How are you? I hope this message finds you in good health and spirits. If you are a Class 9 student, you might be searching SEBA Class 9 Weathering The Storm in Ersama Chapter 14 Question Answer online. Rest assured, our article provides a comprehensive collection of these solutions completely free of cost. Just read the article carefully, and you will find everything you need.
Class 9 Weathering The Storm in Ersama Chapter 14 Question Answer
WEATHERING THE STORM IN ERSAMA
Harsh Mander
WORD – MEANINGS: শব্দ-অর্থ
costal: উপকূলীয়। menacing: ভাবুকি স্বরূপ। fury : উন্মত্ততা। witnessed: দেখা পাইছিল। incessant: বিৰামহীন, অবিৰত। uprooted: উভালি পেলাইছিল। swiftly: দ্রুগ গতিত। swirled: ঘূৰণীয়া গতিত ঘূৰা। devastation: ধ্বংসলীলা। terror: ভয়, সন্ত্রাস। crazed: বিভ্রান্ত। wrought: কোবাই দীঘল কৰা। surge: সাগৰৰ প্ৰকাণ্ড ঢৌ। reduces: লাঘৱ কৰা, হ্রাস কৰা। refuge: আশ্রয় দিয়া। glimpse: জিলিঙনি। bloated: স্ফীত। bleesing in disguise: ছদ্মবেশত আশীর্বাদ। starving: অনাহাৰে থকা। huddled: ওচৰা-ওচৰিকৈ বহা। bereaved: বঞ্চিত কৰিছিল। ceased: বন্ধ কৰিছিল। recede: পৰিত্যাগ কৰা। equipped: সজ্জিত কৰা। sturdy: শক্তিশালী। waded: পানীত খোজ কাঢ়িছিল। expedition: অভিযান। macabre: প্রলয় নৃত্য, মৃত্যু ভয়ত সন্ত্রস্ত। catastrophe: বিপর্যয়। mangled: বেঁকা হোরা। remnants: অৱশেষ, ভগ্নাবশেষ outstretched : বিস্তাৰিত হৈ পৰিছিল। brimming: পৰিপূৰ্ণ হৈছিল। scanned: সুক্ষ্মভাৱে পৰীক্ষা কৰিছিল। motely: নানা ৰঙৰ। death grief: গভীৰ দুখ। tumult: জনসমষ্টিৰ হৈ চৈ। triumphantly: উল্লাসেবে, বিজয়ীভাৱত। delegation: প্রতিনিধি। rotting: পচি যোৱা। reluctant: অনিচ্ছুক। deputed: প্রতিনিধি হিচাপে নিয়োগ কৰিছিল। mobilized: সেৱাৰ বাবে একত্ৰিত কৰা। stigma : কলংক। foster: তোলনীয়া।
SUMMARY (সাৰাংশ)
প্রশান্ত নামৰ ল’ৰাজন ১৯৯৯ চনৰ ২৭ অক্তোবৰৰ দিনা এৰচামা খণ্ডৰ সদৰ চহৰখনলৈ এজন বন্ধুৰ ঘৰলৈ গ’ল। চহৰখন সাগৰৰ উপকূলৰ সমীপত। তেওঁ তালৈ যোৱাৰ দিনা সন্ধিয়া এক ভয়ঙ্কৰ সাগৰীয় ধুমুহা বতাহে সেই অঞ্চলটো বেয়াকৈ কোৱাই যায়। ঘৰ-বাৰী ভাঙি-ছিঙি নেৰানেপেৰা বৰষুণৰ পানীত উঠি ভাঁহি গ’ল। গছ-গছনি উভালি পৰিল। কেইটিমান পকী ঘৰৰ বাহিৰে আন সকলো ঘৰ-বাৰী নিচ্ছিহ্ন হ’ল। বহুত জীৱ-জন্তুৰ লগতে বহুতো লোক মৃত্যুমুখত পৰিল। মানুহে ঘৰৰ চালত আশ্রয় ললে। প্রশান্তৰ বন্ধুৰ ঘৰখনো ধুমুহাই ভাঙি পেলাইছিল। প্রশান্তই বন্ধুৰ পৰিয়ালৰ লোকসকলৰ লগত ঘৰৰ চালত আশ্রয় ললে।
ধুমুহা আৰু সাগৰৰ পানীৰ ধ্বংসলীলা ছয়ত্রিশ ঘন্টা চলিল। দুটা নাৰিকল গছ উভালি প্রশান্তহঁতে আশ্রয় লৈ থকা ঘৰৰ ওপৰতে পৰিছিলহি। মানুহৰ খাদ্যৰ অতি আকাল পৰিল। প্রশান্তহঁতে দুদিনমান নাৰিকলৰ পানী খাইয়েই জীয়াই থাকিল।
প্রশান্তৰ ঘৰ সেই চহৰখনৰ পৰা ওঠৰ মাইল দূৰত। প্রশান্তৰ মন তেওঁৰ নিজ পৰিয়ালৰ লোকৰ চিন্তাত বলিয়া হৈ উঠিল। সিহঁত জীয়াই আছে নে নাই সি জনা নাছিল। সেয়ে বন্ধুয়ে বাধা দিয়া সত্বেও সি হাতত এডাল ডাঙৰ লাখুটি লৈ পানীৰ মাজেৰে ওঠৰ মাইল বাটকুৰি বাই নিজ ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলে। আলিবাট বিচাৰি উলিয়াবলৈ সি অনবৰতে লাঠিডাল ব্যৱহাৰ কৰি গ’ল। অতি লেহেমীয়া গতিৰে সি আগবাঢ়ি থাকিল। বাটত তেওঁৰ খুড়ায়েকৰ বন্ধ দুজন লগ পালে। তেওঁলোকো প্রশান্তৰ সৈতে একেখন গাওঁৰে আছিল। পানীৰ মাজেদি জীৱ-জন্তুৰ মৰাশ ঠেলি সিহঁত তিনিজন গৈ থাকিল। এনেদৰে খোজকাঢ়ি গৈ গৈ অৱশেষত সিহঁত নিজৰ কালিকুৰা গাওঁখন পালে। গাওঁখনৰ অৱস্থা দেখা পাই তেওঁৰ মনত বৰ দুখ লাগিল। তেওঁৰ ঘৰখন সমূলি ভাঙি-ছিঙি গৈছে। তেওঁলোকৰ ঘৰৰ বস্তু কিছুমান গছৰ ডালত ওলমি থকা দেখা পালে। কিন্তু পৰিয়ালৰ কোনো লোককে দেখ নাপালে। সিহঁত জীয়াই আছে নে নাই তাৰ খবৰ ল’বলৈ ৰেডক্ৰছৰ আশ্রয় শিবিৰলৈ গ’ল। তাত গৈ তেওঁ মাকৰ ফালৰ পৰা আইতাকক লগ পালে। আইতাকে প্রশান্তক দেখি অতি আচৰিত হৈছিল কাৰণ সিহঁতে প্রশান্ত মৰা বুলি ভাৱিছিল।
পিছদিনা প্রশান্তই সেইখন শিবিৰত দুই হাজাৰ পাঁচশজন মানুহ আছে বুলি গম পালে। সিহঁত আটায়ে আতঙ্কৰ লগতে ভোক আৰু শোকত ম্রিয়মান হৈছে। তেওঁ জানিব পাৰিলে যে সিহঁতৰ গাওঁৰ ছয়আশীজন লোক এই ধুমুহাত মৃত্যু মুখত পৰিছে। তেওঁলোকে চাৰিদিন আশ্রয় শিবিৰত আছে। চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সাহাৰ্য পোৱাহিনাই।
উনৈশ বছৰীয়া প্রশান্তই নেতৃত্ব বহন কৰি ডেকা-বুঢ়া মিলি এটি দল গঠন কৰিলে। সিহঁতে স্থানীয় ব্যবসায়ী এজনৰ পৰা কিছু চাউল আনিলে। চাউলবোৰ পঁচা আছিল যদিও কেইবাদিনো নাখাই থকা বাবে মানুহবোৰে এসাজ খালে। প্রশান্তৰ দলটোৱে আশ্রয় শিবিৰটো পৰিষ্কাৰ কৰিলে আৰু আহতসকলক সেৱা-শুশ্রূষাৰ ব্যৱস্থা কৰিলে।
পঞ্চম দিনাখন সৈন্য বাহিনীৰ হেলিকপ্টাৰ এখনে ওপৰৰ পৰা কিছু খাদ্যৰ টোপোলা পেলালে। এসপ্তাহমান পাৰ হৈ যোৱাৰ পিছত প্ৰশান্তই লক্ষ্য কৰিলে যে মানুহৰ দুখ-কষ্ট আগতকৈ বাঢ়ি আছে। স্বেচ্ছাসেবী সংগঠনৰ সহায়ত প্রশান্তই মাউৰা শিশুহঁত আৰু অসহায় বিধৱা তিৰোতাসকলক পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰিলে। চৰকাৰে শিশু আৰু বিধৱাসকলৰ বাবে গঠন কৰিব খোজা অনুষ্ঠানক প্রশান্তই বাধা দিলে। কাৰণ তেনে অনুষ্ঠানত শিশুহঁত মৰম চেনেহনাপাব আৰু বিধৱাসকলৰ গাত কলংকৰ চেকা লাগিব। তেওঁ ইচ্ছা কৰিলে যে মাউৰা শিশুহঁত আন পিতৃ-মাতৃৰ লগত অথবা সন্তানহীনা বিধবা মহিলাসকলৰ সৈতে ডাঙৰ দীঘল হওঁক।
এই ধ্বংসলীলাৰ ছমাহমান পিছত প্রশান্তই ভাবি শান্তি লভিলে যে তেওঁ সেই মহা বিপদৰ সময়ত মানুহক সংগঠিত কৰি সিহঁতক সহায় কৰিব পাৰিছিল। এই কথা মনত পেলাই তেওঁ নিজৰ যন্ত্ৰণাৰ কথা পাহৰি থাকিল।
TEXTUAL QUESTIONS AND ANSWERS
Thinking About It
Q.1. What havoc has the super cyclone wreaked in the life of the people of Orissa?
Ans: The super cyclone wreaked a very pathetic havoc in the life of the people of Orissa in 1999. It uprooted the trees, broke down the houses. The heavy rain was going on continuously. It floated away many ani-mals. Many people died. Those who sur-vived went on without food for four days. Many children became orphaned and many women become widow. The people were left with almost nothing. It was as if the an-gel of Death came down all of a sudden to sweep away mercilessly the lives and prop-erty of the people.
Q.2. How has Prashanta, a teenager, been able to help the people of his vilùage?
Ans: Prashanta was a young boy with a sympathetic mentality towards the suffer-ers. He was moved at by the sorrow and sufferance of the village people. So he took a lead and organised a group of youth and elders and collected some rice and provided the hungry villagers with full meal. He along with his group cleaned the refugee shelter. They cleaned the filth, urine, vomit and floating carasses and provided with medi-cal treatment to the injured. He mobilized women to look after the orphaned children. Thus Prashanta provided with all the necessary support to the cyclone victims.
Q.3. How have the people of the community helped one another? What role do the women of Kalikuda play during these days?
Ans: The people of the community rendered their helping hand to one another in times of distress. A group of youth and elders volunteered under the leadership of Prashanta to clean the shelter of filth, unrine, vomit and floating carcases. Others attended the sick people. Some women took care of the orphaned children. Later on they took part in the food-for-work programme started by an NGO.
Q.4. Why do Prashanta and other volunteers resist the plan to set up institution for orphans and widows? What alternatives do they consider?
Ans: The Governement wanted to set up institutions for orphans and widows but Prashanta and other volunteers resisted the plan. It was because they thought that in such institutions children would grow up without love and women would suffer from stigma and loneliness. As an alternative they thought of settling the orphans and the widows in their won community. They also preferred the orphans to be adopted by the childless families to grow up with love and affection.