Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 General Science MCQ Chapter 3 ধাতু আৰু অধাতু

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 3 ধাতু আৰু অধাতু সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 3 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 General Science MCQ Chapter 3 ধাতু আৰু অধাতু

Class 10 General Science MCQ Chapter 3 ধাতু আৰু অধাতু

অধ্যায় – ৩

ধাতু আৰু অধাতু

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রশ্নঃ ধাতুয়ে সাধাৰণতে কোন ধৰণৰ যৌগ গঠন কবে?

(a) ধাতব যৌগ

(b) অধাতব যৌগ

(c) অজৈৱ যৌগ

(d) কেবল অণুজৈব যৌগ

উত্তৰঃ (a) ধাতর যৌগ

প্রশ্নঃ তলৰ কোনটো ধাতু নহয়?

(a) তাম

(b) লোহ

(c) গন্ধক

(d) সীহ

উত্তৰঃ (C) গন্ধক

প্রশ্নঃ অধিকাংশ ধাতুৰ গলনাঙ্ক কিদৰে থাকে?

(a) বেছি

(b) কম

(c) সদায় নির্দিষ্ট

(d) অপৰিবৰ্তনীয়

উত্তৰঃ (a) বেছি

প্রশ্নঃ ধাতুৰ বৈদ্যুতিক পৰিবাহিতা সাধাৰণতে কিদৰে থাকে?

(a) উচ্চ

(b) নিম্ন

(c) একো নহয়

(d) মাত্র অধাতুত পোৱা যায়

উত্তৰঃ (a) উচ্চ

প্রশ্নঃ তলৰ কোনটো এক অধাতু?

(a) রূপ

(b) লো

(c) নাইট্রজেন

(d) তাম

উত্তৰঃ (c) নাইট্রজেন

প্রশ্নঃ অধিকাংশ ধাতু কোন অৱস্থাত পোৱা যায়?

(a) গেছীয়

(b) কঠিন

(c) তৰল

(d) প্লাজমা

উত্তৰঃ (b) কঠিন

প্রশ্নঃ তলৰ কোনটো ধাতু একমাত্র সাধাৰণ তাপমাত্ৰাত তৰল অৱস্থাত থাকে?

(a) তামা

(c) পাৰা

(b) সোন

(d) জিঙ্ক

উত্তৰঃ (c) পাৰা

প্রশ্নঃ তলৰ কোনটো ধাতু বিদ্যুতৰ অতি উৎকৃষ্ট পৰিবাহক?

(a) লোহা

(c) সীহ

(b) তাম

(d) জিঙ্ক

উত্তৰঃ (b) তাম

প্রশ্নঃ কোনটো অধাতু শৰীৰত প্ৰাণৰ বাবে আৱশ্যকীয়?

(a) অক্সিজেন

(b) হাইড্রজেন

(c) নাইট্রজেন

(d) ক্ল’বিন

উত্তৰঃ (a) অক্সিজেন

প্রশ্নঃ তলৰ কোনটো ধাতুৰ তাপীয় পৰিবাহিতা আটাইতকৈ বেছি?

(a) রূপ

(c) তাম

(b) লো

(d) জিঙ্ক

উত্তৰঃ (a) রূপ

প্রশ্নঃ ধাতু সাধাৰণতে কি ধৰণৰ আয়ন গঠন কবে?

(a) ধনাত্মক

(b) ঋণাত্মক

(c) নিউট্রেল

(d) কিছুমান ধনাত্মক আৰু কিছুমান ঋণাত্মক

উত্তৰঃ (a) ধনাত্মক

প্রশ্নঃ অধিকাংশ অধাতুৰ বৰ্ণ কি?

(a) ধূসৰ

(b) উজ্জ্বল

(c) বিবিধ

(d) সেউজীয়া

উত্তৰঃ (c) বিবিধ

প্রশ্নঃ অধাতু সাধাৰণতে বৈদ্যুতিক পৰিবাহী হয়নে?

(a) হয়

(b) নহয়

(c) সকলো ক্ষেত্রতে হয়

(d) ধাতুৰ লগত মিশ্রিত হলে হয়

উত্তৰঃ (b) নহয়

প্রশ্নঃ কোনটো ধাতু মানুহে প্ৰাচীন কালৰে পৰা ব্যৱহাৰ কৰি আহিছে?

(a) রূপ

(c) জিঙ্ক

(b) তাম

(d) এলুমিনিয়াম

উত্তৰঃ (b) তাম

প্রশ্নঃ অধাতুৰ গলনাঙ্ক সাধাৰণতে কিদৰে থাকে?

(a) উচ্চ

(b) নিম্ন

(c) সদায় নির্দিষ্ট

(d) ধাতুৰ দৰে উচ্চ

উত্তৰঃ (b) নিম্ন

প্রশ্নঃ তলৰ কোনটো অধাতু কঠিন অবস্থাত পোরা যায়?

(a) নাইটজেন

(b) ক্ল’বিন

(c) আয়ডিন

(d) অক্সিজেন

উত্তৰঃ (C) আয়ডিন

প্রশ্নঃ ধাতু কিদৰে চকচকীয়া হয়?

(a) ধাতুৰ পৃষ্ঠত সমতলতা কাৰণে

(b) ইলেক্ট্রন সমলাভৰ বাবে

(c) ধাতুৰ আণৱিক ভৰৰ বাবে

(d) ধাতুৰ আকাৰৰ বাবে

উত্তৰঃ (b) ইলেক্ট্রন সমলাভৰ বাবে

প্রশ্নঃ অধিকাংশ ধাতু কোন ধৰণৰ শব্দ উৎপন্ন কবে?

(a) ঠাণ্ডা শব্দ

(b) ধাতুৰ শব্দ

(c) ধ্বনি শূন্য

(d) অনির্দেশ্য শব্দ

উত্তৰঃ (b) ধাতুৰ শব্দ

প্রশ্নঃ তলৰ কোনটো ধাতু সাধাৰণতে কার্যবাহী ব্যাটাৰীত ব্যৱহাৰ হয়?

(a) তামা

(b) সীহ

(c) রূপ

(d) জিঙ্ক

উত্তৰঃ (b) সীহ

প্রশ্নঃ অধিকাংশ ধাতু পানীত মিশ্রিত হ’লে কি সৃষ্টি কৰে?

(a) টেঙা

(c) অক্সাইড

(b) তেঁতুলীয়া

(d) হাইড্রক্সাইড

উত্তৰঃ (d) হাইড্র ‘ক্সাইড

প্রশ্নঃ অধিকাংশ অধাতু কি গঠনত দেখা যায়?

(a) একক আণু

(b) যৌগিক আণু

(c) মেটালিক বণ্ড

(d) আণবিক ফ্লাট

উত্তৰঃ (b) যৌগিক আণু

প্রশ্নঃ কোনটো অধাতু পানী যোগালে তেঁতুলীয়া পৰিবেশ সৃষ্টি কৰে?

(a) ছডিয়াম

(b) গন্ধক

(c) কেলচিয়াম

(d) তাম

উত্তৰঃ (b) গন্ধক

প্রশ্নঃ তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱাঃ

(a) ছডিয়াম

(b) এলুমিনিয়াম

(c) ক্ল’ৰিণ

(d) ব’ৰন

উত্তৰ: (d) ব’বন

প্রশ্নঃ আমাৰ শৰীৰৰ PH ৰ পৰিসৰ-

(a) 5.0 ৰ পৰা 6.0 pH

(b) 5.5 ৰ পৰা 5.6 pH

(c) 8.1 ৰ পৰা 8.7 pH

(d) 7.0 ৰ পৰা 7.8 pH

উত্তৰঃ (d) 7.0 ৰ পৰা 7.8 pH

প্রশ্নঃ লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম-

(a) ছ’ণ্ডাৰ

(b) হেমেটাইট

(c) পিতল

(d) টাংস্টেন

উত্তৰঃ (a) ছ’ণ্ডাৰ।

প্রশ্নঃ চোৰাতৰ শুঙত থকা এছিডবিধ হ’ল- HSLC 25

(a) টাৰটাৰিক এছিড

(b) মিথানইক এছিড

(c) চাইটিক এছিড

(d) ছালফাউৰিক এছিড

উত্তৰঃ (b) মিথানইক এছিড।

প্রশ্নঃ তলৰ কোন প্ৰকাৰৰ ধাতু বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা বিশুদ্ধ ধাতু পোৱা যায়?

(a) কম সক্রিয় ধাতু

(b) মজলীয়া সক্রিয় ধাতু

(c) অতি সক্রিয় ধাতু

(d) ওপৰৰ সকলো

উত্তৰঃ (c) অতি সক্রিয় ধাতু।

প্রশ্নঃ তলৰ কোনটো ব্লিচিং পাউদাৰৰ সংকেত?

(a) CaOCl₂

(b) NaOH

(c) MgCl₂

(d) NH₄Cl

উত্তৰঃ (a) CaOCl₂

প্রশ্নঃ তলৰ কোনবিধ ধাতুৱে গৰম অথবা ঠাণ্ডা পানী কাৰোৰে সৈতে বিক্রিয়া নকৰে?

(a) ছ’ডিয়াম

(c) পটাছিয়াম

(b) এলুমিনিয়াম

(d) কেলছিয়াম

উত্তৰঃ (b) এলুমিনিয়াম।

প্রশ্নঃ তলৰ কোনটো ধাতুরে ঠাণ্ডা পানীৰ সৈতে প্রবল বেগেৰে বিক্রিয়া কৰে?

(a) Ca

(c) Na

(b) Fe

(d) Al

উত্তৰঃ (a) Ca

প্রশ্নঃ ছডিয়াম ধাতু ক’ত ডুবাই ৰখা হয়?

(a) কেৰাচিন তেলত

(b) পানীত

(c) নিমখৰ দ্ৰৱত

(d) ওপৰৰ সকলো

উত্তৰঃ (a) কেৰাচিন তেলত।

প্রশ্নঃ তলৰ কোনটো যৌগক ছ’ডা-এছিড অগ্নি নির্বাপন যন্ত্রত ব্যৱহাৰ কৰা হয়? HSLC ’25

(a) NH₄Cl

(b) Na₂CO₃

(c) NaCl

(d) NaHCO₃

উত্তৰঃ (d) NaHCO₃

প্রশ্নঃ সাধাৰণতে জুলীয়া অৱস্থাত থকা ধাতুবিধ হ’ল-

(a) পাৰা

(b) ব্র’মিণ

(c) ক্ল’ৰিণ

(d) ছ’ডিয়াম

উত্তৰঃ (a) পাৰা।

প্রশ্নঃ তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্প বাছিউলিওৱা।

(a) ছ’ডিয়াম

(c) ক্ল’ৰিণ

(b) এলুমিনিয়াম

(d) ব’ৰণ

উত্তৰঃ (d) ব’ৰণ।

প্রশ্নঃ ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে, কিয়নো HSLC ’25

(a) ইন্ধনটো সিক্ত

(b) খাদ্য ভালদৰে নিসিজিল

(c) ইন্ধনটো সম্পূর্ণরূপে দহন নহয়

(d) ইন্ধনটো সম্পূর্ণরূপে দহন হয়

উত্তৰঃ (c) ইন্ধনটো সম্পূর্ণরূপে দহন নহয়

প্রশ্নঃ পৃথিবীত মৌল বা যৌগ অৱস্থাত ভূ-ত্বকত পোৱা পদাৰ্থবোৰক ——— বোলে।

(a) খনিজ মল

(b) খনিজ পদার্থ বা মাণিক

(c) ধাতুকল্প

(d) আকৰিক বা আকৰ

উত্তৰঃ (b) খনিজ পদার্থ বা মণিক।

প্রশ্ন: শুদ্ধ উত্তৰটো লিখাঃ

তলৰ Fe₂O3 + 2A1 → Al₂O₃ + 2Fe বিক্রিয়াটো হ’ল:

(a) এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ

(b) এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ

(c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ

(d) এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ

উত্তৰ: (c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ

প্রশ্নঃ এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্রবণীয়। সম্ভৱপৰ মৌলটো হ’ল? HSLC ’19

(a) কেলছিয়াম

(c) চিলিকন

(b) কার্বন

(d) আইৰণ

উত্তৰ: (a) কেলছিয়াম

প্রশ্নঃ তলৰ কোনটো অধাতুৰ ধৰ্ম?

(a) চিকমিকনি আছে

(b) ঘাতসহনশীল

(c) সাধাৰণতে কঠিন

(d) সাধাৰণতে গেছীয়

উত্তৰঃ (d) সাধাৰণতে গেছীয়।

প্রশ্নঃ তলৰ কোনটো আকৰ ফেন ওপঙন পদ্ধতিৰ দ্বাৰা গাঢ়ীকৰণ কৰা হয়?

(a) হেমেটাইট

(b) যিংক ব্লেন্ড

(c) বক্সাইট

(d) হর্ণ ছিলভাৰ

উত্তৰঃ (b) যিংক ব্লেণ্ড।

প্রশ্নঃ ধাতুৰ পৰা গ্ৰীজ আঁতৰাবলৈ তলৰ কোনটো পদার্থ ব্যৱহাৰ কৰা হয়?

(a) H₂

(b) NaOH

(c) Cl₂

(d) Ca(OH)₂

উত্তৰঃ (b) NaOH

প্রশ্নঃ তলৰ কোনটো প্ৰকৃতিত মুক্ত অৱস্থাত পোরা যায়?

(a) Na

(c) Au

(b) K

(d) Mg

উত্তৰঃ (c) Au

প্রশ্নঃ নাইট্রিক এছিডৰ লগত ধাতুৱে বিক্রিয়া কৰিলে হাইড্র ‘জৈন গেছ নির্গত হয়। কাৰণ,

(a) নাইট্রিক এছিড এবিধ বিজাৰক পদার্থ

(b) নাইট্রিক এছিড এবিধ জাৰক পদার্থ

(c) নাইট্রিক এছিড এবিধ তীব্র এছিড

(d) নাইট্রিক এছিড এবিধ মৃদু এছিড।

উত্তৰঃ (b) নাইট্রিক এছিড এবিধ জাৰক পদার্থ।

প্রশ্নঃ এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্রবণীয়। সম্ভৱপৰ মৌলটো হ’ল- HSLC ’22

(a) কেলছিয়াম

(b) কার্বন

(c) ছিলিকন

(d) আইবন

উত্তৰঃ (a) কেলছিয়াম।

প্রশ্নঃ যিংকৰ আকৰিকৰ নাম হ’ল-

(a) যিংক ব্লেন্ড

(b) হেমেটাইট

(c) বক্সাইট

(d) কপাৰ পাইৰাইটিজ

উত্তৰঃ (a) যিংক ব্লেণ্ড।

প্রশ্নঃ তলত দিয়া ধাতুবোৰৰ কোনটো ধাতুবে অক্সিজেনৰ লগত তীব্রভাবে বিক্রিয়া কৰে:

(a) Na

(b) Fe

(c) Cu

(d) Ag

উত্তৰ: (c) Na

প্রশ্নঃ লোত মামৰে ধৰা ৰোধ কৰিবলৈ তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়?

(a) বং ব্যৱহাৰ কৰা

(b) গ্ৰীজ ব্যৱহাৰ কৰা

(c) তেল সনা

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

প্রশ্নঃ তলৰ কোনটো চিনাবাৰৰ সংকেত?

(a) HgO

(c) NaO

(b) MgO

(d) HgS

উত্তৰঃ (d) HgS

প্রশ্নঃ তলৰ কোনবোৰৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপন বিক্রিয়া ঘটিব?

(a) NaC1 ৰ দ্ৰৱ আৰু কপাৰ

(b) MgCl₂ ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু

(c) FeSO₄ ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু

(d) AgNO₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু

উত্তৰঃ (d) AgNO₃ ৰদ্ৰৱ আৰু কপাৰ ধাতু।

অতি চমু প্রশ্ন-উত্তৰ (VSA)

প্রশ্নঃ ধাতু কি?

উত্তৰঃ যিবোৰ বস্তু চকচকীয়া, তাপ আৰু বিদ্যুৎ চলাব পাৰে, সেইবোৰক ধাতু কয়।

প্রশ্নঃ অধাতু কি?

উত্তৰঃ যিবোৰ বস্তু চকচকে নহয়, তাপ আৰু বিদ্যুত ভালদৰে চলাব নোৱাৰে, সেইবোৰক অধাতু কয়।

প্রশ্নঃ ধাতুৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ সোণ।

প্রশ্নঃ অধাতুৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ অক্সিজেন।

প্রশ্নঃ ধাতু সাধাৰণতে কি অবস্থাত থাকে?

উত্তৰঃ কঠিন অবস্থাত।

প্রশ্নঃ কোনটো ধাতু দ্রব অৱস্থাত থাকে?

উত্তৰঃ পাৰা।

প্রশ্নঃ অধাতু সাধাৰণতে কি অবস্থাত থাকে?

উত্তৰঃ গেছ, কঠিন বা তৰল অবস্থাত।

প্রশ্নঃ ধাতুৰ চকচকীয়া ভাবক কি বলে?

উত্তৰঃ ধাতব দীপ্তি।

প্রশ্নঃ অধিকাংশ ধাতু কি ধৰণৰ ধাতব?

উত্তৰঃ কঠিন আৰু শক্তিশালী।

প্রশ্নঃ অধাতু সাধাৰণতে ভঙ্গুৰ হয়নে?

উত্তৰঃ হয়।

প্রশ্নঃ কিহে ধাতু আৰু অধাতু পৰিচিত কৰে?

উত্তৰঃ তাত্বিক আৰু শাৰীৰিক গুণে।

প্রশ্নঃ অধাতুয়ে বিদ্যুৎ চলাব নোৱাৰে নে?

উত্তৰঃ বেছিভাগে নোৱাৰে।

প্রশ্নঃ লো ধাতু নে অধাতু?

উত্তৰঃ ধাতু।

প্রশ্নঃ হাইড্রজেন ধাতু নে অধাতু?

উত্তৰঃ অধাতু।

প্রশ্নঃ ধাতু তাপত কি হয়?

উত্তৰঃ বিস্তাৰ হয়।

প্রশ্নঃ ধাতু ক’ত ব্যৱহাৰ হয়?

উত্তৰঃ গাড়ী, আয়না, বৈদ্যুতিক তাঁৰ।

প্রশ্নঃ কোনটো অধাতু শৰীৰত আছে?

উত্তৰঃ অক্সিজেন।

প্রশ্নঃ প্রকৃতিত মুক্ত অবস্থাত পোৱা এটা ধাতুৰ নাম লিখা।

উত্তৰ: প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা এবিধ ধাতু হ’ল গ’ল্ড।

প্রশ্নঃ কার্বন কি ধাতু?

উত্তৰঃ অধাতু।

প্রশ্নঃ ধাতু কি টান হয়নে?

উত্তৰঃ হয়।

প্রশ্নঃ অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ হয়? HSLC ’20

উত্তৰঃ অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্রয়োগ কৰা হয়।

প্রশ্নঃ কোনটো ধাতুয়ে সৌন্দর্য বঢ়ায়?

উত্তৰঃ সোণ আৰু ৰূপ।

প্রশ্নঃ কাৰ্বনৰ এটা বহুৰূপৰ নাম লিখা।

উত্তৰঃ গ্রেফাইট।

প্রশ্নঃ পানীৰ সৈতে সহজতে বিক্রিয়া কৰিব পৰা দুবিধ ধাতৱ অক্সাইডৰ নাম লিখা।

উত্তৰঃ ছ’ডিয়াম অক্সাইড আৰু পটাছিয়াম অক্সাইড

প্রশ্নঃ ঠাণ্ডা অথবা গৰম পানী কাৰোৰে সৈতে বিক্রিয়া নকৰা দুবিধ ধাতুৰ নাম লিখা।

উত্তৰঃ লেড আৰু কপাৰ।

প্রশ্নঃ ধাতুৰ ঘাতসহনীয়তা কাক বোলে?

উত্তৰঃ ধাতু এটাক হাতুৰীৰে কুবাই পাতল পাত এচটালৈ ৰূপান্তৰ কৰিব পাৰি। ইয়াকে ধাতুৰ ঘাতসহনীয়তা বোলে।

প্রশ্নঃ অধাতুৰ দুটা ধর্ম লিখা।

উত্তৰঃ (ক) অধাতুৰ চিকমিকনি নাই। (খ) অধাতুবোৰ ঘাতসহনসীল নহয়।

প্রশ্নঃ সাধাৰণতে জুলীয়া অৱস্থাত থকা এটা ধাতু আৰু এটা অধাতুৰ নাম লিখা।

উত্তৰঃ জুলীয়া অৱস্থাত থকা এটা ধাতু পাৰা আৰু অধাতু ব্র’মিণ।

প্রশ্নঃ মৃদু এছিড আৰু মৃদু ক্ষাৰক কাক বোলে?

উত্তৰঃ দ্ৰৱ এটাত H’ আয়ন কম পৰিমাণে থাকিলে মৃদু এছিড আৰু OH- আয়ন কম পৰিমাণে থাকিলে মৃদু ক্ষাৰক বোলে।

প্রশ্নঃ আয়নীয় যৌগৰ দ্রবণীয়তাৰ ওপৰত তোমাৰ মন্তব্য কি?

উত্তৰঃ আয়নীয় যৌগবোৰ পানীত দ্রবণীয়, কিন্তু কেৰাচিন, পেট্র’ল আদি দ্রাৱকত অদ্রবণীয়।

প্রশ্নঃ উতলা পানীৰ বাষ্পৰ সৈতে বিক্রিয়া কৰা দুবিধ ধাতুৰ নাম লিখা।

উত্তৰঃ এলুমিনিয়াম আৰু আইৰণ।

প্রশ্নঃ ক্ষাৰকৰ উদাহৰণ কি?

উত্তৰ: ছোডিয়াম হাইড্রক্সাইড

প্রশ্নঃ ধাতু আৰু অধাতুৰ এটা পাৰ্থক্য লিখা।

উত্তৰঃ ধাতুবোৰ সাধাৰণতে গোটা বা কঠিন অৱস্থাত পোৱা যায়।

আনহাতে, অধাতুবোৰ গেছীয় অৱস্থাত পোৱা যায়।

প্রশ্নঃ সংকৰ ধাতু কি?

উত্তৰঃ দুটা ধাতু বা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্রণক সংকৰ ধাতু বোলে।

প্রশ্নঃ লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।

উত্তৰঃ (ক) ৰঙৰ প্ৰলেপ দিয়া। (খ) যিংকৰ প্রলেপ দিয়া।

প্রশ্নঃ জুলীয়া অৱস্থাত থকা ধাতু এটাৰ নাম লিখা।

উত্তৰঃ সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু এবিধ হ’ল পাৰা।

প্রশ্নঃ প্রকৃতিত মুক্ত অবস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ গোল্ড আৰু ছিলভাৰ।

প্রশ্নঃ কোনবোৰ ধাতু সহজে ক্ষয় নহয়?

উত্তৰ: গোল্ড আৰু প্লেটিনাম।

প্রশ্নঃ সংকৰ ধাতু কি?

উত্তৰঃ দুই বা ততোধিক ধাতু বা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্রণকে সংকৰ ধাতু বোলে।

প্রশ্নঃ M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ’ড আৰু বিদ্যুৎ বিশ্লেষ্য কিল’ব লাগিব?

উত্তৰঃ অশুদ্ধ ধাতু Mক এন’ড হিচাপে আৰু বিশুদ্ধ M ক কেথ’ড হিচাপে বিদ্যুৎ বিশ্লেষ্য ব্যৱহাৰ কৰিব লাগিব।

প্রশ্নঃ উভধর্মী অক্সাইড কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ অক্সাইডে এছিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উভয়ে উৎপন্ন কৰে, সেইবোৰক উভধর্মী অক্সাইড বোলে।

যেনে- এলুমিনিয়াম অক্সাইড, যিংক অক্সাইড আদি।

প্রশ্নঃ পানীৰ সৈতে বিক্রিয়া নকৰা দুবিধ ধাতুৰ নাম লিখা।

উত্তৰ: ছিলভাৰ আৰু গ’ল্ড।

প্রশ্নঃ কোনবোৰ ধাতু সহজে ক্ষয় নহয়?

উত্তৰঃ সংকৰ ধাতু।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment