Join WhatsApp

Join Now

Join Telegram

Join Now

Green Skills (Session 1 Sustainable Development)

By Rabbi Masrur

Published On:

Green Skills (Session 1 Sustainable Development)

Employability Skills

Green Skills (সেউজ দক্ষতা)

Session:1 Sustainable Development (বহনক্ষম বিকাশ)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

A. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

Read the questions carefully and circle the letter (a), (b), (c) or (d) that best answers the question. (প্রশ্নবোৰ মনোযোগ সহকাৰে পঢ়া আৰু সৰ্বশ্রেষ্ঠ উত্তৰ নিৰ্বাচন কৰিবলৈ (a), (b), (c) বা (d) বৃত্তাকাৰ কৰা।)

1. How many sustainable development goals are given by the United Nations? (ইউনাইটেড নেচনছে কিমানটা স্থায়ী উন্নয়ন
লক্ষ্য নির্ধাৰণ কৰিছে?)

(a) 18 (১৮)

(b) 17 (১৭)

(c) 15 (১৫)

(d) 20 (২০)

Ans: (b) 17

2. Choose the option which defines sustainable development. (যি বিকল্পে বহনক্ষক্ষ উন্নয়নক সংজ্ঞায়িত কৰে, সেইটো বাছি উলিওৱা।)

(a) Taking care of future generations (ভৱিষ্যত প্ৰজন্মৰ যত্ন লোৱা)

(b) Taking care of only ourselves (কেৱল নিজৰ যত্ন লোৱা)

(c) Taking care of ourselves and the future generations (নিজৰ আৰু ভৱিষ্যত প্ৰজন্মৰ যত্ন লোৱা)

(d) Well-being of all (সকলোৰে কল্যাণ)

Ans: (c) Taking care of ourselves and the future generations. (নিজৰ আৰু ভৱিষ্যত প্ৰজন্মৰ যত্ন লোৱা)

3. Which organisation has made the Sustainable Development Goals? (কোনটো সংগঠনে বহনক্ষম উন্নয়নৰ লক্ষ্য নির্ধাৰণ কৰিছে?)

(a) United Nations (ইউনাইটেড নেচনছ)

(b) League of Nations (লীগ অফ নেচনছ)

(c) UNICEF (ইউনিছেফ)

(d) World Health Organisation (বিশ্ব স্বাস্থ্য সংস্থা)

Ans: (a) United Nations. (ইউনাইটেড নেচনছ)

B. Subjective Question (বিষয়নিষ্ঠ প্রশ্ন)

1. What is the meaning of sustainable development? (বহনক্ষম উন্নয়নৰ অর্থ কি?)

Ans: Sustainable development means using resources in a way that meets the needs of the present without harming the ability of future generations to meet their own needs. (বহনক্ষম উন্নয়নৰ অৰ্থ হৈছে এনে ধৰণে সম্পদ ব্যৱহাৰ কৰা যাতে বৰ্তমানৰ আৱশ্যকতা পূৰণ হয় আৰু ভৱিষ্যত প্রজন্ময়েও নিজৰ আৱশ্যকতা পূৰণ কৰিব পাৰে।)

2. Why do you think the United Nations has made the 17 Sustainable Development Goals? (তোমাৰ মতে, কিয় ইউনাইটেড নেচনছে ১৭ টা বহনক্ষম উন্নয়ন লক্ষ্য নির্ধাৰণ কৰিছে?)

Ans: The United Nations made 17 Sustainable Development Goals to ensure global well-being, reduce poverty, protect the environment, and promote peace and prosperity for all. (ইউনাইটেড নেচনছে ১৭ টা বহনক্ষম উন্নয়নৰ লক্ষ্য নির্ধাৰণ কৰিছে বিশ্বজুৰি মঙ্গল নিশ্চিত কৰাৰ, দাৰিদ্র্য হ্রাস কৰাৰ, পৰিৱেশ সংৰক্ষণ কৰাৰ আৰু সকলোৰে বাবে শান্তি আৰু সমৃদ্ধি প্ৰসাৰ কৰাৰ বাবে।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment