Join WhatsApp

Join Now

Join Telegram

Join Now

দ্বাদশ শ্ৰেণী Class 12 Assamese Question Answer 2027

By Rabbi Masrur

Published On:

দ্বাদশ শ্ৰেণীৰ Class 12 Assamese Question Answer

দ্বাদশ শ্ৰেণীৰ Class 12 Assamese Question Answer

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি HS 2nd Year দ্বাদশ শ্ৰেণী Class 12 Assamese Question Answer Solutions ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক Class 12 Assamese Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Assamese Question Answer

Download Paid Question Answer PDF

Class 12 Assamese PDF Notes Rs. 59/- Buy Now

গোট-১ নিৰ্বাচিত গদ্য (নম্বৰ ৩৫)

👇আধ্যায়ৰ নাম
মোৰ মাতৃমুখ দৰ্শন
মগনিয়াৰ কথা (কবিতা)
আনন্দৰাম বৰুৱা
হস্তিবিদ্যাৰ্ণৱ পুথি
ভাৰতীয় আদৰ্শত বিৰাগ্য
চিঠি
অসমীয়া চলচিত্ৰৰ গতিধাৰা
বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ

গোট–২ : নিৰ্বাচিত কবিতা (নম্বৰ ২৫)

👇আধ্যায়ৰ নাম
বৰগীত (উঠৰে উঠ বাপু)
বিশ্ব খনিকৰ
মিলন
জনতাৰ আহ্বান
কাঠমিস্ত্ৰীৰ ঘৰ
আঘোণৰ কুঁৱলী
উভতি নহাৰ কবিতা
কৰুণতম

গোট–৩ : মূল্যবোধ শিক্ষা আৰু কৈশোৰ শিক্ষা (নম্বৰ ১০)

👇আধ্যায়ৰ নাম
মূল্যবোধ শিক্ষা
কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

গোট–৪ : ব্যাকৰণ (নম্বৰ ২০)

👇আধ্যায়ৰ নাম
অসমীয়া ব্যাকৰণ

গোট–৫ : ৰচনা (নম্বৰ ১০)

👇আধ্যায়ৰ নাম
ৰচনা সূচী

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  • প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।
  • দ্বিতীয়, বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।
  • তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।
  • চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।
  • পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।
  • সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।
  • অষ্টম, আমাৰ সমাধানসমূহত ১০০% শতাংশ কমন প্ৰশ্নোত্তৰ আছে।
  • নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।
  • দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
  • একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।
  • দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment