Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 General Science MCQ Chapter 4 কাৰ্বন আৰু তাৰ যৌগ

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 4 কাৰ্বন আৰু তাৰ যৌগ সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 4 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 General Science MCQ Chapter 4 কাৰ্বন আৰু তাৰ যৌগ

Class 10 General Science MCQ Chapter 4 কাৰ্বন আৰু তাৰ যৌগ

অধ্যায় – ৪

কাৰ্বন আৰু তাৰ যৌগ

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্নঃ কাৰ্বনৰ পৰমাণু নম্বৰ কিমান?

(a) s

(c) ৮

(b) ৬

(d) ১০

উত্তৰ: (b) ৬

প্রশ্নঃ কার্বন কোনটো পর্যায়ত অৱস্থিত?

(a) প্রথম

(c) তৃতীয়

(b) দ্বিতীয়

(d) চতুর্থ

উত্তৰ: (b) দ্বিতীয়

প্রশ্নঃ তলৰ কোনটো কাৰ্বনৰ অ্যাট্রপি?

(a) ছডিয়াম

(b) হাইড্র’জেন

(c) হীৰা

(d) নাইট’জেন

উত্তৰ: (C) হীৰা

প্রশ্নঃ কোনটো কাৰ্বনৰ অঅ্যাম’ৰফাছ ৰূপ?

(a) গ্রাফাইট

(b) হীৰা

(c) কয়লা

(d) ফুলাবিন

উত্তৰ: (c) কয়লা

প্রশ্নঃ হীৰাৰ গঠন কোন ধৰণৰ?

(a) ষষ্টকোণ

(c) ঘনকীয়

(b) চতুষ্কোণ

(d) পঞ্চকোণ নহয়

উত্তৰ: (c) ঘনকীয়

প্রশ্নঃ গ্রাফাইট কি ধৰণৰ পৰিবাহী?

(a) উত্তম বৈদ্যুতিক পৰিবাহী

(b) বেয়া বৈদ্যুতিক পৰিবাহী

(c) অচালক

(d) উত্তম তাপীয় পৰিবাহী, কিন্তু বৈদ্যুতিক

উত্তৰ: (a) উত্তম বৈদ্যুতিক পৰিবাহী

প্রশ্নঃ হীৰা কিয় অত্যন্ত কঠিন?

(a) পানীৰ বাবে

(b) ঘনকীয় আণবিক গঠন বাবে

(c) পৰমাণু সংখ্যা বাবে

(d) ব’ণ্ড শক্তি কম হোৱাৰ বাবে

উত্তৰ: (b) ঘনকীয় আণবিক গঠন বাবে

প্রশ্নঃ গ্রাফাইটৰ কোন ধৰণৰ বণ্ডিং আছে?

(a) আয়নিক

(b) ধাতব

(c) কোভেলেন্ট

(d) জাৰিত

উত্তৰ: (c) কোভেলেন্ট

প্রশ্নঃ চুণ-বালিৰ মুখ্য উপাদান কি?

(a) CaO

(b) CaCO₃

(c) CaCl₂

(d) CaSO₄

উত্তৰ: (b) CaCO₃

প্রশ্নঃ কার্বনিক যৌগত কাৰ্বনৰ লগত সাধাৰণতে কোনটো মৌল থাকে?

(a) নাইট’জেন

(b) হাইড্র’জেন

(c) অক্সিজেন

(d) সকলো

উত্তৰ: (d) সকলো

প্রশ্নঃ তলৰ কোনটো কার্বনিক যৌগ?

(a) CO₂

(b) H2 CO₃

(c) Na₂ CO₃

(d) C₂ H₆

উত্তৰ: (d) C₂H₆

প্রশ্নঃ এলকেনত কি ধৰণৰ ব’ণ্ড থাকে?

(a) একক ব’গু

(b) দুগুণ ব’ণ্ড

(c) ত্রিগুণ ব’গু

(d) কোভেলেন্ট আৰু আয়নিক দুয়ো

উত্তৰ: (a) একক ব’ণ্ড

প্রশ্নঃ ইথিনত কিমানটো কার্বন-কার্বন ব’ণ্ড থাকে?

(a) একক

(b) দুগুণ

(c) ত্রিগুণ

(d) কোনো ব’গু নাই

উত্তৰ: (b) দুগুণ

প্রশ্নঃ এলকাইনত কি ধৰণৰ ব’ণ্ড থাকে?

(a) একক ব’গু

(b) দুগুণ ব’গু

(c) ত্রিগুণ ব’ণ্ড

(d) কোভেলেন্ট আৰু ধাতব ব’ণ্ড

উত্তৰ: (c) ত্রিগুণ ব’গু

প্রশ্নঃ প্রাকৃতিক গেছৰ মুখ্য উপাদান কি?

(a) প্র’পেইন (b) ইথেন

(c) মিথেন

(d) বুটেন

উত্তৰ: (c) মিথেন

প্রশ্নঃ চুণ-বালি গৰম কৰিলে কি গেছ ওলায়?

(a) CO

(b) CO₂

(c) H2₂

(d) NO₂

উত্তৰ: (b) CO₂

প্রশ্নঃ CO₂ পানীত মিশ্রিত হ’লে কি গঠন কৰে?

(a) হাইড্রোক্ল ‘ৰিক এচিড

(b) নাইট্রিক এচিড

(c) কার্বনিক এচিড

(d) ছালফিউৰিক এচিড

উত্তৰ: (c) কার্বনিক এচিড

প্রশ্নঃ CO₂ কি ধৰণৰ গেছ?

(a) অজ্বলনীয়

(c) বিষাক্ত

(b) জ্বলনীয়

(d) দাহ্য

উত্তৰ: (a) অজ্বলনীয়

প্রশ্নঃ CO₂ ক’ত অধিক ব্যৱহাৰ হয়?

(a) বন্ধন গেছ

(b) ক্রিম উৎপাদনত

(c) অগ্নিনির্বাপকত

(d) এল. পি. জি. গেছত

উত্তৰ: (c) অগ্নিনির্বাপকত

প্রশ্নঃ CO₂ ৰ ঘনত্ব কিদৰে থাকে?

(a) বায়ুৰ সমান

(b) বায়ুৰ তুলনাত বেছি

(c) বায়ুৰ তুলনাত কম

(d) পানীৰ নিচিনা

উত্তৰ: (b) বায়ুৰ তুলনাত বেছি

প্রশ্নঃ কাৰ্বনৰ কোনোটা একক অণু কি ধৰণৰ ব’ণ্ডৰ জৰিয়তে সংযুক্ত থাকে?

(a) আয়নিক ব’ণ্ড

(b) ধাতব ব’ণ্ড

(c) কোভেলেন্ট ব’ণ্ড

(d) জাৰিত ব’ণ্ড

উত্তৰ: (c) কোভেলেন্ট ব’ণ্ড

প্রশ্নঃ গ্রাফাইট কোন ক্ষেত্ৰত ব্যৱহাৰ হয়?

(a) গহনা বনাবলৈ

(b) পেন্সিলৰ শীৰ্ষত

(c) কাঁচ তৈয়াৰ কৰোঁতে

(d) পেট্র’লত

উত্তৰ: (b) পেন্সিলৰ শীৰ্ষত

প্রশ্নঃ ফুলাবিন গঠনটো কি ধৰণৰ হয়?

(a) বল আকৃতি

(b) ৰেখা আকৃতি

(c) পলিমাৰ

(d) পিৰামিড আকৃতি

উত্তৰ: (a) বল আকৃতি

প্রশ্নঃ তলৰ কোনটোরে বন্ধ শৃংখল দেখুৱায়?

(a) ছাইরু’পেপ্টেন

(b) ছাইরু মিথেন

(c) বিউটেন

(d) পেপ্টেন

উত্তৰঃ (a) ছাই ‘পেন্টেন।

প্রশ্নঃ সংপৃক্ত হাইড্র ‘কার্বনে সাধাৰণতে উৎপন্ন (a) সেউজীয়া শিখা কৰে-

(b) ক’লা ধোৱাযুক্ত হালধীয়া শিখা

(c) এলান্ধুযুক্ত শিখা।

(d) অমলিন নীলা শিখা।

উত্তৰঃ (d) অমলিন নীলা শিখা।

প্রশ্নঃ ৰন্ধনৰ সময়ত ব্যবহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়নো-

(a) খাদ্য ভালদৰে নিসিজিল

(b) ইন্ধন সম্পূর্ণরূপে দহণ নহয়

(c) ইন্ধনটো সিক্ত

(d) ইন্ধটো সম্পূর্ণকৈ দহণ হয়

উত্তৰঃ (b) ইন্ধন সম্পূর্ণরূপে দহণ নহয়।

প্রশ্নঃ ইথান’য়িক এছিড, কার্বনেট আৰু হাইড্র ‘জেন কার্বনেটৰ মাজত বিক্রিয়া কৰি উৎপন্ন হোৱা লৱণটো হ’ল-

(a) ছ’ডিয়াম হাইড্র’ক্সাইড

(b) ছ’ডিয়াম বাইকার্বনেট

(c) ছ’ডিয়াম এছিটেট

(d) ছ’ডিয়াম হাইড্র’জেন কার্বনেট।

উত্তৰঃ (c) ছ’ডিয়াম এছিটেট।

প্রশ্নঃ তলৰ কোনটো দ্বি-পাৰমাণবিক মৌল নহয়?

(a) হাইড্র’জেন

(c) অক্সিজেন

(b) ছালফাৰ

(d) নাইট’জেন

উত্তৰঃ (৮) ছালফাৰ

প্রশ্নঃ পৰিসামিত বায়ুৰ পৰিৱেশত সংপৃক্ত হাইড্র ‘কার্বনে সাধাৰণতে উৎপন্ন কৰে-

(a) সেউজীয়া শিখা

(b) ক’লা ধোৱাযুক্ত হালধীয়া শিখা

(c) এলান্ধুযুক্ত শিখা।

(d) অমলিন নীলা শিখা।

উত্তৰঃ (c) এলান্ধুযুক্ত শিখা।

প্রশ্নঃ অসংপৃক্ত হাইড্র’কার্বনে সাধাৰণতে উৎপন্ন কৰে-

(a) সেউজীয়া শিখা

(b) ক’লা ধোৱাযুক্ত হালধীয়া শিখা

(c) এলান্ধুযুক্ত শিখা।

(d) অমলিন নীলা শিখা।

উত্তৰঃ (b) ক’লা ধোৱাযুক্ত হালধীয়া শিখা।

প্রশ্নঃ ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়নো-

(a) খাদ্য ভালদৰে নিসিজিল।

(b) ইন্ধন সম্পূর্ণরূপে দহন নহয়।

(c) ইন্ধনটো সিক্ত।

(d) ইন্ধনটো সম্পূর্ণকৈ দহন হয়।

উত্তৰঃ (৮) ইন্ধন সম্পূর্ণরূপে দহন নহয়।

প্রশ্নঃ সংপৃক্ত হাইড্র ‘কার্বনত থকা বান্ধনিবোৰ হৈছে

(a) এক আৰু দ্বি-বান্ধনি

(b) কেৱল দ্বি-বান্ধনি

(c) এক আৰু ত্রি-বান্ধনি

(d) কেৱল এক-বান্ধনি

উত্তৰঃ (d) কেৱল এক বান্ধনি।

প্রশ্নঃ ইথেন (C₂H₂) অণু এটাত-

(a) 6 সহযোজী বান্ধনি থাকে

(b) 7 সহযোজী বান্ধনি থাকে

(c) ৪ সহযোজী বান্ধনি থাকে

(d) 9 সহযোজী বান্ধনি থাকে

উত্তৰঃ (b) 7 সহযোজী বান্ধনি থাকে।

প্রশ্নঃ সমগণীয় শ্রেণী এটাৰ সকলোবোৰ যৌগই একে ধৰণৰ ——— দেখুওৱায়।

(a) ৰাসায়নিক সংহতি

(b) ৰাসায়নিক বিক্রিয়া

(c) ৰাসায়নিক ধর্ম

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) ৰাসায়নিক ধর্ম।

প্রশ্নঃ 24 কেৰেট বিশুদ্ধ সোণ বৰ কোমল। সেয়েহে বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰা অসুবিধাজনক। ইয়াক টান কৰিবলৈ (22 কেৰেট সোণ) ভাগ ——– সংকৰিত কৰা হয়। HSLC ’25

(a) ছিলভাৰ বা কপাৰ দি

(b) কপাৰ বা টিন দি

(c) ছিলভাৰ বা টিন দি

(d) কপাৰ বা এলুমিনিয়াম দি

উত্তৰঃ (a) ছিলভাৰ বা কপাৰ দি

প্রশ্নঃ ক্ল’ৰিণৰ পৰমাণু ক্ৰমাংক 17। ইয়াৰ যোজ্যতা হ’ব-

(a) 2

(b) 1

(c) 7

(d) 0

উত্তৰঃ (b) 1.

প্রশ্নঃ এলকেনে অংশগ্ৰহণ কৰা বিক্রিয়াটো হৈছে

(a) যোগাত্মক বিক্রিয়া

(b) জাৰণ-বিজাৰণ বিক্রিয়া

(c) প্রতিস্থাপন বিক্রিয়া

(d) বহুযোগীকৰণ বিক্রিয়া

উত্তৰঃ (c) প্রতিস্থাপন বিক্রিয়া।

প্রশ্নঃ চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কার্যকৰী মূলক হ’ল-

(a) কার্বক্সিলিক এছিড

(b) এলডিহাইড

(c) কিট’ন

(d) এলকহল

উত্তৰঃ (c) কিট’ন।

প্রশ্নঃ তলৰ কোনটো এবিধ জাৰক পদার্থ?

(a) হাইড্ৰ’জেন পেৰ ‘ক্সাইড

(b) আইৰণ ক্ল’ৰাইড

(c) ছালফিউৰিক এছিড

(d) ক্ষাৰকীয় পটাছিয়াম পাৰমেঙ্গানেট

উত্তৰঃ (d) ক্ষাৰকীয় পটাছিয়াম পাৰমেঙ্গানেট।

প্রশ্নঃ প্ৰ’পেনৰ অণু এটাত ——

(a) 11 সহযোজী বান্ধনি থাকে

(b) 9 সহযোজী বান্ধনি থাকে

(c) ৪ সহযোজী বান্ধনি থাকে

(d) 10 সহযোজী বান্ধনি থাকে

উত্তৰঃ (d) 10 সহযোজী বান্ধনি থাকে।

প্রশ্নঃ খাদ্য বস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্রলেপ দিয়া হয়; যিংকৰ নহয়। কিয়নো HSLC ’25

(a) যিংক টিনতকৈ অধিক সক্রিয়

(b) যিংক টিনতকৈ দামী

(c) যিংকৰ গলনাংক টিনতকৈ বেছি

(d) যিংক টিনতকৈ কম সক্রিয়

উত্তৰঃ (a) যিংক টিনতকৈ অধিক সক্রিয়।

প্রশ্নঃ প্রপান’নত থকা কার্যকৰী মূলকটো হ’ল-

(a) এলডিহাইড

(b) কার্বক্সিলিক এছিড

(c) কিট’ন

(d) এলকহ’ল

উত্তৰঃ (c) কিট’ন।

প্রশ্নঃ তলৰ কোনটো ধাতুরে অক্সিজেনৰ সৈতে তীব্রভাবে বিক্রিয়া কৰে?

(a) Na

(c) Fe

(b) Cu

(d) Ag

উত্তৰঃ (a) Na

প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্রন হেৰুওৱাৰ প্ৰৱণতা (ধাতবীয় ধর্ম) ক্রমান্বয়ে-

(a) বাঢ়ে।

(b) কমে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) বাঢ়ে।

প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ দ্বিতীয় পর্যায়ত থকা মৌলবোৰ হ’ল-

(a) কার্বন, হাইড্র’জেন

(b) লিথিয়াম, বেৰিলিয়াম

(c) জিংক, আৰ্চেনিক

(d) কেডমিয়াম, ফ্লেমিয়াম

উত্তৰঃ (b) লিথিয়াম, বেৰিলিয়াম।

প্রশ্নঃ তলৰ কোনবোৰৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব?

(a) NaC1 ব দ্রৱ আৰু কপাৰ ধাতু।

(b) MgC1₂ ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।

(c) FeSO₄ ৰ দ্ৰব আৰু ছিলভাৰ ধাতু।

(d) AgNO₃ ৰ দ্ৰব আৰু কপাৰ ধাতু।

উত্তৰঃ (d) AgNO₃ ৰ দ্ৰৱ আৰু ক

প্রশ্নঃ চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কার্যকৰী মূলক হ’ল-

(a) কার্বক্সিলিক এছিড

(b) এলডিহাইড

(c) কিট’ন

(d) এলক ‘হল

উত্তৰঃ (c) কিট’ন।

অতি চমু প্রশ্ন-উত্তৰ (VSA)

প্রশ্নঃ কার্বন কি?

উত্তৰঃ কাৰ্বন এটা অধাতু যি সাধাৰণতে কঠিন অৱস্থাত থাকে।

প্রশ্নঃ কাৰ্বনৰ পৰমাণু সংকেত কি?

উত্তৰঃ C

প্রশ্নঃ কাৰ্বনৰ পৰমাণু সংখ্যা কি?

উত্তৰঃ ৬।

প্রশ্নঃ কাৰ্বনৰ বাহ্যিক কক্ষত কিমান ইলেক্ট্র থাকে?

উত্তৰঃ ৪ টা।

প্রশ্নঃ কাৰ্বনৰ কিমান সংযোজক ক্ষমতা আছে?

উত্তৰঃ চাবি (৪)।

প্রশ্নঃ কাৰ্বনৰ কেইবিধ ধ্রুপদী ৰূপ আছে?

উত্তৰঃ তিনি-হীবা, গ্রাফাইট, আৰু ফুলাবিন।

প্রশ্নঃ হীৰা আৰু গ্রাফাইটৰ মাজৰ প্ৰধান পার্থক্য কি?

উত্তৰঃ হীৰা অতি কঠিন আৰু গ্রাফাইট মিহি আৰু বিদ্যুৎ চলাব পাৰে।

প্রশ্নঃ কার্বন কোনটো যৌগ গঠনৰ মূল উপাদান?

উত্তৰঃ জৈৱ যৌগ।

প্রশ্নঃ যোগাত্মক বিক্রিয়া বা হাইড্র ‘জেনেচন কাক বোলে?

উত্তৰঃ যিবোৰ বিক্রিয়াত অনুঘটকৰ উপস্থিতিত হাইড্র’জেন যুক্ত কৰা হয়, তেনেবোৰ বিক্রিয়াক যোগাত্মক বিক্রিয়া বোলে।

প্রশ্নঃ কাৰ্বন কি ধৰণৰ সংযোগ গঠিব পাৰে?

উত্তৰঃ একক, দ্বৈত, আৰু ত্রৈত সংযোগ।

প্রশ্নঃ ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া? HSLC ’18

উত্তৰঃ ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰোতে ইথানলত এটা অক্সিজেন যোগ হয়। সেয়ে ইয়াক জাৰণ বিক্রিয়া বুলি কোৱা হয়।

প্রশ্নঃ জীৱিত প্ৰাণীৰ দেহত কাৰ্বন কিন্দৰে উপস্থিত থাকে?

উত্তৰঃ প্রটিন, কার্বোহাইড্রেট, আৰু চর্বিত।

প্রশ্নঃ হীৰাই বিদ্যুত চলাব পাৰে নে?

উত্তৰঃ নোৱাৰে।

প্রশ্নঃ গ্রাফাইট বিদ্যুত চলাব পাৰে নে?

উত্তৰঃ হয়।

প্রশ্নঃ NaCl যৌগটোত থকা আয়নসমূহ কি কি?

উত্তৰঃ NaCl যৌগটোত থকা আয়নসমূহ হ’ল Na+ আৰু Ch-।

প্রশ্নঃ কার্বনপাতল মৌল নে?

উত্তৰঃ হয়।

প্রশ্নঃ জীবাশ্ম ইন্ধনত কাৰ্বন কিদৰে থাকে?

উত্তৰঃ কার্বন যৌগৰ ৰূপত।

প্রশ্নঃ দুটা কার্বন ধ্রুপদী ৰূপৰ নাম লিখা।

উত্তৰঃ হীৰা আৰু গ্রাফাইট।

প্রশ্নঃ অনুঘটক কি?

উত্তৰঃ অনুঘটক হ’ল এনে পদার্থ যি নিজৰ ধৰ্মৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ কোনো বিক্ৰিয়াৰ গতিবেগ বৃদ্ধি কৰাত সহায় কৰে।

প্রশ্নঃ ইথানলক ইথান ‘য়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?

উত্তৰঃ ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰোতে অনুঘটকে অক্সিজেন যুক্ত কৰে, সেইবাবে ইয়াক জাৰণ বিক্রিয়া বুলি কোৱা হয়।

প্রশ্নঃ কেটিনেচন কাক বোলে?

উত্তৰঃ কাৰ্বনে নিজৰ মাজতেই বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে। এই ধর্মকেই কেটিনেচন বোলে।

প্রশ্নঃ কার্বন ডাইঅক্সাইড কি ধৰণৰ গেছ?

উত্তৰঃ ৰঙহীন আৰু গন্ধহীন গেছ।

প্রশ্নঃ কাৰ্বনৰ যৌগ ক’ত ব্যৱহাৰ হয়?

উত্তৰঃ জ্বালানি, ঔষধ, আৰু প্লাষ্টিক।

প্রশ্নঃ অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক’ব পাৰিবানে?

উত্তৰঃ অপমাৰ্জক ব্যৱহাৰ কৰি পানীৰ কঠিনতা ধৰিব নোৱাৰি।

উত্তৰঃ (b) 7 টা সহযোজী বান্ধনি আছে।

প্রশ্নঃ নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?

উত্তৰঃ চাবোন হ’ল এবিধ তীব্র ক্ষাৰক। সেই গতিকে, চাবোনৰ দ্ৰৱণে ৰঙা লিটমাছক নীলা কৰে।

প্রশ্নঃ কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন যৌগ পাওঁ?

উত্তৰঃ তলত উল্লেখিত দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে কাৰ্বনৰ অজস্ৰ যৌগ দেখিবলৈ পাওঁ: (ক) কাৰ্বনৰ কেটিনেচন ধর্ম আৰু (খ) কাৰ্বনৰ চতুৰযোজ্যতা।

প্রশ্নঃ কেটিনেছন কাক বোলে?

উত্তৰঃ যি ধৰ্মৰ বাবে কার্বনে নিজৰ মাজত C—-C বান্ধনিৰ সহায়ত অতি দীঘল শৃংখল গঠন কৰিব পাৰে, তাক কেটিনেছন বোলে।

প্রশ্নঃ এলকিন আৰু এলকাইনবোৰ কিয় ৰাসায়নিকভাবে অধিক সক্রিয় হয়?

উত্তৰঃ এলকিন আৰু এলকাইনবোৰৰ কাৰ্বন পৰমাণুবোৰৰ মাজত বহু বান্ধনি থকা বাবে এইবোৰ ৰাসায়নিকভাৱে অধিক সক্রিয়।

প্রশ্নঃ দুটা এলকেনৰ নাম লিখা।

উত্তৰঃ দুটা এলকেন হ’ল- মিথেন আৰু ইথেন।

প্রশ্নঃ COOH মূলক কোনটো শ্রেণীৰ মূলক?

উত্তৰঃ কার্বক্সিলিক এছিড।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment