How are you? I hope this message finds you in good health and spirits. If you are a Class 9 student, you might be searching SEBA Class 9 English The Happy Prince Chapter 13 Question Answer online. Rest assured, our article provides a comprehensive collection of these solutions completely free of cost. Just read the article carefully, and you will find everything you need.
Class 9 English The Happy Prince Chapter 13 Question Answer
THE HAPPY PRINCE
Oscar Wilde
WORD – MEANINGS: শব্দ-অর্থ
Column: gilded: প্রঙ্গলপ দিয়া হৈছিল। sapphire: পদ্মৰাগ মণি (এবিধ মূল্যবান ৰত্ন)। hiltঃ তৰোৱালৰ নাল। alighted: নামি আহিছিল। ruby: নীলকান্ত মণি। drenchedঃ সম্পূর্ণরূপে তিতি গৈছিল। coarseঃ খহটা। pricked: বিন্ধিছিল। seamstress: চিলাই কাম কৰি জীৱিকা অর্জন কৰা মহিলা। pedestalঃ মূর্তি থোৱা বেদী। tossing feverishly: জ্বৰৰ প্রভাৱত ইফালে-সিফালে বাগৰি থকা। hopped: জপিয়াই আছিল। thimbleঃ চিলাই কৰাৰ সময়ত আঙুলিত পিন্ধা ধাতুৰ টুপী। fanning: বায়ু প্রবাহিত কৰা। delicious slumber: সুখৰ টোপনি। church steeple গীর্জা ঘৰৰ ওপৰত থকা জোঙা অংশ। commission: কাৰোবাক কিবা কাম কৰিবলৈ লগোৱা। garret: ঘৰৰ ওপৰ ভাগত থকা সৰু কোঠা। withered: শুকাই যোৱা। grate: ভাঁজখোৱা মুধচৰ বাট। shabby: লেতেৰা। proclama-tion: ৰাজহ্বা ঘোষণা। precious: মূল্যবান। furnace: জুহাল, কমাৰশালৰ বাতি।
জুই জ্বলোৱা ঠাই। darted: নিক্ষেপ কৰিছিল। swooped past: হঠাৎ দ্রুত গতিৰে তললৈ নামি অহা। arch way:
SUMMARY (সাৰাংশ)
নগৰখনৰ এঠাইত এটা ওখ বেদীৰ ওপৰত হেপি প্রিন্সৰ মূর্তিটো থিয় হৈ আছিল। মূৰ্তিটোৰ গোটেই শৰীৰত পাতল সোণৰ প্ৰলেপ আছিল। তৰোৱালৰ নালত আছিল উজ্জ্বল পদ্মৰাগ মণি আৰু চকু দুটাত আছিল দুটা নীলকান্ত মণি।
এদিনাখন ৰাতি এটা চাতক চৰাই নগৰখনৰ ওপৰত উৰি আছিল। তাৰ লগৰ চৰাইবোৰ ইজিপ্তলৈ গুচি গৈছিল। সিও ইজিপ্তলৈ যাব বুলি সিদ্ধান্ত লৈছিল। ৰাতিটো কটাবৰ কাৰণে চৰাইজনীয়ে হেপি প্রিন্সৰ ভৰি দুখনৰ মাজত আশ্রয় ললে। সোণৰ শয়ণ কক্ষ এটা পোৱা বুলি ভাবি সি মনৰ আনন্দতে হেপী প্রিন্সৰ ভৰি দুখনৰ মাজত শুই পৰিল।
ৰাতিটো আছিল তৰাৰে আখৈ ফুটা। চাতক চৰাইটোরে মনৰ আনন্দত চকু দুটা মুদি দিলে। এনেতে হঠাৎ চৰাইটোৰ ওপৰত এটোপাল পানী পৰিল। তাৰ পিছত আকৌ এটোপাল। সি চকু মেলাৰ আগতেই আকৌ তৃতীয় টোপাল পানী চৰাইজনীৰ গাত পৰিল। এইবাৰ সি মূৰ তুলি ওপৰলৈ চাই দেখিলে হেপি প্রিন্সৰ চকুৰ পৰা চকুলো বৈ আছে। মূৰ্তিটোৰ গালৰ ওপৰেদি চকু পানী বৈ অহা দেখা পাই হেপি প্রিন্সৰ প্ৰতি চৰাইজনীৰ পুতৌ উপজিল। হেপি প্রিন্সে কিয় কান্দিছে বুলি সোধাত প্রিন্সে ক’লে যে জীৱন কালত তেওঁ চকুপানী কি সেয়া নাজানিলে। গোটেই জীৱন সি ৰাজকাৰেঙৰ ভিতৰত সুখত কটালে। মানুহৰ দুখ-দুর্দ্দশাব বিষয়ে তেওঁ অকনো ভূ পোৱা নাছিল। মানুহে তেওঁক ‘সুখী ৰাজকুমাৰ’ বুলি মাতিছিল। কিন্তু মৃত্যুৰ পিছত এই বেদীৰ ওপৰত থিয় দি তেওঁ চহৰখনৰ কদর্য ৰূপ আৰু মানুহৰ দুখ-দুর্দ্দশা দেখা পাই মনত অতি দুখ পাইছে। সেয়ে সীহেৰে সজা কলিজা বুকুত লৈয়ো সি নাকান্দি থাকিব নোৱাৰে। প্রিন্সৰ এনেকুৱা কথা শুনি চাতক চৰাইজনী আচৰিত হ’ল।
ইয়াৰ পিছত হেপি প্রিন্সে চৰাইজনীক চিলাইৰ কাম কৰি পেট প্ৰৱৰ্তন কৰা এগৰাকী দুখীয়া তিৰোতা মানুহৰ কথা ক’লে। তাই গোটেই দিন ৰাণীৰ লিগিৰীহঁতৰ বাবে চাটিন কাপোৰৰ গাউন চিলোৱাত ব্যস্ত থাকে। ওচৰতে জ্বৰত ভূগি থকা তাইৰ কণমানি ল’ৰাটো ভোকত চটফটাই আছে। সেয়ে হেপি প্রিন্সে তেওঁৰ তৰোৱালৰ নালৰ পৰা পদ্মৰাগ মণিটো উলিয়াই নি তিৰোতাগৰাকীক দি আহিবলৈ চাতক চৰাইজনীক অনুৰোধ কৰিলে। কথামতে চৰাইজনীয়ে তৰোৱালৰ নালৰ পৰা পদ্মৰাগ মণিটো উলিয়াই সি চহৰখনৰ ওপৰেদি উৰি গৈ মহিলাজনীৰ টেবিলৰ ওপৰত থৈ আহিল।
ৰাতিপুৱা চাতক চৰাইজনী নদীত গা-পা ধুই ইজিপ্তলৈ যাব বুলি সাজু হৈ থাকিল। হেপি প্রিন্সে সিদিনা এগৰাকী দুখীয়া নাট্যকাৰৰ কথা ক’লে। থিয়েটাৰ এটাৰ সঞ্চালকৰ বাবে সি নাটক এখন লিখি আছিল, কিন্তু সি নাটকখন সমাপ্ত কৰিব পৰা নাই কাৰণ অতিপাত ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ কোঠালীত জুই ধৰাবলৈ কয়লা নাই। হেপি প্রিন্সে ক’লে যে চৰাইজনীয়ে তেওঁৰ চকুত থকা নীলকান্ত মণিটো উলিয়াই লৈ নাট্যকাৰজনক দিব লাগে যাতে সি নাটকখন লিখি শেষ কৰিব পাৰে। কথামতে চাতক চৰাইজনীয়ে নীলকান্ত মণি এটা প্রিন্সৰ চকুৰ ৰা উলিয়াই লৈ নাট্যকাৰজনক দি আহিল।
পিছদিনাখন আকৌ চাতক চৰাইজনী মূৰ্তিটোৰ ওচৰলৈ অহাত প্রিন্সে তাক দিয়াচলাই বিক্ৰী কৰি জীৱিকা উপার্জন কৰা ছোৱালী এজনীৰ কথা ক’লে। দিয়াচলাই বিক্ৰী কৰা এই ছোৱালীজনীৰ হাতৰ পৰা আটাইবোৰ দিয়াচলাই নলাত পৰি বেয়া হৈ গৈছে। দেউতাকে তাইক মাৰিব বুলি তাই ভয় খাই আছে। সেয়ে হেপি প্রিন্সে তেওঁৰ চকুৰ পৰা দ্বিতীয়টো নীলকান্ত মণি উলিয়াই লৈ সেই ছোৱালীজনীক দি আহিবলৈ অনুৰোধ কৰিলে যাতে ছোৱালীজনী দেউতাকে মৰাৰ পৰা ৰক্ষা পায়। প্রিন্সৰ কথাত চাতক চৰাইজনী পদ্মৰাগ মণিটো তাইৰ হাতৰ তলুৱাত পেলাই থৈ আহিল।
মণিটো ছোৱালীজনীক দি ঘূৰি আহি দেখা পালে যে প্রিন্সজন অন্ধ হ’ল। সেয়ে সিইজিপ্তলৈ যোৱাৰ সিদ্ধান্ত এবি দি হেপি প্রিন্সৰ ওচৰতে থাকি যাবলৈ থিৰাং কৰিলে। প্রিন্সে চৰাইজনীক ইজিপ্তলৈ যাবলৈ ক’লে যদিও সি মান্তি নহ’ল। পিছদিনা চৰাইজনী হেপি প্রিন্সৰ কান্ধত বহি সি বিভিন্ন আচৰিত ঠাইত দেখা কাহিনীবোৰ ক’লে। প্রিন্সে ক’লে যে সকলো কাহিনীতকৈ মানুহৰ দুখ-দুৰ্দ্দশাৰ কাহিনী অতি মর্মান্তিক। দুর্দশা আৰু দুর্যোগতকৈ আন কোনো ৰহস্যই ডাঙৰ নহয়। প্রিন্সে চৰাইজনীক চহৰখনৰ ওপৰেদি উৰি ফুৰি চাই ক’ত কি দেখা পায় সেয়া দেখি আহি প্রিন্সজনক ক’বলৈ ক’লে।
চৰাইজনীয়ে গোটেই চহৰটো ঘূৰি ঘূৰি চাই দেখিলে যে চহকী মানুহবোৰে অতি সুখ আৰু আৰামত ধুনীয়া ঘৰত বাস কৰে আৰু দুখীয়া লোকসকলে তেওঁলোকৰ পদূলিত অনাহাৰে পেট পেলাই পৰি আছে। এন্ধাৰ গলিবোৰত থকা দুখীয়া ল’ৰা-ছোৱালীবোৰৰ শেঁতাপৰা মুখবোৰ দেখি চৰাইজনীৰ মনত বৰ দুখ লাগিল। চহৰৰ সেঁতুৰ তলত ইজনে সিজনক সাৱটি ধৰি শীতৰ পৰা ৰক্ষা পৰাৰ চেষ্টা কৰা কণমানি ল’ৰা দুজনক পুলিচে খেদি দিয়াও দেখিলে। চাতক চৰাইজনীয়ে এইবোৰ কথা কোৱাত প্রিন্সে তাৰ গাত মেৰুৱাই থকা সোণৰ পাত চটা চটাকৈ এৰুৱাই নি দুখীয়া-নিচলাসকলৰ মাজত বিলাই দিবলৈ চৰাইজনীক অনুৰোধ কৰিলে যাতে সিহঁতে অলপ সকাহ পাব পাৰে। কথামতে চৰাইজনীয়ে তাকে কৰিলে।
এদিনাখন চৰাইজনীয়ে প্রিন্সৰ ওঁঠত চুমা যাচি তেওঁৰ ভৰিৰ মাজত পৰি মৰি থাকিল। ঠিক সেই সময়তে মূৰ্তিটোৰ ভিতৰত শব্দ কৰি ফাট মেলিলে। হেপি প্রিন্সৰ কলিজাটো ফালি দুফাল হ’ল।
পিছদিনাখন ৰাতিপুৱা নগৰ পালিকা আৰু তেওঁৰ পাৰিষদজন ফুৰিবলৈ যাওঁতে হেপি প্রিন্সৰ মূৰ্তিৰ ওপৰত চকু পৰিল। সিহঁতে হেপি প্রিন্সৰ বিকট আকাৰৰ মগনীয়াৰ দৰে দেখা পোৱা নিচলা মূৰ্তিটোৰ প্ৰয়োজন নাই বুলি মূর্তিটো সেই ঠাইৰ পৰা আতঁৰ কৰি তাক কমাৰশালৰ বাতিত গলাবলৈ দিলে। কমাৰশালৰ লোকজনে দেখিলে যে মূর্তিব ভিতৰত থকা সীহৰ কলিজাটো নগলে। সেয়ে সেইটো জাবৰৰ দ’ম এটাৰ মাজত পেলাই দিয়া হ’ল য’ত চৰাইজনীৰ মৃতদেহটোও পৰি আছিল।
ঈশ্বৰে তেওঁৰ কৰ্মচাৰী এজনক পঠিয়াই দি চহৰৰ পৰা দুপদমান মূল্যবান বস্তু আনিবলৈ দিয়াত হেপি প্রিন্সৰ সীহৰ কলিজাটো আৰু মৃত চৰাইজনী আনিলে। একেলগে দেহাবসান হোৱা দুয়োটি সহানুভূতিশীল আত্মাৰ অৱশেষত ভগৱানৰ উপস্থিতিত স্বৰ্গত পুনৰ মিলন হয়।
TEXTUAL QUESTIONS AND ANSWERS
Thinking About It
Q.1. Why do the courtiers call the prince ‘the Happy Prince’? Is he really happy? What does he see all around him?
Ans: The courtiers called him ‘the Happy Prince’ because he spent his life in the palace amid affluence of wealth and comforts. He never experienced any sorrow and sufferance. During his life time the prince was happy but when he died and a statue of him was built and placed in town then he happened to see the sorrow and sufferance of people. So he could no longer be happy. He saw the rich enjoying happy and com-fortable life in beautiful houses and the poor suffering from poverty and hunger.
Q.2. Why does the Happy Prince send a ruby for the seamstress? What does the swallow do in the seamstress” house?
Ans: The Happy Prince sent a ruby to the seamstress through the swallow because she was very poor, she kept busy in knitting gowns for the attendants of the queen. Her child had been suffering from fever and was whinning for an orange. The woman had nothing to feed the child except water. The Happy Prince felt sorrow for the woman and sent her a ruby to get relieved of her pov-erty. When the swallow went to the seam-stress carrying with the ruby, the bird saw that the lady was asleep and the boy was crying behind asking for an orange. The bird hopped in and lay the ruby on the table and then he flew round the sick boy’s bed and fanned his forehead with its wings.
Q.3. For whom the prince send the sap-phire and why?
Ans: The Happy Prince sent the Sap-phires to a young playwright and to a match box selling girl. First he sent a piece of sapphire to a poor young playwright because he was writ-ing a play for the director of a theatre company. But he could not complete the play as it was very cold. There was no fire in the grate and hunger made him faint. The Happy Prince sent him a sapphire so that he could
alleviate his poverty and complete the writing of the play. Secondly the prince sent another piece of sapphire to a poor match-box selling girl who accidently dropped the match boxes in the gutter. She was in great dread of being beaten by her father if she did not bring some money. She had neither shoes nor stockings and his head was bare. So the prince sent a sapphire to the girl with a view
to help her.
Q.4. What does the swallow see when it flies over the city?
Ans: When the swallow flied over the city it saw the rich making merry in their beautiful houses while the beggars were sitting at their gate bieng hungry. When he flew into the dark lanes he saw the white faces of starving children, looking out indifferently into the darkness. He also saw two hungry boys being chased by policemen.
Q.5. Why did the swallow not leave the prince and go to Egypt?
Ans: When the pieces of sapphire and the ruby were plucked out from the body of the prince then it became blind and miserable. The swallow took pity on him and did not like to leave him alone. So the swallow did not leave the prince for Egypt.
Q.6. What are the precious things mentioned in the story? Why are they precious?
Ans: The precious things mentioned in the story are : the leaden heart of the Happy Prince and the dead body of the swallow. They are precious because they understood the miseries of others and tried to help the needy and thus they sacrificed their lives for the well being of others.