Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 A House is Not A Home Chapter 15 Question Answer

By Rabbi Masrur

Published On:

How are you? I hope this message finds you in good health and spirits. If you are a Class 9 student, you might be searching SEBA Class 9 A House is Not A Home Chapter 15 Question Answer online. Rest assured, our article provides a comprehensive collection of these solutions completely free of cost. Just read the article carefully, and you will find everything you need.

Class 9 A House is Not A Home Chapter 15 Question Answer

A HOUSE IS NOT A HOME

Zan Gaudioso

WORD – MEANINGS: শব্দ-অর্থ

awakward: বিকৃত, চন্তালি ল’বলৈ অসুবিধা। freshman: নবাগত। isolated: অকলশৰীয়া। tabby cat: এক জাতীয় সৰু মেকুৰী। purr: মেকুৰীয়ে কৰা শব্দ। swat-ting: হঠাৎ আঘাত কৰিবলৈ চেষ্টা কৰিছিল। seam: ওচৰা-ওচৰিকৈ স্থাপন কৰা। grope: এন্ধাৰত খেপিয়াই ফুৰা। engulfed: আগুৰি থকা। crazed state: মতিভ্রম অৱস্থা emerged: ওলাই আহিছিল। in tow: ওচৰা-ওচৰিকৈ খোজ কাঢ়া। inhale: উশাহ লোৱা। dazed: উচপ খাই উঠিছিল। casualty: হত্যা, বলি, আক্রান্ত। embar-rassed: বিবুদ্ধিত পৰিছিল। weird: অপাকৃতিক, অসাধাৰণ। destined: ইচ্ছা কৰিছিল। outcast: সমাজ বহির্ভূত, বহিৰাগত। surreal: অপ্রাকৃতিক, সপোনৰ দৰে। reaped away: জোৰকৈ আঁতৰাই নিছিল। ached: বিষাইছিল। grieve: শোক কৰা। rubble: ভঙা টুকুৰা। debris: গেদ, অবশিষ্ট অংশ। vulnerable: সহজে ক্ষতি কৰিব পৰা tag along: আগবাঢ়ি যোৱা। plight: দশা (দুর্দ্দশা)। zombie: অরসন্ন ব্যক্তি। milling around: চাৰিওফালে ঘূৰি ফুৰা। shove: জোৰেৰে ঠেলা। out-pouring: ওলাই অহা। curb: পথৰ দাঁতি। grabbed: দুহাতেৰে সাৱটি ধৰা। freaked: ভয় খাইছিল। sorely: অত্যধিক, বেয়াকৈ। diminish: হ্রাসা পোরা।

SUMMARY (সাৰাংশ)

এদিনাখন লিখিকাই পঢ়ি থকা সময়ত ঘৰৰ চিলিঙৰ ফাঁকেৰে ধোঁৱা ওলাই থকা দেখিলে। অলপ পিছতে জুই গোটেই ঘৰলৈকে বিয়পি পৰিল। তাই ওচৰৰ ঘৰলৈ গৈ অগ্নিনির্বাপক বাহিনীলৈ ফোন কৰিলে। এনেতে তাইৰ মাক দৌৰি আহি জ্বলি থকা ঘৰৰ ভিতৰলৈ সোমাই গুৰুত্বপূৰ্ণ কাগজ-পত্র থকা বাকচ এটা লৈ ওলাই আহিল। সেইখন বাগিছাৰ ঘাঁহনিলৈ দলি মাৰি থৈ আকৌ জ্বলি থকা ঘৰৰ ভিতৰলৈ সোমাল। এই বাৰ তাই লিখিকাৰ দেউতাকৰ ফটোখন আৰু চিঠিপত্ৰবোৰ আনিবলৈ গৈছিল। লিখিকাৰ দেউতাক তাই সৰু থাকোতে ঢুকাইছিল। ইতিমধ্যে অগ্নিনির্বাপক বাহিনী আহিল আৰু জুই নুমাবলৈ চেষ্টা কৰিলে। পাঁচ ঘন্টা পিছত জুইনুমাল। জুইয়ে গোটেই ঘৰটো পুৰি শেষ কৰাৰ লগতে ঘৰৰ সকলোবোৰ বস্তু পুৰি ছাৰখাৰ কৰিলে। লিখিকাৰ এজনী মৰমৰ মেকুৰী আছিল তাক নেদেখি জুইত জাহ গ’ল বুলি ভাবিলে। মেকুৰীটোৰ বাবে সি বৰ শোক কৰিলে।

সিহঁতে ৰাতিটো কটাবলৈ লিখকৰ ককাক- আইতাকৰ ঘৰলৈ গ’ল। পিছদিনা আছিল সোমবাৰ। লিখিকাই স্থানীয় পঢ়াশালিলৈ গ’ল। কিন্তু পঢ়াশালিখন তাইৰ বৰ আচহুৱা লাগিল। তাইৰ বিদ্যালয়লৈ যোৱা পোছাক, জোতা, আদি সকলো বস্তু জুইত পুৰি গৈছে। তেতিয়ালৈকে সি আগদিনা গীৰ্জাঘৰলৈ যোৱা পোছাক পিন্ধি আছে। খুড়ীয়েকৰ পৰা তাই টেনিচ খেলিবলৈ পিন্ধা জোতাযোৰ ধাৰলৈ লৈছে। তাইৰ কিতাপ-পত্রও নাছিল। সেয়ে তাই বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত হীনমন্যতাত ভূগিবলৈ ধৰিলে। পঢ়াশালিৰ পৰা ঘৰলৈ আহি দেখে যে ঘৰখনৰ কোনো বস্তু পুৰিবলৈ বাকী নাই। অকল মাকে উলিয়াই আন দুপদমান বস্তুৰ বাহিৰে তেওঁলোকে আন একো বস্তুৱেই বচাব নোৱাৰিলে। মাকে কৈছিল যে সিহঁত থাকিবলৈ যেনে তেনে ঘৰ এটা পাবই লাগিব। প্রয়োজনীয় কাগজ-পত্ৰৰ অভাৱৰ বাবে বেংকৰ পৰাও কোনো ঋণ ল’ব নোৱাৰিলে। অৱশেষত সিহঁতে এটি ঘৰ ভাড়ালৈ ললে।

লিখিকাৰ ঘৰ জুইত পুৰি যোৱা খবৰ সোণকালেই চাৰিওপিনে বিয়পি পৰিল। পঢ়াশালিত তাইৰ শিক্ষকসকল আৰু সহপাঠীসকলে খবৰটো জানিব পাৰি সিহঁতে তাইৰ বাবে প্রয়োজনীয় কাপোৰ-কানি, কিতাপ-পত্ৰ আদি সংগ্রহ কৰি যোগান ধৰিলে। এইবোৰ দেখি লিখিকা বৰ আবেগিক হৈ পৰিল।

এমাহকাল পিছত বর্ণনাকাৰী নিজ ঘৰলৈ আহি ঘৰটো নিৰ্মাণ কৰা কাম চাই বৰ আনন্দ পালে। ইতিমধ্যে গাওঁৰ এজনী মহিলাই এটি মেকুৰী লৈ সেইখিনি পালেহি। মেকুৰীটো লিখিকাৰ আছিল। জুইৰ ভয়ত মেকুৰীজনী বেলেগ মানুহৰ ঘৰলৈ গুচি গৈছিল। মেকুৰীটো পাই তাই অতি আনন্দিত হ’ল।

TEXTUAL QUESTIONS AND ANSWERS

Thinking About It

Q.1. What does the author notice one Sunday afternoon? What is her mother’s reaction? What does she do?

Ans: One Sunday afternoon the author saw smoke pouring through the ceiling.. The author’s mother ran out of the house carrying a small metal box which con-tained important documents. After throw-ing the box in the lawn of the garden, she ran into the house again to try to save her husband’s picture and letters. The author was very grieved because she lost everything including her loved cat.

Q.2. Why does the author break down in tears after the fire?

Ans: One Sunday afternoon when the house of the author got burnt down en-tirely, then she broke down in tears because she lost her belongings including her cat which she loved dearly.

Q.3. Why the author deeply embar-rassed the next day in school? Which words show her fear and insecurity?

Ans: The author went to school in her Sunday clothes as all her belongings got burnt in the fire. She wore the tennis shoe borrowed from her aunt. She looked weird in that dress. She had no books. She felt as if she was an outcast. So she was deeply embarrassed.
The words that showed her fear of insecurity were: “The more I tried to fit in, the worse it got. Was I destined to be an outcast and a
geek all my life? ……… I just wanted to curl and die.”

Q.4. The cat and the author are very fond of each other. How has this been shown in the story? Where was the cat after the fire? Who brings it back and how?

Ans: The author once saved the cat when it was a kitten. Since then the cat and the author became very fond of each other. When the fire caught the house one Sunday evening, the cat was lying on the top of papers. But after the fire the author found the cat nowhere so she gireved very badly. The cat was so frightened by the fire that she ran away about a mile and took shelter in a house. The lady of the house kept the cat in safe. One day when the author came back to her home, the lady came to the author’s house carrying with the cat and gave it back to the author.

Q.5. What actions of the schoolmates changed the author’s understanding of life and people,and comfort her emotionally. How does his loneliness vanish and how does he start participating in life?

Ans: After being known of the author’s disaster caused by fire, her schoolmates collected books, notebooks, school dresses and some other necessary things and presented them to the author. These kindness and fellow feeling changed the author’s feeling towards life and people. She became very emotional and she began to make friends with others and started participating in life. Thus her loneliness vanished and she began life afresh.

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment