Entrepreneurial Skills (Session 3 Myths about Entrepreneurship)
Employability Skills
Entrepreneurial Skills (উদ্যোক্তা কৌশল)
Session: 3 Myths abut Entrepreneurship (উদ্যোক্তা সম্পৰ্কে ভ্রান্ত ধাৰণা)
Textual Question-Answers
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
A. Subjective Question (বিষয়নিষ্ঠ প্রশ্ন)
1. What is the difference between a misconception and reality? Give an example. (ভ্রান্ত ধাৰণা আৰু বাস্তৱৰ মাজত কি পার্থক্য আছে? এটা উদাহৰণ দিয়া।)
Ans: A misconception is a wrong idea or belief, while reality is the actual truth, For example, the misconception that “Entrepreneurs are only rich people is wrong. In reality, anyone with ideas and determination can be an entrepreneur. (ভ্রান্ত ধাৰণা হৈছে ভুল ধাৰণা বা বিশ্বাস, আৰু বাস্তৱতা হৈছে প্রকৃত সত্য। উদাহৰণস্বৰূপে, “উদ্যোক্তাসকল কেবল ধনী মানুহহে হয়” এইটো ভুল ধাৰণা। বাস্তৱত, যিকোনো ব্যক্তিয়ে যাৰ ধাৰণা আৰু সংকল্প আছে, তেওঁ উদ্যোগপতি হ’ব পাৰে।)
B. Match each story below with the misconception about entrepreneurship. (তলত দিয়া প্রতিটো গল্পক উদ্যোগপতিত্বৰ সৈতে সম্পর্কিত ভ্রান্ত ধাৰণাৰ সৈতে মিলোৱা।)
1. Ramu owns a large clothes shop. Shamu has a small store selling handmade sarees. Shamu does not call himself an entrepreneur, (বামুৰ এটা ডাঙৰ কাপোৰৰ দোকান আছে। ছামুৰ এটা সৰু দোকান আছে, য’ত তেওঁ হাতেৰে তৈয়াৰ কৰা শাৰী বিক্ৰী কৰে। ছামু নিজকে নাম উদ্যোগপতি বুলি নকয়।)
Ans: (a) A person needs to have a big business to be called an entrepreneur. (এজন ব্যক্তিয়ে নিজকে উদ্যোগপতি বুলি ক’বলৈ তেওঁৰ ডাঙৰ ব্যৱসায় থকাৰ প্ৰয়োজন।)
2. Anna has a great idea for a website. She has ‘5,000. She is waiting for ‘20,000 more, so that she can start it. (এনাৰ এটা ৱেবছাইটৰ বাবে ধাৰণা আছে। তেওঁৰ ‘5,000 আছে। তেওঁ আন ‘20,000ৰ অপেক্ষা কৰি আছে যাতে আৰম্ভ কৰিব পাৰে।)
Ans: (b) Entrepreneurs are born, not made. (উদ্যোগপতি তৈয়াৰ কৰিব নোৱাৰি, জন্মহে হয়।)
3. In a city of thousands of tailoring shops, Gauri is a tailor who stitches good quality clothes and has a very successful business. (হাজাৰ হাজাৰ টেইলৰিং দোকান থকা এখন চহৰত, গৌৰী এজন টেইলৰ, যিয়ে ভাল গুণৰ কাপোৰ চিলাই কৰে আৰু তেওঁৰ ব্যৱসায় খুব সফল।)
Ans: (a) Every business idea needs to be unique or special. (প্ৰতিটো ব্যৱসায়ৰ ধাৰণা অতি বিশেষ বা অনন্য হ’ব লাগে।)
