Join WhatsApp

Join Now

Join Telegram

Join Now

Vehicle Servicing (Session 4 Changing of Fuel Filter)

By Rabbi Masrur

Published On:

Vehicle Servicing (Session 4 Changing of Fuel Filter)

Job Role: Four Wheeler Service Technician

Vehicle Service (গাড়ী সেৱা)

Session: 4 Changing of Fuel Filter (জ্বালানী ফিল্টাৰ পৰিৱৰ্তন)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)

Q. Prepare a poster showing fuel filter used in a vehicle. (এটা যানত ব্যৱহাৰ হোৱা ইন্ধন ফিল্টাৰৰ ছবি দেখুৱাই পোস্টাৰ প্ৰস্তুত কৰা।)

Ans:

Prepare a poster showing fuel filter used in a vehicle

A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

1. Dirt in the fuel is captured in the fuel filter and over time clogs the filter. (ইন্ধনত থকা ধূলি ফুয়েল ফিল্টাৰত ধৰা পৰে আৰু সময়ত ফিল্টাৰটো বন্ধ কৰি দিয়ে।)

2. Changing the fuel filter helps prevent a reduction in fuel pressure to the vehicle. (ফুয়েল ফিল্টাৰ সলনি কৰিলে গাড়ীৰ ইন্ধন চাপ কমি যোৱাৰ পৰা ৰক্ষা কৰে।)

3. To catch any fuel that leaks from the hoses, you should use a container. (পাইপৰ পৰা ওলাই যোৱা ইন্ধন ৰখাৰ বাবে তুমি এটা পাত্র ব্যৱহাৰ কৰিব লাগিব।)

4. If the manufacturer recommends, you should follow the procedure to remove fuel pressure before changing the fuel filter. (নির্মাতাই পৰামৰ্শ দিলে, ফুয়েল ফিল্টাৰ সলনি কৰাৰ আগতে আপুনি ইন্ধন চাপ আঁতৰাব লাগিব।)

B. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1. Why is it important to replace the fuel filter regularly? (নিয়মিতভাৱে ফুয়েল ফিল্টাৰ সলনি কৰাটো কিয় জৰুৰী?)

a) To increase engine temperature. (ইঞ্জিনৰ তাপ বৃদ্ধি কৰিবলৈ)

b) To prevent the filter from clogging and reducing fuel pressure. (ফিল্টাৰ বন্ধ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আৰু ইন্ধনৰ চাপ হ্রাস বাধা দিবলৈ)

c) To improve tire performance. (টায়াৰৰ কাম উন্নত কৰিবলৈ)

d) To enhance the vehicle’s appearance. (গাড়ীৰ অৱয়ব উন্নত কৰিবলৈ)

Ans: b) To prevent the filter from clogging and reducing fuel pressure. (ফিল্টাৰ বন্ধ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আৰু ইন্ধনৰ চাপ হ্রাস বাধা দিবলৈ)

2. What should you use to clean up any spilled fuel during the filter change? (ফিল্টাৰ সলনি কৰাৰ সময়ত ওলাই যোৱা ইন্ধন পৰিষ্কাৰ কৰিবলৈ তুমি কি ব্যৱহাৰ কৰিব লাগিব?)

a) Rags (ফটা-কানি)

b) Paper towels (কাগজৰ তোয়াল)

c) A vacuum cleaner (ভেকিউম ক্লিনাৰ)

d) Soap and water (চাবোন আৰু পানী)

Ans: a) Rags. (ফটা-কানি)

3. Where might the old fuel filter be located in the vehicle? (গাড়ীৰ কোন ঠাইত পুৰণি ফুয়েল ফিল্টাৰ থাকিব পাৰে?)

a) In the glove compartment. (হাত মোজা ৰখা ঠাইত)

b) In the trunk (বুটত)

c) In the engine compartment or near the fuel tank. (ইঞ্জিনৰ ভিতৰত বা ফুয়েল টেংকৰ ওচৰত)

d) Under the dashboard. (ডেচব’ৰ্ডৰ তলত)

Ans: c) In the engine compartment or near the fuel tank. (ইঞ্জিনৰ ভিতৰত বা ফুয়েল টেংকৰ ওচৰত)

4. What tool is commonly used to undo clamps when changing the fuel filter? (ফুয়েল ফিল্টাৰ সলনি কৰাৰ সময়ত ক্লেম খোলিবলৈ সাধাৰণতে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়?)

a) Hammer (হেমাৰ)

b) Pliers (প্লায়াৰ)

c) Screwdriver (স্ক্রু ড্রাইভাৰ)

d) Wrench (ৰেঞ্চ)

Ans: b) Pliers. (প্লায়াৰ)

Activities (কার্য-কলাপ)

Checklist for Assessment Activity (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)

Use the following checklist to see if you’ve met all the requirements for the assessment activity. (মূল্যাংকনৰ কাৰ্যৰ প্রয়োজনীয়তা পূৰণ হ’ল নে নাই তদাৰক কৰিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)

Share importance of tools used in workshop. (বার্কশপত ব্যৱহাৰ হোৱা সঁজুলিৰ গুৰুত্ব বুজাই দিয়া।)

Ans: Tools in a workshop are very important because they help the mechanic work faster, safer, and more accurate. Without tools,

repairing and maintaining vehicles becomes very difficult. (ৱাৰ্কশপৰ সঁজুলি বহুত জৰুৰী কাৰণ এইবোৰে মেৰামতিৰ কাম ত্বৰিত, সুৰক্ষিত আৰু সঠিকভাৱে কৰিবলৈ সহায় কৰে। সঁজুলি নাথাকিলে গাড়ী মৰামতি আৰু পৰিচালনা কৰা বহুত কঠিন হয়।)

Part B

Discuss in class the following (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)

What is meaning of fuel filter tools? (ফুয়েল ফিল্টাৰ সঁজুলিৰ অৰ্থ কি?)

Ans: Fuel filter tools are special tools used to remove, fit, or tighten the fuel filter in a vehicle. (ফুয়েল ফিল্টাৰ সঁজুলি হৈছে বিশেষ সঁজুলি যি গাড়ীৰ ফুয়েল ফিল্টাৰ খোলাত, লগাবলৈ বা মজবুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।)

What are the differences between oil and fuel filter? (তেল ফিল্টাৰ আৰু ফুয়েল ফিল্টাৰৰ মাজত কি পার্থক্য আছে?)

Ans: The Oil Filter protects the engine’s moving parts from wear by keeping the lubricating oil clean, which is essential for engine longevity, (অইল ফিল্টাৰে লুব্রিকেটিং তেল পৰিষ্কাৰ কৰি ইঞ্জিনৰ ঘূর্ণীয়মান অংশবোৰক ঘৰ্ষণৰ পৰা ৰক্ষা কৰে, যিটো ইঞ্জিনৰ দীৰ্ঘায়ুৰ বাবে অতি জৰুৰী।)

The Fuel Filter protects the fuel delivery components (like fuel pumps and injectors) and the combustion process by ensuring only clean fuel enters the system, which is essential for performance and efficiency. (আনহাতে, ফুয়েল ফিল্টাৰে কেৱল পৰিষ্কাৰ ইন্ধনহে চিষ্টেমত প্ৰৱেশ কৰাটো নিশ্চিত কৰি ফুয়েল ডেলিভাৰী অংশবোৰক (ফুৱেল পাম্প আৰু ইনজেক্টৰৰ দৰে) আৰু দহন প্রক্রিয়াটোক ৰক্ষা কৰে, যিটো শ্রেষ্ঠ প্রদর্শন আৰু দক্ষতাৰ বাবে অত্যাৱশ্যকীয়।)

Name two popular tools used in removing fuel filter. (ফুয়েল ফিল্টাৰ খোলাত ব্যৱহাৰ হোৱা দুটা জনপ্রিয় সঁজুলি নাম লিখা।)

Ans: Two popular tools are pliers, and wrench. (দুটা জনপ্রিয় সঁজুলি হৈছে প্লায়াৰ আৰু ৰেঞ্চ।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment