Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Maths MCQ Chapter 2 বহুপদ Assamese Medium

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত Class 10 Maths MCQ Chapter 2 বহুপদ Assamese Medium সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 2 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Maths MCQ Chapter 2 বহুপদ Assamese Medium

Class 10 Maths MCQ Chapter 2 বহুপদ Assamese Medium

অধ্যায় – ২

বহুপদ

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্নঃ এটা ত্রিঘাত বহুপদৰ শূন্য অতি বেছি থাকিব ……….. ।

(a) 3

(b) 1

(c) 2

(d) 5

উত্তৰঃ (c) 2

প্রশ্নঃ যদি y = f(x) বহুপদ ৰাশিটোৰ লেখডাল X -অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে f(x) ৰশূন্যৰ সংখ্যা হ’ব-

(a) 1

(b) 2

(c) 0

(d) 3

উত্তৰঃ (b) 2

3-4 3 ৰ মান হ'ব

প্রশ্নঃ দিয়া আছে, 306 আৰু 657 ৰ লঃসাঃণ্ডঃ 22338। এতিয়া 102, 306 আৰু 657 ৰ লঃসাঃগুঃ কি হ’ব? HSLC ’24

(a) 102

(b) 22338

(c) 22338×3

(d) 22338×102

সমাধানঃ (b) 22338

প্রশ্নঃ তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়?

তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়

প্রশ্নঃ 4x²+ 8x ৰ শূন্য কেইটাৰ যোগফল-

(a) 0

(b) 32

(c) 8

(d) 3

উত্তৰঃ (a) 0

প্রশ্নঃ ৰ কোনটো বহুপদ?

ৰ কোনটো বহুপদ

প্রশ্নঃ তলৰ কোনটো অপৰিমেয় সংখ্যা? HSLC’25

তলৰ কোনটো অপৰিমেয় সংখ্যা

প্রশ্নঃ P(x) = 3x³ – 5x² – 11x – 1 ত্রিপদ বহুপদটোৰশূন্যবোৰৰ যোগফল হ’ব-

P(x) = 3x³ - 5x² - 11x - 1 ত্রিপদ বহুপদটোৰশূন্যবোৰৰ যোগফল হ'ব

প্রশ্নঃ যদি p(x) = 4x² + 2bx + 9 বহু পদটোৰ শূণ্য দুটা a আৰু β হয়, যাতে, তেনেহ’লে b ৰ মান হ’ব HSLC’25

(a) 0

(b) 2

(c) 4

(d) 6

উত্তৰঃ (c) 4

প্রশ্নঃ কি চর্ত সাপেক্ষে ax² 2 + 5x + 7 = 0 এটা দ্বিঘাত সমীকৰণ হ’ব-

কি চর্ত সাপেক্ষে ax² 2 + 5x + 7 = 0 এটা দ্বিঘাত সমীকৰণ হ'ব

প্রশ্নঃ 3x² + 11x – 2 ৰশূণ্য দুটাৰ পূৰণফল হ’ব ……….. ?

3x² + 11x - 2 ৰশূণ্য দুটাৰ পূৰণফল হ'ব

প্রশ্নঃ এটা ত্রিঘাত বহুপদৰ শূণ্যৰ সংখ্যা হ’ল– 2/3

(a) 2

(b) 3

(c) 1

(d) 0

উত্তৰঃ (b) 3

প্রশ্নঃ এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অর্ধগোলক আকৃতিৰ গভীৰতা কাটি লোবা হৈছে যাতে অর্ধগোলকৰ ব্যাস ‘1’ ঘনকৰ কাষৰ সৈতে একে হয়। অবশিষ্ট্য অংশৰ পৃষ্ঠকালি হ’ব-

এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অর্ধগোলক

প্রশ্নঃ এটা দ্বিঘাত বহুপদ যাৰ শূণ্য দুটা হ’ল-3 আৰু 4

এটা দ্বিঘাত বহুপদ যাৰ শূণ্য দুটা হ'ল-3 আৰু 4

প্রশ্নঃ x² – 15 ৰশূণ্য কেইটাৰ পূৰণফল-

x² - 15 ৰশূণ্য কেইটাৰ পূৰণফল

প্রশ্নঃ কি চর্তত দ্বিঘাত সমীকৰণ x² + px + q ৰ মূল দুটা বাস্তৱ আৰু অসমান হ’ব?

কি চর্তত দ্বিঘাত সমীকৰণ x² + px + q ৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব

প্রশ্নঃ যদি y = f(x) বহুপদ ৰাশিটোৰ লেখডালে X অক্ষক দুটা বিন্দুত ছেন্দ কৰে তেন্তে f(x) ৰ শূণ্যৰ সংখ্যা হ’ব-

(a) 3

(b) 0

(c) 2

(d) 1

উত্তৰঃ (c) 2

প্রশ্নঃ যদি এটা বহু পদ p(x) = ax³ + bx² + cx + d ৰ মান x = 10 ৰ বাবে 10 আৰু x = 1 ৰ বাবে 15 হয়, তেন্তে a + b + c ৰ মান কিমান? HSLC 25

(a) 25

(b) 10

(c) 5

(d) 15

উত্তৰঃ (c) 5

প্রশ্নঃ যদি x⁴ + 3x² + 7 বহুপদটো 3x + 5 বে বিভাজ্য হয় তেন্তে ভাগফল আৰু ভাগশেষ হ’ব-

(a) 3,0

(b) 4,0

(c) 4,1

(d) 3,2

উত্তৰঃ (a) 3, 0.

প্রশ্নঃ এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল ০। সমীকৰণটো হ’ব ……….

এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল ০। সমীকৰণটো হ'ব

প্রশ্নঃ এটা দ্বিঘাত বহু পদ p(x) = x² + bx + c ৰ শূণ্য দুটা a আৰু β. যদি a + β = 7 আৰু a² + β² = 29 হয়, তেন্তে b আৰু c ৰ মান হ’ব HSLC’25

এটা দ্বিঘাত বহু পদ p(x) = x² + bx + c ৰ শূণ্য দুটা a আৰু β. যদি a + β = 7 আৰু a² + β² = 29 হয়, তেন্তে b আৰু c ৰ মান হ'ব

প্রশ্নঃ P(x) = a x² – 3(a – 1) x – 1 বহুপদ বাশিটোৰ এটা শূণ্য 1 হ’লে, a ৰ মান হ’ব-

(a) -1

(b) 1

(c) -2

(d) 2

উত্তৰঃ (b) 1

প্রশ্নঃ t = 6 হ’লে, d =?

(a) 18

(b) 25

(c) 30

(d) 24

উত্তৰঃ (d) 24

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment