Automobile and Their Components (Session 13 Brakes)
Four Wheeler Service Technician
Automobile and Their Components (মটৰগাড়ী আৰু ইয়াৰ অংশবোৰ)
Session:13 Brakes (গাড়ী ৰখোৱা বা ৰোধক যন্ত্ৰ)
Textual Question-Answers
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
Exercise: Assignment (অনুশীলনীঃ আৰোপিত কৰ্ম)
1. List the different types of brakes used in automobiles. (গাড়ীত ব্যৱহৃত বিভিন্ন ধৰণৰ ব্ৰেকৰ তালিকা দিয়া।)
Ans:
S. No. Types (ক্র. নং প্ৰকাৰ)
1. Mechanical brake (মেকানিকেল ব্রেক)
2. Hydraulic brake (হাইড্র’লিক ব্রেক)
3. Air brake (এয়াৰ ব্ৰেক)
4. Vacuum brake (ভেকুৱাম ব্রেক)
5. Electrical brake (ইলেট্রিকেল ব্রেক)
2. Draw the photograph of brake of a vehicle. (গাড়ীৰ ব্ৰেকৰ ছবি আঁকা।)
Ans:
A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)
1. The brake is a friction-creating device that causes speed reduction of the vehicle at a faster rate than the reduction obtained by changing gears or closing the accelerator. (ব্রেক হৈছে এটা ঘর্ষণ সৃষ্টিৰ যন্ত্ৰ যিয়ে গিয়াৰ সলনি কৰা বা এক্সেলাৰেটৰ বন্ধ কৰাৰ তুলনাত গাড়ীৰ গতি তীব্রভাবে হ্রাস কৰে।)
2. To bring the vehicle to rest, some work has to be done on the wheels. This work is called braking work and is equal to the kinetic energy of the vehicle. (গাড়ীখন ৰখাবলৈ চকাত কিছু কাম কৰিব লাগে। এই কামক ব্রেকিং বৰ্ক বোলা হয় আৰু ই গাড়ীৰ গতিশক্তিৰ সমান হয়।)
B. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)
1. What is the primary purpose of a braking system in a vehicle? (গাড়ীত ব্রেকিং চিস্টেমৰ মুখ্য উদ্দেশ্য কি?)
a) To reduce fuel consumption. (ইন্ধন খৰচ হ্ৰাস কৰিবলৈ)
b) To create friction and slow down the vehicle, (ঘৰ্ষণ সৃষ্টি কৰি গাড়ী ধীৰে ধীৰে চলিবলৈ)
c) To improve vehicle aerodynamics. (গাড়ীৰ বায়ুগতিবিদ্যা উন্নত কৰিবলৈ)
d) To increase vehicle speed. (গাড়ীৰ গতি বৃদ্ধি কৰিবলৈ)
Ans: (b) To create friction and slow down the vehicle. (ঘর্ষণ সৃষ্টি কৰি গাড়ী ধীৰে ধীৰে চলিবলৈ)
2. What does the term ‘braking distance’ refer to? (‘ব্রেকিং দূৰত্ব’ শব্দৰ অৰ্থ কি?)
a) The time it takes for the brakes to engage (ব্রেকে কাম কৰিবলৈ লৈ থকা সময়)
b) The distance traveled by the vehicle while accelerating (গাড়ীখনে এক্সেলাৰেটৰ দি চলি যোৱা দূৰত্ব)
c) The distance moved by the vehicle before it comes to a complete stop. (গাড়ীখন সম্পূৰ্ণভাৱে ৰখাৰ আগতে চলি যোৱা দূৰত্ব)
d) The length of the brake pads, (ব্রেক পেডৰ দৈর্ঘ্য)
Ans: (c) The distance moved by the vehicle before it comes to a complete stop. (গাড়ীখন সম্পূর্ণভাৱে ৰখাৰ আগতে চলি যোৱা দূৰত্ব)
3. Which of the following is NOT a requirement of a good braking system? (তলৰ কোনটো এটা ভাল ব্রেকিং চিস্টেমৰ প্রয়োজনীয়তা নহয়?)
a) It should disturb the steering geometry when applied. (ইয়াক ব্যৱহাৰ কৰোঁতে ষ্টিয়াৰিং জ্যামিতি বিঘ্নিত হ’ব লাগে)
b) It should require little maintenance. (ইয়াত অতি কম মেইনটেনেন্সৰ প্ৰয়োজন হ’ব লাগে)
c) It should stop the vehicle in the shortest possible distance. (ইয়াতে গাড়ীখনে অতি কম দূৰত্বত ৰখিব পাৰিব লাগে)
d) It should work equally well in all weather conditions, (ইয়াক সকলো ধৰণৰ বতৰত সমানভাৱে কাম কৰিব লাগিব)
Ans: (a) It should disturb the steering geometry when applied. (ইয়াক ব্যৱহাৰ কৰোঁতে ষ্টিয়াৰিং জ্যামিতি বিঘ্নিত হ’ব লাগে)
4. Why is it important for brakes to have very few wearing parts? (ব্রেকত অতি কম ক্ষয় হোৱা অংশ থকাটো কিয় প্রয়োজনীয়?)
a) To make the vehicle heavier. (গাড়ীখনে অধিক গধুৰ হ’বলৈ)
b) To reduce the cost of production, (উৎপাদনৰ খৰচ হ্ৰাস কৰিবলৈ)
c) To minimize maintenance and increase the lifespan of the braking system. (মেইনটেনেন্স হ্রাস কৰিবলৈ আৰু ব্রেকিং চিস্টেমৰ আয়ুষ্কাল বৃদ্ধি কৰিবলৈ)
d) To ensure they produce minimal noise, (অতি কম শব্দ উৎপন্ন কৰিবলৈ)
Ans: (c) To minimize maintenance and increase the lifespan of the braking system. (মেইনটেনেন্স হ্রাস কৰিবলৈ আৰু ব্রেকিং চিস্টেমৰ আয়ুষ্কাল বৃদ্ধি কৰিবলৈ)
Activities (কার্য-কলাপ)
Checklist for Assessment Activity (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)
Use the following checklist to see if you’ve met all the requirements for Assessment Activity, (মূল্যাংকনৰ কাৰ্যৰ প্ৰয়োজনীয়তা পূৰণ হ’ল নে নাই তদাৰক কৰিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)
Part A
Role of brake (ব্ৰেকৰ ভূমিকা)
Ans: The role of a brake is to slow down or stop the vehicle whenever needed (ব্ৰেকৰ ভূমিকা হৈছে প্রয়োজন অনুসাৰে গাড়ী লাহে লাহে চলাত বা ৰখাত সহায় কৰা।)
It provides safety to the driver, passengers, and other road users by controlling the speed, (ই গাড়ীৰ গতি নিয়ন্ত্ৰণ কৰি চালক, যাত্রী আৰু ৰাস্তা ব্যৱহাৰ কৰা অন্যান্যক সুৰক্ষা প্রদান কৰে।)
It helps in controlling the vehicle while going down slopes or during emergencies. (ই ঢালৰ পৰা নামি অহা বা আকর্ষণীয় পৰিস্থিতিত গাড়ী নিয়ন্ত্ৰণ কৰাত সহায় কৰে।)
It prevents accidents by allowing the driver to stop the vehicle quickly. (ই গাড়ীখন তৎক্ষণাৎ ৰখিবলৈ সহায় কৰি দুৰ্ঘটনা ৰোধ কৰে।)
Part B
Discuss in class the following. (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)
Importance of brakes in an automobile (গাড়ীত ব্ৰেকৰ গুরুত্ব)
Ans: Brakes are important because they help to slow down or stop the vehicle safely. (ব্রেক গুৰুত্বপূৰ্ণ কাৰণ ই গাড়ী লাহে লাহে চলাত বা সুৰক্ষিতভাৱে ৰখাত সহায় কৰে।)
They also prevent accidents by controlling the speed of the vehicle. (ই গাড়ীৰ গতি নিয়ন্ত্ৰণ কৰি দুৰ্ঘটনা ৰোধ কৰে।)
Principle of brakes for automobiles. (গাড়ীৰ বাবে ব্ৰেকৰ নীতি)
Ans: The principle of brakes is based on friction. (ব্লেকৰ নীতি ঘৰ্ষণৰ ওপৰত আধাৰিত।)
When the brake is applied, friction is created between the brake lining and the wheel, which reduces the speed of the vehicle. (ব্রেক ব্যৱহাৰ কৰিলে, ব্ৰেক লাইনেৰ আৰু চকাৰ মাজত ঘৰ্ষণ সৃষ্টি হয়, যিয়ে গাড়ীৰ গতি হ্রাস কৰে।)
Properties of good brakes. (ভাল ব্ৰেকৰ বৈশিষ্ট্যসমূহ)
Ans: Good brakes should stop the vehicle in the shortest possible distance. (ভাল ব্ৰেকৰ দ্বাৰা গাড়ীখনে অতি কম দূৰত্বত ৰখিব পৰা উচিত।)
They should work effectively in all weather conditions. (ইসকলো ধৰণৰ পৰিৱেশত কাৰ্যকৰীভাৱে কাম কৰিব লাগে।)
They should require little maintenance and have long life. (ই অতি কম মেইনটেনেন্সৰ প্ৰয়োজন হ’ব লাগে আৰু দীঘলীয়া আয়ুষ্কাল থকা উচিত।)
They should not disturb the steering of the vehicle. (ই গাড়ীৰ ষ্টিয়াৰিংত কোনো বিঘিনি ঘটাব নালাগে।)

