Automobile Service Tools (Session 3 Electrical Tools)
Four Wheeler Service Technician
Automobile Service Tools (গাড়ী সেৱা সঁজুলি)
Session: 3 Electrical Tools (বৈদ্যুতিক সঁজুলি)
Textual Question-Answers
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
Exercise: Assignment (অনুশীলনীঃ আৰোপিত কৰ্ম)
1. List the electrical tools. (বৈদ্যুতিক সঁজুলিৰ নাম লিখক)
Ans:
S.No. Name of Electrical Tools
(ক্রম বৈদ্যুতিক সঁজুলিৰ নাম)
1. Multimeter (মাল্টিমিটাৰ)
2. Ammeter (এম্মিটাৰ)
3. Voltmeter (ভ’ল্টমিটাৰ)
4. Hydrometer (হাইড্রোমিটাৰ)
2. Observe and identify two types of electrical tools in service centre and draw their diagrams. (সেরা কেন্দ্রত দুটা বৈদ্যুতিক সঁজুলি পর্যবেক্ষণ কৰি চিনাক্ত কৰা আৰু ইয়াৰ চিত্ৰ আঁকা।)
Ans: Two electrical tools are: (দুটা বৈদ্যুতিক সঁজুলি হৈছে)
1. Multimeter – used to measure voltage, current, and resistance, (মাল্টিমিটাৰ – ভ’ল্টেজ, কাৰেণ্ট আৰু ৰেজিষ্টেন্স মাপিবলৈ ব্যৱহাৰ কৰা হয়।)
2. Hydrometer – used to measure the specific gravity of liquids. (হাইড্রোমিটাৰ- দ্ৰৱৰ নিৰ্দিষ্ট গুৰত্ব মাপিবলৈ ব্যৱহাৰ কৰা হয়।)
A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)
1. A multimeter is an electronic instrument that combines multiple measurement functions, including voltage, current, and resistance, into one unit. (মাল্টিমিটাৰ এটা ইলেকট্রনিক যন্ত্র যি একেলগে ভ’ল্টেজ, কাৰেণ্ট আৰু ৰেজিষ্টেন্সৰ দৰে একাধিক মাপনী কাম কৰে।)
2. A tachometer measures the working speed of an engine in revolutions per minute (RPM). (টেকোমিটাৰ ইঞ্জিনৰ কাম কৰাৰ গতি প্রতি মিনিটৰ ঘূর্ণন (RPM) হিচাপে পৰিমাপ কৰে।)
3. The hydrometer is used to measure the specific gravity or relative density of liquids. (হাইড্রোমিটাৰ দ্ৰৱৰ নিৰ্দিষ্ট গুৰুত্ব বা আপেক্ষিক ঘনত্ব মাপিবলৈ ব্যৱহাৰ হয়।)
4. A hydrometer is typically made of glass and includes a cylindrical stem and a weighted bulb. (হাইড্রোমিটাৰ সাধাৰণতে কাঁচেৰে তৈয়াৰ কৰা হয় আৰু ইয়াত এখন নলাকৃতি ডাঁটি আৰু ওজন থকা ফোলা অংশ থাকে।)
Multiple Choice Questions (বহুবিকল্প প্রশ্ন)
1. Which tool combines the functions of measuring voltage, current, and resistance in one unit? (কোন সঁজুলিয়ে ভ’ল্টেজ, কাৰেণ্ট আৰু ৰেজিষ্টেন্স মাপৰ কাম একেলগে কৰে?)
a) Ammeter (এস্মিটাৰ)
b) Voltmeter (ভ’ল্টমিটাৰ)
c) Multimeter (মাল্টিমিটাৰ)
d) Tachometer (টেকোমিটাৰ)
Ans: (c) Multimeter (মাল্টিমিটাৰ)
2. What is the primary use of a tachometer in automotive diagnostics? (অ’টোম ‘টিভত টেকোমিটাৰৰ প্ৰাথমিক ব্যৱহাৰ কি?)
a) Measuring electrical current (বৈদ্যুতিক কাৰেণ্ট পৰিমাপ)
b) Measuring engine speed (ইঞ্জিনৰ গতি পৰিমাপ)
c) Measuring liquid density (দ্ৰৱৰ ঘনত্ব পৰিমাপ)
d) Measuring resistance (ৰেজিষ্টেন্স পৰিমাপ)
Ans: (b) Measuring engine speed (ইঞ্জিনৰ গতি পৰিমাপা)
3. Which tool is used to determine the specific gravity of a liquid? (দ্ৰৱৰ নিৰ্দিষ্ট মধ্যাকৰ্ষণ পৰিমাপ কৰাত কোন সঁজুলি ব্যৱহাৰ কৰা হয়?)
a) Multimeter (মাল্টিমিটাৰ)
b) Ammeter (এস্মিটাৰ)
c) Hydrometer (হাইড্রোমিটাৰ)
d) Tachometer (টেকোমিটাৰ)
Ans: (c) Hydrometer (হাইড্রোমিটাৰ)
4. What component of a multimeter allows it to measure electrical resistance? (মাল্টিমিটাৰত কোন অংশে বৈদ্যুতিক ৰেজিষ্টেন্স পৰিমাপত সহায় কৰে?)
a) Ammeter (এস্মিটাৰ)
b) Voltage meter (ভ’ল্টেজ মিটাৰ)
c) Hydrometer (হাইড্রোমিটাৰ)
d) Ohmmeter (অ’মমিটাৰ)
Ans: (d) Ohmmeter (অ’মমিটাৰ)
Activities (কার্য-কলাপ)
Checklist for Assessment Activity (মূল্যায়ন কার্যৰ বাবে চেকলিষ্ট)
Use the following checklist to see if you’ve met all the requirements for the assessment activity. (মূল্যাংকনৰ কাৰ্যৰ প্রয়োজনীয়তা পূৰণ হ’ল নে নাই তদাৰক কৰিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)
Part A
Share importance of measuring tools. (মাপনী সঁজুলিৰ গুৰুত্ব বর্ণনা কৰা।)
Ans: Measuring tools are important because they help us check and control the accuracy of work. (মাপনী সঁজুলি গুৰুত্বপূৰ্ণ, কাৰণ ই আমাক কামৰ সঠিকতা পৰীক্ষা আৰু নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰে।)
They ensure safety by detecting problems in electrical and mechanical systems. (ই বৈদ্যুতিক আৰু যান্ত্রিক প্রণালীসমূহত সমস্যা চিনাক্ত কৰি সুৰক্ষা নিশ্চিত কৰে।)
Using measuring tools increases efficiency and reduces errors in automotive work. (মাপনী সঁজুলি ব্যৱহাৰ কৰোঁতে অটোমোবাইলৰ কামত কার্যক্ষমতা বৃদ্ধি পায় আৰু ভুল কমায়।)
Part B
Discuss in class the following. (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)
Role of electrical measuring tools. (বৈদ্যুতিক মাপনী সঁজুলিৰ ভূমিকা)
Ans: Electrical measuring tools help in checking voltage, current, and resistance. (বৈদ্যুতিক মাপনী সঁজুলিয়ে ভ’ল্টেজ, কাৰেণ্ট আৰু ৰেজিষ্টেন্স পৰীক্ষা কৰিবলৈ সহায় কৰে।)
They are used for diagnosing problems in vehicles and maintaining proper functioning. (এইবোৰ গাড়ীত সমস্যা নির্ণয় আৰু ঠিকমতে কাম কৰি থকা নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰা হয়।)
Distinguish between hydrometer and ammeter. (হাইড্রোমিটাৰ আৰু এম্মিটাৰৰ পাৰ্থক্য লিখা)
Ans: A hydrometer measures the specific gravity or density of liquids. (হাইড্রোমিটাৰে দ্ৰৱৰ নিৰ্দিষ্ট মধ্যাকর্ষণ বা ঘনত্ব মাপে।)
An ammeter measures the flow of electric current in a circuit. (এস্মিটাৰে এটা পৰিসৰলৈ বৈদ্যুতিক কাৰেণ্টৰ পৰিমাণ মাপে।)
Hydrometer is used in liquids like battery acid, while ammeter is used in electrical circuits. (হাইড্রোমিটাৰ দ্ৰৱ যেনে বেটাৰী এচিডত ব্যৱহাৰ হয়, আৰু এম্মিটাৰ বৈদ্যুতিক পৰিসৰত ব্যৱহাৰ হয়।)
Handling and operation of a multimeter. (মাল্টিমিটাৰৰ সঠিক ব্যৱহাৰ আৰু পৰিচালনা)
Ans: Always check the multimeter before use for any damage. (ব্যৱহাৰৰ আগতে মাল্টিমিটাৰ ক্ষতি আছে নে নাই পৰীক্ষা কৰা।)
Select the correct mode (voltage, current, or resistance) according to the measurement. (মাপনি অনুসৰি সঠিক ম’ড (ভ’ল্টেজ, কাৰেণ্ট বা ৰেজিষ্টেন্স) নিৰ্বাচন কৰা।)
Connect the probes properly and read the measurement carefully. (প্র’ব সঠিকভাবে সংযোগ কৰা আৰু মাপনি মনোযোগে পঢ়া।)
Turn off the multimeter after use to save battery and prevent damage. (বেটাৰী সংৰক্ষণ আৰু ক্ষতি ৰোধ কৰিবলৈ ব্যৱহাৰৰ পাছত মাল্টিমিটাৰ বন্ধ কৰা।)