আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 7 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 General Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় – ৭
নিয়ন্ত্ৰণ আৰু সমন্বয়
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ মানুহৰ শৰীৰৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ দ্বাৰা হয়?
(a) মাংসপেশী আৰু অস্থি
(b) ৰক্ত আৰু হাড়
(c) স্নায়ুতন্ত্র আৰু অন্তঃক্ষৰক তন্ত্র
(d) কেৱল হৃদযন্ত্র
উত্তৰঃ (c) স্নায়ুতন্ত্ৰ আৰু অন্তঃক্ষৰক তন্ত্র
প্রশ্নঃ মগজুৰ সুৰক্ষাৰ বাবে কি থাকে?
(a) ছাল
(c) খৰাৰ
(b) হাড়
(d) খুলি
উত্তৰঃ (d) খুলি
প্রশ্নঃ স্নায়ুতন্ত্ৰৰ একক কাক কোৱা হয়?
(a) নিউৰ’ন
(b) মাইট ‘কন্ড্রিয়া
(c) বাইবোছোম
(d) ক্লোৰ’প্লাষ্ট
উত্তৰঃ (a) নিউৰ’ন
প্রশ্নঃ উদ্ভিদৰ আন্দোলনৰ কাৰণ কি?
(a) খাদক প্ৰাণীৰ পৰা ৰক্ষা
(b) জৈবিক প্রতিক্রিয়া
(c) জলীয় পৰিবহণ
(d) বায়বীয় বিনিময়
উত্তৰঃ (b) জৈৱিক প্রতিক্রিয়া
প্রশ্নঃ উদ্ভিদৰ অ-দিশাসূচক আন্দোলনক কি বোলে?
(a) নাষ্টিক আন্দোলন
(b) ট্রপিক আন্দোলন
(c) টৰিছ আন্দোলন
(d) ফটো-প্লাজম’
উত্তৰঃ (a) নাষ্টিক আন্দোলন
প্রশ্নঃ আলোকৰ দিশত উদ্ভিদৰ বৃদ্ধিক কি বুলি জনা যায়?
(a) থিগম ট্রপিজম
(b) হাইড্র ট্রপিজম
(c) জিঅট্রপিজম
(d) ফট ট্রপিজম
উত্তৰঃ (d) ফট ট্রপিজম
প্রশ্নঃ জিঅট্রপিজম ক’ত দেখা পোৱা যায়?
(a) গাঁ-গছত
(b) শিপাত
(c) মূলত
(d) ফুলত
উত্তৰঃ (c) মূলত
প্রশ্নঃ উদ্ভিদৰ বৃদ্ধিৰ হৰম’ন কোনটো?
(a) ইনছুলিন
(c) এড্রেনালিন
(b) অ’ক্সিন
(d) থাইৰ”িন
উত্তৰঃ (b) অ’ক্সিন
প্রশ্নঃ উদ্ভিদৰ সালোক সংশ্লেষণত সহায় কৰে-
(a) ফটোট্রপিজম
(b) গ্লুক’জ
(c) ইনছুলিন
(d) ফ্ল’এম
উত্তৰঃ (a) ফটোট্রপিজম
প্রশ্নঃ তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীবনী পদার্থ? HSLC’25
(a) ইনচুলিন
(c) অ’রেষ্টজেন
(b) থাইৰ’ক্সিন
(d) চাইট ‘কাইনিন
উত্তৰঃ (d) চাইট ‘কাইনিন।
প্রশ্নঃ উদ্ভিদৰ কোনটো আন্দোলন স্পৰ্শৰবাবে হয়?
(a) জিঅট্রপিজম
(b) ফট ট্রপিজম
(c) থিগম ট্রপিজম
(d) হাইড্র ট্রপিজম
উত্তৰঃ (c) থিগম ট্রপিজম
প্রশ্নঃ স্নায়ু সংকেত বাহক কোনটো পদার্থ?
(a) ATP
(b) নিউৰ টান্সমিটাৰ
(c) অক্সিজেন
(d) ক্লোৰ’ফিল
উত্তৰঃ (b) নিউৰ’ট্রান্সমিটাৰ
প্রশ্নঃ কোনটো হৰম’ন ৰক্ত চিনিৰ পৰিমাণ নিয়ন্ত্রণ কৰে?
(a) থাইৰ’নি
(c) এড্রেনালিন
(b) ইনছুলিন
(d) টেষ্ট’ষ্টেৰন
উত্তৰঃ (b) ইনছুলিন
প্রশ্নঃ কোনটো অংগ ইনজুলিন উৎপন্ন কৰে?
(a) যকৃৎ
(c) অগ্ন্যাশয়
(b) মুত্রাশয়
(d) বৃক্ক
উত্তৰঃ (c) অগ্ন্যাশয়
প্রশ্নঃ থাইৰ ক্সিন হৰম’ন ক’ত উৎপন্ন হয়?
(a) থাইৰয়ড গ্রন্থিত
(c) হৃদযন্ত্রত
(b) মস্তিষ্কত
(d) ফুসফুসত
উত্তৰঃ (a) থাইৰয়ড গ্রন্থিত
প্রশ্নঃ কেবল উদ্ভিদত দেখা পোৱা হৰম’ন কোনটো?
(a) এড্রেনালিন
(b) ইনছুলিন
(c) গাইবেৰেলিন
(d) থাইৰ’নি
উত্তৰঃ (c) গাইবেৰেলিন
প্রশ্নঃ তীব্রভাবে ভয় পাই উঠিলে কোনটো হৰম’ন মুক্ত হয়?
(a) ইনছুলিন
(c) থাইৰ ‘ক্সিন
(b) এড্রেনালিন
(d) অক্সিন
উত্তৰঃ (b) এড্রেনালিন
প্রশ্নঃ তন্ত্রিকা স্নায়ুৰ কাৰ্য কি?
(a) সংকেত প্ৰেৰণ
(b) সংকেত গ্রহণ
(c) সংকেত বিশ্লেষণ
(d) সংকেত সংৰক্ষণ
উত্তৰঃ (b) সংকেত গ্রহণ
প্রশ্নঃ উদ্ভিদৰ বৃদ্ধি নিয়ন্ত্রণত সহায় কৰে-
(a) অক্সিন
(b) এড্রেনালিন
(c) ATP
(d) নিউৰ’ন
উত্তৰঃ (a) অক্সিন
প্রশ্নঃ ক’লা ভীমৰ আন্দোলন কেনেধৰণৰ আন্দোলন?
(a) থিগম’নাষ্টি
(b) থিগম ট্রপিজম
(c) হাইড্র টপিজম
(d) নাষ্টিক আন্দোলন
উত্তৰঃ (a) থিগম ‘নাষ্টি
প্রশ্নঃ কার্যনির্বাহী স্নায়ু কোনফালে সংকেত প্ৰেৰণ কৰে?
(a) মগজুলৈ
(b) স্পাইনেল কর্ডলৈ
(c) উদ্রেক অংগলৈ
(d) সংকেত কেন্দ্রলৈ
উত্তৰঃ (c) উদ্রেক অংগলৈ
প্রশ্নঃ উদ্ভিদৰ কোনটো অংশত সর্বাধিক অনি পোরা যায়?
(a) পাতত
(c) ডালৰ আগত
(b) মূলত
(d) ফুলত
উত্তৰঃ (c) ডালৰ আগত
(a) তাৎক্ষণিক
(b) অলপ পলম
(c) অত্যন্ত বেছি সময়ৰ পাছত
(d) সঁহাৰি নাথাকে
উত্তৰঃ (b) অলপ পলম
প্রশ্নঃ উদ্ভিদৰ কোনটো আন্দোলন দিশ-নিৰ্ভৰ নহয়?
(a) ফট ট্রপিজম
(b) থিগম ট্রপিজম
(c) নাষ্টিক আন্দোলন
(d) জিঅট্রপিজম
উত্তৰঃ (c) নাষ্টিক আন্দোলন
প্রশ্নঃ দেহৰ তাপমান নিয়ন্ত্রণ কবে-
(a) মগজু
(b) থাইৰয়ড
(c) হাইপোথেলামাছ
(d) হিপ’কেম্পাছ
উত্তৰঃ (c) হাইপোথেলামাছ
প্রশ্নঃ স্নায়ুতন্ত্ৰৰ কেন্দ্রীয় অংশ হৈছে-
(a) মাংসপেশী আৰু হাড়
(b) হৃদযন্ত্র
(c) মগজু আৰু স্পাইনেল কর্ড
(d) স্পাইনেল কর্ড
উত্তৰঃ (c) মগজু আৰু স্পাইনেল কর্ড
প্রশ্নঃ মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?
(a) মধ্য মস্তিষ্কই
(b) স্নায়ুৰজ্জুই
(c) প্রমস্তিষ্কই
(d) চেৰিবেলামে
উত্তৰঃ (d) চেৰিবেলামে।
প্রশ্নঃ উদ্ভিদৰ শিপাৰ গতিক ——– বোলে।
(a) ভুকেন্দ্রাবেগী
(b) বাসায়নুবেগী
(c) পোহৰানুবেগী
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) ভুকেন্দ্ৰাবেগী।
প্রশ্নঃ চকুৰ মণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি কাৰ্য নিয়ন্ত্রণ কবে-
(a) মধ্য মস্তিষ্কই
(b) পশ্চাৎ মস্তিষ্কই
(c) মধ্য মস্তিষ্ক আৰু চেৰিবেলামে
(d) মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই
প্রশ্নঃ তলৰ কোনবিধ ৰোগ থাইৰ ক্সিন হৰম’ন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয়-
(a) বেৰিবেৰি
(b) গৰল ৰোগ
(c) ডায়েবেটিছ
(d) কটীয়ালগা
উত্তৰঃ (b) গৰল ৰোগ।
প্রশ্নঃ এটা মৌলৰ ইলেক্ট্রনীয় বিন্যাস 2.8.71 তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব?
(a) N (7)
(c) P (15)
(b) F (9)
(d) Ar (18)
প্রশ্নঃ তলৰ কোনটো উদ্ভিদৰ সঞ্জিবনী পদার্থ নহয়?
(a) জিবাবেলিন
(b) টেষ্ট’ষ্টেবন
(c) অক্সিন
(d) চাইট’কাইনিন
উত্তৰঃ (b) টেষ্ট’ষ্টেৰন।
প্রশ্নঃ তলৰ কোনবিধ সঞ্জীবনী পদার্থই উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে?
(a) জিবাৰেলিন
(b) চাইট ‘কাইনিন
(c) অক্সিন
(d) এবচাইচিচ এছিড
উত্তৰঃ (d) এবচাইচিচ এছিড।
প্রশ্নঃ যি সঞ্জীবনী পদাৰ্থৰ প্রভাৱত গছৰ পাত সৰি পৰে-
(a) অক্সিন
(b) জিবাৰেলিন
(c) এবচাইচিচ এছিড
(d) চাইট ‘কাইনিন
উত্তৰঃ (c) এবচাইচিচ এছিড।
প্রশ্নঃ তেজত চেনিৰ মাত্রা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম’নবিধ হৈছে
(a) এড্রিনেলিন
(b) থাইৰ’ক্সিন
(c) ইনচুলিন
(d) টেষ্ট’ষ্টেৰন
উত্তৰঃ (c) ইনচুলিন।
প্রশ্নঃ মানর স্ত্রীত প্ৰজননাত্মক দশাৰ আৰম্ভণি তলৰ কোনটোৱে সূচায়?
(a) শৰীৰ বৃদ্ধি
(b) চুলিৰ আকৃতিৰ পৰিৱৰ্তন
(c) কণ্ঠস্বৰ পৰিৱৰ্তন
(d) ঋতুস্রাব
উত্তৰঃ (d) ঋতুস্রাব।
প্রশ্নঃ দুটা নিউৰণৰ মাজৰ সংযোগী পথক বোলে-
(a) ডেনড্রাইট
(b) এক্সন
(c) ছাইনেছ
(d) মায়েলিন আৱৰণী
উত্তৰঃ (c) ছাইনেছ।
প্রশ্নঃ দুই ধৰণৰ স্নায়ু প্ৰবৰ্ষৰ নাম লিখা।
(a) এক্সন আৰু থাইমাছ
(b) এক্সন আৰু হাইড্রাইট
(c) এক্সন আৰু ডেনড্রাইট
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) এক্সন আৰু ডেনড্রাইট।
প্রশ্নঃ মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হ’ল-
(a) চেৰিবেলাম
(b) মেডুলা
(c) পন্চ
(d) চেৰিব্রাম
উত্তৰঃ (a) চেৰিবেলাম।
প্রশ্নঃ এটা মৌল X য়ে অক্সিজেনৰ সৈতে বিক্রিয়া কৰি X₂ O সংকেতেৰে যৌগ গঠন কৰে। মৌল X তলৰ কোনটো মৌলৰ সৈতে পর্যাবৃত্ত তালিকাত একেটা বর্গত থাকিব?
(a) Na
(c) Al
(b) Mg
(d) Si
উত্তৰঃ (a) Na
প্রশ্নঃ হৰম’নৰ পৰিমান আৰু নিঃসৃত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্রিত হয়?
(a) ফিড্-বেক পদ্ধতিৰ দ্বাৰা
(b) ফিড্-আপ পদ্ধতিৰ দ্বাৰা
(c) নন-ফিড্-বেক পদ্ধতিৰ দ্বাৰা
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) ফিড্-বেক পদ্ধতিৰ দ্বাৰা।
প্রশ্নঃ দেহবর্ধনকাৰী হৰম’ন নিঃসৰণ কৰে-
(a) এড্রিনেলিন গ্রন্থিয়ে
(b) পিটুইটাৰি গ্রন্থিয়ে
(c) থাইৰয়েড গ্রন্থিয়ে
(d) অন্তঃস্রাবী গ্রন্থিয়ে
উত্তৰঃ (b) পিটুইটাৰি গ্রন্থিয়ে।
প্রশ্নঃ বার্তা বা উত্তেজনা অনুভৱ কৰিবলৈ আমাৰ দেহত থকা বিশেষ কোষক ……….. বোলে।
(a) সংবেদী স্নায়ুকোষ
(b) স্নায়ু প্ৰেৰণা
(c) ডেনড্রাইট
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) সংবেদী স্নায়ুকোষ।
উত্তৰঃ (d) মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই।
প্রশ্নঃ উদ্ভিদত ডিম্বকৰ দিশে পৰাগ নলীকাৰ গতি কিহৰ উদাহৰণ?
(a) ফটোট্র’পিজিয়াম
(b) হাইড্রট্র’পিজিয়াম
(c) কেম টু’ পিজিয়াম
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) কেমট্র’পিজিয়াম।
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রশ্নঃ নিয়ন্ত্ৰণ আৰু সমন্বয় কোনে কৰে?
উত্তৰঃ স্নায়ুতন্ত্ৰ আৰু অন্তঃক্ষৰক তন্ত্রই কৰে।
প্রশ্নঃ নিউৰ ‘নৰ মূল কার্য কি?
উত্তৰঃ সংকেত প্ৰেৰণ কৰা।
প্রশ্নঃ উদ্ভিদৰ সালোক-আন্দোলনক কি বোলে?
উত্তৰঃ ফটট্রপিজম।
প্রশ্নঃ উদ্ভিদৰ পানী-সম্পর্কীয় আন্দোলনক কি বোলে?
উত্তৰঃ হাইড ট্রপিজম।
প্রশ্নঃ যি সঞ্জীবনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে তাৰ নাম কি?
উত্তৰঃ এবচাইছিক এছিড।
প্রশ্নঃ উদ্ভিদৰ মাটিৰ গুৰিত দেখা পোৱা আন্দোলনক কি বোলে? HSLC ’17
উত্তৰঃ জিঅট্রপিজম।
প্রশ্নঃ উদ্ভিদত স্পৰ্শৰ বাবে হোৱা আন্দোলনক কি কয়?
উত্তৰঃ থিগম ট্রপিজম।
প্রশ্নঃ উদ্ভিদৰ নাষ্টিক আন্দোলনৰ এক উদাহৰণ কি?
উত্তৰঃ ক’লা ভীমৰ পাত বন্ধ হোৱা।
প্রশ্নঃ মানুহৰ মগজুৰ সুৰক্ষাৰ বাবে কি থাকে?
উত্তৰঃ খুলি।
প্রশ্নঃ ক’ত ATP উৎপন্ন হয়?
উত্তৰঃ মাইট’কন্ড্রিয়াত।
প্রশ্নঃ থাইৰ ক্সিন কোনে উৎপন্ন কৰে?
উত্তৰঃ থাইৰয়ড গ্রন্থিয়ে।
প্রশ্নঃ উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ নাম লিখা। HSLC ’20
উত্তৰ: অক্সিন।
প্রশ্নঃ স্পাইনেল কর্ড ক’ত অৱস্থিত?
উত্তৰঃ মুৰৰ হাড়ৰ তলৰ পৰা পিঠিৰ মাজভাগত।
প্রশ্নঃ নিউব’নৰ সংকেত বাহক পদার্থ ক’ত থাকে?
উত্তৰঃ ছিন্যাপছত।
প্রশ্নঃ মানুহৰ স্নায়ুতন্ত্র কিমান প্ৰকাৰৰ?
উত্তৰঃ দুই প্ৰকাৰৰ স্নায়ুতন্ত্র। কেন্দ্রীয় আৰু পৰিপৰীক্ষী
প্রশ্নঃ এড্রেনালিন কেতিয়া ক্ষৰিত হয়?
উত্তৰঃ ভয় বা উত্তেজনাৰ সময়ত।
প্রশ্নঃ দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি?
উত্তৰঃ এক্সন আৰু ডেনড্রাইট।
প্রশ্নঃ উদ্ভিদৰ কোন অংশত অক্সিন সর্বাধিক থাকে?
উত্তৰঃ ডালৰ আগভাগত।
প্রশ্নঃ কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীবনী পদার্থটো কি?
উত্তৰঃ চাইট’কাইনিন।
প্রশ্নঃ অনৈচ্ছিক ক্ৰিয়াবোৰ মস্তিষ্কৰ কোন অংশই নিয়ন্ত্ৰণ কৰে?
উত্তৰঃ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই।
প্রশ্নঃ প্রমস্তিষ্কৰ দুটা কার্য লিখা।
উত্তৰঃ (ক) প্রমস্তিষ্কই চিন্তা-ভাৱনাত মুখ্য ভমিকা পালন কৰে। (খ) শ্রবন, ঘ্রাণ, দৃষ্টি আদিব পৰা স্নায়ু প্ৰেৰণা গ্রহণ কৰে।
প্রশ্নঃ প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?
উত্তৰঃ প্রতীপ ক্রিয়া স্নায়ুৰজ্জুত সংঘটিত হয়। প্রতীপ ক্ৰিয়াৰ বাবে প্রয়োজনীয় তথ্য মগজুই যোগান ধৰে।
প্রশ্নঃ উদ্ভিদৰ চলন কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ উদ্ভিদৰ চলন দুই প্ৰকাৰৰ। যেনে- বিকাশ বা বৃদ্ধি চলন আৰু স্বতন্ত্র চলন।
প্রশ্নঃ উদ্ভিদৰ আন্দোলনত আলোকে কি ভূমিকা ब्लয়?
উত্তৰঃ দিশ নির্দেশ কৰে।
প্রশ্নঃ নিউৰ’ন কি?
উত্তৰঃ এটা স্নায়ু কোষ।
প্রশ্নঃ মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষাকার্য নিয়ন্ত্রণ কৰে, সেই অংশৰ নাম কি? HSLC ’19
উত্তৰঃ চেৰিবেলাম।
প্রশ্নঃ কোনবিধ হৰম’নৰ প্ৰভাৱত গছৰ পাত সবে?
উত্তৰঃ এবছাইচিক এছিড।
প্রশ্নঃমস্তিষ্কৰ কোনটো অংশই অনৈচ্ছিক কার্য নিয়ন্ত্রণ কৰে?
উত্তৰঃ পশ্চাৎ মস্তিষ্কত থকা মেডুলাই।
প্রশ্নঃ মানুহৰ দেহৰ ক’ত ইনছুলিন হৰম’ন উৎপন্ন হয়?
উত্তৰ: অগ্নাশয়ত।
প্রশ্নঃ স্নায়ুকোষবোৰ কিহৰ দ্বাৰা গঠিত?
উত্তৰঃ স্নায়ুকোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰৱৰ্ধৰে গঠিত।
প্রশ্নঃ ফল পকাত সহায় কৰা হৰম’ন বিধৰ নাম কি?
উত্তৰঃ ইথিলিন।
প্রশ্নঃ মগজুৰ দুটা কার্য লিখা।
উত্তৰঃ (ক) মগজুয়ে আমাক চিন্তা কৰাত সহায় কৰে।
(খ) মগজুৱে দেহৰ সমতা ৰক্ষা কৰে।
প্রশ্নঃ মস্তিষ্কৰ পৰা ওলোৱা স্নায়ুক কি বোলা হয়?
উত্তৰঃ ক্রেনিয়েল স্নায়ু।
প্রশ্নঃ মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?
উত্তৰঃ পশ্চাৎ মস্তিষ্কত অৱস্থিত চেৰিবেলাম নামৰ অংশই।
প্রশ্নঃ কার্যনির্বাহী স্নায়ু সংকেত ক’লৈ পঠায়?
উত্তৰঃ উদ্রেক অংগলৈ।
প্রশ্নঃ মস্তিষ্কৰ যি অংশই দেহৰ সমতৰা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশৰ নাম কি?
উত্তৰঃ চেৰিবেলাম।
প্রশ্নঃ ইনজুলিন কোনে উৎপন্ন কবে?
উত্তৰঃ অগ্ন্যাশয়ে।
প্রশ্নঃ উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি?
উত্তৰঃ উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগ দুবিধ। যেনে-
(ক) জাইলেম কলা আৰু (খ) ফ্ল’রেম কলা।
প্রশ্নঃ উদ্ভিদৰ বৃদ্ধিৰ হৰম’ন কি?
উত্তৰঃ অক্সিন।