমান্তৰাল দাঁত)
d) Adjustable jaws (সমন্বয় কৰিব পৰা দাঁত)
Ans: (c) Parallel jaws (সমান্তৰাল দাঁত)
Activities (কার্য-কলাপ)
Checklist for Assessment Activity (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)
Use the following checklist to see if you’ve met all the requirements for the assessment activity. (মূল্যাংকনৰ কাৰ্যৰ প্রয়োজনীয়তা পূৰণ হ’ল নে নাই তদাৰক কৰিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)
Part A
Share importance of special tools. (বিশেষ সঁজুলিৰ গুৰুত্ব বৰ্ণনা কৰক।)
Ans: Special tools are important because they help mechanics perform complex tasks more safely, quickly, and accurately. (বিশেষ সঁজুলি গুৰুত্বপূৰ্ণ, কাৰণ এইবোৰে মেকানিকক জটিল কামবোৰ অধিক সুৰক্ষিতভাৱে, দ্রুত আৰু সঠিকভাৱে কৰিবলৈ সহায় কৰে।)
Part B
Discuss in class the following (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)
Write the importance of special tools. (বিশেষ সঁজুলিৰ গুৰুত্ব লিখা।)
Ans: They save time, prevent damage to vehicle parts, and increase efficiency. (এইবোৰে সময় ৰাহি কৰে, গাড়ীৰ অংশৰ ক্ষতি ৰোধ কৰে, আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰে।)
Why hydrometer is used? (হাইড্রোমিটাৰ কিয় ব্যৱহাৰ হয়?)
Ans: It is used to measure the specific gravity of battery electrolyte and other liquids. (ই বেটাৰীৰ ইলেক্ট্রলাইট আৰু অন্য দ্ৰৱৰ নির্দিষ্ট গ্রেভিটি মাপিবলৈ ব্যৱহাৰ হয়।)
List the special tools used in automobile sector. (অ’টোম’বাইল ক্ষেত্ৰত ব্যৱহৃত বিশেষ সঁজুলিৰ তালিকা লিখা।)
Ans: Torque wrench, Flywheel puller, Clutch holding tool, Universal holder, Tappet wrench. (উদাহৰণঃ টর্ক ৰেঞ্চ, ফ্লাইহুইল পুলাৰ, ক্লাচ হ’ল্ডিং টুল, ইউনিভাৰ্ছেল হ’ল্ডাৰ, টেপেট বেঞ্চ।)
Write the purpose of torque wrench used. (ব্যৱহৃত টর্ক ৰেঞ্চৰ উদ্দেশ্য লিখা।)
Ans: The torque wrench is used to apply a specific torque to nuts and bolts, ensuring proper tightening. (টর্ক ৰেঞ্চ নাট আৰু ব’ল্টত সঠিক টর্ক প্ৰয়োগ কৰিবলৈ ব্যৱহাৰ হয়, যাতে সঠিকভাবে টাইট হয়।)