Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Maths MCQ Chapter 6 ত্রিভুজ Assamese Medium

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত Class 10 Maths MCQ Chapter 6 ত্রিভুজ Assamese Medium সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 6 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Maths MCQ Chapter 6 ত্রিভুজ

Class 10 Maths MCQ Chapter 6 ত্রিভুজ Assamese Medium

অধ্যায় – ৬

ত্রিভুজ

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্নঃ যদি এটা চতুর্ভুজৰ কৰ্ণদুডালে পৰস্পৰ সমানুপাতত বিভক্ত হয় তেনেহ’লে চতুর্ভুজটো-

(a) বর্গ

(b) সামান্তৰিক

(c) আয়ত

(d) ট্রেপিজিয়াম।

উত্তৰঃ (d) ট্রেপিজিয়াম

প্রশ্নঃ ABC ত্রিভুজৰ AB=6√3 cm, AC=12cm আৰু BC=6cm, B কোণটো হ’ল-

(a) 90°

(b) 60°

(c) 120°

(d) 45°

উত্তৰঃ (a) 90°

প্রশ্নঃ 0.000056 ৰ প্ৰামাণিক ৰূপ হ’ব-

(a) 5.6 * 10⁻6

(b) 5.6 * 106

(c) 56 * 10⁵

(d) 5.6 * 10⁻⁵

উত্তৰঃ (d) 5.6 * 10⁻⁵

প্রশ্নঃ ∆ABC AB আৰু AC বাহুত ক্রমে D আৰু E দুটা বিন্দু আৰু DE||BC। যদি AD = 1.5cm DB = 3cm AE = 1cm হয় তেন্তে EC হ’ব-

(a) 4cm

(c) lem

(b) 3cm

(d) 2cm

উত্তৰঃ (d) 2cm

প্রশ্নঃ এটা ৰম্বাচৰ কৰ্ণৰ দৈর্ঘ্য 24cm আৰু 32cm। বম্বাচটোৰ পৰিসীমা হ’ব …………

(a) 128cm

(b) 80cm

(c) 9cm

(d) 56cm

উত্তৰঃ (b) 80cm

প্রশ্নঃ এটা ত্রিভুজৰ ভূমি 10% বঢ়াই দিয়া হ’ল আৰু উন্নতি 10% হ্রাস কৰা হ’ল, গতিকে ত্রিভুজটোৰ নতুন কালি- HSLC ’24

(a) একে থাকিব

(b) 1% হ্রাস হ’ব

(c) 10% বাঢ়িব

(d) 11% বাঢ়িব

সমাধানঃ (a) একে থাকিব

প্রশ্নঃ এটা ত্রিভুজৰ এটা কোণৰ সমদ্বিখণ্ডকে তাৰ বিপৰীত বাহুক সমদ্বিখণ্ডিত কৰিলে ত্রিভুজটো-

(a) সমকোণী ত্রিভুজ

(b) সমবাহু ত্রিভুজ

(c) সমদ্বিবাহু ত্রিভুজ

(d) সুষম বাহু ত্রিভুজ

উত্তৰঃ (c) সমদ্বিবাহু ত্রিভুজ

প্রশ্নঃ দুটা ৰেখাই পৰস্পৰ কটাকটি কৰে যদি-

দুটা ৰেখাই পৰস্পৰ কটাকটি কৰে যদি-

প্রশ্নঃ 13 মিটাৰ আৰু 7 মিটাৰ ওখ খুঁটা দুটা উলম্বভাবে ৪ মিটাৰ দূৰত্বত অবস্থিত। খুঁটা দুটাৰ শীর্ষবিন্দুৰ দুটাৰ দূৰত্ব-

(a) 11cm

(b) 9 m

(c) 10cm

(d) 12m

উত্তৰঃ (c) 10cm

প্রশ্নঃ অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ’ব- HSLC ’24

(a) (x, 0)

(b) (0,y)

(c) (x, x)

(d) (x, y)

সমাধানঃ (a) (x, 0)

প্রশ্নঃ এডাল জখলা এখন বেৰত এনেভাবে থোৱা হ’ল যাতে ইয়াৰ গুৰিটো বেৰখনৰ পৰা 2.5m আঁতৰত আছে আৰু ইয়াৰ আগটোৱে ভূমিৰ পৰা 6m ওপৰত থকা খিৰিকী এখন স্পর্শ কৰি থাকে। জখলা ডালৰ দীঘ হ’ব-

(a) 6.5m

(b) 4.5m

(c) 5.2m

(d) 5.5m

উত্তৰঃ (a) 6.5m

প্রশ্নঃ ABC ত্রিভুজৰ AB = (x – 1) cm, AC = 2√(x) cm আৰু BC = (x + 1) cm তেনেহ’লে-

(a) A = 90°

(b) B = 80°

(c) C = 90°

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) A = 90°

প্রশ্নঃ এখন সমতলত দুটা স্তম্ভ, এটা 6m আৰু 11m ওখ, থিয় হৈ আছে। যদি স্তম্ভ দুটাৰ গুৰি দুটাৰ মাজৰ দূৰত্ব 12m, তেন্তে সিহঁতৰ আগ দুটাৰ মাজৰ দূৰত্ব কিমান?

(a) 11m

(c) 13m

(b) 12m

(d) 14m

উত্তৰঃ (c) 13m

প্রশ্নঃ সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান, বিবেচিকা Dৰ কোনটো মানৰ বাবে এইটো সত্য? HSLC’25

(a) D<0

(b) D>0

(c) D=0

(d) D <= 0

উত্তৰঃ (b) D > 0

প্রশ্নঃ এটা সমবাহু ত্রিভুজ ABC ৰ বাহুৰ দীঘ 2a। ইয়াৰ প্ৰতিটো উন্নতিৰ দীঘ হ’ব………..

(a) a√(3)

(b) 8a²

(c) a√2

(d) 16a

উত্তৰঃ (a) a√3

প্রশ্নঃ এটা ত্রিভুজৰ শীৰ্ষৰ পৰা ভূমিলৈ টনা লম্বই ভূমিক সমানে দুভাগ কৰে, তেতিয়া ত্রিভুজটো হ’ব-

(a) সমদ্বিবাহু ত্রিভুজ

(b) সুষমবাহু ত্রিভুজ।

(c) সমকোণী ত্রিভুজ

(d) বিষমবাহু ত্রিভুজ।

উত্তৰঃ (a) সমদ্বিবাহু ত্রিভুজ।

প্রশ্নঃ ABC সমবাহু ত্রিভুজৰ AC=BC যদি AB²=2AC², তেন্তে ABC এটা-

(a) সূক্ষ্মকোণী ত্রিভুজ

(b) স্থূলকোণী ত্রিভুজ

(c) সমকোণী ত্রিভুজ

(d) সমানকোণী ত্রিভুজ

উত্তৰঃ (c) সমকোণী ত্রিভুজ।

প্রশ্নঃ যদি দুটা সদৃশ ত্রিভুজৰ বাহুৰ অনুপাত 4:9 তেন্তে ত্রিভুজ দুটাৰ কালিৰ অনুপাত হ’ব-

(a) 4:9

(b) 81:16

(c) 2:3

(d) 16:81

উত্তৰঃ (d) 16:81

প্রশ্নঃ ABC এটা সমদ্বিবাহু ত্রিভুজ য’ত ∠C = 90°, যদি AC=6cm তেতিয়া AB হ’ব-

(a) 6cm

(b) 4√2 cm

(c) 2√6 cm

(d) 6√2 cm

উত্তৰঃ (c) (d) 6√2 cm

প্রশ্নঃ এজন মানুহে 24 মিটাৰ পশ্চিম দিশলৈ গৈ তাৰ পৰা 10 মিটাৰ উত্তৰ দিশলৈ যায়। মানুহজনে আৰম্ভ কৰা স্থানৰ পৰা কিমান দূৰত্বত আছে?

(a) 26m

(c) 34m

(b) 28m

(d) 18m

উত্তৰঃ (a) 26m

প্রশ্নঃ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? HSLC 25

(a) 256

(b) 169

(c) 546

(d) 754

উত্তৰঃ (b) 169

ABC সমকোণী ত্রিভুজৰ B কোণ সমকোণ। AD আৰু CE য়ে ক্রমে A আৰু Cৰ পৰা মধ্যমা।

প্রশ্নঃ 6m ওখ এটা উলম্ব খুটাৰ ভূমিত হোবা ছাঁৰ দীঘ 4m আৰু একে সময়ত এটা টাৱাৰৰ ছাঁৰ দীঘ 28m। টাৱাৰটোৰ উচ্চতা হ’ব-

(a) 18m

(b) 42 m

(c) 32m

(d) 10 m

উত্তৰঃ (d) 42 m

প্রশ্নঃ ABC আৰু BDE দুটা সমবাহু ত্রিভুজ আৰু BC বাহুৰ মধ্যবিন্দু D। ABC আৰু BDE ত্রিভুজ দুটাৰ কালিৰ অনুপাত হ’ব-

(a) 1:4

(b) 4:1

(c) 2:1

(d) 1:2

উত্তৰঃ (b) 4:1

প্রশ্নঃ উলম্বভাবে থকা 6 মিটাৰ দৈৰ্ঘ্যৰ খুঁটা এটাৰ ছাঁৰ দৈর্ঘ্য 3.6 মিটাৰ। সেই একে সময়তে 18 মিটাৰ ছাঁৰ দৈর্ঘ্য্য হোৱা স্তম্ভ এটাৰ উচ্চতা কিমান হ’ব?

(a) 10.8 m

(b) 28.8 m

(c) 32.4 m

(d) 30 m

উত্তৰঃ (d) 30 m

প্রশ্নঃ R বিন্দুটোরে AB বেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে ARAB হয়।

প্রশ্নঃ এটা সমকোণী ত্রিভুজৰ অতিভূজৰ দৈর্ঘ্য 25 ছে.মি.। বাকী বাহু দুটাৰ এটাৰ দৈর্ঘ্য আনটোতকৈ 5 ছে.মি. বেছি। এই বাহু দুটাৰ দৈর্ঘ্য-

(a) 15cm, 20cm

(b) 12cm, 17cm

(c) 10cm, 15cm

(d) 13cm, 18cm

উত্তৰঃ (a) 15cm, 20cm

প্রশ্নঃ ABC আৰু BDE দুটা সমবাহু ত্রিভুজ যাতে D, BC ৰ মধ্যবিন্দু। ABC আৰু BDE ব কালিৰ অনুপাত-

(a) 1:4

(c) 4:1

(b) 2:1

(d) 1:2

উত্তৰঃ (a) 4:1

প্রশ্নঃ এটা চতুর্ভুজৰ ক্ৰমিক বাহুকেইটাৰ মধ্যবিন্দু সংযোগ কৰি পোৱা চতুর্ভুজটো-

(a) এটা বর্গ।

(b) এটা আয়ত

(c) এটা ৰম্বাছ

(d) এটা সামান্তৰিক

উত্তৰঃ (a) এটা সামান্তৰিক

প্রশ্নঃ এটা ৰম্বাচৰ বাহুৰ দৈর্ঘ্য 10 ছে.মি. আৰু কর্ণ 12 ছে.মি.। দ্বিতীয় কৰ্ণডালৰ দৈর্ঘ্য-

(a) 22cm

(b) 18cm

(c) 20cm

(d) 16cm

উত্তৰঃ (d) 16cm

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment