Join WhatsApp

Join Now

Join Telegram

Join Now

Vehicle Servicing (Session 2 Changing of Oil and Oil Filter)

By Rabbi Masrur

Published On:

Vehicle Servicing (Session 2 Changing of Oil and Oil Filter)

Job Role: Four Wheeler Service Technician

Vehicle Service (গাড়ী সেৱা)

Session: 2 Changing of Oil and Oil Filter (তেল আৰু তেলৰ ফিল্টাৰ পৰিৱৰ্তন)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)

1. List the tools required for changing of oil. (তেল সলনি কৰিবলৈ প্রয়োজনীয় সঁজুলিসমূহৰ তালিকা কৰা।)

Ans:

S.No Name of tools (ক্র. নং সঁজুলিৰ নাম)

1. Drain plug socket wrench or ring spanner (ড্রেইন প্লাগ চকেট ৰেঞ্চ বা ৰিং স্পেনাৰ)

2. Oil filter wrench (অইল ফিল্টাৰ বেঞ্চ)

3. Funnel (ফানেল)

4. Oil drain pan or container (তেল জোখা ট্রে বা ঢাকনীযুক্ত পাত্র))

5. Jack and jack stands or ramps (জেক আৰু জেক ষ্টেণ্ড বা ৰেম্প)

6. Gloves and shop towels or rags (গ্লৌভছ আৰু কাপোৰৰ টুকুৰা)

7. New engine oil and new oil filter (নতুন ইঞ্জিন তেল আৰু নতুন অইল ফিল্টাৰ))

8. Torque wrench for correct tightening (সঠিক টাইটকৰণৰ বাবে টর্ক বেঞ্চ))

2. Prepare a poster showing tools used in changing of oil. (তেল সলনি কৰোঁতে ব্যৱহৃত সঁজুলিসমূহ দেখুৱাই এটা প’ষ্টাৰ তৈয়াৰ কৰা।)

Ans:

Prepare a poster showing tools used in changing of oil.

Answer the following questions. (নিম্নলিখিত প্রশ্নসমূহৰ উত্তৰ দিয়া।)

Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

1) To check the oil level, ensure your car is parked …………… on ground, with the engine off and the hand brake on. (তেলৰ মাপ চাবলৈ ইঞ্জিন বন্ধ আৰু হেণ্ড ব্রেক টান দি, গাড়ীটো …………… মাটিত থোৱা নিশ্চিত কৰক।)

Ans: level (সমতল)

2) When checking the oil level, pull out the ……………, wipe it clean, and then replace it fully before removing it again to check the level . (তেলৰ মাপ চাবলৈ………………. টানি আঁতৰাওক, ভালদৰে মচক, আৰু পুনৰ সম্পূৰ্ণ সোমোৱাই দিয়াৰ পিছত পুনৰ টানি স্তৰ চাওক।)

Ans: dipstick (ডিপষ্টিক)

3) To top up the engine oil, remove the …………………. cap and use a funnel to add the appropriate amount of oil. (ইঞ্জিন তেল যোগ দিবলৈ ………………… কেপ খুলি ফানেল দি সঠিক পৰিমাণ তেল ঢালি দিয়ক।)

Ans : oil filler (অইল ফিলাৰ)

4) When changing the engine oil, use ……………….. to a support the car safely and avoid using only a jack. (ইঞ্জিন তেল সলনি কৰোঁতে কেৱল জেক ব্যৱহাৰ নকৰি, সুৰক্ষিতভাৱে গাড়ী ধৰি ৰাখিবলৈ. …ব্যৱহাৰ কৰক।)

Ans: jack stand or ramps (জেক ষ্টেণ্ড বা ৰেম্প)

B. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1) What should you do first when preparing to check the engine oil? (ইঞ্জিনৰ তেল চাবলৈ প্রস্তুত হওঁতে প্রথমে কি কৰিব লাগে?)

a) Open the oil filter cap (অ’ইল ফিল্টাৰ কেপ খোলা)

b) Park the car on a level surface (গাড়ীটো সমতল মাটিত থোৱা)

c) Drain the old oil (পুৰণি তেল বাহিৰ কৰা)

d) Replace the oil filter (অ’ইল ফিল্টাৰ সলনি কৰা)

Ans: b) Park the car on a level surface (গাড়ীটো সমতল মাটিত থোৱা)

2) What should you do if the oil level is low after filling and running the engine for ten minutes? (তেল ভৰাই পিছত ইঞ্জিন দহ মিনিট চলাই তেলৰ স্তৰ কম পোৱা গ’লে কি কৰিব লাগে?)

a) Replace the oil filter (অ’ইল ফিল্টাৰ সলনি কৰা)

b) Drain the old oil (পুৰণি তেল বাহিৰ কৰা)

c) Add more oil (অধিক তেল যোগ কৰা)

d) Clean the oil filter (অ’ইল ফিল্টাৰ পৰিষ্কাৰ কৰা)

Ans: c) Add more oil (অধিক তেল যোগ কৰা)

3) Which tool is used to remove the old oil filter during an oil change? (তেল সলনি কৰোঁতে পুৰণি অইল ফিল্টাৰ খুলিবলৈ কোনটো সঁজুলি ব্যৱহাৰ হয়?)

a) Oil filter wrench (অ’ইল ফিল্টাৰ ৰেঞ্চ)

b) Drain plug socket wrench (ড্রেইন প্লাগ চকেট ৰেঞ্চ)

c) Car jack (জেক)

d) Funnel (ফানেল)

Ans: a) Oil filter wrench (অ’ইল ফিল্টাৰ ৰেঞ্চ)

4) How should used engine oil be disposed of? (ব্যৱহৃত ইঞ্জিন তেল কেনেকৈ নিদান কৰিব লাগে?)

a) Pour it down the sink (বিন্ধাত ঢালি দিয়া)

b) Throw it in the trash (আবর্জনা পাত্রত নিক্ষেপ কৰা)

c) Take it to an auto repair centre or recycling centre (অ’টো ৰিপেয়াৰ কেন্দ্ৰ বা ৰিছাইক্লিং কেন্দ্ৰলৈ লৈ যোৱা)

d) Pour it on the ground (মাটিত ঢালি দিয়া)

Ans: c) Take it to an auto repair centre or recycling centre (অ’টো ৰিপেয়াৰ কেন্দ্ৰ বা বিছাইক্লিং কেন্দ্ৰলৈ লৈ যোৱা)

Activities (কার্য-কলাপ)

Checklist for Assessment Activity (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)

Use the following checklist to see if you’ve met all the requirements for changing of oil and oil filter. (তেল আৰু অ’ইল ফিল্টাৰ সলনিৰ সকলো আৱশ্যকতা পূৰণ হৈছে নে নাই বুজিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰক।)

Part A

Share the importance of changing of oil and oil filter. (তেল আৰু অইল ফিল্টাৰ সলনি কৰাৰ গুৰুত্ব বুজাই দিয়া)

Ans: Fresh oil reduces wear, keeps engine cool, and cleans contaminants. (নতুন তেলে ক্ষয় হ্রাস কৰে, ইঞ্জিন ঠাণ্ডা ৰাখে, আৰু কণিকা দূষণ আঁতৰায়।)

Timely filter replacement prevents dirt from circulating in the engine. (সময়মতে ফিল্টাৰ সলনি কৰিলে মেল ইঞ্জিনৰ পৰা ময়লা জমা হোৱাত বাধা দিয়ে।)

Improves fuel economy and engine life. ((ইন্ধনৰ সঞ্চয় আৰু ইঞ্জিনৰ আয়ু বৃদ্ধি কৰে।)

Part B

Discuss in class the following (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)

Why oil changing is important? (তেল সলনি কিয় আৱশ্যক?)

Ans: Oil degrades with heat and time. Replacing it protects moving parts. (তেল তাপ আৰু সময়ত নষ্ট হয়। সলনি কৰিলে চলন্ত অংশ সুৰক্ষিত হয়।)

What are the different types of tools used in changing oil and oil filters? Steps used in the oil replacement process. (তেল আৰু অ’ইল ফিল্টাৰ সলনিত কি ধৰণৰ সঁজুলি লাগে? তেল সলনি প্ৰক্ৰিয়াৰ ধাপসমূহ কি?)

Ans: Tools: Drain plug wrench, Oil filter wrench, Funnel, Drain pan, Jack stands. ((সঁজুলিঃ ড্রেইন প্লাগ বেঞ্চ, অইল ফিল্টাৰ ৰেঞ্চ, ফানেল, ড্রেইন পেন, জেক ষ্টেণ্ড।)

Steps: Warm engine slightly, Park level, Secure car, Drain old oil, Replace crush washer, Refit and torque drain plug, Replace filter, Fill new oil, Check dipstick, Inspect leaks, Dispose used oil responsibly. (ধাপঃ ইঞ্জিন অলপ তপতাই লোৱা, সমতলত ৰখা, গাড়ী সুৰক্ষিত কৰা, পুৰণি তেল ড্রেইন কৰা, ক্রাশ বাছাৰ সলনি কৰা, ড্রেইন প্লাগ টর্কে লগোৱা, ফিল্টাৰ সলনি কৰা, নতুন তেল ভৰোৱা, ডিপষ্টিক চোৱা, লিক পৰীক্ষা কৰা, ব্যৱহৃত তেল দায়িত্বপূর্ণভাবে উলিয়াই লোৱা।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment