Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 General Science MCQ Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্রেণীবিভাজন

By Rabbi Masrur

Published On:

Class 10 General Science MCQ Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্রেণীবিভাজন

Class 10 General Science MCQ Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্রেণীবিভাজন

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্রেণীবিভাজন সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 5 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

অধ্যায় – ৫

মৌলৰ পৰ্যাবৃত্ত শ্রেণীবিভাজন

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

👉 Read Also:

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত সাৰণী প্ৰথমবাৰৰ বাবে কোনে প্রস্তুত কৰিছিল?

(a) ডালটন

(c) মেন্ডেলিভ

(b) নিউটন

(d) বোয়ে

উত্তৰঃ (c) মেণ্ডেলিভ

প্রশ্নঃ বর্তমান ব্যৱহৃত মৌলৰ পৰ্যাবৃত্ত সাৰণী (তালিকা) টো কোনজন বিজ্ঞানীৰ দ্বাৰা উন্নীত কৰা হৈছিল?

(a) মোজলি

(c) বয়েল

(b) মেণ্ডেলিভ

(d) লেভইচ

উত্তৰঃ (a) মোজলি

প্রশ্নঃ পর্যাবৃত্ত সাৰণীত মৌলসমূহ কেনেধৰণে বিন্যস্ত কৰা হয়?

(a) গুণগত ভৰ অনুসৰি

(b) পৰমাণু সংখ্যা অনুসৰি

(c) পৰমাণু ভলিউম অনুসৰি

(d) পৰমাণু ঘনত্ব অনুসৰি

উত্তৰঃ (b) পৰমাণু সংখ্যা অনুসৰি

প্রশ্নঃ পর্যাবৃত্ত সাৰণীৰ কেইটা গোট আছে?

(a) ১৮

(c) ৯

(b) ৭

(d) ১২

উত্তৰঃ (a) ১৮

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত সাৰণীত কেইটা পর্যায় থাকে?

(a)৮

(c) ৯

(b) ৭

(d) ৬

উত্তৰঃ (৮) ৭

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত গোটসমূহ কি বুলি জনা যায়?

(a) কলাম

(b) ৰো

(c) ব্লক

(d) পর্যায়

উত্তৰঃ (a) কলাম

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত সাৰণীত দিয়া অনুভূমিক শাৰীসমূহক কি বোলা হয়?

(a) গোট

(c) ব্লক

(b) পর্যায়

(d) গ্রুপ

উত্তৰঃ (৮) পর্যায়

প্রশ্নঃ পর্যাবৃত্ত সাৰণীত S-ব্লক মৌলসমূহ কোন গোটত থাকে?

(a) ১ আৰু ২

(b) ১৬ আৰু ১৭

(c) ১৩ আৰু ১৪

(d) ১৭ আৰু ১৮

উত্তৰঃ (a) ১ আৰু ২

প্রশ্নঃ D-ব্লক মৌলসমূহক সাধাৰণতে কি বুলি জনা যায়?

(a) ৰসায়নিক মৌল

(b) ধাতব মৌল

(c) স্থানান্তৰ মৌল

(d) উপধাতু মৌল

উত্তৰঃ (c) স্থানান্তৰ মৌল

প্রশ্নঃ মৌলসমূহৰ বৈশিষ্ট্যসমূহ কোনটো সূত্র অনুসৰি পুনৰাবৃত্ত হয়?

(a) গেছৰ সুত্র

(b) পর্যাবৃত্ত সূত্র

(c) অপব্যৱস্থা সূত্র

(d) তাপ সুত্র

উত্তৰঃ (b) পর্যাবৃত্ত সুত্র

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত সাৰণীত noble gas মৌলসমূহ কোন গোটত থাকে?

(a) ১৬

(b) ১৭

(c) ১৮

(d) ১

উত্তৰঃ (৫) ১৮

প্রশ্নঃ মৌলৰ পর্যাবৃত্ত সাৰণীত semimetals বা ধাতুমিশ্রিত মৌলসমূহ কোন স্থানত থাকে?

(a) s-ব্লক আৰু P-ব্লক সংযোগস্থলত

(b) d-ব্লক আৰু -িব্লক সংযোগস্থলত

(c) p-ব্লকৰ মাজভাগত

(d) ১ম গোটত

উত্তৰঃ (a) s-ব্লক আৰু p-ব্লক সংযোগস্থলত

প্রশ্নঃ মৌলৰ পর্যাবৃত্ত সাৰণীৰ -িব্লক মৌলসমূহ সাধাৰণতে কি বুলি জনা যায়?

(a) অলকালী ধাতু

(b) ল্যান্থেনাইড আৰু এক্তিনাইড

(c) হেলোজেন

(d) নির্বীয় গেছ

উত্তৰঃ (b) ল্যান্থেনাইড আৰু এক্টিনাইড

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত সাৰণীৰ ব্লক মৌলসমূহ কোন গোটত থাকে?

(a) ১-২

(c) ১৩-১৮

(b) ৩-১২

(d) ১-৮

উত্তৰঃ (৫) ১৩-১৮

প্রশ্নঃ মেণ্ডেলিভে মৌলসমূহ কেনেধৰণে বিন্যস্ত কৰিছিল?

(a) পৰমাণু সংখ্যা অনুসৰি

(b) পৰমাণু ভৰ অনুসৰি

(c) ইলেক্ট্রন সংখ্যা অনুসৰি

(d) পৰমাণু ঘনত্ব অনুসৰি

উত্তৰঃ (b) পৰমাণু ভৰ অনুসৰি

প্রশ্নঃ কাৰ্বনৰ পৰমাণু সংখ্যা কিমান?

(a) ৬

(c) ১২

(b) ৮

(d) ১৪

উত্তৰঃ (a) ৬

প্রশ্নঃ ব’ৰণ এটা অধাতু আৰু পর্যাবৃত্ত তালিকাত ব’ৰণৰ স্থান হ’ল বর্গ-13 আৰু পর্যায়-2, তেন্তে ব’ৰণে কেনেকৈ বেলেগ মৌলৰ সৈতে বান্ধনি গঠন কবে? HSLC’25

(a) ১ টা ইলেক্ট্রনৰ ভাগ বতৰা কৰি।

(b) 3 টা ইলেক্ট্রনৰ ভাগ বতৰা কৰি।

(c) 2 টা ইলেক্ট্রনৰ ভাগ বতৰা কৰি।

(d) 1 টা ইলেক্ট্রনৰ ভাগ বতৰা কৰি।

উত্তৰঃ (b) 3 টা ইলেক্ট্রনৰ ভাগ বতৰা কৰি।

প্রশ্নঃ ১ম পর্যায়ত সর্বাধিক কিমান মৌল থাকে?

(a) ২

(c) ১৮

(৮) ৮

(d) ৩২

উত্তৰঃ (a) ২

প্রশ্নঃ পর্যাবৃত্ত সাৰণীৰ ১৭তম গোটক কি বুলি জনা যায়?

(a) হেলোজেন

(b) অলকালী

(c) নির্বীয় গেছ

(d) ধাতু

উত্তৰঃ (a) হেলোজেন

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত সাৰণীত স্থানান্তৰ মৌলসমূহ সাধাৰণতে কোন ব্লকত থাকে?

(a) s-ব্লক

(c) d-ব্লক

(b) p-ব্লক

(d) f-ব্লক

উত্তৰঃ (c) d-ব্লক

প্রশ্নঃ পর্যাবৃত্ত সাৰণীৰ ১ম গোটক কি বোলা হয়?

(a) হেলোজেন

(b) অলকালী ধাতু

(c) নির্বীয় গেছ

(d) স্থানান্তৰ মৌল

উত্তৰঃ (b) অলকালী ধাতু

প্রশ্নঃ ২য় গোটৰ মৌলসমূহক কি বুলি জনা যায়?

(a) হেলোজেন

(b) নির্বীয় গেছ

(c) এঙ্কেলাইন অর্থ মেটেল

(d) স্থানান্তৰ মৌল

উত্তৰঃ (c) এস্কেলাইন অর্থ মেটেল

প্রশ্নঃ পর্যাবৃত্ত সাৰণীৰ শেষ গোটৰ মৌলসমূহ সাধাৰণতে কি?

(a) অধিক সক্রিয়

(b) নির্বীয়

(c) ধাতু

(d) ধাতুমিশ্রিত

উত্তৰঃ (b) নির্বীয়

প্রশ্নঃ Mendeleev ৰ পর্যাবৃত্ত সাৰণীত কতটা গোট আছিল?

(a) ৭

(c) ৯

(b)৮

(d) ১২

উত্তৰঃ (৮) ৮

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত সাৰণীত মৌলসমূহৰ ধাতব বৈশিষ্ট্য ক’ত অধিক দেখা যায়?

(a) সোঁফালে

(b) বাওঁফালে

(c) ওপৰফালে

(d) একেবাৰে তলত

উত্তৰঃ (b) বাওঁফালে

প্রশ্নঃ পর্যাবৃত্ত সাৰণীৰ সোঁফালৰ মৌলসমূহ সাধাৰণতে কি ধৰণৰ হয়?

(a) ধাতু

(b) অধাতু

(c) মিশ্রিত মৌল

(d) নিষ্ক্রিয় মৌল

উত্তৰঃ (b) অধাতু

প্রশ্নঃ তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওরা

(a) ছ’ডিয়াম

(b) এলুমিনিয়াম।

(c) ক্ল বিণ।

(d) ব’ৰণ।

উত্তৰঃ (d) ব’ৰণ।

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসার্ধ ক্রমান্বয়ে-

(a) বাঢ়ে।

(b) কমে।

(c) একেই থাকে

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (৮) কমে।

প্রশ্নঃ আধুনিক পর্যাবৃত্ত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা- HSLC’25

(a) ই বাওঁফালৰ পৰা সোঁফাললৈ বাঢ়িব

(b) ই সোঁফালৰ পৰা বাওঁফাললৈ বাঢ়িব

(c) ই বাঢ়িব আৰু পিছত কমিব

(d) ই কমিব আৰু পিছত বাঢ়িব

উত্তৰঃ (a) ই বাওঁফালৰ পৰা সোঁফাললৈ বাঢ়িব

প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্রন হেৰুওৱাৰ প্ৰৱণতা (ধাতবীয় ধর্ম) ক্রমান্বয়ে-

(a) কমে।

(b) বাড়ে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) কমে।

প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লৈ মৌলবোৰৰ ইলেক্ট্রন লাভকৰাৰ প্ৰৱণতা (অধাতবীয় ধর্ম) ক্রমান্বয়ে-

(a) কমে।

(b) বাড়ে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) বাঢ়ে।

প্রশ্নঃ পর্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোন আটাইতকৈ বেছি ধাতবধর্মী হ’ব বুলি অনুমান কৰিব পাৰি?

(a) Ga

(c) As

(b) Ge

(d) Se

উত্তৰঃ (a) Ga

প্রশ্নঃ CNG ৰ সম্পূৰ্ণ নাম- HSLC’25

(a) Compressed Nitrgen Gas

(b) Compressed Natural Gas

(c) Common Natural Gas

(d) Common Nitrogen Gas

উত্তৰঃ (b) Compressed Natural Gas.

প্রশ্নঃ তলত দিয়াবোৰৰ পৰা এলকিনটো বাছি উলিওঁরা।

তলত দিয়াবোৰৰ পৰা এলকিনটো বাছি উলিওঁরা।

প্রশ্নঃ মেণ্ডেলিভৰ তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা ‘A1’ মৌলটোৰ অক্সাইডৰ সংকেতটো হ’ল-

(a) Alo

(b) A1₂0₂

(c) Al₂O₃

(d) Alo₂

উত্তৰঃ (c) Al₂O₃

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক পাৰমাণবিক ব্যাসার্ধ ক্রমান্বয়ে-

(a) বাঢ়ে

(b) কমে

(c) একেই থাকে

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (b) কমে।

প্রশ্নঃ পৰমাণুৰ নিউক্লিয় আধানৰ মান বাঢ়িলে পাৰণৱিক আকাৰ-

(a) বাঢ়ে

(b) কমে

(c) একেই থাকে

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) বাঢ়ে।

👉 Read Also:

প্রশ্নঃ তলত দিয়া ধাতুবোৰৰ কোনটো ধাতুয়ে প্রবল বেগে বিক্রিয়া কৰে?

(a) Al

(c) Na

(b) Fe

(d) Ca

উত্তৰ: (c) Na

প্রশ্নঃ “মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক”-এই তথ্যটো দেখুৱাইছিল-

(a) জে. ডব্লিউ. ড’বাইৰেনাৰে

(b) জন নিউলেগুছে

(c) হেনৰী ম’জলে

(d) ডি. আই. মেন্ডেলিভে

উত্তৰঃ (c) হেনৰী ম’জলে।

প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ দ্বিতীয় পর্যায়ত থকা মৌলবোৰ হ’ল-

(a) কার্বন, হাইড্র’জেন

(b) লিথিয়াম, বেৰিলিয়াম

(c) জিংক, আৰ্চেনিক

(d) কেডমিয়াম, ফ্লেমিয়াম

উত্তৰঃ (b) লিথিয়াম, বেৰিলিয়াম।

প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত যোজ্যতা ইলেক্ট্রনৰ সংখ্যা ক্রমে-

(a) বাঢ়ে

(b) কমে

(c) একেই থাকে

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (c) একেই থাকে।

প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত তললৈ আহিলে মৌলবোৰৰ ইলেক্ট্রন লাভ কৰাৰ প্ৰৱণতা (অধাতবীয় ধর্ম) ক্রমান্বয়ে –

(a) কমে।

(৮) বাঢ়ে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) কমে।

প্রশ্নঃ এটা মৌল X য়ে অক্সিজেনৰ সৈতে বিক্রিয়া কৰি X₂ O সংকেতেৰে যৌগ গঠন কৰে। মৌল X তলৰ কোনটো মৌলৰ সৈতে পর্যাবৃত্ত তালিকাত একেটা বর্গত থাকিব?

(a) Na

(c) Al

(b) Mg

(d) Si

উত্তৰঃ (a) Na

প্রশ্নঃ আধুনিক পর্যাবৃত্ত তালিকা প্রস্তুত কৰা বিজ্ঞানীজন হ’ল-

(a) মেণ্ডেলিভ

(c) ৰ’বার্ট হুক

(b) হেনৰী ম’জল

(d) নীলছ ব’ৰ

উত্তৰঃ (d) নীলছ ব’ৰ।

প্রশ্নঃ নিউলেণ্ডছৰ সময়ত মৌল আছিল-

(a) 36

(c) 46

(b) 56

(d) 66

উত্তৰঃ (b) 56

প্রশ্নঃ X মৌলটো পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গত ৰখা হৈছে। ইয়াৰ ক্ল’ৰাইডৰ সংকেত ——— ।

(a) XC1₂

(b) XC1

(c) X₂C1

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) XC1,

প্রশ্নঃ নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কোনটো মৌল পর্যন্ত প্রযোজ্য হৈছিল?

(a) কার্বন

(c) কেলছিয়াম

(b) থ’ৰিয়াম

(d) ক’পাৰ

উত্তৰঃ (c) কেলছিয়াম।

প্রশ্নঃ মেণ্ডেলিভৰ সময়ত মৌল আছিল-

(a) 63

(b) 53

(c) 73

(d) 83

উত্তৰঃ (a) 63

প্রশ্নঃ তলৰ কোনটো ধাতুকল্প নহয়?

(a) ব’ৰন

(b) ছিলিকন

(c) জার্মেনিয়াম

(d) ছ’ডিয়াম

উত্তৰঃ (d) ছ’ডিয়াম।

উত্তৰঃ (d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।

প্রশ্নঃ পর্যায় এটাত সোঁফালে ক্রমান্বয়ে যোজক ইলেক্ট্রনৰ ওপৰত ক্রিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধাননৰ মান-

(a) বাঢ়ে

(b) কমে

(c) একেই থাকে

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) বাঢ়ে।.

প্রশ্নঃ মৌল এটাৰ পাৰমাণবিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক- এই কথাষাৰি কোনে আগবঢ়াইছিল?

(a) মেন্ডেলিভ

(c) ব’ৰ।

(b) ড’বেৰেইনাৰ।

(d) হেনৰী ম’জলে।

উত্তৰঃ (d) হেনৰী ম’জলে।

প্রশ্নঃ আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে মৌলবোৰৰ যোজ্যতা ক্রমান্বয়ে-

(a) কমে।

(b) বাঢ়ে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) একে থাকে।

প্রশ্নঃ তলত দিয়াবোৰৰ পৰা ধাতুকল্পবোৰ বাছি উলিওৱা।

(a) P

(b) S

(c) Cl

(d) Si

উত্তৰঃ (d) Si

প্রশ্নঃ একে বর্গত থকা মৌল কেইটা

(a) Li, Na, K

(b) Li, Be, B

(c) Na, Mg, Al

(d) P, S, Cl

উত্তৰঃ (a) Li, Na, K

প্রশ্নঃ মৌল Xয়ে XC1₂ সংকেতৰ ক্ল ‘বাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰ সৈতে একেটা বর্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? HSLC 19

(a) Na

(c) Al

(b) Mg

(d) Si

প্রশ্নঃ আধুনিক পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লে মৌলবোৰৰ যোজ্যতা ক্রমান্বয়ে-

(a) কমে।

(b) থাকে।

(c) একে থাকে।

(d) প্রথমে বাঢ়ি পিছত কমে।

উত্তৰঃ (d) প্রথমে বাঢ়ি পিছত কমে।

প্রশ্নঃ শুদ্ধ উত্তৰটো লিখাঃ

এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2, 8, 7। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? বন্ধনিৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া হৈছে। HSLC ’20

(a) N (7)

(b) F (9)

(c) P (15)

(d) Ar (18)

উত্তৰ: (b) F (9)

প্রশ্নঃ তলৰ কোনটো মৌললৈ অষ্টক নীতি প্রযোজ্য হ’ব?

(a) অক্সিজেন

(c) ক’বাল্ট

(b) কেলছিয়াম

(d) ছ’ডিয়াম

উত্তৰ: (b) কেলছিয়াম

প্রশ্নঃ চৰী অণুৰ ইমালচিফিকেচন সংঘটিত কবে-

(a) ট্রিপচিনে

(b) পেপচিনে

(c) পিত্ত লবণে

(d) এমাইলেজে

উত্তৰঃ (c) পিত্ত লবণে।

প্রশ্নঃ আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ’লে পাৰমাণবিক আকাৰ ক্রমান্বয়ে

(a) বাড়ে।

(b) কমে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) বাঢ়ে।

প্রশ্নঃ ট্রায়াড সূত্রটো কোনে আগবঢ়াইছিল?

(a) মেণ্ডেলিভ

(b) নিউলেগুছ

(c) আইজাক নিউটন

(d) ড’বাৰেইনাৰ

উত্তৰঃ (d) ড’বাৰেইনাৰ।

প্রশ্নঃ ড’বাৰেইনাৰ কোনখন বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল?

(a) জিনা বিশ্ববিদ্যালয়

(b) গুৱাহাটী বিশ্ববিদ্যালয়

(c) মস্কো বিশ্ববিদ্যালয়

(d) দিল্লী বিশ্ববিদ্যালয়

উত্তৰঃ (a) জিনা বিশ্ববিদ্যালয়।

প্রশ্নঃ আধুনিক পর্যাবৃত্ত তালিকাৰ ভিত্তিহ’ল-

(a) পাৰমাণবিক ভৰ

(b) পাৰমাণৱিক ব্যাসার্ধ

(c) পৰমাণু ক্ৰমাংক

(d) যোজ্যতা ইলেক্ট্রন

উত্তৰঃ (c) পৰমাণু ক্রমাংক।

প্রশ্নঃ ড’বাৰেইনাবে ———- অনুঘটকৰ ধৰ্ম প্ৰথম বাৰৰ বাবে পোহৰলৈ আনিছিল।

(a) নিকেল

(b) প্লেটিনাম

(c) হাইড ‘জেন

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (b) প্লেটিনাম।

প্রশ্নঃ মেণ্ডেলিভৰ তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা ‘C’ মৌলটোৰ অক্সাইডৰ সংকেতটো হ’ল-

(a) CO

(b) C₂O

(c) C₂O₂

(d) CO₂

উত্তৰঃ (d) CO₂

প্রশ্নঃ অষ্টক সূত্রটো আগবঢ়াইছিল-

(a) মেন্ডেলিভে

(b) ড’বাবেইনাবে

(c) আইজাক নিউটনে

(d) নিউলেগুছে

উত্তৰঃ (d) নিউলেণ্ডছে।

অতি চমু প্রশ্ন-উত্তৰ (VSA)

প্রশ্নঃ মৌলৰ পর্যাবৃত্ত সাৰণী কোনে আবিষ্কাৰ কৰিছিল?

উত্তৰঃ মেণ্ডেলিভে।

প্রশ্নঃ মৌলসমূহ বর্তমান কোন আধাৰত শ্রেণীবদ্ধ কৰা হয়?

উত্তৰঃ পৰমাণু সংখ্যা অনুসৰি।

প্রশ্নঃ পর্যাবৃত্ত সাৰণীত গোট কিমানটা আছে?

উত্তৰঃ ১৮ টা।

প্রশ্নঃনিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।

উত্তৰঃ হয়, আছিল। যেনে- H, F, Cl, Li, Na, K, Be আদি।

প্রশ্নঃ পর্যাবৃত্ত সাৰণীত পর্যায় কিমানটা আছে?

উত্তৰঃ ৭ টা।

প্রশ্নঃ মৌলৰ পর্যাবৃত্ত সাৰণীত অনুভূমিক শাৰীসমূহক কি বোলে?

উত্তৰঃ পর্যায়।

প্রশ্নঃ মৌলৰ পর্যাবৃত্ত সাৰণীৰ উলম্ফ শাৰীসমূহক কি বোলে?

উত্তৰঃ গোট।

প্রশ্নঃ S-ব্লক মৌলসমূহ সাধাৰণতে কোন গোটত থাকে?

উত্তৰঃ ১ আৰু ২ গোটত।

প্রশ্নঃ D-ব্লক মৌলসমূহক কি বুলি জনা যায়?

উত্তৰঃ স্থানান্তৰ মৌল।

প্রশ্নঃ F-ব্লক মৌলসমূহ সাধাৰণতে কি বুলি জনা যায়?

উত্তৰঃ ল্যান্থেনাইড আৰু এক্টিনাইড।

প্রশ্নঃ ১ম গোটৰ মৌলসমূহক কি বুলি জনা যায়?

উত্তৰঃ অলকালী ধাতু।

প্রশ্নঃ ২য় গোটৰ মৌলসমূহক কি বুলি জনা যায়?

উত্তৰঃ এস্কেলাইন অর্থ মেটেল।

প্শ্নঃ ১৮ তম গোটৰ মৌলসমূহ সাধাৰণতে কি বুলি জনা যায়?

উত্তৰঃ নির্বীয় গেছ।

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত বৈশিষ্ট্য কোন বৈজ্ঞানিকে উন্নয়ন কৰিছিল?

উত্তৰঃ মোজলিয়ে।

প্রশ্নঃ মৌলৰ পর্যাবৃত্ত সূত্ৰটো কেনেধৰণৰ সূত্র?

উত্তৰঃ পৰমাণু সংখ্যাৰ ওপৰত আধাৰিত।

প্রশ্নঃ স্থানান্তৰ মৌলসমূহ কোন ব্লকত পৰে?

উত্তৰঃ d-ব্লকত।

প্রশ্নঃ মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যবহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা।-K, C, Al, Si, Ba.

মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যবহাৰ কৰি তলত দিয়া

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত সাৰণীত semimetal ক’ত থাকে?

উত্তৰঃ ধাতু আৰু অধাতুৰ মাজত।

প্রশ্নঃ ১৭ তম গোটৰ মৌলসমূহক কি বুলি জনা যায়?

উত্তৰঃ হেলোজেন।

প্রশ্নঃ মৌলৰ যোজ্যতা মানে কি?

উত্তৰঃ কোনো এটা মৌলৰ এটা পৰমাণুৱে ইয়াৰ নিকটবর্তী সম্ভ্রান্ত গেছৰ ইলেকট্রনীয় বিন্যাস পাবলৈ গ্ৰহণ কৰা বা এৰি দিয়াবা অন্য মৌলৰ সৈতে ভগাই লোৱা ইলেকট্ৰনৰ সংখ্যাক মৌলৰ যোজ্যতা বোলে।

প্রশ্নঃ মৌলৰ পর্যাবৃত্ত সাৰণীত অধাতু মৌলসমূহ সাধাৰণতে ক’ত থাকে?

উত্তৰঃ সাৰণীৰ সোঁফালত।

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত সাৰণীত ধাতু মৌলসমূহ সাধাৰণতে ক’ত থাকে?

উত্তৰঃ সাৰণীৰ বাওঁফালত।

প্রশ্নঃ বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণটো লিখা।

বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ৰাসায়নিক সমীকৰণটো লিখা।

প্রশ্নঃ আয়নীয় বা ইলেক্ট্র’যোজী যৌগ কাক বোলে? উদাহৰণ দিয়া।

আয়নীয় বা ইলেক্ট্র'যোজী যৌগ কাক বোলে উদাহৰণ দিয়া।

আদি।

প্রশ্নঃ মৌলৰ পৰ্যাবৃত্ত সাৰণীত ৩য় গোটৰ নাম কি?

উত্তৰঃ বোৰন গোট।

প্রশ্নঃ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ এটা সীমাবদ্ধতা লিখা।

উত্তৰঃ এটা মৌলৰ পৰা পাছৰ মৌলটোলৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাবে নঘটে।

প্রশ্নঃ আধুনিক পর্যাবৃত্ত সূত্রটো লিখা।

উত্তৰঃ “মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্রমে সলনি হয়।”

প্রশ্নঃ মেণ্ডেলিভৰ পর্যাবৃত্ত সূত্ৰটো লিখা।

উত্তৰঃ “মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্রমে সলনি হয়।”

প্রশ্নঃ মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত সেই সময়ত আবিষ্কৃত মৌলৰ কোনটো মৌলক স্থান দিব পৰা নাছিল?

উত্তৰঃ হাইড’জেন মৌলক।

প্রশ্নঃ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্যায় কাক বোলে?

উত্তৰঃ পৰ্য্যাবৃত্ত তালিকাখনৰ পথালিকৈ থকা শাৰীবোৰক পৰ্য্যায় বোলে।

প্রশ্নঃ আধুনিক পৰ্য্যাবৃত্তৰ সংজ্ঞা দিয়া।

উত্তৰঃ মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম মৌলবোৰৰ পাৰমাণৱিক সংখ্যা অনুযায়ী পৰিৱৰ্তন হয়।

প্রশ্নঃ পর্যায়বৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিবৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়?

(ক) মৌলবোৰ কম ধাতবধর্মী হৈ পৰে।

(খ) যোজক ইলেকট্রনৰ সংখ্যা বাড়ে।

(গ) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।

(ঘ) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।

উত্তৰ: (গ) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।

প্রশ্নঃ লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম – এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্রিয়া কৰি হাইড্র’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে? HSLC ’19

উত্তৰঃ হয়। এই মৌলকেইটাৰ পৰমাণুৰ সাদৃশ্য আছে। ইহঁতৰ পৰমাণুৰ বহিঃকক্ষত এটাকৈ ইলেকট্রন আছে।

উত্তৰঃ মৌল X য়ে XCL₂ সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ।

মৌল X য়ে Mg ৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি।

প্রশ্নঃ উভধর্মী অক্সাইড কাক বোলে? উভধর্মী অক্সাইডৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সিহঁতক উভধর্মী অক্সাইড বোলে।

দুটা উভধর্মী অক্সাইড হ’ল এলুমিনিয়াম এক্সাইড (Al₂O₃) আৰু যিংক অক্সাইড (ZnO)

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment