Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 General Science MCQ Chapter 15 আমাৰ পৰিৱেশ

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 15 আমাৰ পৰিৱেশ সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 15 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 General Science MCQ Chapter 15 আমাৰ পৰিৱেশ

Class 10 General Science MCQ Chapter 15 আমাৰ পৰিৱেশ

অধ্যায় -১৫

আমাৰ পৰিৱেশ

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্নঃ পৰিৱেশ শব্দটোৰ সঠিক সংজ্ঞা কি?

(a) কেৱল উদ্ভিদ আৰু প্রাণীসমূহক বোলে

(b) কেবল মাটি, বতাহ, আৰু পানীক বোলে

(c) প্রাকৃতিক আৰু মানৱসৃষ্ট সকলো উপাদানৰ সমষ্টিক বোলে

(d) কেৱল মানুহৰ বাসস্থানক বোলে

উত্তৰঃ (c) প্রাকৃতিক আৰু মানৱসৃষ্ট সকলো উপাদানৰ সমষ্টিক বোলে

প্রশ্নঃ প্রদূষণ শব্দটোৰ অৰ্থ কি?

(a) পৰিৱেশৰ প্ৰাকৃতিক সুস্থিতি অটুট থকাৰ অৱস্থা

(b) পৰিৱেশৰ উপাদানসমূহৰ ক্ষতিকাৰক পৰিবৰ্তন

(c) কেৱল বতাহৰ দূষণ

(d) কেৱল পানীৰ দূষণ

উত্তৰঃ (b) পৰিৱেশৰ উপাদানসমূহৰ ক্ষতিকাৰক পৰিবৰ্তন

প্রশ্নঃ ক্রোড়-গেছ কোনটো?

(a) অক্সিজেন

(b) নাইট্র’জেন

(c) কার্বন ডাইঅক্সাইড

(d) মিথেন

উত্তৰঃ (d) মিথেন

প্রশ্নঃ তলৰ কোনটো পৰিবেশ দূষণৰ প্ৰধান কাৰণ?

(a) বৃক্ষৰোপণ

(b) ক্রিয়াশীল পৰিৱেশ সংৰক্ষণ

(c) যানবাহনৰ ধোঁৱা

(d) প্রাকৃতিক বন সংৰক্ষণ

উত্তৰঃ (c) যানবাহনৰ ধোঁৱা

প্রশ্নঃ কৃত্ৰিম পৰিৱেশৰ উদাহৰণ কি?

(a) অৰণ্য

(b) নদী

(c) শিল্পাঞ্চল

(d) পর্বত

উত্তৰঃ (c) শিল্পাঞ্চল

প্রশ্নঃ গ্রীণহাউছ প্ৰভাৱৰ মূল কাৰণ কি?

(a) অক্সিজেন

(b) নাইট্র’জেন

(c) কার্বন ডাইঅক্সাইড

(d) হাইড্র’জেন

উত্তৰঃ (c) কার্বন ডাইঅ’ইিড

প্রশ্নঃ মাটি দূষণৰ প্ৰধান উৎস কি?

(a) ৰাসায়নিক সাৰ আৰু কীটনাশক

(b) বৰষুণ

(c) প্রাকৃতিক বন

(d) প্রাকৃতিক গেছ

উত্তৰঃ (a) ৰাসায়নিক সাৰ আৰু কীটনাশক

প্রশ্নঃ বন ধ্বংসৰ ফল কি?

(a) প্রাকৃতিক সেউজ পৰিবেশ বাঢ়ে

(b) কার্বন ডাইআইড হ্রাস পায়

(c) গ্রীণহাউচ প্রভাব বৃদ্ধি পায়

(d) অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়

উত্তৰঃ (c) গ্রীণহাউচ প্রভার বৃদ্ধি পায়

প্রশ্নঃ শব্দ দূষণৰ প্ৰধান উৎস কি?

(a) বৃক্ষৰোপণ

(b) যানবাহনৰ হৰ্ণ

(c) প্রাকৃতিক বন

(d) নদী

উঃ (b) যানবাহনৰ হৰ্ণ

প্রশ্নঃ তলৰ কোনটো পুনৰব্যৱহাৰযোগ্য পদার্থ?

(a) প্লাষ্টিক

(b) কাঁচ

(c) পৰিত্যক্ত কীটনাশক

(d) ৰাসায়নিক বর্জ্য

উত্তৰঃ (b) কাঁচ

প্রশ্নঃ কার্বন ডাইঅক্সাইড কিমান শতাংশ ায়ুমণ্ডলত থাকে?

(a) 0.03%

(c) 79%

(b) 23%

(d) 1%

উত্তৰঃ (a) 0.03%

প্রশ্নঃ গ্লোবেল বর্মিংৰ কাৰণ কি?

(a) সূৰ্যৰ উত্তাপ হ্রাস

(b) অতি বেছি বৰষুণ

(c) বায়ুমণ্ডলৰ নাইট’জেন বৃদ্ধি

(d) ওজন স্তৰৰ সংকোচন

উত্তৰঃ (d) ওজন স্তৰৰ সংকোচন

প্রশ্নঃ জৈৱিক দূষণৰ উদাহৰণ কি?

(a) গাড়ীৰ ধোঁৱা

(b) ফেক্টৰীৰ বর্জ্য

(c) ব্যাক্টেৰিয়াৰ দ্বাৰা জল দূষণ

(d) প্লাষ্টিক বর্জ্য

উত্তৰঃ (c) ব্যাক্টেৰিয়াৰ দ্বাৰা জল দূষণ

প্রশ্নঃ ‘ওজন স্তৰ’ কি ধৰণৰ গেছৰ দ্বাৰা গঠিত?

(a) অক্সিজেন

(c) ওজন

(b) নাইট্র’জেন

(d) হাইড্র’জেন

উত্তৰঃ (c) ওজন

প্রশ্নঃ গ্রীণহাউচ গেছসমূহৰ ভিতৰত কোনটো বেছিক্ষতিকাৰক?

(a) অক্সিজেন

(b) নাইট্র’জেন

(c) মিথেন

(d) হাইড্র’জেন

উত্তৰঃ (c) মিথেন

প্রশ্নঃ বায়ু দূষণৰ অন্যতম উৎস কি?

(a) বৃক্ষৰোপণ

(b) শিল্প কাৰখানাৰ ধোঁৱা

(c) নদী

(d) বনাঞ্চল

উত্তৰঃ (b) শিল্প কাৰখানাৰ ধোঁৱা

প্রশ্নঃ পানী সংৰক্ষণৰ এক উপায় কি?

(a) ধানখেতি বৃদ্ধি

(b) কল-কাৰখানাৰ নিৰ্গত দূষিত পানী সঞ্চয়

(c) বৃষ্টিৰ পানী সংগ্রহ

(d) অনিয়ন্ত্রিত জলব্যৱহাৰ

উত্তৰঃ (c) বৃষ্টিৰ পানী সংগ্রহ

প্রশ্নঃ জলবায়ু পৰিৱৰ্তনৰ প্ৰধান কাৰণ কি?

(a) বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি

(b) কার্বন ডাইঅক্সাইড বৃদ্ধি

(c) নাইট্র’জেন বৃদ্ধি

(d) ওজন স্তৰৰ শক্তিবৃদ্ধি

উত্তৰঃ (b) কার্বন ডাইঅক্সাইড বৃদ্ধি

প্রশ্নঃপুনৰব্যৱহাৰযোগ্য শক্তিৰ উৎস কোনটো?

(a) কয়লা

(b) ডিজেল

(c) সৌৰ শক্তি

(d) কেঁচা তেল

উত্তৰঃ (c) সৌৰ শক্তি

প্রশ্নঃ ৰাসায়নিক বর্জ্যই কোনটো দূষণ সৃষ্টি কৰে?

(a) শব্দ দূষণ

(b) জল দূষণ

(c) মাটি দূষণ

(d) জল আৰু মাটি দুয়োটাই

উত্তৰঃ (d) দুয়োটাই

প্রশ্নঃক’ত অধিক গ্রীণহাউচ প্রভার দেখা যায়?

(a) সাগৰত

(c) নগৰাঞ্চলত

(b) অৰণ্যত

(d) পাহাৰত

উত্তৰঃ(c) নগৰাঞ্চলত

প্রশ্নঃ পৰিবেশ সংৰক্ষণৰ প্ৰধান উপায় কি?

(a) বন সংৰক্ষণ

(b) অনিয়ন্ত্রিত কৃষি

(c) ক্রিয়া-কলাপ বৃদ্ধি

(d) অট্টালিকা নির্মাণ

উত্তৰঃ (a) বন সংৰক্ষণ

প্রশ্নঃ অৰণ্য ধ্বংসৰ ফলত কি হয়?

(a) উষ্ণতা বৃদ্ধি

(b) অৈিজন বৃদ্ধি

(c) জনসংখ্যা বৃদ্ধি

(d) প্রাকৃতিক সম্পদ বৃদ্ধি

উত্তৰঃ (a) উষ্ণতা বৃদ্ধি

প্রশ্নঃ স্বপোষী জীৱ বা উৎপাদকবোৰ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত?

(a) প্রথম।

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) চতুর্থ।

উত্তৰঃ (a) প্রথম।

প্রশ্নঃ তৃণভোজী প্রাণী বা প্রাথমিক উপভোক্তাসমূহ তলব কোনটো পৌষ্টিক স্তৰৰ অন্তর্ভুক্ত

(a) প্রথম।

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) চতুর্থ।

উত্তৰঃ (b) দ্বিতীয়।

প্রশ্নঃ অৰণ্য সংৰক্ষণৰ বাবে কি কৰা উচিত?

(a) অধিক বন ধ্বংস

(b) অধিক বৃক্ষ ৰোপণ

(c) অধিক কৃষি উন্নয়ন

(d) অধিক নগৰায়ণ

উত্তৰঃ (b) অধিক বৃক্ষ ৰোপণ

প্রশ্নঃ সৌৰ শক্তি ক’ৰ পৰা আহে?

(a) চন্দ্র

(b) সূর্য

(c) মঙ্গল গ্রহ

(d) পৃথিৱী

উত্তৰঃ (b) সূর্য

প্রশ্নঃ তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তিখিনি বাছি উলিওৱা। HSLC 125

(a) অ’জ’নক এক বিষাক্ত আৰু মাৰাত্মক গেছ হিচাপে ধৰা নহয়।

(b) তিনিটা অক্সিজেনৰ পৰমাণুৱে অ’জ’নৰ এটা অণু গঠন কৰে।

(c) ছালৰ কৰ্কট ৰোগৰ কাৰণ হ’ল অ’জ’ন

(d) অক্সিজেন আৰু অ’জ’ন উভয়ে শ্বাস-প্রশ্বাসত ব্যবহৃত হয়

উত্তৰঃ (b) তিনিটা অক্সিজেনৰ পৰমাণুরে অ’জ’নৰ এটা অণু গঠন কৰে।

প্রশ্নঃ সৰু মাংসভোজী প্রাণী বা দ্বিতীয়ক উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তর্গত-

(a) প্রথম।

(c) তৃতীয়।

(b) দ্বিতীয়।

(d) চতুর্থ।

উত্তৰঃ (c) তৃতীয়।

প্রশ্নঃ চতুর্থ পৌষ্টিক স্তৰত তলৰ কোনবিধ প্রাণীক ৰখা হয়-

(a) স্বপোষী জীর।

(b) সৰু মাংসভোজী প্রাণী।

(c) ডাঙৰ মাংসভোজী প্রাণী।

(d) তৃণভোজী প্রাণী।

উত্তৰঃ (c) ডাঙৰ মাংসভোজী প্রাণী।

প্রশ্নঃ উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পর্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হ’ল-

(a) 3%

(b) 18%

(c) 30%

(d) 10%

উত্তৰঃ (d) 10%

প্রশ্নঃ তলৰ কোনটো বিয়োজক?

(a) ভাইৰাছ

(b) বেক্টেৰিয়া

(c) শেলাই

(b) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) বেক্টেৰিয়া।

প্রশ্নঃ শক্তিৰ প্ৰবাহ সদায়-

(a) একমুখী দিশত হয়

(b) দ্বি-মুখী দিশত হয়

(c) সঠিককৈ ক’ব নোৱৰি

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) একমুখী দিশত হয়।

প্রশ্নঃ জীৱৰ ভিন্নতাৰ কাৰণ-

(a) পৰিৱেশৰ ভিন্নতা

(b) কৰ্মৰ ভিন্নতা

(c) আকাৰৰ ভিন্নতা

(d) গঠনৰ ভিন্নতা

উত্তৰঃ (a) পৰিৱেশৰ ভিন্নতা।

প্রশ্নঃ বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনে ক বাধা দিয়ে।

(a) অবলোহিত ৰশ্মি

(b) দৃশ্যমান পোহৰ

(c) অতি বেঙুনীয়া ৰশ্মি

(d) (a) আৰু (c) দুয়োটাই

উত্তৰঃ (c) অতি বেঙুনীয়া ৰশ্মি।

প্রশ্নঃ তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? HSLC ’20

(a) ঘাঁহ, ঘেঁহু আৰু আম

(b) ঘাঁহ, মাছ আৰু ছাগলী

(c) ছাগলী, গৰু আৰু হাতী

(d) ঘাঁহ, ছাগলী আৰু মানুহ

উত্তৰঃ (d) ঘাঁহ, ছাগলী আৰু মানুহ।

প্রশ্নঃ কোনবোৰ জীৱই মৃতদেহৰ পৰা লাগতিয়াল দ্রব্য উৎপন্ন কৰি মাটিত মিহলাই দিয়ে?

(a) ভাইৰাছে

(c) উৎপাদকে

(b) বিয়োজকে

(d) অণুজীৱই

উত্তৰঃ (b) বিয়োজকে।

প্রশ্নঃ তলত উল্লেখ কৰা কোনখিনিত কেৱল জীর নিম্নিকৰণ পদাৰ্থআছে?

(a) ঘাঁহ, ফুল আৰু চামৰা

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক

(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস

(d) পিঠা, কাঠ আৰু ঘাঁহ

উত্তৰঃ (a), (c) আৰু (d)

প্রশ্নঃ পৰিস্থিতি তন্ত্র এটাৰ তলত উল্লেখিত কোনটো ভাগত বেক্টেৰিয়াসমূহ শ্রেণীভূক্ত কৰা হয়?

(a) উৎপাদক

(b) প্রাথমিক উপভোক্তা

(c) দ্বিতীয় উপভোক্তা

(d) বিয়োজক

উত্তৰঃ (d) বিয়োজক।

প্রশ্নঃ তলৰ কোনটো জীব নিম্নিকৰণ আবর্জনা নহয়?

(a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা

(b) পুৰণি ফটা কাপোৰ

(c) প্লাষ্টিৰ মোনা

(d) পুৰণি বাতৰি কাকত

উত্তৰঃ (c) প্লাষ্টিকৰ মোনা।

প্রশ্নঃ তলৰ কোনবোৰ গোষ্ঠীত মাত্র জীৱ নিম্নীকৰণযোগ্য বস্তু আছে?

(a) ঘাঁহ, ফুল আৰু চামৰা।

(b) ঘাঁহ, কাঠ আৰু প্লাস্টিক।

(c) ফলৰ বাকলি, কেক আৰু নেমুৰস।

(d) কেক, কাঠ আৰু ঘাঁহ।

উত্তৰঃ (a), (c), (d)

প্রশ্নঃ খাদ্য শৃংখলৰ প্ৰথম পৌষ্টিক স্তৰটো হ’ল-

(a) পৰপোষী জীৱ

(b) স্ব-পোষী জীৱ

(c) হোমো চেপিয়েনচ

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (b) স্ব-পোষী জীৱ।

প্রশ্নঃ তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?

(a) ঘাঁহ, ফুল আৰু চামৰা

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক

(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস

(d) পিঠা, কাঠ আৰু ঘাঁহ

উত্তৰঃ (a) (c) (d)

প্রশ্নঃ পৰিস্থিতি বিজ্ঞানক ইংৰাজীত কয়-

(a) ইক’ল’জি

(b) জুল’জি

(c) চেৰোল’জি

(d) বায়’ল’জি

উত্তৰঃ (a) ইক’ল’জি।

প্রশ্নঃ তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? HSLC ’20

(a) ঘাঁহ, ঘেহু আৰু আম

(b) ঘাঁহ, ছাগলী আৰু মানুহ

(c) ছাগলী, গৰু আৰু হাতী

(d) ঘাঁহ, মাছ আৰু ছাগলী

উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ।

প্রশ্নঃ তলত দিয়া কেনটো জীব নিম্নিকৰণ পেলনীয়া দ্রব্য?

(a) পলিথিনৰ মোনা

(b) ফালি যোৱা চামৰাৰ মোনা

(c) আমৰ বাকলি

(d) প্লাষ্টিকৰ বটল

উত্তৰঃ (c) আমৰ বাকলি।

প্রশ্নঃ তলৰ কোনবিধ পদার্থ জীৱ নিম্নীকৰণ অযোগ্য

(a) গছ।

(b) কাগজ।

(c) কপাহী কাপোৰ

(d) প্লাষ্টিক।

উত্তৰঃ (d) প্লাষ্টিক।

প্রশ্নঃ তলৰ কোনবিধ এটা কৃত্রিম পৰিৱেশতন্ত্র-

(a) বাগিছা।

(b) সাগৰ।

(c) হ্রদ।

(d) হাবি-বননি।

উত্তৰঃ (a) বাগিছা।

প্রশ্নঃ তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি-

(a) বেক্টৰিয়া।

(b) ভেঁকুৰ।

(c) নীল-সেউজ শেলাই।

(d) তৃণভোজী প্রাণী।

উত্তৰঃ (c) নীল-সেউজ শেলাই।

প্রশ্নঃ তলৰ কোনটো নদীবান্ধ ব্যৱহাৰক ব্যাখ্যা কবে? HSLC 25

(a) ভূগর্ভস্থ পানী পুনৰ পূৰণ কৰিবলৈ

(b) জলসিনঞ্চনৰ ব্যৱস্থা কৰা বিদ্যুৎ উৎপাদন কৰিবলৈ

(c) পাহাৰীয়া অঞ্চলত স্থিৰ গতিত পানীৰ যোগান ধৰিবলৈ

(d) বনাঞ্চল সংৰক্ষণত পানীৰ যোগান ধৰিবলৈ

উত্তৰঃ (b) জলসিনঞ্চনৰ ব্যৱস্থা কৰা বিদ্যুৎ উৎপাদন কৰিবলৈ

প্রশ্নঃ অজন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদার্থ দায়ী-

(a) অক্সিজেন।

(b) অতি বেঙুনীয়া ৰশ্মি।

(c) ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন।

(d) হিলিয়াম।

উত্তৰঃ (c) ক্ল’ৰ ‘ফ্ল’ৰ’ কাৰ্বন।

প্রশ্নঃ তলৰ কোনবিধ জীৱৰ সংখ্যা পৰিৱেশতন্ত্র এটাত আটাইতকৈ বেছি হয়-

(a) উৎপাদক।

(b) প্রাথমিক উপভোক্তা বা তৃণভোজী প্রাণী।

(c) দ্বিতীয়ক উপভোক্তা বা সৰু মাংসভোজী প্রাণী।

(d) তৃতীয়ক উপভোক্তা বা ডাঙৰ মাংসভোজী প্রাণী।

উত্তৰঃ (a) উৎপাদক।

প্রশ্নঃ তলৰ কোনবিধ জীবে বিয়োজকৰ ভূমিকা পালন কৰে-

(a) নীল-সেউজ শেলাই।

(b) বেক্টেবিয়া।

(c) সেউজীয়া উদ্ভিদ।

(d) পৰজীৱী প্রাণী।

উত্তৰঃ (b) বেক্টেৰিয়া।

অতি চমু প্রশ্ন-উত্তৰ (VSA)

প্রশ্নঃ পৰিৱেশ কি?

উত্তৰঃ পৰিবেশ হৈছে আমাৰ চাৰিওফালে থকা জীৱিত আৰু অজীৱিত বস্তুসমূহৰ মিশ্রণ।

প্রশ্নঃ জীৱিত উপাদানৰ উদাহৰণ কি?

উত্তৰঃ গছ, জন্তু, মানুহ, সুঁটিকা, আৰু বে’েৰিয়া

প্রশ্নঃ অজীৱিত উপাদানৰ উদাহৰণ কি?

উত্তৰঃ মাটি, বায়ু, পানী, পাথৰ, আৰু পৰ্বত।

প্রশ্নঃ প্রাকৃতিক পৰিবেশ কাক কয়?

উত্তৰঃ মানৱ সৃষ্টি নহয়, এনে পৰিবেশক প্রাকৃতিক পৰিবেশ কয়, যেনে-জংগুল, নদী, পাহাৰ।

প্রশ্নঃ মানৱ নির্মিত পৰিবেশ কি?

উত্তৰঃ মানুহে সৃষ্টি কৰা পৰিবেশ, যেনে- ঘৰ, বাঁহী, পথ, উদ্যান।

প্রশ্নঃ পৰিবেশ দূষণ কাক কয়?

উত্তৰঃ মানুহৰ কাৰ্যকলাপে পৰিবেশ নষ্ট হ’লে তাক পৰিবেশ দূষণ কয়।

প্রশ্নঃ বায়ু দূষণৰ কাৰণ কি?

উত্তৰঃ কল-কাৰখানাৰ ধোঁৱা, বাহনৰ ধোঁৱা, আৰু বনজুই।

প্রশ্নঃ পানী দূষণ কেনেকৈ হয়?

উত্তৰঃ কল-কাৰখানাৰ বর্জ্য, কৃষিত ব্যৱহৃত ৰাসায়নিক পদার্থ আৰু প্লাষ্টিক প্ৰদূষণৰ ফলত।

প্রশ্নঃ অৱৰোধন কাক কয়?

উত্তৰঃ বনৰ উচ্ছেদ বা গছ কাটি পেলোৱাক অৱৰোধন কয়।

প্রশ্নঃ অৱৰোধনৰ ফল কি?

উত্তৰঃ মাটিৰ ক্ষয়, জলবায়ু পৰিৱৰ্তন, আৰু জীবজন্তুৰ আবাসস্থল ধ্বংস।

প্রশ্নঃ জলবায়ু পৰিৱৰ্তন কিয় হয়?

উত্তৰঃ বায়ুমণ্ডলত গ্রীণহাউচ গেছৰ বৃদ্ধি আৰু প্ৰদূষণৰ বাবে।

প্রশ্নঃ গ্রীণহাউচ প্রভার কি?

উত্তৰঃ বায়ুমণ্ডলত তাপশক্তি বন্দী হৈ পৃথিবীৰ উত্তৰঃ উষ্ণতা বৃদ্ধিৰ ফলক গ্রীণহাউচ প্রভার কয়।

প্রশ্নঃ প্লাষ্টিক দূষণ কিয় ক্ষতিকাৰক?

উত্তৰঃ ই মাটিত আৰু পানীত বহু বছৰতো নষ্ট নহয়, যাৰ ফলত প্ৰকৃতি আৰু জীৱজন্তুৰ ক্ষতি হয়।

প্রশ্নঃ পৰিবেশ সংৰক্ষণৰ উপায় কি?

উত্তৰঃ গছ ৰোপণ, পুনৰব্যৱহাৰ, পুনঃপ্ৰস্তুতকৰণ, আৰু প্লাষ্টিক ব্যৱহাৰ কমোৱা।

প্রশ্নঃ জৈৱ-বৈচিত্র্য কাক কয়?

উত্তৰঃ পৃথিৱীত থকা সকলো প্ৰকাৰৰ গছ-জন্তু, কিট-পতংগ, আৰু অণুজীৱৰ একেলগে থকা ব্যৱস্থাক জৈৱ-বৈচিত্র্য কয়।

প্রশ্নঃ নৱনীকৰণযোগ্য শক্তি কি?

উত্তৰঃ সূৰ্যৰ শক্তি, বতাহ শক্তি, আৰু জলশক্তি, যাক পুনৰাবৃত্তি কৰি ব্যৱহাৰ কৰিব পাৰি।

প্রশ্নঃ অৱনবীকৰণযোগ্য শক্তি কি?

উত্তৰঃ কয়লা, পেট্রোলিয়াম, আৰু প্রাকৃতিক গেছ, যিবোৰ শেষ হ’লে পুনৰ সৃষ্টি নহয়।

প্রশ্নঃ পৰিবেশ সংৰক্ষণৰ বাবে ছাত্র-ছাত্রীসকলে কি কৰিব পাৰে?

উত্তৰঃ গছ ৰোপণ কৰা, প্লাষ্টিক ব্যৱহাৰ কমোৱা, আৰু পানী অপচয় নকৰা।

প্রশ্নঃ প্রদূষণ কমাবৰ বাবে বাহনৰ পৰিবর্তে কি ব্যৱহাৰ কৰিব পাৰি?

উত্তৰঃ চাইকেল, বৈদ্যুতিক বাহন, আৰু সামুহিক পৰিবহণ ব্যৱস্থা।

প্রশ্নঃ “আমাৰ পৰিবেশ” ৰ মূল কথা কি?

উত্তৰঃ পৰিবেশ সংৰক্ষণ কৰিলে আমি সুস্থ আৰু সুন্দৰ জীৱন লাভ কৰিব পাৰোঁ।

প্রশ্নঃ পৌষ্টিক স্তৰ কি?

উত্তৰঃ কোনো এক নির্দিষ্ট সংখ্যক প্রাণীৰ মাজত খাদ্যৰ প্ৰবাহ হৈছে খাদ্য শৃংখল। ইয়াত খাদ্যৰ পৰিবহণ বিভিন্ন স্তৰত সংঘটিত হয়। এই

স্তৰবোৰক পৌষ্টিক স্তৰ বোলে।

প্রশ্নঃ কিহে বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনক বাধা দিয়ে?

উত্তৰঃ অতি বেঙুনীয়া ৰশ্মিয়ে।

প্রশ্নঃপৰিস্থিতি তন্ত্ৰৰ প্ৰধান উপাদান দুটা কি কি?

উত্তৰঃ জৈৱিক উপাদান আৰু অজৈৱিক উপাদান।

প্রশ্নঃ জীব অনিম্নিকৰণ পদার্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। HSLC ’20

উত্তৰঃ আমাৰ চাৰিওফালে থকা কিছুমান জীব অনিম্নিকৰণ পদার্থ মানুহৰ খাদ্য শৃংখলত সোমাই যায় আৰু মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটায়। এই পদাৰ্থবোৰে মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা নষ্ট কৰে।

প্রশ্নঃ জীৱ নিম্নিকৰণ পেলনীয়া দ্ৰব্যৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ আমৰ বাকলি।

প্রশ্নঃ অজ’ন স্তৰ বায়ুমণ্ডলৰ কিামন উচ্চতালৈ বিস্তৃত?

উত্তৰঃ বায়ুমণ্ডলৰ ১৮-৫০ কি.মি. ওপৰত অ’জন স্তৰ বিস্তৃত।

প্রশ্নঃ প্লাষ্টিকৰ মোনা জীৱ নিম্নিকৰণ আৱৰ্জনা হয়নে?

উত্তৰঃ নহয়।

প্রশ্নঃ বন ধ্বংসৰ প্ৰধান পৰিণাম কি?

(a) অক্সিজেনৰ বৃদ্ধি

(b) গ্রীণহাউচ প্রভাৱ বৃদ্ধি

(c) মাটিৰ উৰ্বৰতা বৃদ্ধি

(d) বতাহৰ গতিবেগ হ্রাস

উত্তৰঃ (b) গ্রীণহাউচ প্রভাৱ বৃদ্ধি

প্রশ্নঃ কৃষিৰ বাবে ক্রান্তীয় অৰণ্য কেনেকৈ সহায় কবে?

(a) ভূমি উৰ্বৰ কৰি

(b) খনিজ সম্পদ বৃদ্ধি কৰি

(c) বায়ু দূষণ বৃদ্ধি কৰি

(d) পানী সংকট বৃদ্ধি কৰি

উত্তৰঃ (a) ভূমি উৰ্বৰ কৰি

প্রশ্নঃ হিমাচল প্রদেশত প্রচলিত পানী সঞ্চয়ন পদ্ধতিটো –

(a) নদী।

(b) কুল্লহ।

(c) এবি।

(d) তাল।

উত্তৰঃ (b) কুল্লহ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment