Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 English Tag Translation Question Answer

By Rabbi Masrur

Published On:

How are you? I hope this message finds you in good health and spirits. If you are a Class 9 student, you might be searching SEBA Class 9 English Tag Translation Question Answer online. Rest assured, our article provides a comprehensive collection of these solutions completely free of cost. Just read the article carefully, and you will find everything you need.

Class 9 English Tag Translation Question Answer

Practice: 1

(১) ৰাজীব আৰু মই একে শ্রেণীত পড়ো।

(২) ৰাজীবৰ দেউতাক আমাৰ শিক্ষক।

(৩) তেখেতে আমাক বিজ্ঞান শিকায়।

(৪) আজি মই স্কুললৈ যাব পৰা নাছিলো।

(৫) মোৰ মাৰ অসুখ হৈছিল।

(৬) মই ডাক্তৰ মাতিবলৈ গৈছিলো।

(৭) আবেলি মই ৰাজীবক লগ পাবলৈ গ’লো।

(৮) শ্রেণীত কি শিকোৱা হ’ল মই জানিব খুজিছিলো।

(৯) বাজীবৰ দেউতাকে মোক সুধিলে, ‘আজি তুমি স্কুললৈ যোৱা নাই, নহয়নে?’

(১০) মই তেখেতক ক’লো যে মোৰ মাকৰ অসুখ।

Ans:

(1) Rajib and I read in the same class.

(2) Rajib’s father is our teacher.

(3) He teaches us Science.

(4) I could not go to school today.

(5) My mother was ill.

(6) I went to call in a doctor.

(7) I went to meet Rajib in the afternoon.

(8) I wanted to know what had been taught in the class.

(9) Rajib’s father said to me, “You did not go to school today, did you?”

(10) 1 told him that my mother was ill.

Practice: 2

(১) সজ নাগৰিকসকল দেশ এখনৰ সম্পদ।

(২) দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে।

(৩) ছাত্র অবস্থা হ’ল প্রস্তুতিৰ সময়।

(৪) এই সময়তে ছাত্র-ছাত্রীসকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত।

(৫) তেতিয়াহে তেওঁলোকে ভৱিষ্যতে সুনাগৰিক হ’ব পাৰিব।

(৬) এই ক্ষেত্রত শিক্ষকসকলে ছাত্র-ছাত্রীসকলক সহায় কৰিব পাৰে।

Ans:

(1) The honest citizens are the wealth of a country.

(2) The progress of the country depends on them.

(3) Studenthood is the time for prepara-tion.

(4) During this time the students should practise good habits.

(5) And then they will be able to become good citizens.

(6) In this respect the teachers can help the students.

Practice: 3

(১) গছৰ পাতবোৰ সেউজীয়া।

(২) গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে।

(৩) জ্ঞানীলোকে কয়, ‘এজোপা গছ দহজন পুতেকৰ সমান।’

(৪) তুমি গছৰ যতন কৰানে?

(৫) পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন লবই লাগিব।

(৬) গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ ওপৰত নির্ভৰশীল।

Ans:

(1) The leaves of trees are green.

(2) Trees give us flowers, fruits and shade.

(3) The wisemen say, “A tree is equal to ten sons.”

(4) Do you take care of trees?

(5) We must take care of trees to keep our earth green.

(6) The tress and animals are interdepen-dent.

Practice: 4

(১) অসম এখন ধুনীয়া দেশ।

(২) ই ভাৰতৰ উত্তৰ-পূৱ প্রান্তত অৱস্থিত।

(৩) শ্রীমন্ত শংকৰদেৱ অসমৰ মহানতম ব্যক্তি।

(৪) মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে।

(৫) তুমি মটৰ গাড়ী চলাব জানানে?

(৬) শিক্ষকজনে ৰমেনক ক’লে, ‘আলিবাট পাৰ হওঁতে সারধান হবা।’

Ans:

(1) Assam is a beautiful state.

(2) It is situated in the north-east corner of India.

(3) Shrimanta Sankardev is the greatest man of Assam.

(4) Man always should love fellowmen.

(5) Do you know how to drive a car?

(6) The teacher says to Ramen, “Always be careful while crossing the road.”

Practice: 5

(১) মায়ে মোক সুধিছিল, ‘সঁচা কথা কৈছানে?’

(২) মই সাঁতোৰিব নোৱাৰাৰ নিচিনাই।

(৩) তুমি কেতিয়াবা সিংহ দেখিছানে?

(৪) যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ।

(৫) মই নহালৈকে তুমি ৰ’বা।

Ans:

(1) Mother said to me, “Have you spoken the truth?”

(2) 1 can hardly swim.

(3) Have you ever seen a lion?

(4) I know the man who came to our school today.

(5) Stay until I come.

Practice: 6

(১) এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ।

(২) সোণ এবিধ মূল্যবান ধাতু।

(৩) অনুগ্রহ কৰি তেওঁক দৰজাখন খুলিব কোৱা।

(৪) তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ।

(৫) আলিবাট পাৰ হওঁতে সাৱধান হ’বা?

Ans: (1) This book is mine and that is yours.

(2) Gold is a precious metal.

(3) Please tell him to open the door.

(4) When he came I was reading a news-paper.

(5) Be careful while crossing a road.

Practice: 6

(১) ললিতা এজনী মেধাবী ছোৱালী।

(২) এবছৰ আগতে তাইৰ মোমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল।

(৩) তেওঁ তাইক কৈছিল, ‘এটা ভাষা শিকাত অভিধান এখন প্রয়োজনীয় আহিলা, নহয়নে?’

(৪) যদি তুমি নতুন শব্দ এটা পোৱা, অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰু ব্যৱহাৰ শিকিবা।

(৫) অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে।

(৬) উপহাৰটোৱে সঁচাকৈয়ে ললিতাক অনুপ্রাণিত কৰিলে।

(৭) তেতিয়াৰ পৰা অভিধানখন পঢ়া কোঠাত তাইৰ সংগী হৈআছে।

(৮) এতিয়া পৰীক্ষাৰ কাৰণে তাই খুব পঢ়ি আছে।

Ans:

(1) Lalita is an intelligent girl.

(2) Her maternal uncle presented her an English Dictionary.

(3) He said to her, “A dictionary is a nec-essary thing to learn a language, isn’t it?”

(4) If you get a new word, look up the word in the dictionary and learn its meaning and use.

(5) He taught her how to use a dictionary.

(6) Truely, the present has inspired Lalita.

(7) Since then the dictionary has been her companion in the study room.

(8) Now she has been reading much for the examination.

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment