Join WhatsApp

Join Now

Join Telegram

Join Now

Automobile and Their Components (Session 12 Wheel and Type)

By Rabbi Masrur

Published On:

Automobile and Their Components (Session 12 Wheel and Type)

Four Wheeler Service Technician

Automobile and Their Components (মটৰগাড়ী আৰু  ইয়াৰ অংশবোৰ)

Session:12 Wheel and Type (গাড়ীৰ চকা আৰু টায়াৰ)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)

1. List the type of tyres. (টায়াৰৰ প্ৰকাৰ লিখা)

S. No. Name of tyres (ক্র. নং টায়াৰৰ নাম)

1. Tube tyre (টিউব টায়াৰ)

2. Tubeless tyre (টিউবলেছ টায়াৰ)

3. Solid tyre (কঠিন টায়াৰ)

4. Radial tyre (বেডিয়েল টায়াৰ)

2. Prepare a poster showing wheel and tyre used in automobiles. (গাড়ীত ব্যৱহাৰ হোৱা চাকা আৰু টায়াৰ দেখুৱাই এখন পোষ্টাৰ বনোৱা।)

Ans:

Prepare a poster showing wheel and tyre used in automobiles

A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

1. The wheel is an important component of a vehicle and consists of the hub, disc or spokes, rim, tyre, and tube. (চকা এটা গাড়ীৰ গুৰুত্বপূৰ্ণ অংশ আৰু ইয়াত হাব, ডিস্ক বা স্পোক, ৰিম, টায়াৰ আৰু টিউব থাকে।)

2. Tube tyres have an inner tube filled with air, which acts as a cushioning medium to absorb shocks. (টিউব টায়াৰত বতাহ ভৰা এটা ভিতৰ টিউব থাকে, যি ধাক্কা শোষণ কৰিবলৈ কোছন হিচাপে কাম কৰে।)

3. Tubeless tyres retain air even after being punctured, as long as the puncturing object, such as a nail, remains in the tyre. (টিউবলেছ টায়াৰত পাঙ্কচাৰ হোৱাৰ পাছতো বতাহ থাকে, যেতিয়ালৈকে পাঙ্কচাৰ কৰা বস্তু, যেনে গজাল, টায়াৰৰ ভিতৰত থাকে।)

4. Solid tyres do not provide a cushioning effect because they are entirely made of solid material and have no air inside them. (কঠিন টায়াৰে কুছন প্রভাৱ নিদিয়ে কাৰণ ই সম্পূৰ্ণ কঠিন বস্তুৰ পৰা তৈয়াৰী আৰু ইয়াত ভিতৰত বায়ু নাথাকে।)

Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1. What is the primary function of a tyre in a vehicle? ( গাড়ীৰ টায়াৰৰ মূল কার্য কি?)

a) To improve fuel efficiency. (ইন্ধনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ)

b) To provide a cushioning effect and carry the vehicle load. (কুচন প্ৰভাৱ প্ৰদান কৰি গাড়ীৰ ভাৰ বহন কৰিবলৈ)।

c) To enhance the vehicle’s aerodynamics. (গাড়ীৰ বায়ু প্রবাহ বিজ্ঞান উন্নত কৰিবলৈ)

d) To support the engine (ইঞ্জিন সমর্থন কৰিবলৈ)

Ans: (b) To provide a cushioning effect and carry the vehicle load. (কুচন প্রভাব প্রদান কৰি গাড়ীৰ ভাৰ বহন কৰিবলৈ)

2. What is the main advantage of a tubeless tyre compared to a tube tyre? (টিউব টায়াৰৰ তুলনাত টিউবলেছ টায়াৰৰ মুখ্য সুবিধা কি?)

a) It is more expensive. (ইয়াৰ দাম বেছি)

b) It retains air for a longer period after being punctured. (পাংচাৰ হোৱাৰ পিছতো ইয়াত দীঘলীয়া সময় ধৰি বতাহ থাকে)

c) It is heavier than a tube tyre (ই টিউব টায়াৰতকৈ বেছি গধুৰ)

d) It provides a firmer grip. (ই অধিক মজবুত মুঠি-ধৰা প্ৰদান কৰে)

Ans: (b) It retains air for a longer period after being punctured. (পাংচাৰ হোৱাৰ পাছত ইয়াত দীঘলীয়া সময় বতাহ থাকে)

3. What is the term for the outer part of the tyre that comes in contact with the road? (টায়াৰৰ বাহিৰৰ অংশ যি ৰাস্তাৰ সৈতে সংযোগত আহে তাক কি বোলা হয়?)

a) Bead (বিড

b) Rim (বিম

c) Tread (ট্রেড

d) Sidewall (চাইডৱল

Ans: (c) Tread (ট্রেড)

4. Which type of tyre is not typically used in automobiles due to its lack of cushioning? (কুশন প্রভার নথকাৰ বাবে কোন ধৰণৰ টায়াৰ সাধাৰণতে গাড়ীত ব্যৱহাৰ নহয়?)

a) Tubeless tyre (টিউবলেছ টায়াৰ

b) Tube tyre (টিউব টায়াৰ

c) Solid tyre (কঠিন টায়াৰ

d) Radial tyre (ৰেডিয়েল টায়াৰ

Ans: (c) Solid tyre (কঠিন টায়াৰ)

Activities (কার্য-কলাপ)

Checklist for Assessment Activity (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)

Use the following checklist to see if you’ve met all the requirements for understanding about Wheels and Tyres. (চকা আৰু টায়াৰৰ বিষয়ে বুজি উঠিবলৈ প্রয়োজনীয় সকলো শর্ত পূৰণ হ’ল নে নাই তাৰ তদাৰক কৰিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)

Part A

Share importance of wheels and tyres used in a vehicle. (গাড়ীত ব্যৱহৃত চকা আৰু টায়াৰৰ গুৰুত্ব বর্ণনা কৰা।)

Part B

Discuss in class the following (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)

What is meaning of wheels and tyres? (চকা আৰু টায়াৰৰ অর্থ কি?)

Ans: The wheel is a round part that helps a vehicle to move. The tyre is a rubber cover around the wheel that touches the road. (চকা হৈছে গাড়ী চলিবলৈ সহায় কৰা গোলাকাৰ অংশ। টায়াৰ হৈছে চকাৰ ওচৰৰ ৰবাৰৰ আৱৰণ, যি ৰাস্তাৰ সৈতে সংযোগত থাকে।)

What are the different types of tyres used in vehicles? (গাড়ীত ব্যৱহৃত টায়াৰৰ বিভিন্ন প্ৰকাৰ কি?)

Ans: The different types of tyres used in vehicles are tube tyre, tubeless tyre, solid tyre, and radial tyre. (গাড়ীত ব্যৱহৃত টায়াৰৰ বিভিন্ন প্ৰকাৰ হ’ল টিউব টায়াৰ, টিউবলেছ টায়াৰ, কঠিন টায়াৰ আৰু ৰেডিয়েল টায়াৰ।)

Differentiate between tyres and tubes. (টায়াৰ আৰু টিউবৰ মাজত পার্থক্য দেখুওৱা?)

Ans: A tyre is the outer rubber part that touches the road, while a tube is an inner air-filled part inside the tyres, (টায়াৰ হৈছে বাহিৰৰ ৰবাৰৰ অংশ, যি ৰাস্তাৰ সৈতে সংযোগত থাকে, আৰু টিউব হৈছে টায়াৰৰ ভিতৰৰ বতাহ ভৰা অংশ।)

Q. Advantage of tubeless tyres. (টিউবলেছ টায়াৰৰ সুবিধা কি?)

Ans: The main advantage of a tubeless tyre is that it retains air for a longer time even after being punctured. (টিউবলেছ টায়াৰৰ মুখ্য সুবিধা হ’ল ফুটিলেও দীঘলীয়া সময়লৈ বতাহ ধৰি ৰাখিব পাৰে।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment