Automobile Service Tools (Session 2 Measuring Tools)
Four Wheeler Service Technician
Automobile Service Tools (গাড়ী সেৱা সঁজুলি)
Session: 2 Measuring Tools (মাপজোখৰ উপকৰণ)
Textual Question-Answers
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)
1. List the measuring tools. (মাপ লোৱাৰ সঁজুলি তালিকাভুক্ত কৰা)
Ans:
S. No. Name of Measuring Tools (ক্র. সংখ্যা মাপ লোৱাৰ সঁজুলিৰ নাম)
1. Steel Ruler (ষ্টীল কলাৰ)
2. Vernier Caliper (ভার্নিয়াৰ কেলিপাৰ)
3. Micrometer Screw Gauge (মাইক্রোমিটাৰ স্ক্রু গজ)
4. Dial Gauge (ডায়েল গজ)
5. Feeler Gauge (ফিলাৰ গজ)
6. Depth Gauge (ডেথ গজ)
7. Outside Caliper (আউটছাইড কেলিপাৰ)
8. Inside Caliper (ইনছাইড কেলিপাৰ)
9. Combination Set (কম্বাইনেচন ছেট)
2. Prepare a poster of measuring tools used in automobile. (গাড়ীত ব্যৱহাৰ হোৱা মাপ লোৱাৰ সঁজুলিৰ এটা প’ষ্টাৰ প্ৰস্তুত কৰা)
Ans:
A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)
1. A steel ruler is used to measure distances and to rule straight lines in workshops and engineering. (এটা ষ্টীল কলাৰ কাৰখানা আৰু ইঞ্জিনিয়াৰিঙত দূৰত্ব মাপিবলৈ আৰু পোন ৰেখা টানিবলৈ ব্যৱহাৰ কৰা হয়।)
2. A caliper is a device used to measure the distance between two opposing sides of an object. (এটা কেলিপাৰ কোনো বস্তুৰ বিপৰীত দুটা ফালৰ মাজৰ দূৰত্ব পৰিমাপ কৰা উপকৰণ।)
3. A micrometer screw gauge is a device that uses a calibrated screw for the precise measurement of small distances. (এটা মাইক্রোমিটাৰ গজ হ’ল এটা সঁজুলি যি সৰু দূৰত্ব সঠিকভাবে মাপিবলৈ কেলিব্রেটেড স্ক্রু ব্যৱহাৰ কৰে।)
4. Proper handling and use of measuring tools like screw gauges are essential for obtaining accurate measurements. (স্ক্রু গজৰ দৰে মাপ লোৱাৰ সঁজুলি সঠিক মাপ লোৱাৰ বাবে অতি প্রয়োজনীয়।)
Multiple Choice Questions (বহুবিকল্প প্রশ্ন)
1. What material is typically used for rulers in workshops due to its durability? (কাৰখানাত স্থায়ী কলাৰৰ বাবে সাধাৰণতে কোনটো সামগ্ৰী ব্যৱহাৰ কৰা হয়?)
a) Metal (ধাতু)
b) Wood (কাঠ)
c) Plastic (প্লাষ্টিক)
d) Glass (গ্লাছ)
Ans: a) Metal (ধাতু)
2. Which measuring tool is often used to amplify small distances into readable measurements? (সৰু দূৰত্বক পঢ়িব পৰা মাপলৈ প্ৰসাৰিত কৰিবলৈ সাধাৰণতে কোনটো মাপ লোৱাৰ সঁজুলি ব্যৱহাৰ কৰা হয়?)
a) Steel ruler (ষ্টীল কলাৰ)
b) Caliper (কেলিপাৰ)
c) Screw gauge (Micrometer) (স্ক্রু গজ-মাইক্রোমিটাৰ)
d) Hydrometer (হাইড্রোমিটাৰ)
Ans: c) Screw gauge (Micrometer) (স্ক্রু গজ-মাইক্রোমিটাৰ)
3. What is the primary use of a caliper in an automotive workshop? (অ’টোম’টিভ কাৰখানাত কেলিপাৰৰ প্ৰধান ব্যৱহাৰ কি?)
a) Measuring electrical current (বৈদ্যুতিক প্রবাহ মাপ)
b) Measuring the distance between two points (দুটা বিন্দুৰ মাজৰ দূৰত্ব মাপ)
c) Drawing straight lines (পোন ৰেখা আঁকা)
d) Checking oil levels (তেলৰ স্তৰ পৰীক্ষা)
Ans: b) Measuring the distance between two points (দুটা বিন্দুৰ মাজৰ দূৰত্বৰ মাপ)
4. Which tool would be most appropriate for measuring very small distances with high precision? (অতি সৰু দূৰত্ব সঠিকভাৱে পৰিমাপ কৰিবলৈ কোনটো সঁজুলি আটাইতকৈ উপযুক্ত?)
a) Steel ruler (স্টীল ৰুলাৰ)
b) Caliper (কেলিপাৰ)
c) Hydrometer (হাইড্রোমিটাৰ)
d) Screw gauge (Micrometer) (স্ক্রু গজ-মাইক্রোমিটাৰ)
Ans: d) Screw gauge (Micrometer) (স্ক্রু গজ-মাইক্রোমিটাৰ)
Activities (কার্য-কলাপ)
Checklist for Assessment Activity (মূল্যায়ন কার্যৰ বাবে চেকলিষ্ট)
Use the following checklist to see if you’ve met all the requirements for the assessment activity. (মূল্যাংকনৰ কাৰ্যৰ প্রয়োজনীয়তা পূৰণ হ’ল নে নাই তদাৰক কৰিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)
Part A
Share importance of measuring tools. (পৰিমাপ কৰা সঁজুলিৰ গুৰুত্ব লিখা)
Ans: Measuring tools are important because they help us get correct and accurate measurements in workshops and automobile shops. (পৰিমাপ কৰা সঁজুলি গুৰুত্বপূৰ্ণ কাৰণ ই আমাৰ কাৰখানা আৰু অ’টোম’বাইল দোকানত সঠিক আৰু নিখুঁত মাপ ল’বলৈ সহায় কৰে।)
They reduce errors and save time in repairing and manufacturing. (ই ভুল কমায় আৰু মৰামতি আৰু উৎপাদনত সময় বচায়।)
They also improve the quality of work. (ই কামৰ গুণগত মানো উন্নত কৰে।)
Part B
Discuss in class the following. (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)
What are uses of measuring tools. (মাপ লোৱা সঁজুলিৰ ব্যৱহাৰ কি)
Ans: Measuring tools are used to check the length, depth, thickness, and diameter of parts in automobiles. (মাপ লোৱাৰ সঁজুলি গাড়ীৰ যন্ত্রাংশৰ দৈৰ্ঘ্য, গভীৰতা আৰু ব্যাস পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়।)
They are also used to ensure proper fitting of parts. (ই যন্ত্রাংশ সঠিকভারে খায়নে নাখায় নে নাই সেইটো নিশ্চিত কৰিবলৈও ব্যৱহাৰ কৰা হয়।)
Why screw gauge is used? স্ক্রু গজ কিয় ব্যৱহাৰ কৰা হয়?)
Ans: A screw gauge is used to measure very small thickness, diameter, or length with high accuracy. (স্ক্রু গজ অতি সৰু গভীৰতা, ব্যাস বা দৈর্ঘ্যসঠিকভাৱে পৰিমাপ কৰিবলৈ ব্যৱহাৰ কৰা হয়।)
List the measuring tools used in automobile shop. (অ’টোম’বাইল দোকানত ব্যৱহাৰ হোৱা মাপ লোৱাৰ সঁজুলি তালিকাভুক্ত কৰা।)
Ans: Steel Ruler (ষ্টীল কলাৰ)
Vernier Caliper (ভার্নিয়াৰ কেলিপাৰ)
Micrometer Screw Gauge (মাইক্রোমিটাৰ স্ক্ৰস্তু গজ)
Dial Gauge (ডায়েল গজ)
Feeler Gauge (ফিলাৰ গজ)
Depth Gauge (ডেল্থ গজ)
Outside Caliper (আউটছাইড কেলিপাৰ)
Inside Caliper (ইনছাইড কেলিপাৰ)
Differentiate between outside calipers and inside calipers. (আউটছাইড কেলিপাৰ আৰু ইনছাইড কেলিপাৰৰ মাজৰ পাৰ্থক্য দেখুৱা।)
Ans: Outside calipers are used to measure the external diameter or thickness of an object. (আউটছাইড কেলিপাৰ কোনো বস্তুৰ বাহিৰৰ ব্যাস বা গভীৰতা পৰিমাপ কৰিবলৈ ব্যৱহাৰ কৰা হয়।)
Inside calipers are used to measure the internal diameter of holes or cavities, (ইনছাইড কেলিপাৰ গাত থকা ফাঁক বা গহ্বৰৰ ভিতৰৰ ব্যাস মাপিবলৈ ব্যৱহাৰ কৰা হয়।)