আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 9 Solutions বংশগতি আৰু ক্ৰমবিকাশ সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 9 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 General Science MCQ Chapter 9 Solutions বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায় – ৯
বংশগতি আৰু ক্রমবিকাশ
বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)
প্রশ্নঃ বংশগতিত পিতৃ-মাতৃৰ পৰা কোনটো পৰৱৰ্তী প্রজন্মলৈ যায়?
(a) শিক্ষাগত গুণ
(b) গাঠনিক গুণ
(c) বংশগত গুণ
(d) বংশগত ত্রুটি
উত্তৰঃ (c) বংশগত গুণ
প্রশ্নঃ বংশগতি বিষয়টো প্রথম কোনে বর্ণনা কৰিছিল?
(a) ডাৰউইন
(b) মেণ্ডেলে
(c) লামার্ক
(d) হেকেল
উত্তৰঃ (b) মেণ্ডেলে
প্রশ্নঃ বাদুলী আৰু চৰাইৰ ডেউকা হ’ল HSLC ’25
(a) সমসংস্থ অংগ
(b) সমবৃত্তিক অংগ
(c) অমেরুদণ্ডী
(d) সঞ্জীবনী পদার্থ
উত্তৰঃ (b) সমবৃত্তিক
প্রশ্নঃ বংশগতিৰ অধ্যয়নক কি বোলে?
(a) জেনেটিক্স
(b) বায়লজি
(c) বটানি
(d) ইক’লজি
উত্তৰঃ (a) জেনেটিক্স
প্রশ্নঃ ক্রমবিকাশৰ সৃজনতাৰ স্নাতক বলি কাক জনা যায়?
(a) ডারউইন
(b) মেণ্ডেলে
(c) পাস্তেউব
(d) কোচ
উত্তৰঃ (a) ডাৰউইন
প্রশ্নঃ মেণ্ডেলেৰ প্ৰায়োগৰ বস্তু আছিল-
(a) ঘাঁহ
(b) মটৰগুটি
(c) সৰিয়হ
(d) গাহৰি
উত্তৰঃ (b) মটৰগুটি
প্রশ্নঃ নিচিনাক্ত কোনটো মেণ্ডেলৰ সূত্ৰ নহয়?
(a) একত্বৰ সূত্র
(b) স্বতন্ত্র বণ্টনৰ সূত্র
(c) গুণন সূত্র
(d) সমমিশ্রণ সূত্র
উত্তৰঃ (d) সমমিশ্রণ সূত্র
প্রশ্নঃ বংশগত জীনবোৰ সাধাৰণতে ক’ত থাকে?
(a) প্লাজমা
(b) নিউক্লিয়াছ
(c) সাইটোপ্লাজম
(d) কলা
উত্তৰঃ (b) নিউক্লিয়াছ
প্রশ্নঃ বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাবে জড়িত…………। HSLC ’25
(a) এজন চীনা স্কুলীয়া ছাত্র
(b) এটা চিম্পাঞ্জী
(c) এটা মকৰা
(d) এটা বেক্টেৰিয়া
উত্তৰঃ (a) এজন চীনা স্কুলীয়া ছাত্র।
প্রশ্নঃ ক্রমবিকাশৰ লক্ষ্য কি?
(a) বংশগত গুণৰ সংৰক্ষণ
(b) প্রাণীৰ সংখ্যা বৃদ্ধি
(c) উন্নত জীৱৰ সৃষ্টি
(d) কোষ বিভাজন
উত্তৰঃ (c) উন্নত জীৱৰ সৃষ্টি
প্রশ্নঃ জীনৰ বাহক কোনটো?
(a) DNA
(b) ATP
(c) RNA
(d) এনজাইম
উত্তৰঃ (a) DNA
প্রশ্নঃ নিচিনাক্ত কোনটো জীনসম্বন্ধীয় ৰোগ?
(a) মেলেৰিয়া
(b) হিম ‘ফিলিয়া
(c) কলেৰা
(d) ডায়েৰিয়া
উত্তৰঃ (b) হিম ‘ফিলিয়া
প্রশ্নঃ ক্রমবিকাশৰ ফলত কি ঘটে?
(a) উদ্ভিদ মৰি যায়
(b) জীৱৰ গঠন ও আচৰণৰ বিকাশ ঘটে
(c) বংশগত গুণ বিলুপ্ত হয়
(d) মাটিৰ গুণ বৃদ্ধি পায়
উত্তৰঃ (b) জীৱৰ গঠন ও আচৰণৰ বিকাশ ঘটে
প্রশ্নঃ নিচিনাক্ত কোনটো বংশগত ত্রুটি?
(a) গ্লুক’মা
(b) ৰক্তচাপ
(c) ডায়াবেটিছ
(d) বঙা-সেউজীয়া অন্ধত্ব
উত্তৰঃ (d) ৰঙা-সেউজীয়া অন্ধত্ব
প্রশ্নঃ ক্রমবিকাশৰ বাবে দায়ী কাৰক কি?
(a) খাদ্য
(b) পৰিৱেশ
(c) জীন আৰু পৰিবেশ
(d) অক্সিজেন
প্রশ্নঃ প্রাকৃতিক নির্বাচনত কোনবোৰ বাচি থাকে?
(a) সকলো জীর
(b) দুর্বল জীর
(c) পৰিবেশত খাপ খোৱা শক্তিশালী জীব
(d) বিলুপ্ত প্রজাতি
উত্তৰঃ (c) পৰিবেশত খাপ খোৱা শক্তিশালী জীর
প্রশ্নঃ জীবাশ্ম অধ্যয়নক কি বোলে?
(a) জেনেটিক্স
(b) প্যালিয় ‘ন্ট ‘লজী
(c) ইক’লজি
(d) ফ’ট’চিন্থেছিছ
উত্তৰঃ (b) প্যালিয় ‘ন্ট’লজী
প্রশ্নঃ তলৰ কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিৱৰ্তনৰ দিশত উচ্চস্তৰৰ? HSLC ’25
(a) বেক্টেৰিয়াৰ
(b) মকৰাৰ
(c) মাছৰ
(d) চিম্পাঞ্জীৰ
উত্তৰঃ (d) চিম্পাঞ্জীৰ
উত্তৰঃ (c) জীন আৰু পৰিবেশ
প্রশ্নঃ নতুন প্ৰজাতিৰ সৃষ্টি কিহৰ ফলত ঘটে?
(a) নিষেক
(b) কোষ বিভাজন
(c) বংশগতি আৰু ক্রমবিকাশ
(d) শ্বাস-প্রশ্বাস
প্রশ্নঃ বংশগতিৰ বাহক কি?
(a) উৎসেচক
(b) জিন
(c) ইষ্ট্র’জেন
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) জিন।
প্রশ্নঃ মেণ্ডেলক কি বুলি জনা যায়?
(a) জীনৰ জনক
(b) জেনেটিক্সৰ জনক
(c) ক্রমবিকাশৰ জনক
(d) কোষতত্ত্বৰ জনক
উত্তৰঃ (b) জেনেটি’ৰ জনক
প্রশ্নঃ বংশগতিৰ পিতৃ বুলি কাক জনা যায়?
(a) নিউটন
(b) ডাৰউইন
(c) জোহান মেন্ডেল
(d) ৰ’বার্ট হুক
উত্তৰঃ (c) গ্ৰেগৰ জোহান মেন্ডেল।
প্রশ্নঃ যদি জিনীয় গাঁথনি ওখ (TT) আৰু চাপৰ (tt) যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰটো অপত্য জনুত আমি কোনধৰণৰ গছ পাম?
(a) ওখ (TT) আৰু চাপৰ (tt) দুয়োধৰণৰ
(b) কেৱল ওখ
(c) কেৱল চাপৰ
(d) ওপৰৰ কোনো ধৰণৰেই নহয়
উত্তৰঃ (b) কেৱল ওখ।
প্রশ্নঃ ‘প্রাকৃতিক নির্বাচন’ তত্ত্ব কোনে আগবঢ়াইছিল?
(a) মেণ্ডেল
(b) লামার্ক
(c) ডাৰউইন
(d) লাইনিয়াছ
উত্তৰঃ (c) ডাৰউইন
প্রশ্নঃ বংশগতিৰ মৌলিক একক কি?
(a) কোষ
(b) নিউক্লিয়াছ
(c) জীন
(d) ৰিব’চ’ম
উত্তৰঃ (c) জীন
প্রশ্নঃ মানুহৰ জননকোষত থকা ক্র’ম’জ’মৰ সংখ্যা কিমান?
(a) 23 ডাল
(b) 21 ডাল
(c) 24 ডাল
(d) 44 ডাল
উত্তৰঃ (a) 23 ডাল।
প্রশ্নঃ সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল- HSLC 25
(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ ধাৱক কাণ্ড
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (c) বংশগতি আৰু ক্রমবিকাশ
প্রশ্নঃ জীনবোৰ কিহৰ দ্বাৰা গঠিত?
(a) ATP
(b) DNA
(c) নিউক্লিয়াছ
(d) প্লাজমা
উত্তৰঃ (b) DNA
প্রশ্নঃ তলৰ কোনটো ক্রমবিকাশৰ প্ৰমাণ?
(a) জীৱাশ্ম
(b) মাটি
(c) বায়ু
(d) নলা
উত্তৰঃ (a) জীবাশ্ম
প্রশ্নঃ লামার্ক কোন তত্ত্বৰ জনক?
(a) প্রাকৃতিক নির্বাচন
(b) বংশগতি
(c) লাভ কৰা বৈশিষ্ট্যৰ উত্তৰণ
(d) স্বতন্ত্র বণ্টন
উত্তৰঃ (c) লাভ কৰা বৈশিষ্ট্যৰ উত্তৰণ
প্রশ্নঃঅযৌন প্রজননৰ মুকুলোদ্দগম সংঘটিত হয়?
(a) এমিবাত
(c) প্লাজম’ডিয়ামত
(b) ইষ্ট
(d) লেইচমেনিয়াত
উত্তৰঃ (b) ইষ্ট।
প্রশ্নঃ পৰাগধানীত পোৱা হয়-
(a) বেটুপাত
(b) ডিম্বক
(c) স্ত্রীকেশব
(d) পৰাগ বেণু
উত্তৰঃ (d) পৰাগ ৰেণু।
প্রশ্নঃ বংশগতিত দায়ী একক জীন কোনটো অণুত থাকে?
(a) ATP
(b) DNA
(c) এনজাইম
(d) H2O
উত্তৰঃ (b) DNA
প্রশ্নঃ প্রকৃতিত কিয় আমি চাপৰ মটৰমাহৰ গছতকৈ ওখ মটৰ মাহৰ গছ বেছিকৈ দেখা পাওঁ?
(a) পাৰিৱেশিক বৈশিষ্ট্যৰ বাবে
(b) প্রতিযোগিতাৰ বাবে বাবে
(c) পৈতৃক পুৰুষৰ ওখ চাৰিত্ৰিক বৈশিষ্ট্যৰ
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) পৈতৃক পুৰুষৰ ওখ চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে।
প্রশ্নঃ মানুহৰ উৎপত্তি হৈছিল-
(a) এছিয়াত
(b) আফ্রিকাত
(c) অস্ট্রেলিয়াত
(d) ইউৰোপত
উত্তৰঃ (b) আফ্রিকাত।
প্রশ্নঃ কোষ বিভাজনত উদ্দীপনা যোগান ধৰা সঞ্জীবনী পদার্থ হ’ল………..?
(a) অক্সিন
(b) চাইট ‘কাইনিন
(c) এবচাইচিচ এছিড
(d) জিবাৰেলিন
উত্তৰঃ (b) চাইট ‘কাইনিন।
প্রশ্নঃ ক্রমবিকাশৰ জৰিয়তে আজিৰ গছ-জন্তু কিদৰে হৈছে?
(a) একেই ৰূপত আছে
(b) সৰু হৈ পৰিছে
(c) সলনি হৈ উন্নত হৈছে
(d) গছ নোহোৱা হৈছে
উত্তৰঃ (c) সলনি হৈ উন্নত হৈছে
প্রশ্নঃ ডাৰউইনৰ ক্ৰমবিকাশৰ গ্ৰন্থখনৰ নাম কি?
(a) The Life of Plants
(b) The Laws of Genetics.
(c) The Theory of Evolution
(d) The Origin of Species
উত্তৰঃ (d) The Origin of Species
প্রশ্নঃ নিচিনাক্ত কোনটো বহিঃ-নিষেকৰ উদাহৰণ?
(a) কুকুৰ
(c) মাছ
(b) বিড়ালি
(d) হাতী
উত্তৰঃ (c) মাছ
প্রশ্নঃ যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একেইআৰু একে কার্য সম্পন্ন কৰে, সেইবোৰ হ’ল-
(a) সমবৃত্তি
(b) সমসংস্পর্শ
(c) নিকটবর্তী
(d) অৱশেষাংগ
উত্তৰঃ (a) সমবৃত্তি।
প্রশ্নঃ দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধৰ নাম লিখা।
(a) এক্সন আৰু ডেনড্রাইট
(b) এক্সন আৰু হাইড্রাইট
(c) এক্সন আৰু থাইমাছ
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) এক্সন আৰু ডেনড্রাইট।
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রশ্নঃ বংশগতিত জীন কোন অণুত থাকে?
উত্তৰঃ DNA অণুত থাকে।
প্রশ্নঃ বংশগতি বিষয়টো প্রথম কোনে ব্যাখ্যা কৰিছিল?
উত্তৰঃ মেণ্ডেলে।
প্রশ্নঃ মেণ্ডেলৰ পৰীক্ষাৰ বস্তু কি আছিল?
উত্তৰঃ মটৰণ্ডটি গছ।
প্রশ্নঃ নতুন এটা প্রজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহনা যোগায়? HSLC ’18
উত্তৰঃ এটা নতুন প্রজাতিসৃষ্টিত অবিহনা যোগোৱা উপাদানকেইটা হ’ল-
(ক) প্রাকৃতিক নির্বাচন
(খ) পাৰিপার্শ্বিক পৰিৱৰ্তন
(গ) জিনীয় পথচ্যুত
(ঘ) প্রকাৰণ
প্রশ্নঃ জীনৰ বাহক কি?
উত্তৰঃ DNA।
প্রশ্নঃ মেণ্ডেলক কি বুলি জনা যায়?
উত্তৰঃ জেনেটিক্সব জনক বুলি।
প্রশ্নঃমেণ্ডেলৰ পৰীক্ষাত ব্যবহৃত ওখ আৰু চাপৰ মটৰমাহৰ কোনটো লক্ষণ প্রভাবী? HSLC ’17
উত্তৰঃ ওখ মটৰমাহ।
প্রশ্নঃ ক্রমবিকাশৰ তত্ত্ব কোনে আগবঢ়াইছিল?
উত্তৰঃ চাৰ্লছ ডাৰউইনে।
প্রশ্নঃ বংশগতিত পিতৃ-মাতৃৰ পৰা কোনটো পৰৱৰ্তী প্রজন্মলৈ যায়?
উত্তৰঃ জীন।
প্রশ্নঃ ডাৰউইনৰ গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ The Origin of Species!
প্রশ্নঃ ক্রমবিকাশৰ ফলত কি ঘটে?
উত্তৰঃ নতুন প্ৰজাতিৰ সৃষ্টি হয়।
প্রশ্নঃ প্রভাবী চৰিত্ৰ কাক বোলে? HSLC ’19
উত্তৰঃ দুটা বিপৰীত চৰিত্ৰসম্পন্ন বিশুদ্ধ সম যুগ্মজাত জীৱৰ মাজত নিষেচন প্রক্রিয়া সংঘটিত হ’লে প্রথম অপত্য জনুত যিটো চৰিত্ৰ প্ৰকাশিত হয়, সেইটোকে ‘প্রভাৱী চৰিত্ৰ’ বুলি কোৱা হয়।
প্রশ্নঃ ক্রমবিকাশৰ প্ৰমাণ কি?
উত্তৰঃ জীৱাশ্ম।
প্রশ্নঃবংশগত গুণবিলাক কিন্দৰে পৰৱৰ্তী প্রজন্মলৈ যায়?
উত্তৰঃ প্রজননৰ মাধ্যমে।
প্রশ্নঃ বংশগতিৰ মৌলিক একক কি?
উত্তৰঃ জীন।
প্রশ্নঃ প্রকৃতিত কিয় আমি চাপৰ মটৰমাহৰ গছতকৈ ওখ মটৰমাহ গছ বেছিকৈ দেখা পাওঁ?
উত্তৰঃ স্ব-পৰাগযোগৰ বাবে আমি প্রকৃতিত চাপৰ মটৰমাহতকৈ ওখ মটৰমাহ গছ বেছিকৈ দেখা পাওঁ।
প্রশ্নঃ লাভ কৰা বৈশিষ্ট্যৰ উত্তৰণ তত্ত্ব কোনে দিছিল?
উত্তৰঃ লামাকে।
প্রশ্নঃ মানুহৰ উৎপত্তিক’ত হৈছিল? HSLC ’17
উত্তৰঃ আফ্রিকাত।
প্রশ্নঃ পৰিবেশত খাপ খোৱা জীৱবোৰে কি কবে?
উত্তৰঃ বাচি থাকে আৰু প্ৰজনন কৰে।
প্রশ্নঃ কাৰ্বনৰ দ্বৈত বন্ধনৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ ইথিলিন (C₂H₄)
প্রশ্নঃ কার্বন ডাই-অক্সাইডৰ ৰাসায়নিক সংকেত কি?
উত্তৰঃ CO,।
প্রশ্নঃ বিপৰীত সংগম কাক বোলে?
উত্তৰঃ একে প্ৰজাতিৰ দুটা পৃথক চাৰিত্ৰিক বৈশিষ্ট্যযুক্ত জীৱৰ মাজত হোৱা সংগমক বিপৰীত সংগম বোলে।
প্রশ্নঃ বিপৰীতধর্মী চৰিত্ৰ কাক বোলে?
উত্তৰঃ জীৱৰ একোটা চৰিত্ৰ প্রকাশ কৰা বৈষম্যমূলক লক্ষণবোৰক বিপৰীত ধর্মী চৰিত্ৰ বোলে।
প্রশ্নঃ প্রাকৃতিক নিৰ্বাচনৰ তত্ত্ব কোনে আগবঢ়াইছিল?
উত্তৰঃ ডাৰউইনে।
প্রশ্নঃ জীনবোৰৰ গঠন উপাদান কি?
উত্তৰঃ DNA আৰু প্ৰ’টিন।
প্রশ্নঃ বিভিন্ন মানুহৰ আকাৰ, আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্রজাতিত অন্তর্ভুক্ত কিয়?
উত্তৰঃ কাৰণ, সকলো মানুহে যৌন প্রক্ৰিয়াৰ দ্বাৰা বংশবিস্তাৰ কৰে।
প্রশ্নঃ মানৱ দেহত কিমানযোৰ ক্ৰম ‘জম থাকে?
উত্তৰঃ 23 যোৰ।
প্রশ্নঃ নিচিনাক্ত বংশগত ত্রুটিৰ এটি উদাহৰণ কি?
উত্তৰঃ ৰঙা-সেউজীয়া অন্ধত্ব।
প্রশ্নঃ ক্রমবিকাশৰ অধ্যয়ন কোনটো বিজ্ঞানত কৰা হয়?
উত্তৰঃ জেনেটিক্স আৰু প্যালিয় ‘ণ্ট ‘লজীত।
প্রশ্নঃ যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে, সেইবোৰ কি?
উত্তৰঃ সমবৃত্তি।
প্রশ্নঃ জীৱৰ জীবন কালত আর্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশাণুক্রমিক প্রবাহ নঘটে? HSLC ’20
উত্তৰঃ জীয়াই থাকিবলৈ সকলো এটা উপযুক্ত পৰিৱেশৰ প্রয়োজন হয় যি কেৱল জিনৰ দ্বাৰা সম্ভব নহয়। এই প্রক্রিয়াত অপ্রজননজনিত কলাৰ পৰিৱৰ্তন হয়।
প্রশ্নঃ আৰ্জিত চৰিত্ৰৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ খাদ্যৰ অভাৱত মানুহৰ ওজন হ্রাস পোরা।
প্রশ্নঃ বংশগতিৰ অধ্যয়নক কি বোলে?
উত্তৰঃ জেনেটিক্স।
প্রশ্নঃ সংকৰণ পৰীক্ষা কাক বোলে?
উত্তৰঃ একে প্রজাতিৰ বিপৰীত ধর্মী বৈশিষ্ট্য সম্পন্ন কিন্তু বিশুদ্ধ গুণ থকা দুটা জীৱৰ মাজত কৰা সংগম পৰীক্ষাক সংকৰণ পৰীক্ষা বোলে।
প্রশ্নঃ জীন সাধাৰণতে ক’ত থাকে?
উত্তৰঃ নিউক্লিয়াছত।