আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 16 প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 16 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 General Science MCQ Chapter 16 প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা
অধ্যায় – ১৬
প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ প্রাকৃতিক সম্পদ কাক কয়?
(a) কেৱল খনিজ সম্পদ
(b) পৃথিৱীত বিদ্যমান সকলো প্রাকৃতিক উপাদান
(c) কেৱল বৃক্ষ আৰু জল সম্পদ
(d) কেৱল বায়ু আৰু পানী
উত্তৰঃ (b) পৃথিৱীত বিদ্যমান সকলো প্রাকৃতিক উপাদান
প্রশ্নঃ খনিজ সম্পদ কোনটো?
(a) বায়ু
(b) পানী
(c) কয়লা
(d) গছ-গছনি
উত্তৰঃ (c) কয়লা
প্রশ্নঃ পুনৰ নতুন হৈ নুঠা সম্পদক কি বলে?
(a) পুনৰুৎপাদনশীল সম্পদ
(b) অৰুণনৱীকৰণশীল সম্পদ
(c) অক্ষয় সম্পদ
(d) পুনৰব্যৱহাৰযোগ্য সম্পদ
উত্তৰঃ (b) অৰুণনৱীকৰণশীল সম্পদ
প্রশ্নঃ তলৰ কোনটো নৱীকৰণশীল সম্পদ?
(a) সৌৰ শক্তি
(b) ডিজেল
(c) কয়লা
(d) প্রাকৃতিক গেছ
উত্তৰঃ (৪) সৌৰ শক্তি
প্রশ্নঃ জীয়াই থকাৰ বাবে অতি প্রয়োজনীয় প্রাকৃতিক সম্পদ কোনটো?
(a) হাইড্র’জেন
(b) নাইট্র’জেন
(c) অক্সিজেন
(d) লোহা
উত্তৰঃ (c) অক্সিজেন
প্রশ্নঃ বন সংৰক্ষণৰ বাবে কি কৰা উচিত?
(a) অধিক বৃক্ষৰোপণ
(b) অধিক বন ধ্বংস
(c) মাটিৰ দূষণ বৃদ্ধি
(d) অবৈধ বন কাটনি বৃদ্ধি
উত্তৰঃ (a) অধিক বৃক্ষৰোপণ
প্রশ্নঃ ক্রিয়া-কলাপৰ বাবে পানী সংৰক্ষণ কেনেকৈ কৰিব পাৰি?
(a) পৰিস্তুত পানী অপচয় কৰি
(b) বৃষ্টিৰ পানী সংগ্ৰহ কৰি
(c) কল-কাৰখানাৰ দূষিত পানী সঞ্চয় কৰি
(d) অনিয়ন্ত্রিত জলব্যৱহাৰ কৰি
উত্তৰঃ (b) বৃষ্টিৰ পানী সংগ্ৰহ কৰি
প্রশ্নঃ কোনটো পৰিবেশ বন্ধুত্বসুলভ শক্তিৰ উৎস?
(a) কয়লা
(b) প্রাকৃতিক গেছ
(c) সৌৰ শক্তি
(d) ডিজেল
উত্তৰঃ (c) সৌৰ শক্তি
প্রশ্নঃ তলৰ কোনটো অক্ষয় শক্তিৰ উৎস?
(a) কেঁচা তেল
(b) হাইড্র’জেন গেছ
(c) সৌৰ শক্তি
(d) প্রাকৃতিক গেছ
উত্তৰঃ (c) সৌৰ শক্তি
প্রশ্নঃ বিশ্বত পানযোগ্য পানীৰ প্ৰায় কিমান শতাংশ আছে?
(a) 97%
(b) 50%
(c) 3%
(d) 10%
উত্তৰঃ (c) 3%
প্রশ্নঃ জৈর ইন্ধন কোনটো?
(a) ডিজেল
(b) ইথানল
(c) কয়লা
(d) হাইড্র’জেন
উত্তৰঃ (b) ইথানল
প্রশ্নঃ মাটি সংৰক্ষণৰ এক উপায় কি?
(a) অধিক শস্য খেতি
(b) অৰণ্য ধ্বংস
(c) ভেলনৰ ব্যৱস্থা
(d) পাহাৰ কাটি কৃষিকার্য বৃদ্ধি
উত্তৰঃ (c) ভেলনৰ ব্যৱস্থা
প্রশ্নঃ ভূ-গর্ভস্থ পানীৰ পৰিমাণ বৃদ্ধিৰ উপায় কি?
(a) নদীৰ পানী শুকোৱাই দিয়া
(b) বৃষ্টিৰ পানী সংৰক্ষণ
(c) ভূগর্ভস্থ পানী অধিক কঢ়িওৱা
(d) বনাঞ্চল ধ্বংস
উত্তৰঃ (b) বৃষ্টিৰ পানী সংৰক্ষণ
প্রশ্নঃ বায়ু দূষণ হ্ৰাসৰ বাবে কি কৰা উচিত?
(a) অধিক যানবাহন ব্যৱহাৰ
(b) কল-কাৰখানাৰ ধোঁৱা বৃদ্ধি
(c) বৈদ্যুতিক যানবাহন ব্যৱহাৰ
(d) বন ধ্বংস বৃদ্ধি
উত্তৰঃ (c) বৈদ্যুতিক যানবাহন ব্যৱহাৰ
প্রশ্নঃ পৰিবেশ বান্ধর শক্তি কোনটো?
(a) কয়লা
(b) প্রাকৃতিক গেছ
(c) জলবিদ্যুৎ
(d) ডিজেল
উত্তৰঃ (c) জলবিদ্যুৎ
প্রশ্নঃ কেনেদৰে খনিজ সম্পদ সংৰক্ষণ কৰিব পাবি?
(a) অধিক ব্যৱহাৰ কৰি
(b) পৰিৱৰ্তনশীল শক্তিৰ ব্যৱহাৰ কৰি
(c) অধিক খনন কৰি
(d) অনিয়মিত ব্যৱহাৰ কৰি
উত্তৰঃ (b) পৰিৱৰ্তনশীল শক্তিৰ ব্যৱহাৰ কৰি
প্রশ্নঃ কোনটো বায়ুৰ গুণমান উন্নত কৰে?
(a) অধিক যানবাহন
(b) অধিক কল-কাৰখানা
(c) অধিক বৃক্ষ ৰোপণ
(d) খনিজ সম্পদ ব্যৱহাৰ
উত্তৰঃ (c) অধিক বৃক্ষ ৰোপণ
প্রশ্নঃ পুনৰব্যৱহাৰযোগ্য খনিজ কোনটো?
(a) চুন
(b) তাম
(c) হাইড্র’জেন
(d) নাইট্র ‘জেন
উত্তৰঃ (b) তাম
প্রশ্নঃ জলবিদ্যুৎ উৎপাদনৰ বাবে কি প্রয়োজন?
(a) বতাহ
(b) পানী
(c) কয়লা
(d) গেছ
উত্তৰঃ (b) পানী
প্রশ্নঃ ভাৰতত পৰিৱেশ আইন কেতিয়া বলবৎ কৰা হৈছিল?
(a) 1951 চনত
(b) 1986 চনত
(c) 1971 চনত
(d) 1983 চনত
উত্তৰঃ (b) 1986 চনত।
প্রশ্নঃ তলৰ কোনটোত দূষণ নাই?
(a) জলবিদ্যুৎ
(b) কয়লাৰ জ্বলন
(c) ডিজেল ইঞ্জিন
(d) প্লাষ্টিক ব্যৱহাৰ
উত্তৰঃ (a) জলবিদ্যুৎ
প্রশ্নঃ পুনব্ব্যৱহাৰযোগ্য শক্তিৰ উৎস কোনটো?
(a) বায়ু শক্তি
(b) ডিজেল
(c) কয়লা
(d) প্রাকৃতিক গেছ
উত্তৰঃ (a) বায়ু শক্তি
প্রশ্নঃ কৃষিজ সম্পদৰ অন্যতম উদাহৰণ কি?
(a) সোন
(b) পানী
(c) ধান
(d) কয়লা
উত্তৰঃ (c) ধান
প্রশ্নঃ কিহে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বঢ়ায়?
(a) বায়ু দূষণ
(b) বন সংৰক্ষণ
(c) যানবাহন বৃদ্ধি
(d) কল-কাৰখানাৰ ধোঁৱা
উত্তৰঃ (b) বন সংৰক্ষণ
প্রশ্নঃ কয়লা আৰু পেট্রলিয়ামৰ দহনৰ ফলত উৎপন্ন হয়।
(a) কার্বন ডাই অক্সাইড।
(b) পানী।
(c) নাইট’জেন আৰু ছালফাৰৰ আইড।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
প্রশ্নঃ অপর্যাপ্ত বায়ুৰ উপস্থিতিত কয়লা আৰু পেট্র লিয়াম দহন কৰিলে উৎপন্ন হয়-
(a) কার্বন ডাই অক্সাইড।
(b) কার্বন ম’নক্সাইড।
(c) ছালফাৰ আৰু নাইট ‘জেনৰ অইড।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (b) কাৰ্বন ম’নক্সাইড।
প্রশ্নঃ টেহৰাই নদীবান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?
(a) যমুনা
(c) গংগা
(b) ব্রহ্মপুত্র
(d) কাবেৰী
উত্তৰঃ (c) গংগা।
প্রশ্নঃ জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো গেছ বিষাক্ত নহয়?
(a) কার্বন ম’নক্সাইড।
(b) ছালফাৰ ডাই অক্সাইড।
(c) কার্বন ডাই অক্সাইড।
(d) নাইট্র’জেন ডাই অক্সাইড।
উত্তৰঃ (c) কার্বন ডাই অক্সাইড।
প্রশ্নঃ আহাৰ আৰু পাইন তলৰ কোনখন ৰাজ্যত ব্যবহৃত পানী সঞ্চয়নৰ দুটা পৰম্পৰাগত পদ্ধতি?
(a) অসম।
(b) পশ্চিমবংগ।
(c) বিহাৰ।
(d) উত্ত প্রদেশ।
উত্তৰঃ (c) বিহাৰ।
প্রশ্নঃ কয়লা আৰু পেট্ৰ’লিয়ামৰ ব্যৱহাৰৰ অসুবিধা হ’ল-
(a) বায়ু প্রদূষণ।
(b) গোলকীয় উত্তাপন।
(c) ইহঁত ক্ষয়িষ্ণু শক্তিৰ উৎস।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
প্রশ্নঃ বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত থকা সমস্যা এটা উল্লেখ কৰা।
উত্তৰঃ বৃহৎ পৰিস্থিতিতন্ত্র বিনষ্ট হয়।
প্রশ্নঃ তলৰ কোনটো প্রাকৃতিক সম্পদ ক্ষয়িষ্ণু?
(a) বনাঞ্চল।
(b) বন্যপ্রাণী।
(c) জীবাশ্ম ইন্ধন।
(d) পানী।
উত্তৰঃ (c) জীৱাশ্ম ইন্ধন।
প্রশ্নঃ ‘সৰোৱৰ বান্ধ’ ৰ উচ্চতা বৃদ্ধিৰ বিৰুদ্ধে কৰা আন্দোলনটোৰ নাম আছিল-
(a) নর্মদা বচাওঁ আন্দোলন
(b) নর্মদা আন্দোলন
(c) সৰোবৰ বান্ধ আন্দোলন
(d) ওপৰৰ কোনোটো নহয়
উত্তৰঃ (a) নর্মদা বচাওঁ আন্দোলন।
প্রশ্নঃ সংযুক্ত ৰাষ্ট্ৰ সম্মিলনৰ মানৱ পৰিৱেশ সম্মিলনখন ক’ত অনুষ্ঠিত হৈছিল?
(a) নিউয়র্কত
(b) দিল্লীত
(c) স্টকহ মত
(d) বেইজিঙত
উত্তৰঃ (c) ষ্টকহ’মত।
প্রশ্নঃ অমৃতা দেবীয়ে কি গছৰ বাবে প্ৰাণ আহুতি দিছিল?
(a) শাল
(c) কঁঠাল
(b) জাম
(d) খেজৰি
উত্তৰঃ (d) খেজৰি।
প্রশ্নঃ তলৰ কোনবিধ বেক্টেৰিয়াৰ উপস্থিতিয়ে ৰোগ- সৃষ্টিকাৰী অণুজীৱৰ দ্বাৰা পানী প্ৰদূষিত হোৱাৰ ইংগিত দিয়ে?
(a) চায়েন’ বেক্টৰিয়া।
(b) চালম’নেলা।
(c) ক’লিফর্ম।
(d) বেছিলাছ।
উত্তৰঃ (c) ক’লিফর্ম।
প্রশ্নঃ আৰাৱলী ফ’ৰেষ্ট কোন জিলাত অবস্থিত?
(a) শ্ৰীৰামপুৰ
(b) শিলিগুৰি
(c) লক্ষ্মীপুৰ
(d) মিডনাপুৰ
উত্তৰঃ (d) মিডনাপুৰ।
প্রশ্নঃ চিপকো আন্দোলন কোন চনত আৰম্ভহৈছিল?
(a) 1964 চনত
(b) 1970 চনত
(c) 1978 চনত
(d) 1951 চনত
উত্তৰঃ (b) 1970 চনত।
প্রশ্নঃ ৰাজস্থানৰ বিষ্ণোই সম্প্রদায় তলৰ কোনটোৰ সংৰক্ষণৰ লগত জড়িত?
(a) কয়লা আৰু পেট্রলিয়াম।
(b) পানী।
(c) বন আৰু বন্যপ্রাণী।
(d) মাটি।
উত্তৰঃ (c) বন আৰু বন্যপ্রাণী।
প্রশ্নঃ তলৰ কোনটোৰ সংৰক্ষণৰ লগত চিপকো আন্দোলন জড়িত?
(a) গছ।
(b) পানী।
(c) নদী।
(d) বন্যপ্রাণী।
উত্তৰঃ (a) গছ।
প্রশ্নঃ গংগা নদীৰ কাৰ্যকৰী আঁচনিৰ জৰিয়তে প্রকল্পটো কিমান চনত স্থাপন কৰা হৈছিল
(a) 1944 চনত
(b) 1985 চনত
(c) 1966 চনত
(d) 1989 চনত
উত্তৰঃ (b) 1985 চনত।
প্রশ্নঃ বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ’ল-
(a) বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয়
(b) বৃহৎ পৰিস্থিতি তন্ত্র বিনষ্ট হয়
(c) (a) আৰু (b) এটাও নহয়
(d) (a) আৰু (b) দুয়োটা
উত্তৰঃ (d) (a) আৰু (b) দুয়োটা।
প্রশ্নঃ তলৰ কোনটোক ‘জৈৱ বৈচিত্র্য্যৰ ভঁড়াল’ বোলা হয়?
(a) নদী।
(c) শস্য পথাৰ।
(b) পুখুৰী।
(d) বনাঞ্চল।
উত্তৰঃ (d) বনাঞ্চল।
প্রশ্নঃ তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয়?
(a) উদ্যোগপতিসকল।
(b) কৃষকসকল।
(c) চৰকাৰৰ বন বিভাগ।
(d) বন্যপ্রাণী আৰু প্রকৃতিপ্রেমীসকল।
উত্তৰঃ (b) কৃষকসকল।
প্রশ্নঃ বায়ুৰ উপস্থিতিত কয়লা আৰু পেট্র লিয়াম পুৰিলে কি উৎপন্ন হয়-
(a) কার্বন ম’নক্সাইড।
(b) কার্বন ডাই অক্সাইড।
(c) নাইট্র ‘জেনৰ অক্সাইড।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (a) কার্বন ম’নক্সাইড।
অতি চমু প্রশ্ন-উত্তৰ (VSA)
প্রশ্নঃ বন সংৰক্ষণৰ প্ৰধান উপায় কি?
উত্তৰঃ বৃক্ষ ৰোপণ, গছ কটা নিয়ন্ত্রণ আৰু সামাজিক বননীকৰণ।
প্রশ্নঃ পানী দূষণ কিদৰে হ্ৰাস কৰিব পাৰি?
উত্তৰঃ কল-কাৰখানাৰ বর্জ্য নিয়ন্ত্রণ, নদী আৰু হ্রদ সংৰক্ষণ, গৃহস্থলী বর্জ্য প্রশোধন।
প্রশ্নঃ ভূমিক্ষয় ৰোধৰ বাবে কি কৰিব লাগে?
উত্তৰঃ বৃক্ষ ৰোপণ, শস্য আবৰণ বজাই ৰখা, পাহাৰীয়া অঞ্চলত শ্রেণীবদ্ধ কৃষি।
প্রশ্নঃ খনিজ সম্পদ বাঁচোৱাৰ উপায় কি?
উত্তৰঃ সীমিত ব্যৱহাৰ, বিকল্প শক্তিৰ ব্যৱহাৰ, পুনৰব্যৱহাৰ।
প্রশ্নঃ নবীকৰণশীল শক্তি কেনেকৈ পৰিবেশ বান্ধর?
উত্তৰঃ ই প্ৰদূষণ সৃষ্টি নকৰে, অক্ষয় আৰু সহজে লাভ কৰিব পৰা যায়।
প্রশ্নঃ জৈৱ-ইন্ধন কি?
উত্তৰঃ উদ্ভিদ আৰু জীবাশ্মভিত্তিক ইন্ধন যেনে ইথানল, বায় ডিজেল, বায়’গেছ।
প্রশ্নঃপ্রাকৃতিক সম্পদ কাক কয়?
উত্তৰঃ যিবিলাক সম্পদ প্রকৃতিৰ পৰা পোৱা যায়, তাক প্রাকৃতিক সম্পদ কয়।
প্রশ্নঃ প্রাকৃতিক সম্পদ কিমান প্ৰকাৰৰ?
উত্তৰঃ প্রাকৃতিক সম্পদ দুপ্রকাৰৰ-নবীকৰণশীল আৰু অ-নবীকৰণশীল।
প্রশ্নঃ অ-নবীকৰণশীল সম্পদৰ উদাহৰণ দিয়া।
উত্তৰঃ কয়লা, খনিজ তেল, প্রাকৃতিক গেছ, ইউৰেনিয়াম ইত্যাদি।
প্রশ্নঃ নবীকৰণশীল সম্পদৰ উদাহৰণ দিয়া।
উত্তৰঃ সৌৰ শক্তি, বায়ু শক্তি, জল শক্তি, বনজ সম্পদ ইত্যাদি।
প্রশ্নঃ পৰিৱেশ সংৰক্ষণ কেনেকৈ কৰিব পাৰি?
উত্তৰঃ বন সংৰক্ষণ, পুনৰব্যৱহাৰ, বায়ু আৰু পানী দূষণ নিয়ন্ত্রণ কৰি।
প্রশ্নঃ পানী সংৰক্ষণৰ বাবে কি কৰিব লাগে?
উত্তৰঃ বৃষ্টিৰ পানী সংৰক্ষণ, পানীৰ অপচয় ৰোধ, নদী আৰু হ্ৰদৰ সংৰক্ষণ।
প্রশ্নঃ বন ধ্বংসৰ ফল কি?
উত্তৰঃ বায়ু দূষণ বৃদ্ধি, ভূমিক্ষয়, জলবায়ু পৰিবৰ্তন, বন্যপ্ৰাণীৰ আবাসস্থল বিনষ্ট।
প্রশ্নঃ ভূমিক্ষয় কি?
উত্তৰঃ পানী, বতাহ বা অন্য কাৰণত মাটিৰ উৰ্বৰ অংশ ক্ষয় হোৱাক ভূমিক্ষয় কয়।
প্রশ্নঃ পুনৰব্যৱহাৰযোগ্য শক্তিৰ কিছুমান উদাহৰণ দিয়া।
উত্তৰঃ সৌৰ শক্তি, জলবিদ্যুৎ, বায়ু শক্তি, জিঅ’থার্মাল শক্তি।
প্রশ্নঃ বায়ু শক্তিৰ সুবিধা কি?
উত্তৰঃ পৰিবেশ বান্ধৱ, পুনৰব্যৱহাৰযোগ্য আৰু অক্ষয় শক্তি।
প্রশ্নঃ সৌৰ শক্তি কেনেকৈ লাভ কৰা যায়?
উত্তৰঃ সৌৰ পেনেলৰ মাধ্যমেৰে সূৰ্যৰ পোহৰ শক্তিলৈ ৰূপান্তৰ কৰি।
প্রশ্নঃ পুনৰব্যৱহাৰযোগ্য সম্পদৰ কিছুমান উদাহৰণ দিয়া।
উত্তৰঃ কাগজ, কাঁচ, প্লাষ্টিক, ধাতু, জল শক্তি, সৌৰ শক্তি।
প্রশ্নঃ জীৱমণ্ডল কাক কয়?
উত্তৰঃ পৃথিৱীৰ যি অংশত জীবজন্তু আৰু উদ্ভিদ বাস কৰে তাক জীৱমণ্ডল কয়।
প্রশ্নঃ পৰিৱেশ দুষণ কাক কয়?
উত্তৰঃ মানুহৰ কাৰ্যকলাপৰ ফলত পৰিৱেশৰ গুণগত মান হ্রাস পোৱাক পৰিৱেশ দুষণ কয়।
প্রশ্নঃ গ্রীণহাউচ প্রভাৱ কি?
উত্তৰঃ বায়ুমণ্ডলত গেছৰ অত্যধিক উপস্থিতিত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পোৱাক গ্রীণহাউচ প্রভাৱ কয়।
প্রশ্নঃ মাটি দূষণৰ প্ৰধান কাৰণ কি?
উত্তৰঃ ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ, প্লাষ্টিক বর্জ্য, কল-কাৰখানাৰ বর্জ্য।

