Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 General Science MCQ Chapter 6 জীৱন প্রক্রিয়া 2026

By Rabbi Masrur

Published On:

Class 10 General Science MCQ Chapter 6 জীৱন প্রক্রিয়া

Class 10 General Science MCQ Chapter 6 জীৱন প্রক্রিয়া

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 6 জীৱন প্রক্রিয়া সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 6 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

অধ্যায় – ৬

জীৱন প্রক্রিয়া

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

👉 Read Also:

প্রশ্নঃ জীৱনৰ মুখ্য বৈশিষ্ট্য কি?

(a) খাদ্য গ্রহণ

(b) উত্তেজনাত সঁহাৰি দিয়া

(c) বংশবৃদ্ধি

(d) ওপৰৰ সকলো

উত্তৰঃ (d) ওপৰৰ সকলো

প্রশ্নঃ জীবজন্তুবে শক্তি লাভ কৰে-

(a) জিৰণ প্ৰক্ৰিয়াৰ পৰা

(b) সালোক সংশ্লেষণৰ পৰা

(c) মেটাবলিজমৰ পৰা

(d) খাদ্যৰ পৰা

উত্তৰঃ (d) খাদ্যৰ পৰা

প্রশ্নঃ মানুহৰ কোষৰ ভিতৰত খাদ্য হজম হয়-

(a) নিউক্লিয়াছত

(b) মাইট’কন্ড্রিয়াত

(c) লাইছ’ছোমত

(d) বাইবোছোমত

উত্তৰঃ (c) লাইছ’ছোমত

প্রশ্নঃ সালোক সংশ্লেষণ প্রক্রিয়া হয়-

(a) ক্লোৰ’প্লাষ্টত

(b) মাইট’কন্ড্রিয়াত

(c) ৰাইবোছোমত

(d) নিউক্লিয়াছত

উত্তৰঃ (a) ক্লোৰ’প্লাষ্টত

প্রশ্নঃ সালোক সংশ্লেষণৰ দ্বাৰা উৎপন্ন হয়-

(a) অক্সিজেন আৰু গ্লুক’জ

(b) কার্বন ডাইআইড

(c) মিঠা পানী

(d) ইউৰিয়া

উত্তৰঃ (a) অক্সিজেন আৰু গ্লুক’জ

প্রশ্নঃ শ্বসনৰ ফলত উৎপন্ন শক্তি ক’ত সঞ্চিত হয়?

(a) DNA ত

(b) ATP ত

(c) RNA ত

(d) এনজাইমত

উত্তৰঃ (b) ATP ত

প্রশ্নঃ কোনটো জীৱনৰ এক মৌলিক প্রক্রিয়া নহয়?

(a) শ্বসন

(b) খাদ্য গ্রহণ

(c) ATP সঞ্চয়

(d) ফটো-ইলেক্ট্রিক প্রভাব

উত্তৰঃ (d) ফটো-ইলেক্ট্রিক প্রভাব

প্রশ্নঃ পাইভেট অণু ভাঙি কার্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোবা বিক্রিয়াটো সম্পাদিত হয়- HSLC ’25

(a) চাইট’প্লাজমত

(b) মাইট’কন্ড্রিয়াত

(c) ক্ল’ৰ’প্লাষ্টত

(d) কোষকেন্দ্রত

উত্তৰঃ (৮) মাইট ‘কন্ড্রিয়াত।

প্রশ্নঃ জীবিত কোষত শক্তিৰ কাৰখানা বুলি কাক কোৱা হয়?

(a) নিউক্লিয়াছ

(b) ক্লোৰ’প্লাষ্ট

(c) মাইট’কন্ড্রিয়া

(d) বাইবোছোম

উত্তৰঃ (c) মাইট’কন্ড্রিয়া

প্রশ্নঃ সালোক সংশ্লেষণৰ বাবে প্রয়োজন হয়-

(a) অক্সিজেন

(b) কার্বন ডাইঅ’ইড

(c) ATP

(d) ইউৰিয়া

উত্তৰঃ (b) কার্বন ডাইঅ’ইড

প্রশ্নঃ ATP ৰ সম্পূৰ্ণ ৰূপ কি?

(a) এডিনাইনট্রাই ফছফেট

(b) এডিন’ছিন ট্রাই ফছফেট

(c) এডিন’ছিন ডাই ফছফেট

(d) এডিনাইন মনো ফছফেট

উত্তৰঃ (b) এডিন ‘ছিন ট্রাই ফছফেট

প্রশ্নঃ শ্বসন প্রক্রিয়াত কোনটো গেছব্যৱহাৰ হয়?

(a) হাইড্রজেন

(b) নাইট্র’জেন

(c) অক্সিজেন

(d) মিথেন

উত্তৰঃ (c) অক্সিজেন

প্রশ্নঃ শ্বসনৰ ফলত মুক্ত হয়-

(a) কার্বন ডাইআইড আৰু জলীয় বাষ্প

(b) অক্সিজেন আৰু জলীয় বাষ্প

(c) গ্লুক’জ আৰু ATP

(d) ATP আৰু ইউৰিয়া

উত্তৰঃ (a) কার্বন ডাইঅ’ইড আৰু জলীয় বাষ্প

প্রশ্নঃ গছৰ পাতত সালোক সংশ্লেষণ ক’ত হয়?

(a) মাইট ‘কন্ড্রিয়াত

(b) ক্লোৰ’প্লাষ্টত

(c) নিউক্লিয়াছত

(d) সাইটোপ্লাজমত

উত্তৰঃ (b) ক্লোৰ’প্লাষ্টত

প্রশ্নঃ শ্বসন কিছুমান-

(a) একপক্ষীয় প্রক্রিয়া

(b) দ্বিপক্ষীয় প্রক্রিয়া

(c) জৈবিক প্রক্রিয়া

(d) ৰাসায়নিক বিক্রিয়া নহয়

উত্তৰঃ (c) জৈৱিক প্রক্রিয়া

প্রশ্নঃ বৃক্ক হ’ল ——– ৰ অংশ।

(a) পাচন তন্ত্র

(b) ৰেচন তন্ত্র

(c) স্নায়ু তন্ত্র

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (b) ৰেচন তন্ত্র।

প্রশ্নঃ উদ্ভিদে দিনৰ ভাগত সালোক সংশ্লেষণ কবে-HSLC ’25

(a) অক্সিজেন মুক্ত কৰে

(b) অক্সিজেন শোষণ কৰে

(c) নাইট’জেন মুক্ত কৰে

(d) হাইড্র’জেন মুক্ত কৰে

উত্তৰঃ (a) অক্সিজেন মুক্ত কৰে

প্রশ্নঃ উদ্ভিদৰ পানী পৰিবহণৰ পথ-

(a) ফ্ল’এম

(c) নিউক্লিয়াছ

(b) কট হেয়াৰ

(d) জাইলেম

উত্তৰঃ (d) জাইলেম

প্রশ্নঃ খাদ্য উদ্ভিদৰ পাতৰ পৰা উদ্ভিদৰ অন্যান্য অংশলৈ কিহৰ জৰিয়তে যায়?

(a) ফ্ল’এম

(b) কট হেয়াৰ

(c) জাইলেম

(d) গেছীয় বিনিময়

উত্তৰঃ (a) ফ্ল’এম

প্রশ্নঃ ATP ক কি বুলি জনা যায়?

(a) শক্তি ঘৰৰ ৰূপ

(b) শক্তি মুদ্রা

(c) শক্তি কোষ

(d) শক্তি এনজাইম

উত্তৰঃ (৮) শক্তি মুদ্রা

প্রশ্নঃ উদ্ভিদে ৰাতি কি কৰে?

(a) সালোক সংশ্লেষণ

(b) শ্বসন

(c) সালোক সংশ্লেষণ আৰু শ্বসন দুয়োটাই

(d) ATP উৎপাদন বন্ধ কৰে

উত্তৰঃ (৮) শ্বসন

প্রশ্নঃ খাদ্য প্রস্তুতিৰ প্ৰক্ৰিয়াটো হৈছে-

(a) শ্বসন

(b) সালোক সংশ্লেষণ

(c) নিঃসৰণ

(d) সংবেদন

উত্তৰঃ (b) সালোক সংশ্লেষণ

(a) শক্তি বিনষ্ট হয়

(b) গ্লুক’জ আৰু অ’িজেন উৎপন্ন হয়

(c) ATP নষ্ট হয়

(d) ATP মুক্ত হয়

উত্তৰঃ (b) গ্লুক’জ আৰু অৈিজন উৎপন্ন হয়

প্রশ্নঃ কোনটো মেটাব লিক প্রক্রিয়া নহয়?

(a) শ্বসন

(b) সালোক সংশ্লেষণ

(c) পৰিপাক

(d) হিম ‘ফিল্টাৰ

উত্তৰঃ (d) হিম’ফিল্টাৰ

প্রশ্নঃ শ্বসন প্রক্রিয়াৰ মূল উদ্দেশ্য কি?

(a) খাদ্য সংৰক্ষণ

(b) শক্তি উৎপাদন

(c) কার্বন ডাইঅ’ইিড শোষণ

(d) গ্লুক’জ উৎপাদন

উত্তৰঃ (৮) শক্তি উৎপাদন

প্রশ্নঃ ATP উৎপাদন হয়-

(a) মাইট ‘কন্ড্রিয়াত

(b) নিউক্লিয়াছত

(c) ৰাইবোছোমত

(d) ক্লোৰ’প্লাষ্টত

উত্তৰঃ (a) মাইট ‘কন্ড্রিয়াত

প্রশ্নঃ উদ্ভিদৰ খাদ্য প্রস্তুতিৰ উৎস কি?

(a) মাটিৰ ইউৰিয়া

(b) কার্বন ডাইআইড আৰু পানী

(c) নাইট্র’জেন আৰু অৈিজন

(d) ATP আৰু গ্লুক’জ

উত্তৰঃ (৮) কার্বন ডাইঅক্সাইড আৰু পানী

👉 Read Also:

প্রশ্নঃ চাইট ‘প্লাজমত অবাত শ্বসন সংঘটিত হয়নে?

(a) হয়

(b) নহয়

(c) হয়, নহয়

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) হয়।

প্রশ্নঃ বৃক্ক গঠনৰ প্ৰাথমিক একক হ’ল-

(a) ভিলাই

(b) মেডুলা

(c) শ্লেষ্মা

(d) কর্টেক্স

উত্তৰঃ (d) কর্টেক্স।

প্রশ্নঃ বৃক্কৰ গঠন আৰু কাৰ্যৰ একক হ’ল-

(a) শিবা

(b) ধমনী

(c) ভিলাই

(d) নেফ্রন

উত্তৰঃ (d) নেফ্রন।

প্রশ্নঃ স্ব-পোষীয় পৰিপুষ্টিত প্রয়োজন হয়-

(a) কার্বন-ডাই-অক্সাইড আৰু পানী

(b) পত্ৰহৰিৎ

(c) সূৰ্যৰ পোহৰ

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

প্রশ্নঃ সোঁ অলিন্দ-নিলয় ছিদ্রটোত থকা ভালভটো-

(a) দুটা কপাটযুক্ত

(b) এটা কপাটযুক্ত

(c) তিনিটা কপাটযুক্ত

(d) চাৰিটা কপাটযুক্ত

উত্তৰঃ (c) তিনিটা কপাটযুক্ত।

প্রশ্নঃ ভোক আৰু পিয়াহ লগা অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ’ল-

(a) হাইপ’থেলামাছ

(b) মধ্যমস্তিষ্ক

(c) পশ্চাৎ মস্তিষ্ক

(d) প্রমস্তিষ্ক

উত্তৰঃ (d) প্রমস্তিষ্ক।

প্রশ্নঃ মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদার্থবিধ হ’ল-

(a) ক্ল’ৰ’প্লাষ্ট

(b) লোহিত ৰক্ত কণিকা

(c) শ্বেত ৰক্ত কণিকা

(d) হিম’গ্ল’বিন

উত্তৰঃ (d) হিম’গ্ল’বিন।

উত্তৰঃ (b) পানী পৰিবহন কৰা।

প্রশ্নঃ লসিকা এবিধ-

(a) পাচন তন্ত্র

(b) ৰেচন তন্ত্র

(c) পৰিবহন তন্ত্র

(d) সংবহন তন্ত্র

উত্তৰঃ (d) সংবহন তন্ত্র।

প্রশ্নঃ ফ্ল’রেম কলাৰ কাম হ’ল-

(a) খনিজ লৱন পৰিবহন

(b) পানী পৰিবহন কৰা

(c) খাদ্য পৰিবহন কৰা

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (c) খাদ্য পৰিবহন কৰা।

প্রশ্নঃ যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব পাৰে, তেনেবোৰ উদ্ভিদক…………উদ্ভিদ বোলে।

(a) স্ব-পোষী

(b) পৰপোষী

(c) জৈৱ ৰাসায়নিক

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) স্ব-পোষী।

প্রশ্নঃ উদ্ভিদে তৈয়াৰ কৰা খাদ্যবিধৰ নাম হ’ল-

(a) কার্ব হাইড্রেট

(b) কার্বন-ডাই-অক্সাইড

(c) ক্ল’ৰ’ফিল

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) কাৰ্ব হাইড্রেট।

প্রশ্নঃ পত্ৰৰন্ধৰ ছিদ্র মুক্ত আৰু বন্ধ হোরা পৰিঘটনা নিয়ন্ত্ৰণ কৰে-

(a) ৰক্ষীকোষে

(b) হৰিৎকণাই

(c) পত্ৰহৰিৎএ

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) ৰক্ষীকোষে।

প্রশ্নঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে খাদ্য তৈয়াৰ কৰিব পাৰে, সেই প্রক্রিয়াক ……….. বোলে।

(a) ইমালচিফিকেচন

(b) সালোক সংশ্লেষণ

(c) ৰেচন ক্রিয়া

(d) ওপৰৰ এটাও নহয়

প্রশ্নঃ মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা K মৌলৰ অক্সাইডৰ সংকেত হ’ল-

(a) KO₂

(b) K₂O

(c) K₂O₃

(d) KO

উত্তৰঃ (b) K₂O

উত্তৰঃ (b) সালোক সংশ্লেষণ।

প্রশ্নঃ লালটিত থকা উৎসেচকবিধ হ’ল-

(a) পেপচিন

(b) ট্রিপচিন

(c) এমাইলেজ

(d) শ্লেষ্মা

উত্তৰঃ (c) এমাইলেজ।

প্রশ্নঃ মানুহৰ ক্ষেত্ৰত সাধাৰণ চিষ্ট’লিক চাপৰ মাত্রা প্রায়- HSLC ’25

(a) পাৰাস্তম্ভত 120 mm

(b) পাৰাস্তম্ভত 100 mm

(c) পাৰাস্তম্ভত 90 mm

(d) পাৰাস্তম্ভত 105 mm

উত্তৰঃ (a) পাৰাস্তম্ভত 120 mm

প্রশ্নঃ তলৰ কোনটো অগ্নাশয় বসত থকা প্ৰ’টিন বিশ্লেষী উৎসেচক?

(a) পেপচিন

(b) ট্রিপচিন

(c) শ্লেষ্মা

(d) এমাইলেজ

উত্তৰঃ (b) টিপচিন।

প্রশ্নঃ শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ’ল-

(a) এমাইলেজ

(c) পেপচিন

(b) লাইপেজ

(d) ট্রিপচিন

উত্তৰঃ (a) এমাইলেজ।

প্রশ্নঃ পাকস্থলিত থকা প্রটিন বিশ্লেষি উৎসেচক হ’ল-

(a) পেপচিন

(c) শ্লেষ্মা

(b) ট্রিপচিন

(d) এমাইলেজ

উত্তৰঃ (a) পেপচিন।

প্রশ্নঃ চৰী অণুৰ ইমালচিফিকেচন সংঘটিত কবে-

(a) ট্রিপচিনে

(c) পেপচিনে

(b) পিত্ত লবণে

(d) এমাইলেজে

উত্তৰঃ (b) পিত্ত লবণে।

প্রশ্নঃ ভিনেগাৰত কিমান শতাংশ এচেটিক এছিড থাকে?

(a) 9-12%

(b) 5-8%

(c) 1-2%

(d) 3-5%

উত্তৰঃ (b) 5-8%

প্রশ্নঃ সম্পূর্ণ পাচিত হোৱা খাদ্য ………… বেবে শোষণ কৰি লয়।

(a) ক্ষুদ্রান্ত্ৰৰ

(b) বৃহদান্ত্ৰৰ

(c) স্ফিনক্টীৰ পেশীৰ

(d) পাকস্থলীৰ

উত্তৰঃ (a) ক্ষুদ্রান্ত্ৰৰ।

অতি চমু প্রশ্নোত্তৰ (VSA)

প্রশ্নঃ জীবনৰ মুখ্য প্রক্রিয়াসমূহ কি কি?

উত্তৰঃ খাদ্য গ্রহণ, শ্বসন, নিঃসৰণ, বংশবৃদ্ধি আৰু বৃদ্ধি।

প্রশ্নঃ সালোক সংশ্লেষণ ক’ত হয়?

উত্তৰঃ ক্লোৰ’প্লাষ্টত।

প্রশ্নঃ শ্বসনৰ ফলত কি উৎপন্ন হয়?

উত্তৰঃ ATP, কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প।

প্রশ্নঃ ভোক আৰু পিয়াহ লগাৰ অনুভূতি হিচাপে পৰিচালিত মস্তিষ্কৰ অংগটো কি?

উত্তৰ: হাইপ’থেলামাছ।

প্রশ্নঃ মণিক আৰু আকৰৰ পার্থক্য এটা উদাহৰণৰ সৈতে লিখা। HSLC ’18

উত্তৰ: আমাৰ ভুভাগত পোৱা মৌল বা যৌগ অৱস্থাত পোৱা পদাৰ্থবোৰ হৈছে মণিক। আনহাতে কিছুমান খনিজ পদার্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকিলে তাৰ পৰা ধাতুবিধ লাভজনকভাবে আহৰণ কৰিব পাৰি। এই ধৰণৰ খনিজ পদার্থই হৈছে আকৰ। উদাৰহণস্বৰূপে এলুমিনিয়ামৰ মণিক হৈছে বক্সাইট। আকৌ বক্সাইটৰ পৰা ধাতু বিধ লাভজনকভারে আহৰণ কৰিব পাৰি সেয়ে ই এলুমিনিয়ামৰ আকৰ।

প্রশ্নঃ খাদ্যৰ শক্তি কোষত কেনেদৰে সঞ্চিত হয়?

উত্তৰঃ এডিন ‘ছিন ট্রাই ফছফেট।

প্রশ্নঃ ATP ৰ সম্পূর্ণ ৰূপ কি?

উত্তৰঃ ATP ৰূপে।

প্রশ্নঃ কোনটো কোষ অংগানুক শক্তিৰ কাৰখানা বুলি জনা যায়?

উত্তৰঃ মাইট’কন্ড্রিয়া।

প্রশ্নঃ সালোক সংশ্লেষণত কোনটো গেছব্যৱহাৰ হয়?

উত্তৰঃ কাৰ্বন ডাইঅক্সাইড।

প্রশ্নঃ উদ্ভিদৰ পাতৰ ৰং সেউজীয়া কিয় হয়?

উত্তৰঃ উদ্ভিদৰ পাতত ক্ল’ৰ’প্লাষ্ট বা হৰিৎকণা থকা বাবে পাতৰ ৰং সেউজীয়া হয়।

প্রশ্নঃ কিহে চৰী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে?

কিহে চৰী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে

প্রশ্নঃ তলত দিয়া বিক্ৰিয়াবোৰৰ ৰাসায়নিক সমীকৰণ লিখাঃ

(ক) উত্তপ্ত জলীয় বাষ্পৰ লগত আয়নৰ বিক্রিয়া।

(খ) পানীৰ লগত কেৰাচিনৰ বিক্রিয়া।

তলত দিয়া বিক্ৰিয়াবোৰৰ ৰাসায়নিক সমীকৰণ লিখাঃ

প্রশ্নঃ শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰিত কৰা উৎসেচকটোৰ নাম কি?

উত্তৰ: এমাইলেজ

প্রশ্নঃ সালোক সংশ্লেষণৰ ফলত কি উৎপন্ন হয়?

উত্তৰঃ অক্সিজেন আৰু গ্লুক’জ।

প্রশ্নঃ উদ্ভিদে খাদ্য প্রস্তুত কৰে কিদৰে?

উত্তৰঃ সালোক সংশ্লেষণৰ জৰিয়তে।

প্রশ্নঃ শ্বসন কেনেধৰণৰ প্ৰক্ৰিয়া?

উত্তৰঃ জৈৱিক আৰু ৰাসায়নিক প্রক্রিয়া।

প্রশ্নঃ দন্ধীকৰণ কাক বোলে?

উত্তৰঃ পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰ ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰাকে দন্ধীকৰণ বোলে।।

প্রশ্নঃ তেজত থকা প্লাজমাৰ কাৰ্য লিখা।

উত্তৰঃ তেজত থকা প্লাজমাই দ্রবীভূত অৱস্থাত থকা খাদ্যবস্তু, কার্বন-ডাই-অক্সাইড আৰু নাইট’জেন জাতীয় বর্জিত পদাৰ্থবোৰ পৰিবহন কৰে।

প্রশ্নঃ উদ্ভিদত পানী পৰিবহণ কোনে কৰে?

উত্তৰঃ জাইলেম।

প্রশ্নঃ সংপৃক্ত যৌগ কাক বোলে?

উত্তৰঃ কাৰ্বন বান্ধনিবোৰ এক-বান্ধনিৰে সংযুক্ত হৈ থাকিলে তাক সংপৃক্ত যৌগ বোলে।

প্রশ্নঃ মানুহৰ ৰেচন তন্ত্রটো কি কি অংগৰ দ্বাৰা গঠিত?

উত্তৰঃ মানুহৰ ৰেচনতন্ত্র এযোৰ বৃক্ক, এযোৰ মূত্রনলী, এটা মুত্রথলী, আৰু এটা মূত্র নিষ্কাশন নলীৰ দ্বাৰা গঠিত।

প্রশ্নঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীতা পূৰ্ণ কৰা হয় তাক কি বোলে?

উত্তৰ: সালোক সংশ্লেষণ।

প্রশ্নঃ লালটি এমাইলেজৰ কাৰ্য লিখা।

উত্তৰঃ লালটি এমাইলেজে খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তিত কৰে।

প্রশ্নঃ ট্রিপচিনৰ কাৰ্য কি?

উত্তৰঃ অগ্নাশয়ত প্র’টিন বিশ্লেষী হিচাপে ট্রিপচিনে কাৰ্য কৰে।

প্রশ্নঃ খাদ্য উদ্ভিদৰ অন্যান্য অংশলৈ কিহৰ জৰিয়তে যায়?

উত্তৰঃ ফ্ল’এমৰ জৰিয়তে।

প্রশ্নঃ সালোক সংশ্লেষণ প্রক্রিয়াত সূৰ্যৰ কি প্রয়োজন?

উত্তৰঃ পোহৰ শক্তি।

প্রশ্নঃ ATP ক সাধাৰণতে কি বুলি কোৱা হয়?

উত্তৰঃ শক্তি মুদ্রা।

প্রশ্নঃ উদ্ভিদে বাতি কি কৰে?

উত্তৰঃ শ্বসন।

প্রশ্নঃ শ্বসন প্রক্রিয়াত উদ্ভিদে কি শোষণ কৰে?

উত্তৰঃ অক্সিজেন।

প্রশ্নঃ শ্বসন প্রক্রিয়াত উদ্ভিদে কি মুক্ত কৰে?

উত্তৰঃ কাৰ্বন ডাইআইড আৰু জলীয় বাষ্প।

প্রশ্নঃ উদ্ভিদত গেছীয় বিনিময় ক’ত হয়?

উত্তৰঃ স্টোমাটা বা কাষ্ঠৰন্ধত।

প্রশ্নঃ আমাৰ তেজত থকা শ্বাসকণিকাবিধৰ নাম লিখা। কণাবিধৰ কাৰ্য উল্লেখ কৰা? HSLC ’19

উত্তৰ: আমাৰ তেজত থকা শ্বাসকণিকাবিধৰ নাম হ’ল লোহিত ৰক্ত কণিকা।
লোহিত ৰক্ত কণিকাই অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড পৰিবহণ কৰে।

প্রশ্নঃ চাবোনৰ মলি আঁতৰোৱাৰ প্রক্রিয়াব্যাখ্যা কৰা। HSLC ’20

উত্তৰঃ সৰহভাগ মলি তেলীয় গুণযুক্ত। আনহাতে, চাবোনৰ অণুবোৰ হৈছে দীঘল শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ ছ’ডিয়াম বা পটেছিয়াম লবণ। চাবোনৰ আয়নীয় মেৰু পানীত দ্রবণীয়। আনহাতে, কার্বন শৃংখল তেলত অদ্রবণীয়। এনেদৰে চাবোনে পানীত সমাচ্ছায়া সৃষ্টি কৰে। চাবোনৰ ফেনে এনেদৰে মলি আঁতৰ হোৱাত সহায় কৰে।

প্রশ্নঃ সালোক সংশ্লেষণত কোনটো ৰঙৰ পিগমেন্ট ব্যবহাৰ হয়?

উত্তৰঃ ক্লোৰ ‘ফিল।

প্রশ্নঃ সালোক সংশ্লেষণত পানীৰ পৰা কি মুক্ত হয়?

উত্তৰঃ অক্সিজেন।

প্রশ্নঃ উভচৰ (সৰীসৃপ)ৰ হৃদযন্ত্ৰটো কেইটা কোঠালিযুক্ত?

উত্তৰঃ তিনিটা কোঠালিযুক্ত।

প্রশ্নঃ সিৰাবোৰৰ কাৰ্য লিখা।

উত্তৰঃ সিৰাবোৰে দেহৰ বিভিন্ন অংগ বা কলাবোৰৰ পৰা তেজ হৃদযন্ত্রলৈ কঢ়িয়াই আনে।

প্রশ্নঃ পাকগ্রন্থি কাক বোলে?

উত্তৰঃ পাকস্থলিত পাচক ৰস নিঃসৰণ কৰা গ্রন্থিবোৰক পাকগ্রন্থি বোলে।

প্রশ্নঃ স্ব-পোষী জীর কাক বোলে? এটা উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব পাৰে, সেইবোৰক স্ব-পোষী জীৱ বোলে। যেনে- উদ্ভিদ।

প্রশ্নঃ পাকস্থলিত হাইড্ৰ’ক্ল’ৰাইড এছিডৰ ভূমিকা কি?

উত্তৰঃ পাকস্থলিত হাইড্র’ক্ল’ৰিক এছিডে পেপছিনৰ কাৰ্য তীব্ৰতৰ কৰি তোলে।

প্রশ্নঃ শ্লেষ্মাৰ কার্য লিখা।

উত্তৰঃ শ্লেষ্মাই পাকস্থলী বেৰখনৰ অন্তঃআৱৰণক এছিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে।

প্রশ্নঃ তৃণভোজী প্ৰাণীৰ পাকস্থলিৰ গঠন কেনেকুৱা?

উত্তৰঃ ঘাঁহজাতীয় উদ্ভিদত থকা চেলুল’জ পাচন কৰিবলৈ তৃণভোজী প্রাণীৰ ক্ষুদ্রান্ত্র দীঘল আৰু পাক খোৱা।

প্রশ্নঃ হিম’গ্লবিন ক’ত পোৱা যায়?

উত্তৰঃ তেজৰ লোহিত ৰক্ত কণিকাত হিম’গ্ল’বিন পোৱা যায়।

প্রশ্নঃ আমাৰ শৰীৰৰ ক’ত তেজ পৰিশোধন হয়?

উত্তৰঃ হাওঁফাওঁত।

প্রশ্নঃ আমাৰ হৃদযন্ত্ৰটো কেইটা কোঠালিযুক্ত?

উত্তৰঃ চাৰিটা কোঠালিযুক্ত।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment