আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 11 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 General Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
অধ্যায় – ১১
মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)
প্রশ্নঃ মানুহৰ চকুত পোহৰ প্ৰবেশ কৰে ক’ত?
(a) বেটিনাত
(b) ক’র্নিয়াত
(c) আইবিছত
(d) পিউপিলত
উত্তৰঃ (d) পিউপিলত
প্রশ্নঃ ৰেটিনাত কোন ধৰণৰ কোষ থাকে?
(a) কেৱল ৰড কোষ
(b) কেরল ক’ন কোষ
(c) ৰড আৰু ক’ন উভয় কোষ
(d) কেৱল চেপ কোষ
উত্তৰঃ (c) বড আৰু ক’ন উভয় কোষ
প্রশ্নঃ চাৰিটা মাধ্যম P,Q,R,S ৰ ক্ষেত্ৰত প্ৰতিসৰণাংক ক্ৰমে 1.23, 1.5, 1.25 আৰু 2. কোনটো মাধ্যমত পোহৰৰ দ্রুতি সর্বোচ্চ হ’ব-
HSLC 25
(a) P
(b)Q
(c) R
(d) s
উত্তৰঃ (a) P
প্রশ্নঃ ৰড কোষে বিশেষকৈ কোনটো অনুভৱ কৰে?
(a) বং
(b) আকাৰ
(c) পোহৰ আৰু আন্ধাৰ
(d) শব্দ
উত্তৰঃ (c) পোহৰ আৰু আন্ধাৰ
প্রশ্নঃ ক’ন কোষে মূলত কি অনুভৱ কৰে?
(a) পোহৰ আৰু আন্ধাৰ
(b) বং
(c) গতি
(d) উষ্ণতা
উত্তৰঃ (b) বং
প্রশ্নঃ মানুহৰ চকুত কিমান প্ৰকাৰৰ ক’ন কোষ থাকে?
(a) এটি
(b) দুইটি
(c) তিনি প্ৰকাৰ
(d) চাৰি প্ৰকাৰ
উত্তৰঃ (c) তিনি প্ৰকাৰ
প্রশ্নঃ ত্রৈবর্ণীয় দৃষ্টিৰ অৰ্থ কি?
(a) তিনি ধৰণৰ ৰড কোষ
(b) তিনি ধৰণৰ পিউপিল
(c) তিনি ধৰণৰ ক’ন কোষ
(d) তিনি ধৰণৰ আইৰিছ
উত্তৰঃ (c) তিনি ধৰণৰ ক’ন কোষ
প্রশ্নঃ বেড, গ্রীণ আৰুব্লুক’ন কোষে ক্রমিকভাবে কোন ৰংবোৰ চিনে?
(a) ৰঙা, সেউজীয়া আৰু নীলা
(b) ৰঙা, নীলা আৰু বগা
(c) নীলা, ক’লা আৰু বগা
(d) বগা, নীলা আৰু হল
উত্তৰঃ (a) ৰঙা, সেউজীয়া আৰু নীলা
প্রশ্নঃ মানুহৰ চকুত ৰং চিনাক্ত কৰাৰ সামৰ্থ্য ক’ত থাকে?
(a) বড কোষত
(b) আইৰিছত
(c) ক’ন কোষত
(d) পিউপিলত
উত্তৰঃ (c) ক’ন কোষত
প্রশ্নঃ ৰং অন্ধত্ব সাধাৰণতে কিয় হয়?
(a) ৰড কোষৰ অসামর্থতা
(b) ক’ন কোষৰ অভাৱ
(c) আইৰিছৰ অসামর্থতা
(d) পিউপিলৰ অভাৱ
উত্তৰঃ (b) ক’ন কোষৰ অভাৱ
প্রশ্নঃক’ন কোষৰ বিশেষ বৈশিষ্ট্য কি?
(a) বং চিনি পায়
(b) শব্দ বুজি পায়
(c) গন্ধ বুজি পায়
(d) আকাৰ চিনি পায়
উত্তৰঃ (a) বং চিনি পায়
প্রশ্নঃ মেণ্ডেলৰ মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া আৰু চাপৰ গছৰ সৈতে বগা ফুলৰ সংকৰণৰ ফলাফল আছিল-
(a) TTWW
(b) TTww
(c) TtWW
(d) TtWw
উত্তৰঃ (c) TtWW.
প্রশ্নঃ কোনটো কোষ ৰাতি ভালদৰে কাম কৰে?
(a) আইৰিছ
(b) ক’ন কোষ
(c) বড কোষ
(d) পিউপিল
উত্তৰঃ (c) বড কোষ
প্রশ্নঃ ৰড কোষৰ সংবেদনশীলতা কিমান?
(a) মধ্যম
(b) নিম্ন
(c) উচ্চ
(d) একেবাৰে নাই
উত্তৰঃ (c) উচ্চ
প্রশ্নঃ পিউপিলৰ কাজ কি?
(a) চকুত পোহৰ নিয়ন্ত্ৰণ
(b) বং চিনা
(c) গন্ধ চিনা
(d) শব্দ শুনা
উত্তৰঃ (a) চকুত পোহৰ নিয়ন্ত্রণ বং নীলা হয়।
প্রশ্নঃ পোহৰৰ ৰ বাবে আকাশৰ
(a) বিক্ষেপন
(b) বিচ্ছুৰণ
(c) প্রতিফলন
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) বিক্ষেপন।
প্রশ্নঃ অগ্রিম সূর্যোদয় আৰু প্ৰকৃত সূর্যোদয়ৰ মাজৰ পাৰ্থক্য হ’ল-
(a) 1 মিনিট
(b) 2 মিনিট
(c) 3 মিনিট
(d) 4 মিনিট
উত্তৰঃ (b) 2 মিনিট।
প্রশ্নঃ আইৰিছৰ ৰং সাধাৰণতে কিমান ধৰণৰ হয়?
(a) এটা
(b) তিনিটা
(c) বিভিন্ন
(d) কেৱল ক’লা
উত্তৰঃ (c) বিভিন্ন
প্রশ্নঃ আইৰিছ চকুত কি নিয়ন্ত্ৰণ কৰে?
(a) চকুৰ গতি
(b) ৰড কোষৰ সংখ্যা
(c) ক’ন কোষৰ গঠন
(d) পিউপিলৰ আকৃতি
উত্তৰঃ (d) পিউপিলৰ আকৃতি
প্রশ্নঃ পিউপিল ডাঙৰ বা সৰু হয় কিয়?
(a) ৰড কোষৰ বাবে
(b) ক’ন কোষৰ বাবে
(c) আইৰিছৰ সংকোচন আৰু প্ৰসাৰণৰ বাবে
(d) ৰেটিনাৰ সংকোচনৰ বাবে বাবে
উত্তৰঃ (c) আইৰিছৰ সংকোচন আৰু প্ৰসাৰণৰ
প্রশ্নঃ ৰঙা, সেউজীয়া আৰু নীলা ক’ন কোষে মিশ্রিত হৈ কি সৃষ্টি কৰে?
(a) বগা বং
(b) আইবিছ
(c) পিউপিল
(d) ক’লা বং
উত্তৰঃ (a) বগা বং
প্রশ্নঃ বগা ৰংটো কি ধৰণৰ পোহৰৰ সমাহাৰ?
(a) এক ৰঙৰ
(b) ত্রৈবর্ণীয়
(c) এটা নির্দিষ্ট বং
(d) কেৱল ৰঙা আৰু নীলা
উত্তৰঃ (b) ত্রৈবর্ণীয়
প্রশ্নঃ মানুহৰ চকুৰে চকুৰ লেন্দ্ৰৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ-
(a) প্রেছবায়’পিয়া
(b) উপযোজন ক্ষমতা
(c) নিকট দৃষ্টিগ্রস্ততা
(d) দূৰ দৃষ্টিগ্রস্ততা
উত্তৰঃ (b) উপযোজন ক্ষমতা
প্রশ্নঃ এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গ’ল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ব্যাসার্ধ প্ৰসাৰিত হৈছে। চকুৰ বিকাৰ হ’ব HSLC ’25
(a) মায় পিয়া
(c) প্রেছবায় ‘পিয়া
(b) কেটেৰেক্ট
(d) হাইপাৰমেট্র ‘পিয়া
উত্তৰঃ (a) মায় ‘পিয়া
প্রশ্নঃ পোহৰৰ কিৰণ এটাৰ ৰীন উপাংশবোৰক বোলে-
(a) পটি
(b) বিচ্ছুৰণ
(c) বর্ণালী
(d) বিক্ষেপণ
উত্তৰঃ (c) বর্ণালী।
প্রশ্নঃ ৰং অন্ধত্বত কোনবোৰ ৰং চিনিব নোৱাকৈ দেখা যায়?
(a) ৰঙা আৰু সেউজীয়া
(b) ৰঙা আৰু নীলা
(c) নীলা আৰু সেউজীয়া
(d) বগা আৰু ক’লা
উত্তৰঃ (a) ৰঙা আৰু সেউজীয়া
প্রশ্নঃ প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ পোহৰত থকা তলৰ কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছিকৈ কেঁকা হয়?
(a) বঙা
(b) বেঙুনীয়া
(c) হালধীয়া
(d) নীল
উত্তৰঃ (b) বেঙুনীয়া
প্রশ্নঃ সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্রিজমৰ ব্যৱহাৰ কৰা প্ৰথম বিজ্ঞানীগৰাকী আছিল-
(a) গেলিলিঅ’
(b) টিণ্ডেল
(c) নিউটন
(d) ফ্লেমিং
উত্তৰঃ (c) নিউটন।
প্রশ্নঃ কোনটো পৰীক্ষাৰে ৰং অন্ধত্ব চিনাক্ত কৰা হয়?
(a) ব্লাড টেষ্ট
(b) MRI স্কেন
(c) বেটিনা টেষ্ট
(d) আইশিহাৰা টেষ্ট
উত্তৰঃ (d) আইশিহাবা টেষ্ট
প্রশ্নঃ কোনো ব্যক্তিৰ চকুৰ নিকট বিন্দু স্বাভাৱিক 25 cm তকৈ বেছি দূৰত্বত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব-
(a) হাইপাৰমেট্ ‘পিয়া
(b) মায়’পিয়া
(c) প্রেছবায় পিয়া।
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) হাইপাৰমেট্ৰ পিয়া
প্রশ্নঃ বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা দৃষ্টিৰ বিকাৰটো হ’ল-
(a) মায় পিয়া।
(b) প্রেছবায় ‘পিয়া।
(c) হাইপাৰমেট্ৰ’পিয়া
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) প্ৰেছবায় পিয়া।
প্রশ্নঃ ডালটনিজম মানে কি?
(a) গন্ধ নোপোৱা
(b) ৰং চিনিব নোৱৰা ৰোগ
(c) চকু বেজাৰ
(d) কাণত নুশুনা
উত্তৰঃ (b) বং চিনিব নোৱৰা ৰোগ
প্রশ্নঃ এজন লোকে এটা বস্তু 2m ৰ দূৰত্বৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপায়। চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ বাবে লেন্দ্ৰৰ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব………। HSLC ’25
(a) -0.5D
(b) +0.5D
(c) -0.2D
(d) +0.2D
উত্তৰঃ (a)-0.5D
প্রশ্নঃ প্রিজমৰ নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক বোলা হয়-
(a) প্রিজমৰ কোণ।
(b) নির্গত কোণ।
(c) প্রতিসৰণ কোণ।
(d) বিচ্যুতি কোণ।
উত্তৰঃ (d) বিচ্যুতি কোণ।
প্রশ্নঃ কোনটো বিকল্পই সূর্যোদয় আৰু সূর্যাস্তৰ সময়ত বেলিটো ৰঙা পৰাৰ সমৰ্থন কৰে? HSLC 125
(a) বয়ুমণ্ডলে বহুত বেছি বিক্ষেপণ কৰে
(b) সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব হ্রাস পায়
(c) ৰঙা ৰঙৰ তৰংগ দৈর্ঘ্য বেছি, সেয়েহে ই অধিক দূৰলৈ চালিত হয় ৰঙা
(d) বগা ৰং সাতটা ৰঙলৈ বিচ্ছুৰণ হৈ মাত্র বঙটো বায়ুমণ্ডলত প্ৰৱেশ কৰে
উত্তৰঃ (c) ৰঙা ৰঙৰ তৰংগ দৈর্ঘ্য বেছি, সেয়েহে ই অধিক দূৰলৈ চালিত হয়
প্রশ্নঃ আইছিহাৰা টেষ্টত সাধাৰণতে কি দেখা যায়?
(a) বিভিন্ন নম্বৰ থকা ৰঙীন বিন্দু
(b) ৰঙা-বগা ছবি
(c) একেধৰণৰ ৰঙৰ গুটি
(d) ক’লা-বগা ৰেখা
উত্তৰঃ (a) বিভিন্ন নম্বৰ থকা ৰঙীন বিন্দু
প্রশ্নঃ ক’ন কোষৰ সংখ্যা সাধাৰণতে বড কোষতকৈ-
(a) অধিক
(b) সমান
(c) কম
(d) বহুত অধিক
উত্তৰঃ (c) কম
প্রশ্নঃ ৰেটিনাত ক’ত সর্বাধিক ক’ন কোষ থাকে?
(a) পিউপিলত
(b) আইৰিছত
(c) ফোভিয়াত
(d) ক’র্নিয়াত
উত্তৰঃ (c) ফোভিয়াত
প্রশ্নঃ তলৰ কোনটো পৰিঘটনাৰ বাবে আমি অগ্রিম সূর্যোদয় আৰু পলম সূর্যাস্ত দেখো-
(a) প্ৰতিসৰণ।
(b) প্রতিফলন।
(c) বিচ্ছুৰণ।
(d) বিক্ষেপণ।
উত্তৰঃ (a) প্ৰতিসৰণ।
প্রশ্নঃ তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবিৰণিৰ লগত জড়িত-
(a) প্রতিফলন
(c) বিচ্ছুৰণ
(b) বিক্ষেপণ
(d) প্রতিসৰণ
উত্তৰঃ (d) প্ৰতিসৰণ
প্রশ্নঃ মানুহৰ চকুত ৰঙা, সেউজীয়া আৰু নীলা ৰং চিনা ক’ন কোষবোৰ মিলি কি সৃষ্টি কৰে?
(a) দৃষ্টিহীনতা
(b) ত্রৈবর্ণীয় দৃষ্টি
(c) বং অন্ধত্ব
(d) আন্ধাৰ দৃষ্টি
উত্তৰঃ (b) ত্রৈবর্ণীয় দৃষ্টি
প্রশ্নঃ সুস্থ চকুৰ বাৰে চকুৰ দুৰ বিন্দু থাকে চকুৰ পৰা-
(a) 25 cm
(b) 100 cm
(c) অসীমত
(d) 100 km
উত্তৰঃ (c) অসীমত
প্রশ্নঃ কোনো ব্যক্তিৰ চকুৰ দূৰ বিন্দু অসীমৰ পৰা আগবাঢ়ি চকুৰ পৰা ওচৰত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব।
(a) মায়’পিয়া।
(b) হাইপাৰমেট্ট ‘পিয়া।
(c) প্রেছবায় পিয়া।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) মায় ‘পিয়া।
প্রশ্নঃ প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয়?
(a) বঙা
(b) বেঙুনীয়া
(c) নীলা
(d) কমলা
উত্তৰঃ (a) ৰঙা।
প্রশ্নঃ নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব-
(a) 25 মি.
(b) 2.5 ছে.মি.
(c) 25 ছে.মি.
(d) 2.5 মি.
উত্তৰঃ (c) 25 ছেমি।
প্রশ্নঃ কোনজন বিজ্ঞানীয়ে পোহৰৰ বৰ্ণালী পাবলৈ প্রথমে প্রিজম ব্যৱহাৰ কৰিছিল?
(a) আইজাক নিউটন
(b) গেলিলি
(c) ইউক্লিড
(d) চন্দ্ৰশেখৰ
উত্তৰঃ (a) আইজাক নিউটন।
প্রশ্নঃ ৰামধেনু……………………………………?
(a) সূর্যৰ একে দিশত সৃষ্টি হয়
(b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়
(c) সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়।
প্রশ্নঃ তলৰ কোনটো পোহৰৰ তৰংগ দৈর্ঘ্য আটাইতকৈ বেছি?
(a) নীলা
(b) কমলা
(c) বেঙুনীয়া
(d) বঙা
উত্তৰঃ (d) বঙা।
প্রশ্নঃ অক্ষিগোলকৰ ব্যাস-
(a) 2.5 ছে.মি.
(b) 2.4 ছে.মি.
(c) 2.3 ছে.মি.
(d) 2.1 ছে.মি.
উত্তৰঃ (c) 2.3 ছেমি।
প্রশ্নঃ চকুৰ কৰ্ণিয়াৰ পিছফালে থকা অংশ-
(a) চকুৰ মণি
(b) অক্ষিপট
(c) চিলিয়াৰি পেশী
(d) চকুৰ পতা
উত্তৰঃ (d) চকুৰ পতা।
প্রশ্নঃ চকুত প্রতিবিম্ব গঠন হয়-
(a) কর্ণিয়াত
(b) চকুৰ পতাত
(c) চিলিয়াবি পেশীত
(d) অক্ষিপটত
উত্তৰঃ (d) অক্ষিপটত
প্রশ্নঃ তলৰ কোনটো অংশই বিভিন্ন দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়-
(a) কর্ণিয়া
(b) চকুৰ পতা
(c) চকুৰ মণি
(d) স্ফটিকীয় লেনছ
উত্তৰঃ (d) স্ফটিকীয় লেছ
প্রশ্নঃ বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্র টোপালবোৰত সূৰ্যৰ পোহৰৰ ৰামধেনুৰ সৃষ্টি হয়। ঘটি
(a) বিচ্ছুৰণ
(b) বিক্ষেপন
(c) প্রতিফলন
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) বিচ্ছুৰণ।
প্রশ্নঃ তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্রণ কৰে-
(a) চকুৰ মণি
(b) কর্ণিয়া
(c) লেছ
(d) চিলিয়াৰী পেশী
উত্তৰঃ (a) চকুৰ মণি
প্রশ্নঃ চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্দ্ৰৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়?
(a) চকুৰ মণি
(b) চিলিয়াৰি পেশী
(c) অক্ষিপট
(d) চকুৰ পতা
উত্তৰঃ (b) চিলিয়াৰি পেশী।
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রশ্নঃ মানুহৰ চকু কেনেকুৱা ধৰণৰ সংবেদনশীল অঙ্গ?
উত্তৰঃ মানুহৰ চকু এটা আলো-সংবেদনশীল অঙ্গ।
প্রশ্নঃ চকুৰ মণিৰ আকাৰ কিহে নিয়ন্ত্ৰণ কৰে?
উত্তৰঃ চকুৰ পতা বা আইৰিচে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে।
প্রশ্নঃ চকুৰ মূল অংশ কেইটা?
উত্তৰঃ চোকা, কর্ণিয়া, আইৰিছ, লেন্স, ৰেটিনা, আৰু অপটিক স্নায়ু।
প্রশ্নঃ আইৰিছৰ কাম কি?
উত্তৰঃ আইৰিছে চকুৰ পিউপিলৰ আকাৰ নিয়ন্ত্রণ কৰি চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।
প্রশ্নঃ মানুহৰ চকু কিমান প্ৰকাৰৰ ৰঙ দেখা পাৰে?
উত্তৰঃ মানুহৰ চকুবে প্রায় ১০ মিলিয়নৰো অধিক ৰঙ চিনাক্ত কৰিব পাৰে।
প্রশ্নঃ কিহৰ বাবে মানুহে ৰঙ দেখা পায়?
উত্তৰঃ ৰেটিনাৰ ক’ন কোষবোৰ (cone cells) ৰঙ চিনাক্ত কৰিবলৈ সহায় কৰে।
প্রশ্নঃ কর্ণিয়াৰ ভূমিকা কি?
উত্তৰঃ কর্ণিয়াই চকুত সোমোৱা পোহৰ ভাঙি (refract) দিয়ে।
প্রশ্নঃ লেন্সৰ কাম কি?
উত্তৰঃ লেন্সে পোহৰ কেন্দ্ৰিত কৰি ছবি ৰেটিনাত সঠিকভাবে প্রক্ষেপণ কৰে।
প্রশ্নঃ ৰেটিনাৰ মূল কোষ কেইবিধ?
উত্তৰঃ ৰড কোষ আৰু ক’ন কোষ।
প্রশ্নঃ ৰড কোষৰ কাম কি?
উত্তৰঃৰড কোষে কম পোহৰত বা নিশা দেখা সহায় কৰে।
প্রশ্নঃ কোনবোৰ মূল ৰঙৰ বাবে পৃথক ক’ন কোষ থাকে?
উত্তৰঃ ৰঙা, সেউজ, আৰু নীলা ৰঙৰ বাবে।
প্রশ্নঃক’ন কোষৰ কাম কি?
উত্তৰঃ ক’ন কোষে বিভিন্ন ৰঙ চিনাক্ত কৰে।
প্রশ্নঃ ছাত্র এজনে শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি? HSLC ’25
উত্তৰঃ উক্ত ল’ৰাজনে ভোগা বিকাৰটো হৈছে মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা। যথোপযুক্ত ক্ষমতাৰ অৱতল লেন্ছ ব্যৱহাৰ কৰি ইয়াক সংশোধন কৰিব পাৰি।
প্রশ্নঃ ৰংঅন্ধত্ব (Color Blindness) কিয় হয়?
উত্তৰঃ ক’ন কোষবোৰৰ অস্বাভাৱিকতাৰ ফলত দলনান্ধত্ব হয়।
প্রশ্নঃ চকুৰ সৈতে জড়িত অংশবিলাকৰ কার্য কি?
উত্তৰঃ পোহৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰা।
প্রশ্নঃ বিচ্ছুৰণ আৰু বৰ্ণালীৰ সংজ্ঞা দিয়া।
উত্তৰঃ পোহৰৰ কিৰণ এটাৰ ৰঙীণ উপাংশৰ পটিবোৰক তাৰ বৰ্ণালী বোলে।
পোহৰৰ কিৰণ এটাৰ ৰঙীণ উপাংশবোৰৰ পৃথকীকৰণক বিচ্ছুৰণ বোলে।
প্রশ্নঃ চকুৱে ক’ত প্রতিবিম্ব গঠন কৰে?
উত্তৰঃ অক্ষিপটত।
প্রশ্নঃ চকুৰ পিউপিলে কেনেকৈ কাম কৰে?
উত্তৰঃ ই আলোকৰ তীব্রতা অনুসৰি ডাঙৰ বা সৰু হয়।
প্রশ্নঃ বাৰেবৰণীয়া পৃথিবী মানে কি?
উত্তৰঃ মানুহৰ চকুৱে চিনাক্ত কৰিব পৰা বিভিন্ন ৰঙৰ দৃষ্টিপট।
প্রশ্নঃ চকুৰ ৰোগৰ ভিতৰত কেতবোৰ সাধাৰণ ৰোগ কি?
উত্তৰঃ মায়োপিয়া, হাইপাৰমেট্রোপিয়া, গ্ল’ক’মা, আৰু কেটাৰেক্ট।
প্রশ্নঃ টিণ্ডেল পৰিঘটনা কি?
উত্তৰঃ বায়ুমণ্ডলত থকা ধোৱা, পানীৰ কণিকা আৰু ধূলিকণা থকা বাবে কলয়ডীয় দ্ৰৱৰ ৰূপ লয়। বায়ুমণ্ডলৰ এই কণিকাবোৰত পোহৰৰ বিক্ষেপণ ঘটাত পোহৰৰ গতিপথ দৃশ্যমান হয়। ইয়াক টিণ্ডেল পৰিঘটনা বোলে।
প্রশ্নঃ চকুৰ দৃষ্টি শক্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ লেন্সৰ স্থিতিস্থাপকতা আৰু ৰেটিনাৰ স্বাস্থ্যৰ ওপৰত।
প্রশ্নঃ সুস্থ চকুৰ বাবে কি কৰিব লাগে?
উত্তৰঃ স্বাস্থ্যকৰ খাদ্য খোৱা, পর্যাপ্ত পোহৰত পঢ়া, আৰু চকু সুৰক্ষিত ৰখা।
প্রশ্নঃ স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকট বিন্দু কি?
উত্তৰঃ স্বাভাবিক মানুহ এজনৰ বাবে দূৰ বিন্দু অসীম আৰু নিকট বিন্দু চকুৰ পৰা 25 ছে মি. দূৰত।
প্রশ্নঃ স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু কি?
উত্তৰঃ দূৰবিন্দু অসীম আৰু নিক টবিন্দু 25cm দূৰত।
প্রশ্নঃ চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়?
উত্তৰঃ চকুৰ লেন্ছ আৰু ৰেটিনাৰ মাজৰ দূৰত্ব সদায় একে থাকে। ফলত লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই থাকিলেও প্রতিবিম্বৰ দূৰত্বৰ কোনো পৰিৱৰ্তন নহয়।
প্রশ্নঃ চকুৰ উপযোজন ক্ষমতা কি?
উত্তৰঃ চকুৰ লেনছখনে নিজৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰিব পৰা সামর্থ্যকে চকুৰ লেনছৰ উপযোজন ক্ষমতা বোলে।
প্রশ্নঃ মায় পিয়াগ্রস্ত ৰোগী এজনে কেনেকুৱা লেন্ছ ব্যৱহাৰ কৰিব লাগে?
উত্তৰঃ উপযুক্ত ক্ষমতাৰ অৱতল লেন্ছ।
প্রশ্নঃ হাইপাৰমেট্র পিয়াগ্রস্ত ৰোগী এজনে কেনেকুৱা লেন্ছ ব্যৱহাৰ কৰিব লাগে?
উত্তৰঃ উপযুক্ত ক্ষমতাৰ উত্তল লেন্ ব্যৱাহৰ কৰিব লাগে।
প্রশ্নঃ কেটেৰেক্ট বা ছানি পৰা কাক বোলে?
উত্তৰঃ বয়স বাঢ়ি অহাৰ লগে লগে কেতিয়াবা মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেখন দুগ্ধসদৃশ আৰু অস্পষ্ট হৈ যায়। ইয়াকে ‘কেটেৰেক্ট’ বা ছানি পৰা বোলে।
প্রশ্নঃ কোনটো অংশে চকুৰ ছবি মগজুলৈ পঠায়?
উত্তৰঃ অপটিক স্নায়ুবে।
প্রশ্নঃ মানুহৰ চকুৰ আকৃতি কেনেকুৱা?
উত্তৰঃ গোলাকাৰ আকৃতিৰ।