Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Maths MCQ Chapter 8 ত্রিকোণমিতিৰ পৰিচয়

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত Class 10 Maths MCQ Chapter 8 ত্রিকোণমিতিৰ পৰিচয় Assamese Medium সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 8 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Maths MCQ Chapter 8 ত্রিকোণমিতিৰ পৰিচয়

Class 10 Maths MCQ Chapter 8 ত্রিকোণমিতিৰ পৰিচয়

 

অধ্যায় – ৮

ত্রিকোণমিতিৰ পৰিচয়

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্নঃ sin 2A = 2 sin A সত্য যেতিয়া A=

(a) 60°

(b) 0°

(c) 40°

(d) 30°

উত্তৰঃ (a) 0°

প্রশ্নঃ যদি sec4A = cosec(A-20°), A ৰ মান হ’ব-

(a) 20°

(b) 24°

(c) 22°

(d) 29°

উত্তৰঃ (c) 22°

প্রশ্নঃ sin² 30°-cos² 30° ৰ মান হ’ব-

প্রশ্নঃ sin² 30°-cos² 30° ৰ মান হ'ব-

sin² 30°-cos² 30° ৰ মান হ'ব-

প্রশ্নঃ যদি তেন্তে sec(A) + tan A = 1x - 12 x + 1x

প্রশ্নঃ 9sec² 60° – 9tan² 60° ৰ মান হ’ব-

(a) 9/2

(b) 9

(c) 18

(d) 3

উত্তৰঃ (b) 9

প্রশ্নঃ প্রত্যেকৰে 64 cm³ আয়তনবিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হ’ল। তেন্তে আয়তীয় ঘনকৰ পৃষ্ঠকালি হ’ব- HSLC ’24

(a) 160 cm²

(b) 176c m²

(c) 128c m²

(d) 192 cm²

সমাধানঃ (a) 160 cm²

প্রশ্নঃ তলৰ কোনটো সত্য?

প্রশ্নঃ তলৰ কোনটো সত্য

প্রশ্নঃ (cos A)(1 + sin A) + (1 + sin A)(cos A) =

প্রশ্নঃ sqrt((1 + sin A)(1 - sin A)) =

প্রশ্নঃ 9sec² A – 9tan² A =?

(a) 9

(b) 0

(c) 8

(d) 1

উত্তৰঃ (a) 9

প্রশ্নঃ তলত দিয়াটোৰ মান হ’ব-

প্রশ্নঃ তলত দিয়াটোৰ মান হ'ব-

প্রশ্নঃ (secA + tanA) (1 – sinA)=

(a) cosA

(b) secA

(c) coesecA

(d) sinA

উত্তৰঃ (a) cosA

cot 25 deg cot 35 deg cot 45 deg cot 55 deg cot 65 deg ৰ মান কিমান হ'ব

 

 

 

2

3

4

5

6

7

8

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment