Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 10 Maths MCQ Chapter 15 সম্ভাৱিতা HSLC 2026

By Rabbi Masrur

Published On:

Class 10 Maths MCQ Chapter 15 সম্ভাৱিতা

Class 10 Maths MCQ Chapter 15 সম্ভাৱিতা Assamese Medium

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত Class 10 Maths MCQ Chapter 15 সম্ভাৱিতা Assamese Medium সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 15 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

অধ্যায়- ১৫

সম্ভাৱিতা

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

👉 Read Also:

প্রশ্নঃ লুডু গুটি এবাৰ মাৰি পঠিওৱা হ’ল। এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাবিতা হ’ল-

1

প্রশ্নঃ এখন মোনাত 3 টা ৰঙা আৰু 5 টাক’লা ৰঙৰ বল আছে। মোনাখনৰ পৰা এটা বল যাদৃচ্ছিকভাবে টনা হ’ল। বলটো ৰঙা নোহোৱাৰ সম্ভাবিতা-

প্রশ্নঃ এখন মোনাত 3 টা ৰঙা আৰু 5 টাক'লা ৰঙৰ বল আছে।

প্রশ্নঃ এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান। গোলকটোৰ ব্যাস হ’ব- HSLC ’24

(a) 3 একক

(b) 6 একক

(c) 2 একক

(d) 4 একক

সমাধানঃ (b) 6 একক

প্রশ্নঃ ঘটনা E ৰ সম্ভাবিতা + ঘটনা E নহয়ৰ সম্ভাবিতা-

(a) 0

(b) 2

(c) 1

(d) 0.1

উত্তৰঃ (b) 1

প্রশ্নঃ এখন ঘটনাৰ সম্ভাবিতা হ’ল-

(a) 0.5

(c) 0

(b) 1

(d) 0.25

উত্তৰঃ (c) 0

প্রশ্নঃ এটা পৰীক্ষাৰ সকলো প্রাথমিক ঘটনাৰ সম্ভাবিতাৰ সমষ্টি হ’ল-

(a) 2

(b) 1.5

(c) 1.25

(d) 1

উত্তৰঃ (d) 1

প্রশ্নঃ এটা লুডুগুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাবিতা কিমান?

প্রশ্নঃ এটা লুডুগুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাবিতা কিমান

প্রশ্নঃ এটা এটকীয়া মুদ্রা টচ কৰা হ’ল। মুণ্ড পোৱাৰ সম্ভাবিতা হ’ল-

প্রশ্নঃ এটা এটকীয়া মুদ্রা টচ কৰা হ'ল। মুণ্ড পোৱাৰ সম্ভাবিতা হ'ল-

প্রশ্নঃ ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্চিকভাবে বাচনি কৰিলে, আখৰটো i আৰু X ৰ মাজত থকাৰ সম্ভাবিতা কিমান? HSLC’25

প্রশ্নঃ ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্চিকভাবে বাচনি কৰিলে

প্রশ্নঃ 52 টা কার্ডযুক্ত ভালদৰে মিহলোবা এযোৰ তাচ পাতৰ জাপৰ পৰা এটা কার্ড টনা হ’ল। এটা টেক্কা পোৱাৰ সম্ভাবিতা হ’ব-

প্রশ্নঃ 52 টা কার্ডযুক্ত ভালদৰে মিহলোবা এযোৰ তাচ পাতৰ জাপৰ পৰা এটা কার্ড টনা হ'ল।

প্রশ্নঃ ভালদৰে মিহলোৱা 52 তাচ পাত থকা এযোৰ তাচ পাতৰ পৰা এখন তাচ পাত টানি লোৱা হ’ল। তাচ পাতখন ইস্কাপন হোৱাৰ সম্ভাবিতা হ’ব-

প্রশ্নঃ ভালদৰে মিহলোৱা 52 তাচ পাত থকা এযোৰ তাচ পাতৰ পৰা এখন তাচ পাত টানি লোৱা হ'ল।

প্রশ্নঃ প্রথম 100 টা স্বাভাবিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ’ল। সংখ্যাটো 7 ৰে বিভাজ্য হোৱাৰ সম্ভাবিতা হ’ল-

প্রশ্নঃ প্রথম 100 টা স্বাভাবিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল।

প্রশ্নঃ এটা পাশা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাবিতা-

1

2

প্রশ্নঃ ছবিতা আৰু হামিদা বন্ধু। দুয়োগৰাকীৰ জন্মদিন একে হোৱাৰ সম্ভাবিতা কি? (লিপ্টয়েৰ বাদ দি)

প্রশ্নঃ ছবিতা আৰু হামিদা বন্ধু। দুয়োগৰাকীৰ জন্মদিন একে হোৱাৰ সম্ভাবিতা কি (লিপ্টয়েৰ বাদ দি)

প্রশ্নঃ এটা বাকচত 3 টা নীলা, 2 টা বগা আৰু 4 টা ৰঙা মাৰ্বল আছে। যদি এটা মার্বল যাদৃচ্ছিকভাবে অনা হয় তেন্তে সেইটো বগা হোৱাৰ সম্ভাবিতা কিমান?

প্রশ্নঃ এটা বাকচত 3 টা নীলা, 2 টা বগা আৰু 4 টা ৰঙা মাৰ্বল আছে।

প্রশ্নঃ প্রথম টো মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা ক্রমে- HSLC 25

(a) 5, 5

(b) 5.2, 5

(c) 5.6, 5

(d) 3.6,5

উত্তৰঃ (c) 5.6, 5

প্রশ্নঃ 100 টা বস্তুৰ মাধ্য হ’ল 49। পোৱা গ’ল যে 60, 70, 80 মানৰ তিনিটা বস্তু ভুলকৈ 40, 20, 50 বুলি ধৰা হৈছিল। শুদ্ধ মাধ্য হ’ব-

(a) 50

(b) 20

(c) 60

(d) 40

উত্তৰঃ (a) 50

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment