Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 The Adventures of Toto Chapter 12 Question Answer

By Rabbi Masrur

Published On:

How are you? I hope this message finds you in good health and spirits. If you are a Class 9 student, you might be searching SEBA Class 9 The Adventures of Toto Chapter 12 Question Answer online. Rest assured, our article provides a comprehensive collection of these solutions completely free of cost. Just read the article carefully, and you will find everything you need.

Class 9 The Adventures of Toto Chapter 12 Question Answer

THE ADVENTURES OF TOTO

Ruskin Bond

WORD – MEANINGS: শব্দ-অর্থ

tonga: ঘোঁৰাই টনা দুচকীয়া গাড়ী। feeding-trough : প্রাণীক খাদ্য খোৱাবলৈ ব্যৱহাৰ কৰা পাত্র।। চিকমিকাই উঠা। pickled: তলত। scoping up : আহৰণকৰা। delicacy: সুস্বাদু খাদ্য। closet: ভিতৰুৱা কোঠা। peg: এক ধৰণৰ হাঁকোটা। wrenched: জোবে বে জোকাৰি দিয়া। socket: দেৱালত হাঁকোটা লগোৱা ফুটা। blazer: এক জাতীয় কোট। shreds: দীঘলীয়া ঠেক টুকুৰা। sociably: বন্ধুসুলভ আচৰণেৰে। onlookers: দর্শকসকল। turnstile: ঘূৰাব পৰা জপনা। taken aback : বিস্মিত হোৱা। annoyance: আমনি। quadruped চাৰিঠেঙীয়া। haunches: তপিনা। cunningly: চতুৰতাৰে। hauled: বেগেৰে টানিছিল। spite: হিংসা। stuffing: টানকৈ ভৰোৱা।

SUMMARY (সাৰাংশ)

টুটু নামৰ বান্দৰটো ককাদেউতাই পাঁচ টকাৰে এজনী টঙ্গাগাড়ী চালকৰ পৰা ক্ৰয় কৰিছিল। কিন্তু বান্দৰটোৱে নতুন ঠাইখন আচহুৱা পোৱাত ককাদেউতাই তাক তেওঁৰ ব্যক্তিগত চিৰিয়াখানাত ৰাখিব বিচাৰিছিল। টুটু এটা ধুনীয়া বান্দৰ আছিল। তাৰ চকু দুটা উজ্জ্বল আছিল আৰু দাঁতবোৰ চিকচিকিয়া বগা আছিল। তাৰ হাত দুখন শুকান আছিল যদিও তাৰ আঙুলিবোৰ অতি দুষ্ট আছিল। তাৰ নেজডাল তৃতীয়খন হাতৰ দৰে আছিল কাৰণ সি নেজডাল গছত ওলমি থাকিবলৈ আৰু হাতেৰে ঢুকি নোপোৱা খাদ্যবস্তু আনিবলৈ ব্যৱহাৰ কৰিছিল।

আইতাকে কোনো নতুন পশু-পক্ষী ঘৰলৈ অনাটো ভাল পোৱা নাছিল। সেয়ে ককাদেউতাই টুটুক আইতাকৰ পৰা লুকাই ৰাখিবলৈ এখন বন্ধ কোঠাত ৰখাৰ ব্যৱস্থা কৰিছিল। কোঠাটোৰ দুৱাৰখন লিখকৰ কোঠাৰ পিনে খোলা আছিল। ককাদেউতাই বেৰৰ লগত থকা হাকোটা এডালৰ লগত বান্দৰটোক টানকৈ বান্ধি ৰাখিছিল। কিন্তু কেইঘন্টামান পাছত ককাক আৰু লিখক কোঠাটোলৈ আহি দেখা পালে যে টুটুয়ে ইতিমধ্যে বেৰত আঁৰি থোৱা কাগজবোৰ ছিঙি পেলাইছে। সি বেৰত লগোৱা হাকোটাডাল খুলি পেলাইছিল আৰু বৰ্ণনাকাৰীৰ বিদ্যালয়লৈ পৰিধান কৰি যোৱা ব্লেজাৰটো ফালি ছিঙি পেলাইছিল। এই কাণ্ড দেখি আইতাকে কি ক’ব সেয়া ভাবি বর্ণনাকাৰী বৰ ভয় খাইছিল। কিন্তু ককাক বৰ আনন্দিত হৈছিল। তেওঁ কৈছিল যে ব্লেজাৰৰ টুকুৰাবোৰ পকাই ৰচি বনাই টুটু খিৰিকিৰে পলাব পাৰে।

টুটুক লগুৱা থকা ঘৰত ককাই ৰখা সৰু চিৰিয়াখানালৈ স্থানান্তৰিত কৰা হৈছিল। তাত আন কেইটামান পোহনীয়া জীর যেনে: এটা কাছ, এযোৰ বিলাতী এন্দুৰ, এটা পোহনীয়া কের্কেটুৱা আৰু এটা পোহনীয়া ছাগলী আছিল। আটাইবোৰ প্ৰাণীয়ে তাত মিলিজুলি বাস কৰিছিল। কিন্তু বান্দৰটোৱে ৰাতি অশান্তিৰ সৃষ্টি কৰিছিল।

ইয়াৰ পিছদিনা ককাদেউতাই দেৰাদুনলৈ যাবলগা হৈছিল। ককাকে এই যাত্ৰাত টুটুক কাপোৰৰ মোনাৰ ভিতৰত ভৰাই লগত লৈ গৈছিল। দেৰাদুনৰ ৰেলষ্টেচনৰ প্লেটফর্মত মানুহবোৰে কৌতুহলেৰে মোনাখনলৈ চাইছিল। ককাদেউতাই প্লেটফৰ্মৰ পৰা ওলাই অহা সময়ত টিকট পৰীক্ষকজনে টুটুক দেখা পোৱাত তাৰ ভাড়া দিব লাগে বুলি দাবী কৰিছিল। ককাই তেওঁক পতিয়ন নিয়াব খুজিলে যে তেওঁৰ লগত থকা জন্তুটো কুকুৰ নহয়, বান্দৰহে। কিন্তু টুটুক মোনাৰ পৰা উলিয়াই দেখুওৱাৰ পিছতো মানুহজনে বিশ্বাস নকৰিলে। পিছত ককাই জেপৰ পৰা পোহনীয়া কাছটো উলিয়াই দেখুৱালে আৰু তাৰ বাবদ কিমান ভাড়া দিব লাগিব বুলি সুধিলে। টিকট পৰীক্ষকজনে কাছটো পৰীক্ষা কৰি ক’লৈ তাৰ বাবে ভাড়া দিব নালাগে কাৰণ সেইটো কুকুৰ নহয়। শেষত ৰাতি নানা নামৰ গাধটোৰ লগত টুটুক আস্তাবলত থাকিবলৈ দিয়া হ’ল। কিন্তু টুটুয়ে ৰাতি নানাৰ কাণত কামুৰিলে।

শীতৰ দিনত সন্ধিয়া টুটুক গৰম পানী দিয়া হয়। সি হাতেৰে পানীৰ গৰমৰ উমান লৈ ডিঙিলৈকে তল যোৱাকৈ চৰিয়াত নামি হাত ভৰিত চাবোন সানি গা ধোরে। পানী খিনি চেঁচা হ’লে তাৰ পৰা ওলাই দৌৰি ৰান্ধনিশালৰ জুহালৰ ওচৰলৈ যায়। এদিনাখন সি উতলা পানীত সিজি মৰিব ওলাইছিল।

আন এদিনাখন টুটুরে খোৱা মেজত সজাই থোরা পোলাও একাঁহি পাই ভাতবোৰ ৰং মনেৰে গাত সানিছিল। ককাদেউতা অহাত সি পোলাও কাঁহী লৈ খিৰিকিৰে পলাই কঁঠাল গছৰ ডালত বহি পোলাওখিনি খাই কাহীটো মাটিত পেলাই দি ভাঙি পেলাইছিল।

টুটুৰ দুষ্টালি সহ্য কৰিব নোৱাৰি ককাদেউতাই শেষত তাক টঙা চলোৱা চালক এজনৰ ওচৰত তিনি টকাত বিক্রী কৰি দিছিল।

TEXTUAL QUESTIONS AND ANSWERS

Thinking About It

Q.1. How does Toto come to grandfather’s zoo?

Ans: Toto the monkey was bought by grandfather from a Tonga driver for the sum of five rupees. First it was kept on the closet the opening of which was to the room of the narrator. But within few hours Toto dam-aged the wall paper and tored the narrator’s blazer. Then grandfather transffered Toto to his private zoo in the servants’ quarters.

Q.2. Toto was a pretty monkey. In what sense is Toto pretty?

Ans: Totto was a pretty monkey in the sense that it had bright and sparkling eyes. His teeth were pearly white. When he grinned his teeth seemed gleaming. His fin-gers were quick moving and wicked. He had a long tail which he used as his third hand.

Q.3. Why does Grandfather take Toto to Shahranpur and how? Why does the ticket collector insist on calling Toto a dog?

Ans: Grandfather knew that Grand-mother did not like the idea of adding more pets to their private zoo. So Toto’s arrival was kept secret from Grandmother. But all of a sudden he had to go for Shahranpur the next day. Then he thought that it would be better to take Toto along with him other-wise Grandmother would make a great fuss. When Grandfather reached Shahranpur rail station, the ticket master happened to see Toto and he mistook it for a dog. Though Grand-father tried to prove that Toto was not a dog but a monkey, yet the ticket master insisted on calling Toto a dog and finally he penalised Grandfather by compelling him to pay a sum of three rupes as train fare for Toto.

Q. 4.How does Toto take a bath? Where has he least to do this? How does Toto al-most boil himself alive?

Ans: During winter evening Grandfather used to give Toto a bath with warm water. Toto put his body upto his neck and he rubbed his body with soap. When the wa-ter started to get cold he would get out of the bowel and run to the kitchen to dry him-self. One day Toto entered the kitchen, re-moved the lid of a kettle on the fire and got down into it. Gradually the water started to boil. At the mean time Grandmother arrived and hauled him out. Thus Toto was rescued from being boiled alive.

Q.5. Why does the author say, “Toto was not the sort of pet we could keep for long?”

Ans: No doubt Toto was a pretty mon-key but he was very fickle and wicked. From the very beginnig he started to behave very strangely and mischievously. When he was tied to the wall he removed all the wall papers turning the brick naked. Whenever one of the aunts came near Toto, then he tried to get hold of her dress and made a joke on it. In shahranpur it bite the ears of a donkey. He was unsociable to all and would not allow other animals in the zoo. Once he spoiled a dish of pullao. For all these reasons the author said that Toto was not the sort of a pet to keep at home for long.

ADDITIONAL QUESTION-ANSWERS

Q.1. Write briefly about what Toto did with the dish of pullao?

Ans: Toto was a very wicked animal. He often committed mischievous deeds. Once he entered the kitchen and smeared the pullao on his body. When Grandmother rushed towards it then Toto threw a glass of water at her face. After then Grandfather arrived and seeing him, Toto picked up the dish of pullao and escaped through the win-dow and climbed up the jackfruit tree. He remained there all afternoon slowly eating the pullao and at last he threw the dish down the tree and broke it into pieces.

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment