আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত Class 10 Maths MCQ Chapter 5 সমান্তৰ প্ৰগতি Assamese Medium সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 5 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 Maths MCQ Chapter 5 সমান্তৰ প্ৰগতি
অধ্যায় – ৫
সমান্তৰ প্ৰগতি
বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)
প্রশ্নঃ 20, 16, 12,176,….,- সমান্তৰ প্ৰগতিৰ মধ্যপদ-
(a)-78
(b)-73
(c)-76
(d) -80
উত্তৰঃ (c), (d).
প্রশ্নঃ তলৰ কোনটোৰ এককৰ স্থানত 4 থাকিব?
(a) 12²
(b) 13²
(c) 21²
(d) 31²
উত্তৰঃ (a) 12²
প্রশ্নঃ 0,-4,-8,-12 সমান্তৰ প্ৰগতিটোৰ 26 তম পদটো হ’ল-
(a)-100
(c)-106
(b)-93
(d)-108
উত্তৰঃ (a)-100
প্রশ্নঃ যদি এটা সমান্তৰ প্ৰগতিৰ a = 10 আৰু d = 10 তেন্তে প্রথম পদ চাৰিটা হব-
(a) 10, 20, 30, 40
(b) 10, 15, 20, 25
(c) 10, 100, 1000, 10000
(d) 10, 30, 50, 60
উত্তৰঃ (a) 10, 20, 30, 40
প্রশ্নঃ যদি a₁x + 3y + c₁ = 0 আৰু 4x + b₂y + c₂ = 0 সমীকৰণ যোৰৰ এটা অদ্বিতীয় সমাধান থাকে, তেন্তে- HSLC ’24
(a) a₁ = 3, b₂ = 4
(b) a₁ = 12, b₂ = 1
(c) a₁ = 4, b₂ = 3
(d) a₁ = 5, b₂ = 1
সমাধানঃ (d) a₁ = 5, b₂ = 1
প্রশ্নঃ তলৰ কোনটো বর্গ সংখ্যা নহয়?
(a) 441
(b) 572
(c) 576
(d) 729
উত্তৰঃ (b) 572
প্রশ্নঃ দুটা ওচৰা-ওচৰি পদৰ পৰা সাধাৰণ অন্তৰ উলিয়াবলৈ হ’লে-সংখ্যাবিলাক থাকিব লাগিব।
(a) অধক্রমত
(b) সমান্তৰ প্ৰগতিত
(c) উর্দ্ধক্রমত
(d) তিনিওটা
উত্তৰঃ (b) সমান্তৰ প্ৰগতিত।
প্রশ্নঃ 4. 3, 8, 13, 18, ………. সমান্তৰ প্রগতিটোৰ কোনটো পদ 78?
(a) 11 তম
(c) 16 তম।
(b) 12 তম
(d) 17 তম
উত্তৰঃ (c) 16 তম
প্রশ্নঃ 7,13,19,…… 205 সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা কিমান?
(a) 34 টা।
(b) 44 টা।
(c) 15 টা।
(d) 55 টা।
উত্তৰঃ (c) 15 টা।
প্রশ্নঃ এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ-20 আৰু প্রথম 20 টা পদৰ যোগফল-350, তেনেহ’লে তলৰ কোনটো সমান্তৰ প্ৰগতিটোৰ শেষৰ পদ হ’ব-HSLC’25
(a) 15
(b) 55
(c) -15
(d) -55
উত্তৰঃ (c) -15
প্রশ্নঃ এটা সমান্তৰ প্ৰগতি 10, 7, 4, ……… ৰ 30 তম পদ আৰু সাধাৰণ অন্তৰ হল-
(a)-87 আৰু-7
(b) 77 আৰু -3
(c) 97 আৰু 7
(d) -77 আৰু-3
উত্তৰঃ (d)-77 আৰু-3
প্রশ্নঃ এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ -3 হ’লে পঞ্চম পদটো হ’ব-
(a) 16
(b) -8
(c) 18
(d) 19
উত্তৰঃ (b) -৪
প্রশ্নঃ যদি x বাস্তব হয়, তেন্তে ৪x³-1 ত্রিঘাত বহুপদটোৰ লেখটোরে- HSLC ’24
(a) x-অক্ষক ছেদ কৰে
(b) x-অক্ষক মাত্র এটা বিন্দুতহে ছেদ কৰে
(c) x-অক্ষক দুটা বেলেগ বিন্দুত ছেদ কৰে
(d) x-অক্ষক তিনিটা বেলেগ বিন্দুত ছেদ কৰে
সমাধানঃ (d) x-অক্ষক তিনিটা বেলেগ বিন্দুত ছেদ কবে
প্রশ্নঃ যদি P, Q, R আৰু S এটা সমান্তৰ প্রগতিত থাকে, তেন্তে R-Q=?
(a) S-R
(b) S-P
(c) S-Q
(d) ওপৰৰএটাও নহয়
উত্তৰঃ (d) ওপৰৰ এটাও নহয়।
প্রশ্নঃ এটা সমান্তৰ প্ৰগতিৰ ছতম পদটো 35 যাৰ সাধাৰণ অন্তৰ-৪। ইয়াৰ প্ৰথম পদটো-
(a) 75
(b) 125
(c)-274
(d) এটাও নহয়
উত্তৰঃ (a) 75
প্রশ্নঃ 1,-1,-3, ……… সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ………….?
(a) 2
(b) 0
(c) 6-2
(d) 1
উত্তৰঃ (a) 2
প্রশ্নঃ মধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24, তেন্তে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য হ’ব- HSLC ’24
(a) 10
(b) 12
(c) 14
(d) 13
সমাধানঃ (b) 12
প্রশ্নঃ এটা সমান্তৰ প্ৰগতিৰ দ্বিতীয় আৰু তৃতীয় পদ দুটা ক্রমে 14 আৰু 18। সমান্তৰ শ্ৰেণীটোৰ প্রথম 51 টা পদৰ যোগফল নির্ণয় কৰা।
(a) 5610
(b) 5200
(c) 5600
(d) 590
উত্তৰঃ (a) 5610
প্রশ্নঃ এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 5, অন্তিম পদ 45 আৰু যোগফল 400। মুঠ পদৰ সংখ্যা কিমান?
(a) 18
(b) 12
(c) 16
(d) 21
উত্তৰঃ (c) 16
প্রশ্নঃ 8,3,-2……… সমান্তৰ প্ৰগতিটোৰ প্রথম 22 টা পদৰ যোগফল হ’ব-
(a)-979
(b) -998
(c)-976
(d) -921
উত্তৰঃ (a) -979
প্রশ্নঃ প্রথম 1000 টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল-
(a) 505005
(b) 550055
(c) 50050
(d) 500500
উত্তৰঃ (d) 500500
প্রশ্নঃ 3, 8, 13, 18, ……. সমান্তৰ প্রগতিটোৰ কোনটো পদ 78?
(a) 16 তম
(b) 14 তম
(c) 13 তম
(d) 15 তম
উত্তৰঃ (a) 16 তম
প্রশ্নঃ 4, 9, 14, 19, 24, ……….. শ্ৰেণীটোৰ 70 তম পদটোৰ বাবে তলৰ কোনটো ধৰণত প্রকাশ কৰিলে শুদ্ধ হ’ব………? HSLC’25
(a) 5 + (70 * 4)
(b) 4 + (70 * 5)
(c) 4 + (69 * 5)
(d) 5 + (69 * 4)
উত্তৰঃ (c) 4 + (69 * 5)
প্রশ্নঃ যদি 2x, x+10, 3x+2 সমান্তৰ প্ৰগতিত থাকে তেন্তে x ৰ মান ………. .
(a) 6
(b) 8
(c) 2
(d) 12
উত্তৰঃ (a) 6
প্রশ্নঃ 5, 2, -1, -4, -7, ……… সমান্তৰ প্ৰগতিৰ n তম পদটো হ’ব-
(a) 2n+5
(b) 8-3n
(c) 3n-8
(d) 5-2n
উত্তৰঃ (b) 8-3n
প্রশ্নঃ যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাবে সমান হয়, তেন্তে বৃত্তটোৰ ব্যাসার্ধ হ’ব- HSLC’25
(a) 2 একক
(b) 7 একক
(c) 4 একক
(d) 7 একক
উত্তৰঃ (a) 2 একক
প্রশ্নঃ 10,7,4,62 শেষৰ পৰা 11 তম পদটো কি হ’ব?
(a) -34
(b) -31
(c) -35
(d) -32
উত্তৰঃ (d) -32
প্রশ্নঃ তলৰ তালিকাখনৰ খালী ঠাইত ৰ মান হ’ব- HSLC ’24
প্রশ্নঃ 3.8, 13, 18, ………… সমান্তৰ প্ৰগতিৰ 20 তম আৰু 25 তম পদ দুটা হ’ব-
(a) 16, 18
(b) 98, 123
(c) 95, 133
(b) 98, 113
উত্তৰঃ (d) 98, 123
প্রশ্নঃ তলত দিয়া সমান্তৰ প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা হ’ব………….
(a) 33
(b) 34
(c) 31
(d) 32
উত্তৰঃ (b) 34
প্রশ্নঃ এখন সংখ্যা তালিকাৰ প্ৰথম 24 টা পদৰ যোগফল নির্ণয় কৰা য’ত n তম পদটো aₙ=3+ 2n।
(a) 672
(b) 658
(c) 661
(d) 691
উত্তৰঃ (a) 672
প্রশ্নঃ 10, 7, 4, সমান্তৰ প্রগতিটোৰ 30 তম পদটো হ’ল ……….
(a) -57
(b) -97
(c) -77
(d) -87
উত্তৰঃ (c) -77
প্রশ্নঃ 0,-4,-8,-12, সমান্তৰ প্রগতিটোৰ 26 তম পদটো হ’ল …….
(a) -100
(b) -108
(c) -96
(d) -104
উত্তৰঃ (a) -100
প্রশ্নঃ দুটা অংকবিশিষ্ট কিমানটা সংখ্যা 5 বে বিভাজ্য হয়?
(a) 16
(b) 18
(c) 20
(d) 15
উত্তৰঃ (b) 18
প্রশ্নঃ এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ 7 আৰু 22 তম পদটো 149 হ’লে ইয়াৰ প্ৰথম 22 টা পদৰ যোগফল হ’ব ………. .
(a) 1561
(b) 1461
(c) 1661
(d) 1761
উত্তৰঃ (c) 1661
প্রশ্নঃ তলত দিয়া সমান্তৰ প্ৰগতিটোৰ 10 তম পদৰ সংখ্যা হ’ব-
2, 7, 12, …………
(a) 27
(b) 47
(c) 37
(d) 17
উত্তৰঃ (b) 47