আপুনি যদি Class 10 ৰ অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি SEBA Class 10 General Science MCQ Question Answer HSLC ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Class 10 General Science MCQ & VSA Question Answer বিষয়ৰ পাঠভিত্তিকৰ প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
SEBA Class 10 General Science MCQ Question Answer HSLC
নিৰ্বন্ধভাবে তলত বিজ্ঞান বিষয়ৰ অধ্যায় সূচীটো ছকাকাৰত দিয়া হ’লঃ
| অধ্যায় নম্বৰ | অধ্যায় নং | |
|---|---|---|
| অধ্যায়-১ | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | |
| অধ্যায়-২ | এছিড, ক্ষাৰক আৰু লৱণ | |
| অধ্যায়-৩ | ধাতু আৰু অধাতু | |
| অধ্যায়-৪ | কাৰ্বন আৰু তাৰ যৌগ | |
| অধ্যায়-৫ | মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন | |
| অধ্যায়-৬ | জীৱন প্ৰক্ৰিয়া | |
| অধ্যায়-৭ | নিয়ন্ত্ৰণ আৰু সমন্বয় | |
| অধ্যায়-৮ | জীৱই কেনেকৈ বংশ বৃদ্ধি কৰে? | |
| অধ্যায়-৯ | বংশগতি আৰু ক্ৰমবিকাশ | |
| অধ্যায়-১০ | পোহৰৰ প্ৰতিফলন আৰু প্ৰতিরিসৰণ | |
| অধ্যায়-১১ | মানুহৰ চকু আৰু বাৰ্নবৰ্ণীয়া পৃথিৱী | |
| অধ্যায়-১২ | বিদ্যুৎ | |
| অধ্যায়-১৩ | বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া | |
| অধ্যায়-১৪ | শক্তিৰ উৎসসমূহ | |
| অধ্যায়-১৫ | আমাৰ পৰিৱেশ | |
| অধ্যায়-১৬ | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা | 
