Join WhatsApp

Join Now

Join Telegram

Join Now

Vehicle Servicing (Session 3 Changing of Air Filter)

By Rabbi Masrur

Published On:

Vehicle Servicing (Session 3 Changing of Air Filter)

Session: 3 Changing of Air Filter (বায়ু ফিল্টাৰ পৰিৱৰ্তন)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)

1) List the tools used in changing of air filter. (এয়াৰ ফিল্টাৰ সলনি কৰোঁতে ব্যৱহৃত সঁজুলিসমূহৰ তালিকা কৰা।)

Ans:

S. No. Name of tools

1. Phillips screwdriver (ফিলিপ্‌স্ক্রু ড্ৰাইভাৰ)

2. Flathead screwdriver (ফ্রেটহেড স্ক্রু ড্রাইভাৰ)

3. Ratchet with socket set or nut driver (ৰেচেটৰ সৈতে চকেট ছেট বা নাট ড্ৰাইভাৰ)

4. Hose clamp pliers or flat screwdriver for clamp (হ’জ ক্লেম প্লায়াৰ বা ক্লেম খোলাৰ ফ্লেট স্ক্রু ড্ৰাইভাৰ)

2) Prepare a poster showing air filter used in automobiles. (গাড়ীত ব্যবহৃত এয়াৰ ফিল্টাৰ দেখুৱাই এটা প’ষ্টাৰ তৈয়াৰ কৰা।)

Ans:

Prepare a poster showing air filter used in automobiles

A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

1) Air filters help keep the inside of the engine free of …………. and insects. (এয়াৰ ফিল্টাৰে ইঞ্জিনৰ ভিতৰভাগ …………… আৰু পতঙ্গৰ পৰা মুক্ত ৰাখিবলৈ সহায় কৰে।)

Ans: dust (ধূলি)

2) When changing the air filter, it is important to secure the vehicle by parking it on ………….. ground and applying the parking brake. (এয়াৰ ফিল্টাৰ সলনি কৰোঁতে গাড়ীটো ……….. মাটিত পার্কিং কৰি ব্ৰেক লগাই সুৰক্ষিত কৰা গুৰুত্বপূৰ্ণ।)

Ans: level (সমতল)

3) To remove the air filter cover, you need to loosen the …………. clamp that seals the air conduit. (এয়াৰ ফিল্টাৰ কভাৰ খুলিবলৈ এয়াৰ কনডুইট চীল কৰা …………… ক্লেমটো ঢিলা কৰাটো প্রয়োজন।)

Ans: hose (হ’জ)

4) After removing the old air filter, use a ……………… to blow out dust from the air filter housing (পুৰণি এয়াৰ ফিল্টাৰ খুলাৰ পিছত এয়াৰ ফিল্টাৰ হাউজিঙৰ ধূলি ওলিয়াবলৈ ……………. ব্যৱহাৰ কৰা।)

Ans: compressed air blower (কম্প্রেড এয়াৰ ব্ল’বাৰ))

B. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1) What is the purpose of the air filter in a vehicle? (গাড়ীত এয়াৰ ফিল্টাৰৰ উদ্দেশ্য কি?)

a) To improve fuel efficiency (ইন্ধনৰ দক্ষতা বৃদ্ধি কৰিবলৈ)

b) To keep the engine free of dust and insects (ইঞ্জিনক ধূলি আৰু পতঙ্গৰ পৰা মুক্ত ৰাখিবলৈ)

c) To increase engine power (ইঞ্জিনৰ শক্তি বৃদ্ধি কৰিবলৈ)

d) To reduce exhaust emissions (এক্সহাস্ট নিঃসৰণ হ্রাস কৰিবলৈ)

Ans: b) To keep the engine free of dust and insects (ইঞ্জিনক ধূলি আৰু পতঙ্গৰ পৰা মুক্ত ৰাখিবলৈ))

2) Which tool is needed to remove the screws holding the air filter cover? (এয়াৰ ফিল্টাৰ কভাৰ ধৰি থকা স্ক্রু খোলিবলৈ কোনটো সঁজুলি লাগে?)

a) A wrench (এখন ৰেঞ্চ))

b) A pliers (এখন প্লায়াৰ))

c) A hammer (এখন হাতুড়ী)

d) A Phillips screwdriver (এটা ফিলিপ্স স্ক্রু ড্রাইভাৰ)

Ans: d) A Phillips screwdriver (এটা ফিলিপ্‌ স্ক্রু ড্রাইভাৰ))

3) What should be done after removing the old air filter but before inserting the new one? (পুৰণি এয়াৰ ফিল্টাৰ খুলাৰ পিছত নতুনটো লগাবলৈ আগতে কি কৰা উচিত?)

a) Drain the engine oil (ইঞ্জিন তেল ড্রেইন কৰা)

b) Clean the air filter housing (এয়াৰ ফিল্টাৰ হাউজিং পৰিষ্কাৰ কৰা)

c) Replace the spark plugs (স্পার্ক প্লাগ সলনি কৰা)

d) Check the engine coolant level (ইঞ্জিন কুলেণ্টৰ মাপ চোৱা)

Ans: b) Clean the air filter housing (এয়াৰ ফিল্টাৰ হাউজিং পৰিষ্কাৰ কৰা)

4) What should you check for when inspecting an old air filter to determine if it needs replacement? (পুৰণি এয়াৰ ফিল্টাৰ পৰীক্ষা কৰোঁতে সলনিৰ প্ৰয়োজন নে নাই জানিবলৈ কি চাব লাগে?)

a) The filter’s material condition (tears, cracks, oil stains) ( ফিল্টাৰৰ বস্তুগত অৱস্থা (ফাটা, ফাট, তেলৰ দাগ)

b) The color of the filter (ফিল্টাৰৰ ৰং)

c) The size of the filter (ফিল্টাৰৰ আকাৰ)

d) The brand of the filter (ফিল্টাৰৰ ব্ৰেণ্ড)

Ans: a) The filter’s material condition (tears, cracks, oil stains) (ফিল্টাৰৰ বস্তুগত অৱস্থা (ফটা-ছিঙা, ফাট, তেলৰ দাগ)

Activities (কার্য-কলাপ)

Use the following checklist to see if you’ve met all the requirements for pollution control. (দূষণ নিয়ন্ত্ৰণৰ সকলো আৱশ্যকতা পূৰণ হৈছে নে নাই বুজিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)

Part A

Share the importance of air filters used in vehicles. (গাড়ীত ব্যৱহৃত এয়াৰ ফিল্টাৰৰ গুৰুত্ব বুজাই দিয়া।)

Ans: Air filters stop dust and insects from entering the engine, reducing wear. (এয়াৰ ফিল্টাৰে ধূলি-পতঙ্গ ইঞ্জিনলৈ প্ৰৱেশ কৰা বন্ধ কৰে, আৰু ক্ষয় হ্রাস কৰে।)

Clean air improves combustion and lowers emissions, (পৰিষ্কাৰ বায়ুরে দহন উন্নত কৰে আৰু নিঃসৰণ কমায়।)

Regular replacement protects sensors and increases engine life. (নিয়মিত সলনিয়ে ছেঞ্চৰ সুৰক্ষিত ৰাখে আৰু ইঞ্জিনৰ আয়ু বৃদ্ধি কৰে।)

Part B

Discuss in class the following (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)

Why air filter is important? (এয়াৰ ফিল্টাৰ কিয় গুৰুত্বপূৰ্ণ?)

Ans: It keeps intake air clean, prevents damage, and maintains performance. (ই গ্রহণ কৰা বায়ু পৰিষ্কাৰ ৰাখে, ক্ষতি ৰোধ কৰে, আৰু কাৰ্যক্ষমতা স্থিৰ ৰাখে।)

What are the different steps used in changing of air filter? (এয়াৰ ফিল্টাৰ সলনি কৰোঁতে কি কি বিভিন্ন ধাপ থাকে?)

Ans: Park on level ground and apply parking brake. (সমতল মাটিত গাড়ী ৰাখি পার্কিং ব্রেক লগোৱা।)

Open air box, loosen hose clamp, and remove cover. (এয়াৰ বক্স খোলা, হ’জ ক্লেম ঢিলা কৰক, কভাৰ খোলা।)

Remove old filter and clean housing with air or cloth. (পুৰণি ফিল্টাৰ উলিয়াই এয়াৰ বা কাপোৰেৰে হাউজিং পৰিষ্কাৰ কৰা।)

Insert new filter in correct orientation and refit cover. (নতুন ফিল্টাৰ সঠিক দিশত প্ৰৱেশ কৰাই কভাৰ লগোৱা।)

Tighten clamps and screws, then check for proper sealing. (ক্লেম আৰু স্ক্রু টানি লগোৱা, পিছত ভালদৰে চীল হৈছে নে নাই চোৱা।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment