Class 10 Maths MCQ Chapter 4 দ্বিঘাত সমীকৰণ
আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত Class 10 Maths MCQ Chapter 4 দ্বিঘাত সমীকৰণ Assamese Medium সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 4 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
অধ্যায় – ৪
দ্বিঘাত সমীকৰণ
বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)
👉 Read Also:
প্রশ্নঃ কি চর্তত দ্বিঘাত সমীকৰণ x² + px + q ৰ মূল দুটা বাস্তব আৰু অসমান হ’ব?
প্রশ্নঃ দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 1821
(a) 11, 13
(b) 13, 15
(c) 12, 13
(d) 13, 14
উত্তৰঃ (d) 13, 14
প্রশ্নঃ যদি 2x² + kx + 3 = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান, তেন্তে k ব মান কিমান হ’ব?
প্রশ্নঃ ঢাপ বিচ্যুতি পদ্ধতিত মাধ্য-
প্রশ্নঃ সমীকৰণৰ মূলৰ সংখ্যা হ’ল-
(a) 2
(b) 4
(c) 3
(d) 1
উত্তৰঃ (a) 2
প্রশ্নঃ এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0. সমীকৰণটো হ’ব-
(a) 4x² – 1 = 0
(b) x² – 2 = 0
(c) x² – 4 = 0
(d) x² + 4 = 0
উত্তৰঃ (c) x² – 4 = 0
প্রশ্নঃ 3x² – 5x + 2 = 0 সমীকৰণটোৰ মূল দুটা-
প্রশ্নঃ দুটা ধনাত্মক ক্রমিক অযুগ্ম সংখ্যাৰ পূৰণফল 483। অখণ্ড সংখ্যা দুটা-
(a) 17, 19
(b) 27, 29
(c) 23, 21
(d) 21, 23
উত্তৰঃ (p) 21, 23
প্রশ্নঃ দুটা উক্তি আছেঃ
উক্তি (i): ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় ৪ ৰ গুণিতকতকৈ 1 বেছি। উক্তি
(ii): ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 4 ৰ গুণিতকতকৈ 1 বেছি। শুদ্ধ বিকল্পটো বাছি উলিওৱা। HSLC ’24
(a) (i) আৰু (ii) দুয়োটাই সত্য
(b) (i) সত্য কিন্তু (ii) অসত্য
(c) (i) অসত্য কিন্তু (ii) সত্য
(d) (i) আৰু (ii) দুয়োটাই অসত্য
সমাধানঃ (a)(i) আৰু (ii) দুয়োটাই সত্য
প্রশ্নঃ দ্বিঘাত ax² + bx + c = 0 সমীকৰণটোৰ মূল দুটা স্পষ্ট আৰু বাস্তব হ’ব যদি-
প্রশ্নঃ তলৰ কোনটো পূর্ণঘন? HSLC’25
(a) 652
(c) 343
(b) 933
(d) 1002
উত্তৰঃ (c) 343
প্রশ্নঃ 5 গুণাত্মকযুক্ত দুটা অখণ্ড সংখ্যাৰ পূৰণফল 300। সংখ্যা দুটা-
(a) 10, 15
(b) 25, 30
(c) 30, 35
(d) 15, 20
উত্তৰঃ (d) 15, 20
প্রশ্নঃ কি চর্ত সাপেক্ষে a x² + 5x + 7 = 0 এটা দ্বিঘাত সমীকৰণ হ’ব?
প্রশ্নঃ এটা সমকোণী ত্রিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 চে.মি. কম। যদি অতিভুজটো 13 চে.মি. তেন্তে অইন বাহু দুটা ক্রমে-
(a) 5 চে.মি. আৰু 12 চে.মি.
(b) 5 চে.মি. আৰু 13 চে.মি..
(c) 13 চে.মি. আৰু 17 চে.মি..
(d) 6 চে.মি. আৰু 11 চে.মি.
উত্তৰঃ (a) 5 চে.মি. আৰু 12 চে.মি.।
প্রশ্নঃ দ্বিঘাত বহুপদ p(x) = 4x² – 1 ৰ শূণ্যকেইটাৰ যোগফল- HSLC ’24
(a)-1
(b) 0
(c) 2
(d) 4
সমাধানঃ (b) 0
প্রশ্নঃ দুটা ক্রমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যাৰ যোগফল 290। সংখ্যা দুটা হ’ল-
(a) 15 আৰু 13
(b) 11 আৰু 13
(c) 7 আৰু 9
(d) 9 আৰু 11
উত্তৰঃ (b) 11 আৰু 13
প্রশ্নঃ তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ নহয়?
(a) x(2x + 3) = x² + 1
(b) (x + 2) ^ 3 = x³ – 4
(c) (x – 2)² + 1 = 2x – 3
(d) x(x + 1) + 8 = (x + 2)(x – 2)
উত্তৰঃ (d) x(x + 1) + 8 = (x + 2)(x – 2)
প্রশ্নঃ যদি p∝q আৰু P = 8 হ’লে q = 40, এতিয়া p = 2, তেন্তে q ৰ মান কিমান?
(a) 12
(b) 10
(c) 14
(d) 20
উত্তৰঃ (b) 10
👉 Read Also:









