আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 2 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 General Science MCQ Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ
অধ্যায় – ২
এচিড, ক্ষাৰক আৰু লৱণ
বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)
প্রশ্নঃ লৱণৰ সাধাৰণ স্বাদ হ’ল-
(a) মিঠা
(b) লুনীয়া
(c) তেঁতেলা
(d) তিতা
উত্তৰঃ (৮) লুনীয়া
প্রশ্নঃ তলৰ কোনটো এছিড নহয়?
(a) এইচ.চি.এল.
(b) এইচ.টু.এছ.অ’, ফ’র্মিক এছিড
(c) এইচ.এন. অ’, নাইট্রিক এছিড
(d) নাইট’জেন
উত্তৰঃ (d) নাইট’জেন
প্রশ্নঃ তলৰ কোনটো এক ক্ষাৰ?
(a) HCL
(b) H₂SO₄
(c) NaOH₃
(d) HNO₃
উত্তৰঃ (c) NaOH
প্রশ্নঃ এছিডৰ স্বাদ সাধাৰণতে কেনেকুৱা হয়?
(a) তিতা
(b) মিঠা
(c) তেঁতেলা (টেঙা)
(d) নুনীয়া
উত্তৰঃ (c) তেঁতেলা
প্রশ্নঃ ক্ষাৰৰ স্বাদ সাধাৰণতে কেনেকুৱা হয়?
(a) তিতা
(b) তেঁতেলা
(c) মিঠা
(d) তিতা আৰু তেঁতেলা দুয়ো
উত্তৰঃ (a) তিতা
প্রশ্নঃ এছিড আৰু ক্ষাৰৰ বিক্ৰিয়াৰ ফলত কি ভগঠন হয়?
(a) মিঠা পানী
(b) লৱণ আৰু পানী
(c) কেৱল লবণ
(d) কেবল পানী
উত্তৰঃ (b) লৱণ আৰু পানী
প্রশ্নঃ তলৰ কোনটো প্রাকৃতিক এছিড?
(a) হাইড্রক্লৰিক এচিদ
(b) চাইট্রিক এছিড
(c) নাইট্রিক এছিড
(d) হাইড্র’লিক এছিড
উত্তৰঃ (b) চিট্রিক এছিড
প্রশ্নঃ পিএইচ স্কেলত এছিডৰ মান কেনেকুৱা হয়?
(a) ৭তকৈ কম
(b) ৭তকৈ বেছি
(c) ঠিক ৭
(d) ১০ৰ ওপৰত
উত্তৰঃ (a) ৭তকৈ কম
প্রশ্নঃ কোনটো পদার্থই পিএইচ ৭ দেখুৱায়?
(a) ক্ষাৰ
(b) এছিড
(c) নিৰপেক্ষ পদার্থ
(d) লৱণ
উত্তৰঃ (c) নিৰপেক্ষ পদার্থ
প্রশ্নঃ লিটমাছ কাগজ এছিডত কি ৰঙৰ হয়?
(a) নীলা
(c) হালধীয়া
(b) বঙা
(d) বগা
উত্তৰঃ (b) বঙা
প্রশ্নঃ লিটমাছ কাগজ ক্ষাৰত কি ৰঙৰ হয়?
(a) বঙা
(b) নীলা
(c) বগা
(d) নৰম
উত্তৰঃ (b) নীলা
প্রশ্নঃ লবণ হৈছে………. 1
(a) কেবল এছিড
(b) কেৱল ক্ষাৰ
(c) এছিড আৰু ক্ষাৰৰ সংমিশ্ৰণৰ ফল
(d) কেৱল পানী
উত্তৰঃ (c) এছিড আৰু ক্ষাৰৰ সংমিশ্ৰণৰ ফল
প্রশ্নঃ তলৰ কোনটো এছিড মাটিত প্রাকৃতিকভাবে পোৱা যায়?
(a) হাইড্র’ক্ল’ৰিক এছিড
(b) নাইট্রিক এছিড
(c) ক্র’মিক এছিড
(d) হিউমিক এছিড
উত্তৰঃ (d) হিউমিক এছিড
প্রশ্নঃ কোনটো পদার্থ ক্ষাৰধৰ্মী নহয়?
(a) কাষ্টিক ছোডা
(b) চুণৰ পানী
(c) চিট্রিক এছিড
(d) এমানিয়া
উত্তৰঃ (c) চিট্রিক এছিড
প্রশ্নঃ এছিড ক্ষাৰৰ বিক্ৰিয়াৰ ফলত উৎপন্ন লবণক কি কোরা হয়?
(a) অক্সাইড
(b) ছল্ট
(c) কার্বন ডাইঅক্সাইড
(d) ফ্ল’ৰাইড
উত্তৰঃ (b) ছল্ট
প্রশ্নঃ নিম্নলিখিত কোনটো এছিড গেছীয় অৱস্থাত পোৱা যায়?
(a) এইচ.চি.এল.
(b) এইচ.টু.এছ.অ’
(c) এইচ.এন. অ’
(d) এইচ.টু.চি.অ’
উত্তৰঃ (a) এইচ.চি.এল.
প্রশ্নঃ ছডিয়াম ক্ল’ৰাইড কি ধৰণৰ লৱণ?
(a) এছিডিক লৱণ
(b) ক্ষাৰক লৱণ
(c) নিৰপেক্ষ লৱণ
(d) তেঁতেলা-মিঠা লৱণ
উত্তৰঃ (c) নিৰপেক্ষ লৱণ
প্রশ্নঃ পিএইচ স্কেলত ক্ষাৰৰ মান সাধাৰণতে কিমান থাকে?
(a) ৭তকৈ কম
(b) ৭তকৈ বেছি
(c) ঠিক ৭
(d) ৬-৭
উত্তৰঃ (b) ৭তকৈ বেছি
প্রশ্নঃ কোনটো পদার্থ পিএইচ সূচক হিচাপে ব্যৱহাৰ হয়?
(a) চূণ
(c) পানী
(b) লিটমাছ
(d) ছোডা
উত্তৰঃ (b) লিটমাছ
প্রশ্নঃ ছডিয়াম বাইকার্বনেট কি ধৰণৰ পদাৰ্থ?
(a) এছিড
(c) লবণ
(b) ক্ষাৰ
(d) গেছ
উত্তৰঃ (C) লবণ
প্রশ্নঃ তলৰ কোনটো এছিড খাদ্যত পোৱা যায়?
(a) হাইড্র’ক্ল’বিক এছিড
(b) নাইট্রিক এছিড
(c) এছিটিক এছিড
(d) ছালফিউৰিক এছিড
উত্তৰঃ (c) এছিটিক এছিড
প্রশ্নঃ তলৰ কোনটো পদার্থ ক্ষাৰীয়?
(a) লেবুৰ ৰস
(b) ভিনেগাৰ
(c) কাষ্টিক পটাচ
(d) চিট্রিক এছিড
উত্তৰঃ (c) কাষ্টিক পটাচ
প্রশ্নঃ কোনটো এছিডশৰীৰৰ পাকস্থলীত পোৱা যায়?
(a) এইচ.চি.এল.
(b) এইচ.টু.এছ.অ’
(c) এইচ.এন.অ’
(d) এইচ.ট.চি.অ’
উত্তৰঃ (a) এইচ.চি.এল.
প্রশ্নঃ লিটমাছ সূচকৰ ৰঙ সর্বপ্রথম কেনে আছিল?
(a) ৰঙা
(b) নীলা
(c) হালধীয়া
(d) বগা
উত্তৰঃ (c) হালধীয়া
প্রশ্নঃ এছিড আৰু ক্ষাৰৰ বিক্ৰিয়াক কি কোৱা হয়?
(a) উত্সাৰণ
(b) নিউটেলাইজেচন
(c) দহন
(d) ভাপ
উত্তৰঃ (b) নিউট্রেলাইজেচন
প্রশ্নঃ এছিড আৰু ক্ষাৰ লগ হোৱা সময়ত কি গঠন হয়?
(a) পানী
(b) লবণ
(c) পানী আৰু লবণ
(d) কেৱল গেছ
উত্তৰঃ (c) পানী আৰু লৱণ
প্রশ্নঃ ছালফিউৰিক এছিডৰ ৰাসায়নিক সংকেত কি?
(a) এইচ.চি.এল.
(b) এইচ.টু.এছ.অ’
(c) এইচ.এন.অ’
(d) এইচ.টু.চি.আ
উত্তৰঃ (b) এইচ.টু.এছ.অ’
প্রশ্নঃ ক’লা চা পাত লিটমাছ সূচকৰ দৰে কাম কৰে কিয়?
(a) অম্লত্বৰ বাবে
(b) উত্তপ্ত হোৱাৰ বাবে
(c) ৰঙৰ বাবে
(d) তাপীয় বিক্ৰিয়াৰ বাবে
উত্তৰঃ (a) অম্লত্বৰ বাবে
প্রশ্নঃ এছিড, ক্ষাৰ আৰু লৱণৰ কি বিষয়ৰ অধ্যয়ন?
(a) জীৱবিজ্ঞান
(b) ৰসায়ন বিজ্ঞান
(c) পদার্থ বিজ্ঞান
(d) ভূগোল
উত্তৰঃ (b) ৰসায়ন বিজ্ঞান
প্রশ্নঃ ছডিয়াম ক্ল’ৰাইভৰ সাধাৰণ নাম কি?
(a) খোৱা লবণ
(b) খোৱা চেনি
(c) বেকিং ছোডা
(d) কাষ্টিক পটাচ
প্রশ্নঃ তলৰ কোনটো ঘৰত ক্ষাৰ হিচাপে ব্যৱহৃত হয়?
(a) খোৱা লবণ
(a) ভিনেগাৰ
(b) লেবুৰ ৰস
(d) পানী
উত্তৰঃ (c) কাষ্টিক ছোডা
প্রশ্নঃ নিউট্রেলাইজেচন বিক্রিয়াত কি হোৱা দেখা যায়?
উত্তৰঃ (c) কাষ্টিক ছোডা
(a) উত্তপ্ততা
(b) ৰঙ পৰিৱৰ্তন
(c) পানী আৰু লবণ গঠন
(d) সকলো উত্তৰ সঠিক
উত্তৰঃ (d) সকলো উত্তৰ সঠিক
প্রশ্নঃ অগ্নি নির্বাপন যন্ত্রত কি এছিড ব্যৱহাৰ কৰা হয়?
(a) ছ’ডা-এছিড
(b) হাইড্র ‘ক্লবিক এছিড
(c) ছালফিউৰিক এছিড
(d) নাইট্রিক এছিড
উত্তৰঃ (a) ছ’ডা-এছিড।
প্রশ্নঃ এছিডে ক্ষাৰক বা এলকালিৰ সৈতে বিক্রিয়া কৰি ———উৎপন্ন কবে।
(a) হাইড্র’জেন
(b) লবণ
(c) কার্বন-ডাই-অক্সাইড
(d) এছিড
উত্তৰঃ (b) লবণ।
প্রশ্নঃ তলৰ কোনটো প্রাকৃতিক সূচক নহয়?
(a) হালধি
(b) ৰঙা বন্ধাকবিৰ পাত
(c) ফিন ‘লঙ্গলিন
(d) জবা ফুলৰ পাহি
উত্তৰঃ (c) ফিন’লঙ্কলিন।
প্রশ্নঃ বিশুদ্ধ পানীৰ PH ৰমান-
(a) 7
(c) 11
(b) 3
(d) 1
উত্তৰঃ (a) 7
প্রশ্নঃ প্রথম অৱস্থাত লিটমাছৰ ৰং-
(a) হালধীয়া
(b) বঙা
(c) বেঙুনীয়া
(d) গুলপীয়া
উত্তৰঃ (c) বেঙ্ণীয়া।
প্রশ্নঃ তলৰ কোনটো ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়?
(a) H₂
(b) NaOH
(c) Cl₂
(d) Ca(OH)₂
উত্তৰঃ (a) H₂
প্রশ্নঃ 4Fe+30₂→ HSLC ’25
(a) 4FeO₃(s)
(b) 12FeO(s)
(c) 3Fe₄O₂(s)
(d) 2Fe₂O₃(s)
উত্তৰঃ (d) 2Fe₂O₃ (s)
প্রশ্নঃ তলৰ কোনটো বেকিং ছ’ডাৰ ৰাসায়নিক নাম?
(a) কেলছিয়াম হাইপ’ক্ল’ৰাইড
(b) ছ’ডিয়াম হাইড্র’জেন কার্বনেট
(c) ছ’ডিয়াম বাই কার্বনেট
(d) ছ’ডিয়াম হাইড্র’ক্সাইড।
উত্তৰঃ (b) ছ’ডিয়াম হাইড্র’জেন কার্বনেট।
প্রশ্নঃ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ নিৰ্ণয়ৰ ক্ষেত্ৰত তলৰ কোনবোৰ নিয়ম সঠিক?
(i) বিক্ৰিয়াৰ সমীকৰণ সদায় সন্তুলিত হ’ব লাগিব
(ii) সমীকৰণত অৱক্ষেপন প্রতিক্রিয়া উল্লেখ কৰা উচিত
(iii) বিক্রিয়াত ব্যবহৃত পদার্থসমূহৰ প্ৰাৰম্ভিক ভৰ আৰু উৎপন্ন পদাৰ্থসমূহৰ ভৰ সমান হ’ব লাগিব
(iv) বিক্ৰিয়াৰ সমীকৰণত গেছীয় অবস্থা সদায় লিপিবদ্ধ হ’ব লাগিব
(a) (i), (ii), (iii)
(b) (i), (iii), (iv)
(c) (ii), (iii), (iv)
(d) (i), (ii), (iii), (iv)
উত্তৰঃ (b) (i), (iii), (iv)
প্রশ্নঃ তলৰ কোনটো ঘ্রানেন্দ্রিক সূচক হয়?
(a) বন্ধাকবি
(c) গাজৰ
(b) নহৰু
(d) পিঁয়াজ
উত্তৰঃ (d) পিঁয়াজ।
প্রশ্নঃ ধাতুৰ সৈতে এছিডে বিক্রিয়া কৰিলে সাধাৰণতে নিৰ্গত হোৱা গেছবিধ হ’ল-
(a) কার্বন-ডাই-অক্সাইড গেছ।
(b) হাইড্র’জেন গেছ।
(c) নাইট ‘জেনন গেছ।
(d) ক্ল’ৰিণ গেছ।
উত্তৰঃ (b) হাইড্ৰ’জেন গেছ।
প্রশ্নঃ প্রশম দ্ৰৱৰ PH ৰ মান হ’ব-HSLC ’25
(a) 5
(b) 6
(c) 7
(d) 8
উত্তৰঃ (c) 7
প্রশ্নঃ এছিড আৰু ক্ষাৰক পৰস্পৰৰ মাজত বিক্রিয়া হ’লে উৎপন্ন হয়-
(a) লবণ আৰু পানী
(b) লৱণ আৰু হাইড্র’জেন
(c) লবণ, কার্বন-ডাই-অক্সাইড আৰু পানী
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) লৱণ আৰু পানী।
প্রশ্নঃ ক’পাৰ অক্সাইডৰ লগত লঘু হাইড্র ‘ক্ল’ৰিক এছিড যোগ কৰিলে দ্রবটোৰ বং হ’ব-
(a) নীলা-সেউজীয়া
(b) ৰঙা-সেউজীয়া
(c) কমলা-সেউজীয়া
(d) বেঙুনীয়া সেউজীয়া
উত্তৰঃ (a) নীলা-সেউজীয়া।
প্রশ্নঃ এটা দ্রবই ৰঙা লিটমাছ নীলা কৰিছে।
ইয়াত PH হ’ব পাৰে-
(a) 1
(b) 3
(c) 6
(d) 10
উত্তৰঃ (d) 10
প্রশ্নঃ বেকিং ছ’ডাৰ পৰা ছডিয়াম কার্বনেট কেনেকৈপাব পাৰি? HSLC 25
(a) বেকিং ছ’ডাক ক্ষাৰৰ লগত বিক্রিয়া কৰি
(b) বেকিং ছ’ডাত পানী মিহলাই
(d) বেকিং ছ’ডাক গৰম কৰি
(c) বেকিং ছ’ডাক এছিডৰ লগত বিক্রিয়া
উত্তৰঃ (d) বেকিং ছ’ডাক গৰম কৰি
প্রশ্নঃ তলৰ কোনবিধ অম্লনাশক?
(a) মেগনেছিয়াম ক্ল’ৰাইড
(b) মেগনেছিয়াম হাইড্র’ক্সাইড
(c) মেগনেছিয়াম অক্সাইড
(d) মেগনেছিয়াম ছালফেট।
উত্তৰঃ (b) মেগনেছিয়াম হাইড্র’ক্সাইড।
প্রশ্নঃ তেতেলি টেঙাত থকা এছিডবিধ হ’ল-
(a) মিথানইক এছিড
(b) টাৰটাৰিক এছিড
(c) চাইট্রিক এছিড
(d) এছেটিক এছিড
উত্তৰঃ (b) টাৰটাৰিক এছিড।
প্রশ্নঃ দৈত থকা এছিডবিধ হ’ল-
(a) মিথানইক এছিড
(b) লেকটিক এছিড
(c) চাইট্রিক এছিড
(d) অজেলিক এছিড
উত্তৰঃ (b) লেকটিক এছিড।
প্রশ্নঃ লঘু এছিডৰ পৰা অধাতুৱে হাইড্ৰ’জেন প্রতিষ্ঠাপিত কৰিব নোৱাৰে। ইহঁতে হাইড্র ‘জৈনৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰে- HSLC 25
(a) অক্সাইড
(c) কার্বনেট
(b) পানী
(d) হাইড্রাইড
উত্তৰঃ (d) হাইড্রাইড
প্রশ্নঃ নেমু টেঙাতথকা এছিডবিধ হ’ল-
(a) মিথানইক এছিড
(b) টাৰটাৰিক এছিড
(c) চাইট্রিক এছিড
(d) এছেটিক এছিড
উত্তৰঃ (c) চাইট্রিক এছিড।
প্রশ্নঃ অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?
(a) অম্লনাশক
(b) বেদনানাশক
(c) এন্টিবায় ‘টিক
(d) বীজাণুবাৰক
উত্তৰঃ (a) অম্লনাশক।
প্রশ্নঃ ধাতব কার্বনেট নাইবা ধাতর হাইড্রে’জেন কার্বনেটৰ সৈতে এছিডে বিক্রিয়া কৰিলে সাধাৰণতে নিৰ্গত হোৱা গেছবিধ হ’ল-
(a) কার্বন-ডাই-অক্সাইড গেছ।
(b) হাইড্র’জেন গেছ।
(c) নাইট’জেনন গেছ।
(d) ক্ল’ৰিণ গেছ।
উত্তৰঃ (a) কার্বন-ডাই-অক্সাইড গেছ।
প্রশ্নঃ বেকিং পাউদাৰ আৰু ৰ মিশ্রণ।
(a) কেলছিয়াম, ক্ল’ৰিণ
(b) কেলছিয়াম হাইড্র ‘ক্সাইড, ক্লৰিণ
(c) ছ’ডিয়াম হাইড্র’জেন কার্বনেট, হাইড্র’ক্ল’ৰিক এছিড
(d) ছ’ডিয়াম হাইড্র’ জেন কার্বনেট, টাৰটাৰিক এছিড
উত্তৰঃ (d) ছ’ডিয়াম হাইড্র’জেন কার্বনেট, টাৰটাৰিক এছিড।
প্রশ্ন: অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?
(a) এন্টিবায় ‘টিক
(b) বেদনানাশক
(c) অম্লনাশক
(d) বীজানুবাৰক
উত্তৰঃ (c) অম্লনাশক।
প্রশ্নঃ ব্লিচিং পাউদাৰৰ ৰাসায়নিক নাম হ’ল-
(a) কেলছিয়াম হাইপ’ক্ল’ৰাইড
(b) ছ’ডিয়াম হাইড্র’জেন কার্বনেট
(c) ছ’ডিয়াম বাই কার্বনেট
(d) ছ’ডিয়াম হাইড্র’ক্সাইড।
উত্তৰঃ (a) কেলছিয়াম হাইপ’ক্ল’ৰাইড।
প্রশ্নঃ অজীর্ণতাৰ চিকিৎসাৰ বাবে কোন ধৰণৰ ঔষধৰ ব্যৱহাৰ কৰা হয়?
(a) এন্টিবায়’টিক
(c) অম্লনাশক
(b) বেদনা নাশক
(d) বীজানুবাৰক
উত্তৰ: (c) অম্লনাশক
প্রশ্নঃ তলৰ কোনটো সমতুল্য সমীকৰণ নহয়?
(a) CH₄+O₂→ CO₂ + H₂O
(b) C+O₂ → CO₂
(c) 2Mg+O₂→2MgO
(d) CaO+H₂O → Ca(OH)₂
উত্তৰঃ (a) CH₄+O₂→ CO₂ + H₂O
প্রশ্নঃ খাদ্য বস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্রলেপ দিয়া হয়, জিংকৰ নহয় কিয়?
(a) টিনতকৈ জিংক দামী
(b) জিংকৰ গলনাংক টিনতকৈ বেছি
(c) জিংক টিনতকৈ অধিক সক্রিয়
(d) জিংক টিনতকৈ কম সক্রিয়
উত্তৰ: (d) জিংক টিনতকৈ কম সক্রিয়
প্রশ্নঃ এছিডত থকা কেটায়নটো হ’ল-
(a) H+
(b) OH-
(c) Cl-
(d) Na+
উত্তৰঃ (a) H+
অতি চমু প্রশ্ন-উত্তৰ (VSA)
প্রশ্নঃ এছিড আৰু ক্ষাৰ লগলাগিলে কি সৃষ্টি হয়?
উত্তৰ: লৱণ আৰু পানী।
প্রশ্নঃ লেবুত কি ধৰণৰ পদাৰ্থ থাকে?
উত্তৰ: এছিড।
প্রশ্নঃ NaOH এটা কি ধৰণৰ পদার্থ?
উত্তৰ: ক্ষাৰক।
প্রশ্নঃ HCI ৰ সম্পূর্ণ নাম কি?
উত্তৰঃ হাইড্ৰ’ক্ল’ৰিক এছিড।
প্রশ্নঃ লৱণৰ স্বাদ কেনেধৰণৰ হয়?
উত্তৰ: লুণীয়া।
প্রশ্নঃ এছিডে হাইড্রজেন আয়ন দিয়ে নে?
উত্তৰ: হয়।
প্রশ্নঃ ক্ষাৰকে কি হাইড্র ‘ক্সাইড আয়ন দিয়ে নে?
উত্তৰঃ হয়।
প্রশ্নঃ লৱণ সাধাৰণতে কেনেধৰণৰ যৌগ?
উত্তৰ: আয়নিক যৌগ।
প্রশ্নঃ এছিড ক্ষাৰকৰ সৈতে কি ধৰণৰ বিক্ৰিয়া কৰে?
উত্তৰ: নিউট্রেলাইজেচন বিক্রিয়া।
প্রশ্নঃ KOH কি ধৰণৰ পদার্থ?
উত্তৰ: ক্ষাৰক।
প্রশ্নঃ ক্ষাৰকক আন কি কোৱা হয়?
উত্তৰ: বেছ।
প্রশ্নঃ পানীত দ্রবীভূত হৈ ক্ষাৰকে কি উৎপন্ন কবে?
উত্তৰ: হাইড্রক্সাইড আয়ন।
প্রশ্নঃ লৱণ কি ধৰণৰ পদার্থ?
উত্তৰ: নিউটেল।
প্রশ্নঃ দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কি?
উত্তৰঃ দৈ আৰু টেঙা বস্তুত এছিড থাকে। এছিডে পিতল বা তামৰ পাত্ৰৰ সৈতে বিক্রিয়া কৰি খাদ্যবস্তুৰ গুণাগুণৰ লগতে পাত্ৰৰ ৰং নষ্ট কৰিব পাৰে।
প্রশ্নঃ এছিডৰ দ্রব এটা লঘু কৰোঁতে হাইড্র’নিয়াম আয়ন (H₃O+) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?
উত্তৰঃ হাইড্ৰ’নিয়াম আয়ন (H₃O+)ৰ গাঢ়াত হ্রাস পায়।
প্রশ্নঃ এছিডবোৰে কিয় আম্লিক ধর্ম দেখুৱায়?
উত্তৰঃ এছিডে জলীয় দ্রৱত H+ আয়ন উৎপন্ন কৰিব পাৰে। সেইবাবে এছিডে আম্লিক ধর্ম দেখুৱায়।
প্রশ্নঃ টমেটোত কি থাকে?
উত্তৰ: এছিড।
প্রশ্নঃ নিউট্রেলাইজেচন বিক্ৰিয়াৰ ফল কি হয়?
উত্তৰ: লৱণ আৰু পানী।
প্রশ্নঃ প্লাষ্টাৰ অব্ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা।
উত্তৰঃ প্লাষ্টাৰ অব্ পেৰিছত জলীয় বাষ্প সোমালে ই আকৌ জিপছামলৈ পৰিবৰ্তন হ’ব। ফলত ই ব্যৱহাৰৰ অনুপযোগী হ’ব।
প্রশ্নঃ এছিডৰ উদাহৰণ কি?
উত্তৰ: নেমুৰস।
প্রশ্ন: এটা পদার্থ ‘X’ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ ব্যৱহাৰ কৰা হয়। HSLC ’20
(i) পদাৰ্থ ‘X’ ৰ নাম আৰু সংকেত লিখা।
(ii) পানীৰ সৈতে পদার্থ ‘X’ এ কৰা বিক্রিয়াটো লিখা।
উত্তৰঃ (i) ‘X’ কেলছিয়াম অক্সাইড আৰু ইয়াৰ সংকেত হ’ল: CaO.
(ii) পানীৰ সৈতে পদার্থ ‘X’ এ কৰা বিক্রিয়াটো হ’ল: CaO+H₂O → Ca(OH)₂.
প্রশ্নঃ ক্ষাৰক সাধাৰণতে ক’ত ব্যৱহাৰ হয়?
উত্তৰ: চাবোনত।
প্রশ্নঃ লৱণৰ উদাহৰণ কি?
উত্তৰ: ছোডিয়াম ক্ল’ৰাইড।
প্রশ্নঃ এছিড, ক্ষাৰক আৰু লৱণৰ অধ্যয়ন বিজ্ঞানৰ কোন শাখাত হয়?
উত্তৰ: ৰসায়নত।
প্রশ্নঃ দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
উত্তৰঃ দৈ আৰু টোজাতীয় খাদ্য বস্তুত এচিড থাকে। আনহাতে এচিডে পিতল আৰু তামৰ লগত বিক্রিয়া কৰি খাদ্যবস্তু নষ্ট কৰে। সেয়ে দৈ আৰু টেঙা খাদ্যবস্তু পিতল বা তামৰ পাত্ৰত থোৱা উচিত নহয়।
প্রশ্নঃ এবিধ কৃত্রিম সূচকৰ নাম লিখা।
উত্তৰঃ মিথাইল অৰেঞ্জ বা ফিন ‘লথেলিন।
প্রশ্নঃ ব্লিচিং পাউদাৰৰ এটা ব্যৱহাৰ লিখা।
উত্তৰঃ ৰাসায়নিক উদ্যোগত জাৰক পদার্থ হিচাপে বা খোৱা পানী বীজাণুমুক্ত কৰিবলৈ।
প্রশ্নঃ বেকিং ছ’ডাৰ এটা ব্যৱহাৰ লিখা।
উত্তৰঃ বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ বা ছ’ডা-এচিড অগ্নি নির্বাপন যন্ত্রত ব্যৱহাৰ কৰা হয়।
প্রশ্নঃ কাপোৰ ধোৱা ছ’ডা কেনেকৈ প্ৰস্তুত কৰা হয়?
উত্তৰঃ ছ’ডিয়াম কার্বনেটৰ পুনঃস্ফটিকীকৰণ ঘটালে কাপোৰ ধোৱা ছ’ডা প্রস্তুত কৰা হয়।
প্রশ্নঃ এছিডত নীলা লিটমাছ দিলে কি ঘটিব?
উত্তৰঃ এছিডে নীলা লিটমাছ ৰঙা কৰিব।
প্রশ্নঃ এছিড বা ক্ষাৰক লঘুকৰণ কাক বোলে?
উত্তৰঃ এছিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্রতি একক আয়তনত আয়নৰ গাঢ়তা হ্রাস পায়। এই প্রক্রিয়াক এছিড বা ক্ষাৰক লঘুকৰণ বোলে।
প্রশ্নঃ এছিড এটাৰ জলীয় দ্রবই কিয় বিদ্যুৎ পৰিবহণ কৰে?
উত্তৰঃ এছিড এটাৰ জলীয় দ্রবত H+ আয়ন মুক্ত কৰে। সেইবাবে বিদ্যুৎ পৰিবহণ কৰে।
প্রশ্নঃ পানীৰ লগত বিক্রিয়া কৰি ক্ষাৰক উৎপন্ন কৰা দুবিধ অক্সাইডৰ নাম লিখা।
উত্তৰ: (ক) মেগনেছিয়াম অক্সাইড, (খ) কেলছিয়াম অক্সাইড।
প্রশ্নঃ লিটমাছদ্রর কি? প্রশম অৱস্থাত ইয়াৰ বং কেনেকুৱা?
উত্তৰ: লিটমাছ হ’ল লাইজেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবধি ৰঞ্জক পদার্থ।
প্রশম অৱস্থাত ইয়াৰ ৰং বেঙুনীয়া।
প্রশ্নঃ যৌগ CaOCl₂ ৰ সাধাৰণ নামটো কি?
উত্তৰঃ ব্লিচিং পাউডাৰ।
প্রশ্ন: pH কাক বোলে?
উত্তৰ: হাইড্রনিয়াম আয়ন (H₂O+) ব ঋণাত্মক লগাৰিথিমক pH বোলে।
প্রশ্নঃ দন্তক্ষয় কেতিয়া হয়?
উত্তৰঃ আমাৰ মুখৰ ভিতৰৰ PH ৰ মান 5.5 তকৈ কম হ’লে দন্তক্ষয় হয়।
প্রশ্নঃ মৌ-মাখিয়ে বিন্ধিলে পোৰণি আৰু বিষৰ পৰা সকাহ পাবলৈ আমি কি ব্যৱহাৰ কৰিব পাৰোঁ?
উত্তৰঃ বেকিং ছ’ডা।
প্রশ্নঃ তীব্র এচিড আৰু মৃদু ক্ষাৰকৰ বিক্রিয়াজাত লবণবোৰ কেনেকুৱা প্ৰকৃতিৰ?
উত্তৰঃ আম্লিক প্রকৃতিৰ।
প্রশ্ন: কঠিন পানীক কোমল পানীলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা ছডিয়ামৰ যৌগটোৰ নাম লিখা।
উত্তৰঃ ছ’ডিয়াম কার্বনেট (Na₂CO₃)
প্রশ্নঃ ঘ্রানেন্দ্রিক সূচক কাক বোলে? এটা উদাহৰণ দিয়া। HSLC ’24
উত্তৰঃ যিবোৰ পদাৰ্থৰ এছিড আৰু ক্ষাৰকত গোন্ধৰ পৰিৱৰ্তন ঘটে, তেনেবোৰ পদাৰ্থক ঘ্রানেন্দ্রিক সূচক বোলে। যেনে- নহৰু।
প্রশ্নঃ ব্রাইন কি?
উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ররক ব্রাইন বোলে?
প্রশ্নঃ ক্ল’ৰিণৰ দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ (ক) পানী পৰিশোধনত আৰু (খ) বীজাণুনাশক হিচাপে।
প্রশ্নঃ ব্লিচিং পাউদাৰ কেনেকৈ প্রস্তুত কৰা হয়?
উত্তৰঃ শিথিলিত চুণ আৰু ক্ল’ৰিণৰ মাজত বিক্রিয়া ঘটাই ব্লিচিং পাউদাৰ প্ৰস্তুত কৰা হয়।
প্রশ্নঃ এছিড বৰষুণ কি? HSLC ’22
উত্তৰঃ বৰষুণৰ পানীত PH ৰ পৰিমাণ 5.6 তকৈ কম হ’লে এছিড বৰষুণ বোলে।
প্রশ্নঃ অজীর্ণতা কি?
উত্তৰঃ পেটে অত্যধিক এছিড উৎপন্ন কৰিলে পেটত জ্বলা-পোৰা আৰু বিষ হয়। ইয়াকে অজীর্ণতা বোলে।
প্রশ্নঃ কাপোৰ ধোৱা ছ’ডাৰ এটা ব্যৱহাৰ লিখা।
উত্তৰঃ পানীৰ স্থায়ী কঠিনতা দূৰ কৰা।
প্রশ্নঃ সংযোজন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ CaO+H₂O → Ca(OH)₂
প্রশ্নঃ দুবিধ প্রাকৃতিক সূচকৰ নাম লিখা।
উত্তৰঃ হালধী আৰু ৰঙা বন্ধা কবিৰ পাত।