Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 10 Maths MCQ Chapter 7 স্থানাংক জ্যামিতি HSLC 2026

By Rabbi Masrur

Published On:

Class 10 Maths MCQ Chapter 7 স্থানাংক জ্যামিতি

Class 10 Maths MCQ Chapter 7 স্থানাংক জ্যামিতি Assamese Medium

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত Class 10 Maths MCQ Chapter 7 স্থানাংক জ্যামিতি Assamese Medium সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 7 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

অধ্যায় – ৭

স্থানাংক জ্যামিতি

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

👉 Read Also:

প্রশ্নঃ X অক্ষৰ পৰা P(2, 3) বিন্দুটোৰ দূৰত্ব হ’ল ………?

(a) 3

(b) 1

(c) 5

(d) 2

উত্তৰঃ (a) 3

প্রশ্নঃ 25 ৰ বৰ্গৰ এককৰ স্থানত থকা অংকটো হ’ব-

(a) 1

(b) 5

(c) 6

(d) 0

উত্তৰঃ (b) 9

প্রশ্নঃ যদি A(2, 3), B(4, k) আৰু C (6, -3) বিন্দুকেইটা একৰেখীয় তেন্তে k ৰ মান হ’ব ……….?

(a) 3

(b) 1

(c) 0

(d) 2

উত্তৰঃ (c) (0

প্রশ্নঃ P (-1,0) এটা বৃত্তৰ কেন্দ্ৰ আৰু Q (2, 4) বৃত্তটোৰ ওপৰত এটা বিন্দু। বৃত্তটোৰ ওপৰত থকা আন তিনিটা বিন্দুবোৰ হ’ব- HSLC ’24

(i) (-6, 0)

(ii) (-1, 5)

(iii) (3, -3)

(iv) (0, -5)

শুদ্ধ বিকল্পটো বাছি উলিওৱা।

(a) ওপৰৰ যিকোনো তিনিটা

(b) মাত্র (ii), (iii) আৰু (iv)

(c) মাত্র (i), (ii) আৰু (iii)

(d) মাত্র (i), (iii) আৰু (iv)

সমাধানঃ (c) মাত্র (i), (ii) আৰু (iii)

প্রশ্নঃ (4, 2), (-2,0) আৰু (2,6) শীর্ষবিন্দুকেইটাৰে গঠিত ত্রিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু কেইটা সংযোগী ত্রিভুজৰ কালি হ’ব……….?

প্রশ্নঃ (4, 2), (-2,0) আৰু (2,6) শীর্ষবিন্দুকেইটাৰে গঠিত ত্রিভুজটোৰ

যদি XY ৰেখাখণ্ড ABC ত্রিভুজৰ AC বাহুৰ সমান্তৰাল হয় আৰু ই ত্রিভুজটো সমান কালিৰ দুটা অংশত ভাগ কৰে

প্রশ্নঃ (1,0) আৰু (0, 1) বিন্দু দুটাৰ মাজৰ দূৰত্ব হ’ল………..?

(a) √2

(b) 0

(c) 2

(d) 1

উত্তৰঃ (a)√2

প্রশ্নঃ √2, √8, sqrt√18, √32 সমান্তৰ প্রগতিটোৰ সাধাৰণ অন্তৰ- HSLC ’24

(a) 2, 4, 6, 8 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ।

(b) √32,√18,√৪ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰৰ লগত সমান।

(c) √50, √98, √162 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰৰ লগত সমান।

প্রশ্নঃ √2, √8, sqrt√18, √32 সমান্তৰ প্রগতিটোৰ সাধাৰণ অন্তৰ

প্রশ্নঃ (0,0) আৰু (-8, 6) বিন্দু দুটাৰ মাজৰ দূৰত্ব………?

(a) 6

(b) 10

(c) 8

(d) 2

উত্তৰঃ (b) 10

প্রশ্নঃ প্রথম n টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল-

প্রশ্নঃ প্রথম n টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল-

প্রশ্নঃ (-6, 10) আৰু (3,-8) বিন্দু সংযোগী ৰেখাখণ্ডক (-4, 6) বিন্দুৱে কি অনুপাতত অন্তবিভক্ত কৰে?

(a) 1:1

(b) 7:9

(c) 2:7

(d) 7:2

উত্তৰঃ (c) 2:7

প্রশ্নঃ ত্রিভুজৰ শীর্ষবিন্দুকেইটা (-1.5, 3), (6, -2) আৰু (-3, 4) ত্রিভুজটোৰ কালি উলিওৱা।

(a) 20 বর্গ একক

(b) 0 বর্গ একক

(c) 21 বর্গ একক

(d) 2 বর্গ একক

উত্তৰঃ (b) ০ বর্গ একক।

প্রশ্নঃ P ব কি মানব বাবে (p – 2) x² + 3x + 5 = 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয়? HSLC’25

(a) 1

(b) 2

(c) -2

(d) 0

উত্তৰঃ (b) 2

প্রশ্নঃ এটা বৃত্তৰ ব্যাস AB। কেন্দ্ৰৰ স্থানাংক (2,-3) আৰু Bৰ স্থানাংক (1, 4) হ’লে A ব স্থানাংক হ’ব-

(a) (3,-10)

(b) (10, 3)

(c) (3, 10)

(d) (10, -3)

উত্তৰঃ (a) (3,-10)

প্রশ্নঃ (-1, 6) বিন্দুটো (7, 1) আৰু (3, 5) বিন্দু দুটাৰ পৰা সমদূৰবৰ্তী। তেনেহ’লে-

(a) -x-y-2

(b) -x+y=2

(c) x+y=2

(d) x-y-2

উত্তৰঃ (d) x-y-2

প্রশ্নঃ এটা ত্রিভুজৰ বাহুৰ মধ্যবিন্দুকেইটা সংযোগ কৰাত চাৰিটা ত্রিভুজ পোৱা গ’ল, ইয়াৰ প্ৰত্যেকেই-

(a) এটা সমবাহু ত্রিভুজ।

(b) আগৰ ত্রিভুজটোৰ সৰ্বাঙ্গসম।

(c) এটা সমদ্বিবাহু ত্রিভুজ।

(d) আগৰ ত্রিভুজটোৰ সদৃশ।

উত্তৰঃ (d) আগৰ ত্রিভুজটোৰ সদৃশ।

প্রশ্নঃ বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈর্ঘ্য 24cm আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা Q বিন্দুৰ দূৰত্ব 25cm হ’লে বৃত্তটোৰ ব্যাসার্ধ হ’ব- HSLC ’24

(a) 7cm

(b) 12cm

(c) 15cm

(d) 24.5cm

সমাধানঃ (a) 7cm

প্রশ্নঃ যদি A(6, 1), B(8, 2), C(9, 4) আৰু D(p. 3) বিন্দুকেইটা এইটো ক্রমতে এটা সামন্তৰিকৰ শীর্ষ বিন্দু হয় তেনেহ’লে pৰ মান উলিওৱা।
(a) 7

(c) 6

(b) 5

(d) 8

উত্তৰঃ (a) 7

প্রশ্নঃ (-1, 6) বিন্দুটোবে (-3, 10) আৰু (6, -৪) বিন্দু সংযোগী ৰেখাক কি অনুপাতত ভাগ কৰে?

(a) 7:9 বা 3:7

(b) 2:7 বা 1:1

(c) 7:2 বা 1:2

(d) 2:7 বা 1:2

উত্তৰঃ (b) 2:7 বা 1:1

প্রশ্নঃ এটা বিন্দু Q ৰ পৰা এটা বৃত্তৰ স্পর্শকডালৰ দৈর্ঘ্য 24 cm আৰু কেন্দ্ৰৰ পৰা Q ৰ দূৰত্ব হ’লে 25 cm, বৃত্তটোৰ ব্যাসার্ধ হ’ব- HSLC 25

(a) 24.5 cm

(b) 15 cm

(c) 12 cm

(d) 7 cm

উত্তৰঃ (d) 7 cm

প্রশ্নঃ ত্রিভুজৰ শীর্ষবিন্দুকেইটা (1,-1), (-4, 6) আৰু (-3,-5) ত্রিভুজটোৰ কালি উলিওৱা।

(a) 36 বর্গ একক

(b) 21 বর্গ একক

(c) 20 বর্গ একক

(d) 24 বর্গ একক

উত্তৰঃ (d) 24 বর্গ একক।

প্রশ্নঃ (1,0) আৰু (-1,0) বিন্দু দুটাৰ মাজৰ দূৰত্ব হ’ল-

(a) 2

(b) √2

(c) 0

(d) 1

উত্তৰঃ (a) 2

প্রশ্নঃ 42 সংখ্যাটো তলৰ কোনটো সমান্তৰ প্ৰগতিৰ এটা পদ? HSLC ’24

(a) 92, 86, 80, ……….

(b) 102, 95, 88, ………

(c) 2, 6, 10, ……….

(d) 0, 8, 16, ………

সমাধানঃ (c) 2, 6, 10, ………

প্রশ্নঃ (-1, 7) আৰু (4, -3) বিন্দু সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক-

(a) (2, 3)

(b) (3, 1)

(c) (1, 3)

(d) (3, 2)

উত্তৰঃ (c) (1,3)

প্রশ্নঃ (-6, 5) আৰু (-2, 3) বিন্দু সংযোগী বেখাখণ্ডৰ মধ্যবিন্দু (4) হলে ৰ মান হ'ব-

প্রশ্নঃ x আৰু y ৰ মাজৰ এটা সম্পর্ক কি হ’ব যদিহে (x, y) বিন্দুটো (7, 1) আৰু (3, 5) বিন্দু দুটাৰ পৰা সমদূৰৱর্তী-

(a) – x – y = 2

(b) x – y = 2

(c) x + y = 2

(d) – x + y = 2

উত্তৰঃ (b) x – y = 2

প্রশ্নঃ K ৰ কোনটো মানৰ বাবে (7, -2),(5, 1) আৰু (3, k) বিন্দুকেইটা একৰেখীয়? HSLC 25

(a) 8

(b) 2

(c) 6

(d) 4

উত্তৰঃ (b) 4

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment