Entrepreneurial Skills (Session 2 Qualities Functions of an Entrepreneur)
Employability Skills
Entrepreneurial Skills (উদ্যোক্তা কৌশল)
Session: 2 Qualities & Functions of an Entrepreneur (উদ্যোক্তাৰ গুণাৱলী আৰু কাৰ্যসমূহ)
Textual Question-Answers
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
A. Here are some stories of some entrepreneurs. Tick the option for the quality they are showing. (তলত কিছুমান উদ্যোগপতিৰ গল্প দিয়া হৈছে। তেওঁলোকে দেখুওৱা গুণ চিহ্নিত কৰিবলৈ বিকল্পত টিক কৰা।)
1. Ravi’s customer comes to his store and starts shouting at him. He does not get angry. He listens to what his customer is saying. He is ……………….. (ৰাভিৰ গ্ৰাহকে তেওঁৰ দোকানত আহি চিঞৰিবলৈ আৰম্ভ কৰে। তেওঁ খং নকৰিলে। তেওঁ গ্ৰাহকৰ কথাত মন দিয়ে। তেওঁ হৈছে……………..।)
(a) hardworking (কর্মঠ)
(b) confident (আত্মবিশ্বাসী)
(c) patient (ধৈর্যশীল)
(d) prying new ideas (নতুন ধাৰণা বিচৰা)
Ans: (c) patient (ধৈর্যশীল)
2. Susheela decides to sell her company tyres in Sri Lanka, It does not sell and she has a loss. She apologises to the people who work for her. She says she will plan better next time. She………………… (সুশীলা তেওঁৰ কোম্পানীৰ টায়াৰ শ্ৰীলংকাত বিক্ৰী কৰিবলৈ সিদ্ধান্ত লয়। বিক্রী নহয় আৰু তেওঁ লোকচান কৰে। তেওঁ তেওঁৰ কৰ্মচাৰীলৈ ক্ষমা প্রার্থনা কৰে আৰু কয়, আগলৈ বেছি ভাল পৰিকল্পনা কৰিব। তেওঁ …………………. ।)
(a) takes responsibility for your mistakes (তোমাৰ ভুলৰ দায়িত্ব লয়)
(b) thinks before making a decision (সিদ্ধান্ত লোৱাৰ পূৰ্বে ভাবি চায়)
(c) does not give up (হাৰ নামানে)
(d) is creative (সৃষ্টিশীল)
Ans: (a) takes responsibility for your mistakes. (তোমাৰ ভুলৰ দায়িত্ব লয়)
B. Tick the correct option for the function that the entrepreneur is doing. (যি কার্য উদ্যোগপতিয়ে কৰি আছে, সেইটো নিৰ্বাচন কৰি টিক মার্ক দিয়া।)
1. Ali has a diamond factory. He pays his employees on the 1st of every month. (আলীৰ এটা ডায়মণ্ড ফেক্টৰী আছে। তেওঁ প্ৰতিমাহৰ ১ তাৰিখে কৰ্মচাৰীক মজুৰি দিয়ে।)
(a) Creates a new product (এটা নতুন সামগ্ৰী নিৰ্মাণ কৰে)
(b) Manages the business (ব্যৱসায় পৰিচালনা কৰে)
(c) Takes risk (বিপদ গ্রহণ কৰে)
Ans: (b) Manages the business, (ব্যবসায় পৰিচালনা কৰে)
2. Mary buys bulbs for her business from Noida. She learns that bulbs are cheaper in Faridabad, So, she decides to start buying bulbs from there. (মেৰীয়ে নইডাৰ পৰা তেওঁৰ ব্যৱসায়ৰ বাবে বাল্ব কিনে। তেওঁ জানে যে, ফৰিদাবাদত বাল্ব সস্তা। তেওঁ সিদ্ধান্ত লয় যে তেওঁ সিহঁতৰ পৰা কিনিবলৈ আৰম্ভ কৰিব।)
(a) Makes decisions (সিদ্ধান্ত লয়)
(b) Divides income (আয় ভাগ কৰে)
(c) Takes risk (বিপদ গ্রহণ কৰে)
Ans: (a) Makes decisions. (সিদ্ধান্ত লয়)
3. Rehnuma has two people who work for her. Every day, she spends one hour with them to learn about what they’ve done that day. (ৰেহনুমাৰ দুজন কর্মচাৰী আছে। সিহঁতে দিনটোত কি কৰিলে সেয়া জানিবলৈ তেওঁ প্রতিদিনে এক ঘণ্টা সময় তেওলোকৰ সৈতে কটায়।)
(a) Creates a new product (এটা নতুন সামগ্রী নির্মাণ কৰে)
(b) Divides income (আয় ভাগ কৰে)
(c) Manages the business (ব্যৱসায় পৰিচালনা কৰে)
Ans: (c) Manages the business, (ব্যবসায় পৰিচালনা কৰে)
C. Subjective Question (বিষয়নিষ্ঠ প্রশ্ন)
1. What do you think is the most important function of an entrepreneur? Write your answer giving suitable examples. (তোমাৰ মতে উদ্যোগপতিয়ে কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কার্য কি? উপযুক্ত উদাহৰণসহ তোমাৰ উত্তৰ লিখা।)
Ans: The most important function of an entrepreneur is to identify opportunities and manage the business efficiently. For example, an entrepreneur may start a new food delivery service in a city and ensure it runs smoothly while providing good service to customers. (উদ্যোক্তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য হৈছে সুযোগ চিনাক্ত কৰা আৰু ব্যৱসায় দক্ষতাৰে পৰিচালনা কৰা। উদাহৰণস্বৰূপে, এজন উদ্যোগপতিয়ে চহৰত এটা নতুন ফুড ডেলিভাৰী সেৱা আৰম্ভ কৰিব পাৰে আৰু নিশ্চিত কৰিব যে, গ্রাহকসকললৈ ভাল সেৱা প্ৰদান কৰি সেয়া সুপৰিচালিত হয়।)
