Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 10 Maths MCQ Chapter 1 বাস্তৱ সংখ্যা HSLC 2026

By Rabbi Masrur

Published On:

Class 10 Maths MCQ Chapter 1 বাস্তৱ সংখ্যা Assamese Medium

Class 10 Maths Chapter 1 MCQ বাস্তৱ সংখ্যা Assamese Medium

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত Class 10 Maths MCQ Chapter 1 বাস্তৱ সংখ্যা Assamese Medium সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 1 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

অধ্যায় – ১

বাস্তৱ সংখ্যা

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

👉 Read Also:

প্রশ্নঃ 135 আৰু 225 ৰ গঃ সাঃ উঃ হ’ল-

(a) 45

(b) 40

(c) 14

(d) 21

উত্তৰঃ (a) 45

প্রশ্নঃ এটা বম্বাচৰ কৰ্ণৰ দৈর্ঘ্য 24 ছে.মি. আৰু 32 ছে.মি.। বম্বাচটোৰ পৰিসীমা-

(a) 9 cm

(b) 80 cm

(c) 128 cm

(d) 56 cm

উত্তৰঃ (b) 80 cm

প্রশ্নঃ তলৰ কোনটো বর্গ সংখ্যা নহয়? HSLC ’24

(a) 441

(b) 572

(c) 576

(d) 729

সমাধানঃ (b) 572

প্রশ্নঃ তলৰ পৰিমেয় সংখ্যাবোৰৰ কোনটো পৰিসমাপ্ত বা সারধি?

(a) 2027/625

(b) 131/30

(c) 124/165

(d) 1625/462

উত্তৰঃ (a) 2027/625

প্রশ্নঃ যদি লঃ সাঃ গু (91, 26) = 182, তেতিয়া গঃসাঃউঃ (91,26) =?

(a) 9

(b) 29

(c) 7

(d) 13

উত্তৰঃ (d) 13

প্রশ্নঃ তলৰ কোনটো যুগ্ম সংখ্যাৰ বর্গ?

(a) 841

(b) 529

(c) 729

(d) 144

উত্তৰঃ (d) 144

উত্তৰঃ (c) 10

প্রশ্নঃ ইউক্লিডৰ বিভাজন প্রমেয়িকা য’ত দুটা ধনাত্মক অখণ্ড সংখ্যা ‘a’ আৰু ‘b’ দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা ‘q’ আৰু ‘r’ থাকিব যাতে-

ইউক্লিডৰ বিভাজন প্রমেয়িকা য'ত দুটা ধনাত্মক অখণ্ড সংখ্যা

প্রশ্নঃ যদি (26,169) ৰ গ.সা.উ. 13, তেতিয়া (26, 169) ৰ ল.সা.গু.-

(a) 338

(b) 52

(c) 26

(d) 13

উত্তৰঃ (a) 338

প্রশ্নঃ 55 আৰু 22 গ. সা. উ. 55m-222 আর্হিত প্রকাশ কৰিলে m ৰ মান-

(a)-2

(b)-1

(c) 2

(d) 1

উত্তৰঃ (d) 1

প্রশ্নঃ প্রথম 100 টা স্বাভাবিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ’ল। সংখ্যাটো ৪ বে বিভাজ্য হোৱাৰ সম্ভাবিত হ’ল- HSLC ’24

প্রথম 100 টা স্বাভাবিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল। সংখ্যাটো ৪ বে বিভাজ্য হোৱাৰ সম্ভাবিত হ'ল

প্রশ্নঃ যদি ল.সা.গু (91, 26) = 182, তেতিয়া গ.সা.উ (91,26)=

(a) 7

(b) 26

(c) 13

(d) 9

উত্তৰঃ (c) 13

প্রশ্নঃ তলৰ কোনটো নিৰবধি পৌনঃপুনিক দশমিক?

(a) 64/455

(b) 7/80

(c) 3/8

(d) 124/625

উত্তৰঃ (a) 64/455

প্রশ্নঃ যিকোনো মৌলিক সংখ্যা p আৰু q ব বাবে p² আৰু q² হ’ল- HSLC 25

(X) মৌলিক সংখ্যা

(Y) যৌগিক সংখ্যা

(Z) সহ-মৌলিক সংখ্যা

(a) Y আৰু Z সত্য

(b) মাত্র X সত্য

(c) মাত্র Z সত্য

(d) X আৰু Z সত্য

উত্তৰঃ (d) X আৰু Z সত্য

প্রশ্নঃ তলৰ কোনযোৰ পৰস্পৰ মৌলিক?

(a) (14, 35)

(b) (32, 62)

(c) (31,93)

(d) (18,25)

উত্তৰঃ (d) (18,25)

প্রশ্নঃ এটা সংখ্যাক 143 ৰে হৰণ কৰিলে ভাগশেষ 31 থাকে। সেই একে সংখ্যাকে 13 বে হৰণ কৰিলে ভাগশেষ কিমান ৰ’ব?

(a) 5

(b) 1

(c) 3

(d) 0

উত্তৰঃ (a) 5

প্রশ্নঃ 1152 আৰু 1664 ক সম্পূর্ণরূপে বিভাজ্য হোৱা ডাঙৰ সংখ্যাটো-

(a) 32

(b) 128

(c) 64

(d) 256

উত্তৰঃ (b) 128

প্রশ্নঃ পৰিমেয় সংখ্যা 14588/625 ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হব?

(a) 4

(b) 5

(c) 2

(d) 3

উত্তৰঃ (a) 4

প্রশ্নঃ 135 আৰু 225 ৰ গ. সা. উ. হ’ল-

(a) 45

(b) 945

(c) 30375

(d) 15

উত্তৰঃ (a) 45

প্রশ্নঃ 21/45 ৰ দশমিক বিস্তাৰ-

(a) পৰিসমাপ্ত বা সাবধি।

(b) পৰিসমাপ্ত বা সাবধি আৰু নিৰবধি পৌনঃপুনিক।

(c) নিৰবধি পৌনঃপুনিক।

(d) এইবোৰৰ এটাও নহয়।

উত্তৰঃ (a) নিৰবধি পৌনঃপুনিক।

পৰিমেয় সংখ্যা (1 14588 ব দশমিক 625 প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব

প্রশ্নঃ 4,9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূর্ণবর্গ সংখ্যাটো-

(a) 3600

(b) 360

(c) 180

(d 3700

উত্তৰঃ (a) 3600

প্রশ্নঃ root(4096, 3) ৰ মান হ'ব-

আটাইতকৈ সৰু যিটো সংখ্যাৰে sqrt(27) ক পূৰণ কৰিলে এটা পৰিমেয় পোৱা যাব। সেই সংখ্যাটো হ'ল

প্রশ্নঃ A ৰ কি মানৰ বাবে A (a, 4) আৰু B (2.7) বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হ’ব? HSLC 25

(a) 6

(b) -2

(c) 6 or -2

(d) 2 or -6

উত্তৰঃ (c) 6 or -2

পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল

প্রশ্নঃ যদি গঃসাঃউঃ (16, y )=8 আৰু লঃসাঃগুঃ (16, y) = 48 তেন্তে y ৰ মান হ’ল-

(a) 16

(b) 24

(c) 32

(d) 8

উত্তৰঃ (b) 24

প্রশ্নঃ তলৰ বাস্তৱ সংখ্যাৰ কোনটো পৌনঃপুনিক?

তলৰ বাস্তৱ সংখ্যাৰ কোনটো পৌনঃপুনিক

প্রশ্নঃ 600 আৰু 1500 ৰ গ. সা.উ. হ’ল…..?

(a) 200

(b) 300

(c) 250

(d) 500

উত্তৰঃ (b) 300

প্রশ্নঃ তলৰ কোনটো পৰিমেয় সংখ্যা?

তলৰ কোনটো পৰিমেয় সংখ্যা

প্রশ্নঃ এটা ঘন্টা 18 ছেকেণ্ড আৰু আন এটা ঘন্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘন্টা একেলগে বাজিলে, তেন্তে তাৰ কিমান ছেকেণ্ড পাছত ঘন্টা দুটা পুনৰ একেলগে বাজিব?

(a) 30 ছেকেণ্ড

(b) 180 ছেকেণ্ড

(c) 60 ছেকেণ্ড

(d) 90 ছেকেণ্ড

উত্তৰঃ (b) 180 ছেকেণ্ড

প্রশ্নঃ তলৰ কোনটো নিৰবধি পৌনঃপুনিক দশমিক?

তলৰ কোনটো নিৰবধি পৌনঃপুনিক দশমিক

প্রশ্নঃ তলৰ কোনটো সংখ্যা অপৰিমেয়?

তলৰ কোনটো সংখ্যা অপৰিমেয়

প্রশ্নঃ এটা ঘণ্টা 18 চেকেণ্ড আৰু আন এটা ঘণ্টা 60 চেকেণ্ডৰ অন্তৰালত বাজি উঠে। কেনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজি উঠিলে, তাৰ কিমান চেকেণ্ড পাছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব?

(a) 40 চেকেণ্ড

(b) 60 চেকেণ্ড

(c) 180 চেকেণ্ড

(d) 99 চেকেণ্ড

উত্তৰঃ (c) 180 চেকেণ্ড।

√20.25=


প্রশ্নঃ তলৰ কোন কেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে? HSLC’25

তলৰ কোন কেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে

ধৰাহ'ল x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি)।

প্রশ্নঃ 9 ছে.মি. বাহু বিশিষ্ট বৰ্গ এটাৰ কালি হ’ব-

(a) 81 ছে.মি.

(b) 18 ছে.মি.

(c) 36 ছে.মি.

(d) 71 ছে.মি.

উত্তৰঃ (a) 81 ছে.মি.

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment