Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 General Science MCQ Chapter 14 শক্তিৰ উৎসসমূহ 2026

By Rabbi Masrur

Published On:

Class 10 General Science MCQ Chapter 14 শক্তিৰ উৎসসমূহ

Class 10 General Science MCQ Chapter 14 শক্তিৰ উৎসসমূহ

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 14 শক্তিৰ উৎসসমূহ সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 14 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

অধ্যায় -১৪

শক্তিৰ উৎসসমূহ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

👉 Read Also:

প্রশ্নঃ নিউক্লিয়াৰ শক্তি উৎপাদনৰ বাবে তলৰ কোনটো তত্ত্ব প্রযোজ্য?

(a) নিউক্লিয়াৰ সংযোজন

(b) নিউক্লিয়াৰ বিভাজন

(c) বিদ্যুৎ চুম্বকীয় প্রভাব

(d) কণাৰ গতিবিজ্ঞান

উত্তৰঃ (b) নিউক্লিয়াৰ বিভাজন।

প্রশ্নঃ সৌৰ শক্তি ক’ত সর্বাধিক ব্যৱহাৰ হয়?

(a) ঠাণ্ডা অঞ্চলত

(b) সাগৰীয় অঞ্চলত

(c) উষ্ণমণ্ডলীয় অঞ্চলত

(d) বৰফাবৃত অঞ্চলত

উত্তৰঃ (c) উষ্ণমণ্ডলীয় অঞ্চলত।

প্রশ্নঃ কোনটো শক্তি খেতি-পথাৰত জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা হয়?

(a) সৌৰ শক্তি

(b) জলবিদ্যুৎ শক্তি

(c) বায়ু শক্তি

(d) ডিজেল শক্তি

উত্তৰঃ (a) সৌৰ শক্তি।

প্রশ্নঃ বায়ু শক্তি প্রধানকৈ ক’ত উৎপন্ন কৰা হয়?

(a) উচ্চ পর্বতীয় অঞ্চলত

(b) গহীন জংঘলত

(c) উন্মুক্ত সমতলত

(d) ঘৰ-ব্যৱসায়িক অঞ্চলত

উত্তৰঃ (c) উন্মুক্ত সমতলত।

প্রশ্নঃ সৌৰ শক্তিৰ প্ৰধান অসুবিধা কি?

(a) ই অতি ব্যয়বহুল

(b) সহজে সংগ্রহ কৰিব নোৱাৰি

(c) নিশা আৰু মেঘাচ্ছন্ন দিনত কম কার্যক্ষমতা

(d) গোলকীয় উষ্ণতা বৃদ্ধি কৰে

উত্তৰঃ (c) নিশা আৰু মেঘাচ্ছন্ন দিনত কম কার্যক্ষমতা।

প্রশ্নঃ শক্তি কেনেকৈ সংৰক্ষণ কৰিব পাৰি?

(a) এটি শক্তিৰ ৰূপক অন্য ৰূপত পৰিৱৰ্তন কৰি

(b) মাত্র প্রাকৃতিক শক্তি ব্যৱহাৰ কৰি

(c) শক্তি সদায় সংৰক্ষণ হৈ থাকে

(d) কেৱল সৌৰ শক্তি ব্যৱহাৰ কৰি

উত্তৰঃ (a) এটি শক্তিৰ ৰূপক অন্য ৰূপত পৰিৱৰ্তন কৰি।

প্রশ্নঃ পৰম্পৰাগত শক্তিৰ উৎস তলৰ কোনটো?

(a) পেট্রলিয়াম

(b) সৌৰ শক্তি

(c) বতাহ শক্তি

(d) জল শক্তি

উত্তৰঃ (a) পেট্রলিয়াম।

প্রশ্নঃ সৌৰশক্তি কি ধৰণৰ শক্তিৰ উৎস?

(a) পুনর্নবীকৰণযোগ্য শক্তি।

(b) অপুনর্নবীকৰণযোগ্য শক্তি।

(c) ৰাসায়নিক শক্তি।

(d) যান্ত্রিক শক্তি।

উত্তৰঃ (a) পুনর্নবীকৰণযোগ্য শক্তি।

প্রশ্নঃ তলৰ কোনটো অপুননৱীকৰণযোগ্য শক্তিৰ উৎস?

(a) বতাহ শক্তি

(b) পেট্রলিয়াম

(c) সৌৰশক্তি

(d) জলা শক্তি।

উত্তৰঃ (b) পেট্রলিয়াম।

প্রশ্নঃ বায়ুমণ্ডলৰ পৰাই লাভ কৰা শক্তি কি?

(a) সৌৰশক্তি।

(b) জলীয় শক্তি।

(c) বতাহ শক্তি।

(d) জৈর শক্তি।

উত্তৰঃ (c) বতাহ শক্তি।

প্রশ্নঃ জলবিদ্যুৎ উৎপাদনৰ উৎস কি?

(a) সৌৰ বিকিৰণ।

(b) বতাহ।

(c) পানী।

(d) কয়লা।

উত্তৰঃ (c) পানী।

প্রশ্নঃ সৌৰশক্তি কেবল দিনতহে লাভ কৰিব পাৰি কাৰণ-

(a) বাতি সৌৰ বিকিৰণ নাথাকে।

(b) সৌৰ পেনেলে ৰাতি কাম নকৰে।

(c) সৌৰশক্তি সংৰক্ষণ কৰিব নোৱাৰি।

(d) উপৰোক্ত আটাইবোৰ।

উত্তৰঃ (a) ৰাতি সৌৰ বিকিৰণ নাথাকে।

প্রশ্নঃ কৃষিকৰ্মত ব্যৱহাৰ হোৱা প্ৰধান শক্তি উৎস কি?

(a) সৌৰশক্তি

(b) তাপশক্তি

(c) জলীয় শক্তি

(d) ডিজেল

উত্তৰঃ (d) ডিজেল

প্রশ্নঃ কোনটো শক্তি উৎস নিঃশেষ হোৱা সম্ভৱ নাই?

(a) কয়লা।

(b) সৌৰশক্তি।

(c) পেট্রলিয়াম।

(d) প্রাকৃতিক গেছ।

উত্তৰঃ (b) সৌৰশক্তি।

প্রশ্নঃ কোনো বস্তুৰ গতিৰ দ্বাৰা উৎপন্ন শক্তি কাক কোৱা হয়?

(a) বিভব শক্তি।

(b) তাপ শক্তি।

(c) গতিশক্তি।

(d) ৰাসায়নিক শক্তি।

উত্তৰঃ (c) গতিশক্তি।

প্রশ্নঃ তলৰ কোনটো শক্তিৰ উৎস পৰিৱেশ-বান্ধব?

(a) কয়লা।

(b) ডিজেল।

(c) সৌৰশক্তি।

(d) প্রাকৃতিক গেছ।

উত্তৰঃ (c) সৌৰশক্তি।

প্রশ্নঃ কোনটো শক্তি উৎসক “বিকল্প শক্তি” বুলি জনা যায়?

(a) কয়লা

(b) পেট্রলিয়াম

(c) বায়ু শক্তি

(d) প্রাকৃতিক গেছ

উত্তৰঃ (c) বায়ু শক্তি।

প্রশ্নঃ তলৰ কোনটো শক্তিৰ উৎস জৈৱিক পদাৰ্থৰ পৰা উৎপন্ন হয়?

(a) জলবিদ্যুৎ।

(b) সৌৰশক্তি।

(c) জৈৱ উপাদান শক্তি।

(d) বতাহ শক্তি।

উত্তৰঃ (c) জৈৱ উপাদান শক্তি।

প্রশ্নঃ তলৰ কোনটো শক্তিৰ উৎস পৃথিৱীৰ অভ্যন্তৰৰ উষ্ণতাৰ পৰা আহে?

(a) সৌৰশক্তি।

(b) ভূ-তাপীয় শক্তি।

(c) জলীয় শক্তি।

(d) বতাহ শক্তি।

উত্তৰঃ (b) ভূ-তাপীয় শক্তি।

প্রশ্নঃ সৌৰশক্তি আহৰণৰ বাবে ব্যৱহৃত যন্ত্রটো কি নামেৰে জনা যায়?

(a) টাৰবাইন।

(b) জেনাৰেটৰ।

(c) সৌৰ পেনেল।

(d) বিয়েক্টৰ।

উত্তৰঃ (c) সৌৰ পেনেল।

প্রশ্নঃ কোনটো শক্তিৰ উৎস পেট্রলিয়ামৰ পৰা উৎপন্ন হয়?

(a) সৌৰশক্তি।

(b) বায়ু শক্তি।

(c) ডিজেল।

(d) জলীয় শক্তি।

উত্তৰঃ (c) ডিজেল।

প্রশ্নঃ কেতিয়া নবীকৰণযোগ্য শক্তি শেষ হ’ব?

(a) অৱিৰত ব্যৱহাৰত।

(b) সংৰক্ষণৰ ফলত।

(c) বৈজ্ঞানিক উদ্ভাৱনৰ ফলত।

(d) প্রকৃতিত নিজে পুনর্নবীকৰণ হয়।

উত্তৰঃ (a) অৱিৰত ব্যৱহাৰত।

প্রশ্নঃ কোনটো শক্তিৰ উৎস প্রধানত গাড়ীত ব্যৱহাৰ হয়?

(a) সৌৰশক্তি।

(b) কয়লা।

(c) ডিজেল।

(d) জলবিদ্যুৎ।

উত্তৰঃ (c) ডিজেল।

প্রশ্নঃ পাৰমাণবিক শক্তি উৎপন্নৰ বাবে কি ব্যৱহাৰ কৰা হয়?

(a) কয়লা।

(b) ইউৰেনিয়াম।

(c) সৌৰ বিকিৰণ।

(d) বায়ু।

উত্তৰঃ (b) ইউৰেনিয়াম।

প্রশ্নঃ সৌৰশক্তিৰ সুবিধা কি?

(a) সীমিত।

(b) দূষণমুক্ত।

(c) ব্যয়বহুল।

(d) অনিশ্চিত।

উত্তৰঃ (b) দূষণমুক্ত।

প্রশ্নঃ তলৰ কোনটো শক্তিৰ উৎসে পৰিবেশ অধিক দূষিত কৰে?

(a) সৌৰশক্তি।

(b) বতাহ শক্তি।

(c) কয়লা।

(d) জলীয় শক্তি।

উত্তৰঃ (c) কয়লা।

প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ চুম্বকীয় ক্রিয়া প্রথমে কোনে আৱিষ্কাৰ কৰিছিল?

(a) এম্পিয়েৰ

(b) ফাৰাডে

(c) অ’ৰষ্টেড

(d) ট ‘মছন

উত্তৰঃ (c) অ’ৰষ্টেড

প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহ থকা এক সজীৱ প্রবাহ পৰিবাহক কিছুমান চুম্বকীয় গুণ প্রদর্শন কৰে, এইটো কি কোৱা হয়?

(a) বৈদ্যুতিক চুম্বকীয় প্রভার

(b) চুম্বকীয় প্রবাহ

(c) চুম্বকীয় ক্রিয়া

(d) বৈদ্যুতিক ক্রিয়া

উত্তৰঃ (a) বৈদ্যুতিক চুম্বকীয় প্রভাব

প্রশ্নঃ ক’ৰ পৰা ক’লৈ বিদ্যুৎ-প্ৰৱাহৰ দিশ নির্ধাৰণ কৰা হয়?

(a) ধনাত্মক পৰা ঋণাত্মক

(b) ঋণাত্মক পৰা ধনাত্মক

(c) যিকোনো দিশে

(d) নির্দিষ্ট দিশ নাথাকে

উত্তৰঃ (a) ধনাত্মক পৰা ঋণাত্মক

প্রশ্নঃ কোনো পোন প্রবাহ পৰিবাহকৰ চাৰিওফালে চুম্বকীয় ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিবলৈ কোনটো নিয়ম ব্যৱহাৰ কৰা হয়?

(a) ফাৰাডেৰ নিয়ম

(b) কুলম্বৰ নিয়ম

(c) ওমৰ নিয়ম

(d) সোঁ-হাত আঙুলি নিয়ম

উত্তৰঃ (d) সোঁ-হাত আঙুলি নিয়ম

প্রশ্নঃ তলৰ কোনটো এটা ভাল শক্তি উৎসৰ গুণ?

(a) প্রতি একক আয়তন বা ভৰ সাপেক্ষে যথেষ্ট পৰিমাণে কার্য কৰে।

(b) সহজলভ্য।

(c) সঞ্চয় আৰু পৰিবহণৰ বাবে সহজ।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

👉 Read Also:

প্রশ্নঃ তলৰ কোনটো প্রক্রিয়াই সৌৰশক্তিৰ দ্বাৰা প্রজ্জ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে? HSLC 25

(a) সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ

(b) বৈদ্যুতিক শক্তিৰ পৰা সৌৰশক্তিৰ ৰূপান্তৰ

(c) সৌৰশক্তিৰ পৰা গতিশক্তিৰ ৰূপান্তৰ

(d) গতিশক্তিৰ পৰা সৌৰশক্তিৰ ৰূপান্তৰ

উত্তৰঃ (a) সৌবশক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ

প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ চুম্বকীয় ক্ৰিয়াৰ লগত সম্পর্কিত বিষয়টো ক’ত প্রয়োগ হয়?

(a) বৈদ্যুতিক মটৰ

(b) ট্রান্সফৰ্মাৰ

(c) ইলেকটু ‘মেগনেটিক ইনডাকশ্যন

(d) সকলো

উত্তৰঃ (d) সকলো

প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ পৰিবাহক শলকা এখনত অধিক প্রবাহ দিলে চুম্বকীয় ক্ষেত্ৰৰ শক্তি কিদৰে প্রভাবিত হয়?

(a) বৃদ্ধি পায়

(b) হ্রাস পায়

(c) অটুট থাকে

(d) একো নহয়

উত্তৰঃ (a) বৃদ্ধি পায়

প্রশ্নঃ বিদ্যুৎ-প্ৰৱাহৰ চুম্বকীয় ক্রিয়া ক’ত ব্যৱহাৰ কৰা হয়?

(a) টেলিফোন

(b) বৈদ্যুতিক ঘণ্টা

(c) স্পীকাৰ

(d) সকলো

উত্তৰঃ (d) সকলো

প্রশ্নঃ তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস-

(a) বায়ু শক্তি

(b) জল শক্তি

(c) জীৱাশ্মজাত ইন্ধন

(d) জৈৱ-ভৰ

উত্তৰঃ (c) জীৱাশ্মজাত ইন্ধন।

প্রশ্নঃ গৰম পানী পাবলৈ এটা সৌৰ জল হীটাৰ তলৰ কোনটো দিনত ব্যৱহাৰ কৰিব নোৱাৰি-

(a) ডাৱৰীয়া দিন

(b) ৰৌদ্রোজ্জ্বল দিন

(c) উষ্ণ দিন

(d) বতাহ বলি থকা দিন

উত্তৰঃ (a) ডাৱৰীয়া দিন

প্রশ্নঃ তলৰ কোনটো এটা আদর্শ ইন্ধনৰ চৰ্ত নহয়-

(a) সহজলভ্য।

(b) প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰা।

(c) প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন কৰা।

(d) কম খৰচী।

উত্তৰঃ (c) প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন কৰা।

প্রশ্নঃ তলৰ কোনটো এটা প্রচলিত শক্তিৰ উৎস নহয়-

(a) জীৱাশ্ম ইন্ধন।

(b) জল বিদ্যুৎ।

(c) তাপভিত্তিক শক্তি প্রকল্প।

(d) সৌৰ শক্তি।

উত্তৰঃ (d) সৌৰ শক্তি।

প্রশ্নঃ তলৰ কোনটো জৈৱ-উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয়-

(a) কাঠ।

(b) গোবৰ-গেছ।

(c) নিউক্লীয় শক্তি।

(d) কয়লা।

উত্তৰঃ (c) নিউক্লীয় শক্তি।

প্রশ্নঃ আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎসই সঞ্চিত সৌৰ শক্তিক প্রতিনিধিত্ব কৰে। তলৰ কোনটো সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা নহয়-

(a) ভূতাপীয় শক্তি।

(b) বায়ু শক্তি।

(c) নিউক্লীয় শক্তি।

(d) জৈৱ-উপাদান।

উত্তৰঃ (c) নিউক্লীয় শক্তি।

প্রশ্নঃ তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়?

(a) খৰি

(b) গোৱৰ গেছ

(c) নিউক্লীয় শক্তি

(d) কয়লা

উত্তৰঃ (c) নিউক্লীয় শক্তি।

প্রশ্নঃ সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা ধাতুবিধ হ’ল-

(a) লিথিয়াম

(b) আইৰণ

(c) ছিলিকন

(d) কার্বন

উত্তৰঃ (c) ছিলিকন।

প্রশ্নঃ তলৰ কোনটো নবীকৰণ অযোগ্য সম্পদ?

(a) বায়ুশক্তি

(b) জলশক্তি

(c) সৌৰশক্তি

(d) জীবাষ্মজাত ইন্ধন

উত্তৰঃ (d) জীৱাম্মজাত ইন্ধন।

প্রশ্নঃ তলৰ কোনখিনি আৱৰ্জনাৰ গোটক জীব অনিম্নীকৰণগোট হিচাপে ভাগ কৰিব পাৰি? HSLC ’25

(a) উদ্ভিদৰ আৱৰ্জনা, ব্যবহৃত চাহৰ সৰু বেগ

(b) পলিথিন বেগ, প্লাষ্টিকৰ পুতলা

(c) ব্যৱহৃত চাহৰ সৰু বেগ, কাগজৰ সৰু পাইপ

(d) পুৰণা কাপোৰ, ফটা-চিতা জোতা-চেণ্ডেল

উত্তৰঃ (b) পলিথিন বেগ, প্লাষ্টিকৰ পুতলা

প্রশ্নঃ জীবাশ্মজাত ইন্ধনসমূহ-

(i) কেতিয়াও শেষ হৈ নাযায়।

(ii) সোনকালে শেষ হৈ যাব।

(iii) অনবীকৰণযোগ্য শক্তিৰ উৎস।

(iv) নবীকৰণযোগ্য শক্তিৰ উৎস।

শুদ্ধ উত্তৰটো হ’ল-

(a) (i), (iv)

(b) (ii), (iii)

(c) (ii), (iv)

(d) (i), (iii)

উত্তৰঃ (b) (ii), (iii)

প্রশ্নঃ ৰ পৰা ক’ক উৎপন্ন কৰা হয়।

(a) বিটুমিনাচ কয়লা

(b) কাঠ কয়লা

(c) আইৰণ

(d) কার্বন

উত্তৰঃ (a) বিটুমিনাচ কয়লা।

প্রশ্নঃ জীবাশ্মজাত ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো মৌলৰ অক্সাইডবোৰ আম্লিক?

(a) কার্বন।

(b) নাইট্র ‘জেন।

(c) ছালফাৰ।

(d) ওপৰৰ আটাইবোৰ।

উত্তৰঃ (d) ওপৰৰ আটাইবোৰ।

প্রশ্নঃ তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়?

(a) তাপশক্তি

(b) নিউক্লীয় শক্তি

(c) বায়ুশক্তি

(d) জীবাষ্ম ইন্ধন

উত্তৰঃ (b) নিউক্লীয় শক্তি।

প্রশ্নঃ তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস?

(a) জীবাষ্মজাত ইন্ধন

(b) তাপভিত্তিক শক্তি প্রকল্প

(c) জলশক্তি প্রকল্প

(d) সৌৰশক্তি

উত্তৰঃ (d) সৌৰশক্তি।

প্রশ্নঃ তলৰ কোনটো সেউজ গৃহ গেছ?

(a) অক্সিজেন গেছ

(b) নাইট্র’জেন গেছ

(c) মিথেন গেছ

(d) ক্ল’ৰিণ গেছ

উত্তৰঃ (c) মিথেন গেছ।

প্রশ্নঃ কোনখন দেশক বতাহৰ দেশ বুলি কোৱা হয়?

(a) বাংলাদেশ

(b) ইংলেণ্ড

(c) ফ্রান্স

(d) ডেনমার্ক

উত্তৰঃ (d) ডেনমার্ক।

প্রশ্নঃ বায়ুশক্তিক কামত খটুবাই বিদ্যুৎ উৎপাদনত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত-

(a) প্রথম

(b) তৃতীয়

(c) পঞ্চম

(d) ষষ্ট

উত্তৰঃ (c) পঞ্চম।

প্রশ্নঃ ভাৰতৰ ক’ত আটাইতকৈ ডাঙৰ বায়ুশক্তিৰ পাম স্থাপন কৰা হৈছে?

(a) মণিপুৰ

(b) উত্তৰ প্রদেশ

(c) দিল্লী

(d) তামিলনাডু

উত্তৰঃ (d) তামিলনাডু।

প্রশ্নঃ তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়? HSLC ’25

(a) জৈৱ উপাদান

(b) নিউক্লীয় শক্তি

(c) ভূ-তাপীয় শক্তি

(d) বায়ুশক্তি

উত্তৰঃ (b) নিউক্লীয় শক্তি।

প্রশ্নঃ জৈৱ গেছত তলৰ কোনটো গেছ নাথাকে-

(a) হাইড্র’জেন।

(b) নাইট্র ‘জেন।

(c) মিথেন।

(d) হাইড্র’জেন ছালফাইড।

উত্তৰঃ (b) নাইট্রি’জেন।

প্রশ্নঃ তলৰ কোনটো এটা বিকল্প শক্তিৰ উৎস-

(a) জৈৱ ভৰ।

(b) বায়ু শক্তি।

(c) নিউক্লীয় শক্তি।

(d) জীবাশ্ম ইন্ধন।

উত্তৰঃ (c) নিউক্লীয় শক্তি।

প্রশ্নঃ তলৰ কোনটো এটা নবীকৰণ যোগ্য শক্তিৰ উৎস-

(a) জীৱাশ্ম ইন্ধন।

(b) তাপভিত্তিক শক্তি প্রকল্প।

(c) জলশক্তি প্রকল্প।

(d) নিউক্লীয় শক্তি।

উত্তৰঃ (c) জলশক্তি প্রকল্প।

অতি চমু প্রশ্নোত্তৰ (VSA)

প্রশ্নঃ শক্তি কি?

উত্তৰঃ কোনো বস্তু বা প্রাণীয়ে কাম কৰিবলৈ সক্ষমতাৰ নাম শক্তি।

প্রশ্নঃশক্তিৰ প্ৰধান উৎস কি?

উত্তৰঃ সূর্য।

প্রশ্নঃ শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে? HSLC ’20

উত্তৰঃ নোৱাৰে। কাৰণ-কেনো উৎসই প্রদূষণমুক্ত হ’ব নোৱাৰে। মাত্র উৎসভেদে প্ৰদূষণৰ মাত্ৰা আৰু প্রকৃতি বেলেগ বেলেগ হয়।

প্রশ্নঃশক্তি কিমান প্ৰকাৰৰ হয়।

উত্তৰঃ শক্তি মূলত দুটা প্ৰকাৰৰ প্ৰচলিত (Non-renewable) আৰু অপ্রচলিত (Renewable) শক্তি।

প্রশ্নঃ সৌৰ শক্তি কি ধৰণৰ শক্তিৰ উৎস?

উত্তৰঃ অপ্রচলিত (Renewable) শক্তিব উৎস।

প্রশ্নঃ কোনটো শক্তি উৎস ভবিষ্যতৰ বাবে অধিক উপযোগী?

উত্তৰঃ নবীকৰণযোগ্য শক্তি, যেনে সৌৰ শক্তি, বায়ু শক্তি, জলবিদ্যুৎ শক্তি।

প্রশ্নঃ শক্তি প্ৰদায়ৰ সবাতোকৈ প্রচলিত মাধ্যম কি?

উত্তৰ: গ্ধগ্ধ বিদ্যুৎ।

প্রশ্নঃপ্রচলিত শক্তিৰ মূল উৎস কি?

উত্তৰঃ কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ।

প্রশ্নঃ জলবিদ্যুৎ শক্তি কেনেকৈ উৎপন্ন কৰা হয়?

উত্তৰঃ পানীৰ প্ৰৱাহৰ জৰিয়তে টাৰবাইন ঘূৰাই।

প্রশ্নঃ কয়লা কি ধৰণৰ শক্তিৰ উৎস?

উত্তৰঃ প্রচলিত শক্তিৰ উৎস।

প্রশ্নঃ বায়ু শক্তি কেনেকৈ উৎপন্ন হয়?

উত্তৰঃ বায়ুৰ গতিবেগৰ সহায়ত টাৰবাইন ঘূৰাই।

প্রশ্নঃ মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি? HSLC 20

উত্তৰঃ মহাসমুদ্ৰৰ পৰা অৰ্থাৎ জোৱাৰৰ পৰা পোৱা শক্তি স্থিৰ নহয়। কিয়নো পৃথিৱীৰ খুৱ কম সংখ্যক ঠাইতহে জোৱাৰৰ পৰা শক্তি লাভ কৰাৰ বাবে বান্ধ দিব পৰা যায়।

প্রশ্নঃ সৌৰ শক্তি আহৰণ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?

উত্তৰঃ সৌৰ পেনেল।

প্রশ্নঃ নিউক্লিয়াৰ শক্তি কেনেকৈ উৎপন্ন হয়?

উত্তৰঃ ইউৰেনিয়াম বা প্লুটোনিয়ামৰ নিউক্লিয়াৰ বিক্ৰিয়াৰ জৰিয়তে।

প্রশ্নঃ জৈৱ গেছ কিহৰ পৰা উৎপন্ন হয়?

উত্তৰঃ উদ্ভিদ আৰু পশুৰ জৈৱ পদাৰ্থৰ পচন প্ৰক্ৰিয়াৰ জৰিয়তে।

প্রশ্নঃ জলবিদ্যুৎ শক্তিৰ বাবে কি প্রয়োজন?

উত্তৰঃ পানীৰ প্ৰৱাহ আৰু টাৰবাইন।

প্রশ্নঃ সৌৰ শক্তিৰ একোটা উপকাৰিতা কি?

উত্তৰঃ ই নিৰ্মল আৰু অবিৰাম শক্তিৰ উৎস।

প্রশ্নঃ শক্তি সংৰক্ষণ কেনেকৈ কৰিব পাৰি?

উত্তৰঃ নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰি আৰু অপচয় কমাই।

প্রশ্নঃ নিউক্লিয়াৰ শক্তিৰ অপকাৰিতা কি?

উত্তৰঃ বিকিৰণজনিত বিপদ আৰু বর্জ্য ব্যৱস্থাপনা সমস্যা।

প্রশ্নঃ শক্তিৰ মুখ্য উৎসবোৰ কি কি?

উত্তৰঃ কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ আদি।

প্রশ্নঃ ৰকেটৰ ইন্ধন হিচাপে কি ব্যৱহাৰ কৰা হয়?

উত্তৰঃ হাইড’জেন।

প্রশ্নঃ প্রাচীন কালত তাপ শক্তিৰ উৎস কি আছিল?

উত্তৰঃ কাঠখৰি।

প্রশ্নঃ কোনবোৰ উপাদানৰ ফলত আম্লিক বৃষ্টিৰ সৃষ্টি হয়?

উত্তৰঃ জীৱাষ্মজাত ইন্ধনৰ দহনৰ ফলত সৃষ্টি হোৱা কার্বন, নাইট্র’জেন আৰু ছালফাৰৰ অক্সাইডসমূহ।

প্রশ্নঃ নবীকৰণযোগ্য দুবিধ শক্তিৰ উৎসৰ নাম লিখা।

উত্তৰঃ জলশক্তি আৰু সৌৰ শক্তি।

প্রশ্নঃ জৈৱ গেছৰ দুটা সুবিধা লিখা।

উত্তৰঃ ইয়াৰ কেলৰিমান বেছি আৰু মিতব্যয়ী।

প্রশ্নঃ দুবিধ ক্ষয়িষ্ণু শক্তিৰ উদাহৰণ দিয়া।

উত্তৰঃ কয়লা আৰু পেট্রলিয়াম।

প্রশ্নঃ কয়লা কেনেকৈ গঠিত হয়?

উত্তৰঃ প্রাচীন উদ্ভিদ আৰু গছপুলি মাটিৰ তলত চাপ খাই মিলিয়ন বছৰৰ পিছত কয়লালৈ পৰিণত হয়।

প্রশ্নঃ সৌৰ শক্তিৰ মুখ্য অসুবিধা কি?

উত্তৰঃ নিশা আৰু মেঘাচ্ছন্ন দিনত কম কার্যক্ষম।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment