আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 10 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 10 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 General Science MCQ Chapter 10 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় – ১০
পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ পোহৰৰ কণিকা তত্ত্ব কোনে প্রস্তার কৰিছিল?
(a) নিউটন
(b) আইষ্টাইন
(c) মেরেল
(d) হিউগেন্স
উত্তৰঃ (a) নিউটন
প্রশ্নঃ সমতল আয়নাৰ দ্বাৰা সৃষ্ট প্রতিচ্ছবিৰ প্রকৃতি কি?
(a) আসল আৰু ডাঙৰ
(b) আসল আৰু সৰু
(c) কৃত্রিম আৰু সমআকাৰ
(d) কৃত্রিম আৰু ডাঙৰ
উত্তৰঃ (c) কৃত্ৰিম আৰু সমআকাৰ
প্রশ্নঃ ৰশ্মিৰ পতনৰ কোণ আৰু প্ৰতিফলনৰ কোণৰ মান সদায়-
(a) সমান
(b) পতনৰ কোণৰ দ্বিগুণ
(c) প্রতিফলনৰ কোণৰ দ্বিগুণ
(d) ৯০০
উত্তৰঃ (a) সমান
প্রশ্নঃ পোহৰ বায়ু পৰা পানীত প্ৰৱেশ কৰিলে কি ঘটে?
(a) তীব্রতাৰ বৃদ্ধি ঘটে
(b) গতি কমে আৰু বক্র হয়
(c) গতি বৃদ্ধি পায়
(d) কিছুমানেই নহয়
উত্তৰঃ (b) গতি কমে আৰু বক্র হয়
প্রশ্নঃ পোহৰ কোন মাধ্যমত সর্বাধিক গতি কৰে?
(a) পানী
(b) কাচ
(c) বায়ু
(d) ৰভাৰ
উত্তৰঃ (c) বায়ু
প্রশ্নঃ প্রতিফলনৰ বিধি ক’ত প্রযোজ্য?
(a) কেৱল সমতল আয়নাত
(b) কেৱল উত্তল আয়নাত
(c) কেৱল অৱতল আয়নাত
(d) সকলো আয়নাত
উত্তৰঃ (d) সকলো আয়নাত
প্রশ্নঃ অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? HSLC 20
(a) 50cm ফ’কাছ দৈর্ঘ্যৰ উত্তল লেন্
(b) 5cm ফ’কাছ দৈর্ঘ্যৰ অৱতল লেন্
(c) 5cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্
(d) 50cm ফ’কাছ দৈৰ্ঘ্যৰ অবতল লেন্থ
উত্তৰঃ (c) 5cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ।
প্রশ্নঃ পোহৰৰ তীব্রতা কোনটোত বেছি?
(a) উত্তল আয়না
(b) অৱতল আয়না
(c) সমতল আয়না
(d) কাচৰ প্ৰতিসৰিত পৃষ্ঠ
উত্তৰঃ (b) অৱতল আয়না
প্রশ্নঃ কোনটো আয়না গাড়ীৰ পশ্চাদ্দৃষ্ট আয়না হিচাপে ব্যৱহাৰ কৰা হয়?
(a) সমতল আয়না
(b) উত্তল আয়না
(c) অভিলম্ব আয়না
(d) অবতল আয়না
উত্তৰঃ (b) উত্তল আয়না
প্রশ্নঃ উত্তল দাপোণে উৎপন্ন কৰা প্রতিবিম্ব-
(a) অসৎ, সংকুচিত
(b) সৎ, সংকুচিত
(c) অসৎ, বিবর্ধিত
(d) সৎ, বিবর্ধিত
উত্তৰঃ (a) অসৎ, সংকুচিত।
প্রশ্নঃ গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা হয়-
(a) উত্তল দাপোণ।
(b) অরতল দাপোণ।
(c) সমতল দাপোণ।
(d) ইয়াৰ নহয়।
উত্তৰঃ (a) উত্তল দাপোণ।
প্রশ্নঃ অবতল লেন্ এখনৰ ফ’কাছ দৈর্ঘ্য 20cm. লেখনৰ ক্ষমতা কিমান? HSLC’25
(a) -5 ডায়’প্টাৰ
(b) -0.05 ডায়’প্টাৰ
(c) +0.05 ডায় ‘প্টাৰ
(d) +5 ডায়’প্টাৰ
উত্তৰঃ (a)-5 ডায় ‘প্টাৰ
প্রশ্নঃ সমতল দাপোণত উৎপন্ন প্রতিবিম্ব-
(a) সৎ, অলোটা, সংকুচিত।
(b) অসৎ, থিয় বিবর্ধিত।
(c) অসৎ থিয় সমান।
(d) অসৎ, থিয় সংকুচিত।
উত্তৰঃ (c) অসৎ থিয় সমান।
প্রশ্নঃ তলৰ কোনটো লক্ষ্যৰন্তৰ অৱস্থানৰ বাবে অতল দাপোণ এখনে সৎ গুলোটা প্রতিবিম্ব গঠন নকবে-
(a) অসীমত।
(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।
(c) ভাঁজকেন্দ্ৰৰ বাহিৰত।
(d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।
উত্তৰঃ (d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।
প্রশ্নঃ এজন ছাত্রই 10cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোনেৰে এটা অনুশীলন কৰিছে। তেওঁ এটা লক্ষ্যবস্তু দাপোণখনৰ পৰা 15cm দূৰত্বত ৰাখিলে,প্রতিবিম্ব ক’ত গঠিত হ’ব পাৰে? HSLC’25
(a) দাপোণৰ পিছফালৰ 6cm দূৰত্বত।
(b) দাপোণৰ পিছফালৰ 30cm দূৰত্বত।
(c) দাপোণৰ সন্মুখৰ 6cm দূৰত্বত।
(d) দাপোণৰ সন্মুখৰ 6cm দূৰত্বত।
উত্তৰঃ (b) দাপোণৰ পিছফালৰ 30cm দূৰত্বত
প্রশ্নঃ কোনো বস্তু সমতল আয়নাৰ পৰা ১০ ছেন্টিমিটাৰ আঁতৰত থাকিলে প্রতিচ্ছবি কিমান দূৰত হব?
(a) ৫ ছেন্টিমিটাৰ
(b) ১০ ছেন্টিমিটাৰ
(c) ২০ ছেন্টিমিটাৰ
(d) ১৫ ছেন্টিমিটাৰ
উত্তৰঃ (৮) ১০ ছেন্টিমিটাৰ
প্রশ্নঃ উত্তল আয়নাই কেতিয়াবা কেনে প্রতিচ্ছবি দিয়ে?
(a) আচল আৰু ডাঙৰ
(b) আচল আৰু সৰু
(c) কৃত্ৰিম আৰু ডাঙৰ
(d) কৃত্রিম আৰু সৰু
উত্তৰঃ (d) কৃত্ৰিম আৰু সৰু
প্রশ্নঃ অৱতল আয়নাই কেতিয়াবা কেনে প্রতিচ্ছবি দিয়ে?
(a) আচল অথবা কৃত্রিম
(b) সদায় সৰু প্রতিচ্ছবি
(c) সদায় ডাঙৰ প্ৰতিচ্ছবি
(d) সদায় সমআকাৰ
উত্তৰঃ (a) আচল অথবা কৃত্রিম
প্রশ্নঃ পোহৰ কেতিয়া প্রতিসৰিত হয়?
(a) এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গ’লে
(b) সদায় সমতল আয়নাত
(c) বাহ্যিক বিৰোধী প্ৰভাৱত
(d) একে মাধ্যমত থাকিলে
উত্তৰঃ (a) এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গ’লে
প্রশ্নঃ পৃষ্ঠত পতিত ৰশ্মিটোক কি কোৱা হয়?
(a) প্রতিসৰিত ৰশ্মি
(b) প্রতিফলিত ৰশ্মি
(c) পতিত ৰশ্মি
(d) কোনোটা নহয়
উত্তৰঃ (c) পতিত ৰশ্মি
প্রশ্নঃ ৰশ্মি যদি এটা মাধ্যমৰ পৰা আনটোলৈ পোনহৈ যায়, তেতিয়া কি ঘটে?
(a) প্রতিফলন ঘটে
(b) প্ৰতিসৰণ নহয়
(c) প্ৰতিসৰণ হয়
(d) গতি ৰখাই
উত্তৰঃ (b) প্ৰতিসৰণ নহয়
প্রশ্নঃ তৰলত পোহৰৰ প্ৰতিসৰণৰ ফলত কি দেখা পায়?
(a) গভীৰতা বেছি লাগে
(b) গভীৰতা কম লাগে
(c) গভীৰতা সমান লাগে
(d) কিছু নহয়
উত্তৰঃ (b) গভীৰতা কম লাগে
প্রশ্নঃ বক্র আয়নাত কেন্দ্ৰৰ পৰা পতিত ৰশ্মি কিদৰে প্ৰতিফলিত হয়?
(a) সমান্তৰাল
(b) নিজ পথতে ঘূৰি যায়
(c) ফোকাছত যায়
(d) পোনহৈ যাব
উত্তৰঃ (b) নিজ পথতে ঘূৰি যায়
প্রশ্নঃ কেৰাটৰ (Periscope) ত কোন আয়না ব্যৱহাৰ কৰা হয়?
(a) উত্তল আয়না
(b) অবতল আয়না
(c) সমতল আয়না
(d) লেন্স
উত্তৰঃ (c) সমতল আয়না
প্রশ্নঃ জলত ৰেখা ভাঙি দেখা পোৱাৰ কাৰণ কি?
(a) প্রতিফলন
(b) প্রতিসৰণ
(c) বিৰোধিতা
(d) ছায়া
উত্তৰঃ (b) প্ৰতিসৰণ
প্রশ্নঃ উত্তল আয়নাৰ ফোকাছ বিন্দু ক’ত থাকে?
(a) আয়নাৰ সন্মুখত
(b) আয়নাৰ পৃষ্ঠত
(c) আয়নাৰ আঁৰত
(d) আয়নাৰ সমান্তৰাল
উত্তৰঃ (c) আয়নাৰ আঁৰত
প্রশ্নঃ অৱতল আয়নাৰ ক্ষেত্ৰত ফোকাছ বিন্দু ক’ত থাকে?
(a) আয়নাৰ আঁৰত
(b) আয়নাৰ সন্মুখত
(c) আয়নাৰ তলত
(d) আয়নাৰ ওপৰত
উত্তৰঃ (b) আয়নাৰ সন্মুখত
উত্তৰঃ (a) ভাঁজকেন্দ্ৰৰ বাহিৰত।
প্রশ্নঃ দাড়ি খুৰোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা দাপোণ-
(a) অবতল দাপোণ
(b) উত্তল দাপোণ
(c) সমতল দাপোন
(d) দ্বি-উত্তল দাপোণ
উত্তৰঃ (a) অবতল দাপোণ।
প্রশ্নঃ কেঁচা গিলাচত (Frosted glass) পোহৰৰ প্ৰধানতঃ কি ঘটে?
(a) সম্পূর্ণ প্রতিফলন
(b) বিক্ষিপ্ত প্রতিফলন
(c) সম্পূর্ণ প্রতিসৰণ
(d) পূর্ণ গিলনী
উত্তৰঃ (b) বিক্ষিপ্ত প্রতিফলন
প্রশ্নঃ ৰামধেনুৰ সৃষ্টি কোন কাৰণত হয়?
(a) সম্পূর্ণ প্রতিফলন
(b) বিক্ষিপ্ত পোহৰ
(c) পোহৰৰ প্ৰতিসৰণ
(d) ধূলি কণিকা
উত্তৰঃ (c) পোহৰৰ প্ৰতিসৰণ হ’ব-
প্রশ্নঃ লেন্ এখনৰ ক্ষমতা +2D। লেখন
(a) অভিসাৰী
(b) অপসাৰী
(c) অভিসাৰী আৰু অপসাৰী
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) অভিসাৰী।
প্রশ্নঃ তলত দিয়া কোনটো পদার্থ লেন্ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?
(a) পানী
(b) কাঁচ
(c) মৃত্তিকা
(d) প্লাষ্টিক
উত্তৰঃ (c) মৃত্তিকা।
প্রশ্নঃ অৱতল দাপোন এখনৰ ফ’কাছ আৰু ভাঁজব্যাসার্ধৰ মাজত লক্ষ্যবস্তু ৰাখিলে গঠন হোৱা প্রতিবিম্বৰ স্থান-
(a) ভাঁজকেন্দ্ৰৰ বাহিৰত
(b) ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত
(c) ফ’কাছ আৰু মেৰুৰ মাজত
(d) ওপৰৰ এটাও নহয়
প্রশ্নঃ অবতল দাপোণৰ কোন স্থানত লক্ষ্যবস্তু ৰাখিলে প্রতিবিম্ব দাপোণৰ পিছফালে গঠিত হয়?
(a) ফ’কাছ আৰু মেৰুৰ মাজত
(b) ভাঁজকেন্দ্ৰৰ বাহিৰত
(c) ফ’কাছত
(d) ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত
উত্তৰঃ (a) ফ’কাছ আৰু মেৰুৰ মাজত
প্রশ্নঃ গাড়ীৰ পিছলৈ চোৱা দপোণ হিচাপে ব্যৱহাৰ কৰা হয়-
(a) অবতল দাপোণ
(b) উত্তল দাপোণ
(c) সমতল দাপোণ
(d) দ্বি-উত্তল দাপোণ
উত্তৰঃ (b) উত্তল দাপোণ।
প্রশ্নঃ গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যসার্ধ 30 ছে.মি.। ইয়াৰ ফ’কাছ দৈর্ঘ্য-
(a) 5 ছে.মি.
(b) 20 ছে.মি.
(c) 10 ছে.মি.
(d) 15 ছে.মি.
উত্তৰঃ (d) 15 ছেমি।
প্রশ্নঃ বিৱৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্রতিবিম্বটো বুলি জনা যায়।
(a) অসৎ
(b) সৎ
(c) থিয়
(d) ওলোটা
উত্তৰঃ (b) সৎ।
প্রশ্নঃ এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ছ প্রত্যেকৰে ফ’কাছ দৈর্ঘ্য 15cm। দাপোণ আৰু লেন্থৰ প্ৰকৃতি কেনেকুৱা হ’ব পাৰে?
(a) দুয়োখন উত্তল
(b) দুয়োখন অৱতল
(c) দাপোণখন অৱতল লেখন উত্তল
(d) দাপোণখন উত্তল লেখন অবতল
উত্তৰঃ (b) দুয়োখন অবতল।
প্রশ্নঃ বায়ুত পোহৰৰ দ্রুতি আৰু কাঁচত পোহৰৰ দ্রুতিৰ অনুপাত-
(a) 1.50
(c) 1.31
(b) 1.21
(d) 1.29
উত্তৰঃ (c) 1.50
প্রশ্নঃ লক্ষ্যবস্তুৰ সমান আকাৰৰ আৰু সৎ প্রতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো অৱতল দাপোণৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব?
(a) ভাঁজকেন্দ্ৰৰ বাহিৰত
(b) ভাঁজকেন্দ্র আৰু ফ’কাছৰ মাজত
(c) ভাঁজকেন্দ্রত
(d) ফ’কাছত
উত্তৰঃ (c) ভাঁজকেন্দ্রত।
প্রশ্নঃ লক্ষ্যবস্তুৰ সমান আকাৰৰ আৰু সৎ প্রতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব?
(a) অসীমত
(b) লেন্দ্ৰৰ মুখ্য ফ’কাছত
(c) লেছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
(d) ফ’কাছ দৈর্ঘ্যৰ দুগুণ দূৰত্বত
উত্তৰঃ (d) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত।
প্রশ্নঃ অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপোণ এখনে প্রতিবিম্ব গঠন কৰে ?
(a) ভাঁজকেন্দ্রত।
(b) মুখ ফ’কাছত।
(c) মুখ্য ফ’কাছ আৰু ভীজকেন্দ্ৰৰ মাজত।
(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰৰ মাজত।
উত্তৰঃ (b) মুখ ফ’কাছত।
প্রশ্নঃ অৱতল দাপোণ এখনৰ মুখ্য ফ’কাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ অৱস্থান-
(a) অসীমত।
(b) ভাঁজকেন্দ্ৰৰ বাহিৰত
(c) ভাঁজকেন্দ্রত
(d) মুখ্য ফ’কাছত
উত্তৰঃ (a) অসীমত
প্রশ্নঃ গোলাকাৰ দাপোণৰ ফ’কাছ দৈর্ঘ্য আৰু ভাজব্যাসাদ্ধৰ অনুপাত হ’ল-
(a) 3
(c) 2
(b) 1
(d) 0.5
উত্তৰঃ (d) 0.5
প্রশ্নঃ এজোপা হালধীয়া আৰুঘূৰণীয়া বীজ বহন কৰা আৰু আনজোপা সেউজীয়া আৰু শোটোৰা বহন কৰা দুজোপা মটৰ মাহৰ গছৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয়, তেতিয়া দ্বিতীয় জনুৰ গছবোৰ যি অনুপাতত পোৱা যায় সিটো হ’ল-
(a) 1:2
(b) 3:1
(c) 9:3:3:1
(d) 1:1:1:2
উত্তৰঃ (c) 9:3:3:1
প্রশ্নঃ তলৰ কোনখন দাপোণৰ দৃষ্টিক্ষেত্র আটাইতকৈ বহুল-
(a) সমতল।
(c) অৱতল।
(b) উত্তল।
(d) এটাও নহয়।
উত্তৰঃ (b) উত্তল।
প্রশ্নঃ অসীম আৰু দাপোণৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোণ এখনে প্রতিবিম্ব গঠন কৰে –
(a) মুখ্য ফ’কাছত।
(b) মুখ্য ফ ‘কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত
(c) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত
(d) ভাঁজকেন্দ্রত
উত্তৰঃ (c) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।
প্রশ্নঃ এখন অৱতল দাপোণে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো থ’ব লাগিব –
(a) মেৰু আৰু মুখ্য ফ’কাছৰ মাজত।
(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।
(c) ভাঁজকেন্দ্ৰৰ বাহিৰত
(d) ভাঁজকেন্দ্রত
উত্তৰঃ (d) ভাঁজকেন্দ্রত।
প্রশ্নঃ বংশবৃদ্ধিৰ মূল কার্য হ’ল-
(a) RNA প্রতিলিপি গঠন
(b) DNA প্রতিলিপি গঠন
(c) বৈসাদৃশ্য গঠন
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) DNA প্রতিলিপি গঠন
প্রশ্নঃ অৱতল দাপোণে উৎপন্ন কৰা প্রতিবিম্ব।
(a) সদায় সৎ।
(b) সদায় অসৎ।
(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।
প্রশ্নঃ দাপোণ এখনৰ পৰা যিমান দূৰতে থিয় নোহোৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে?
(a) সমতল
(b) অবতল
(c) উত্তল
(d) হয় সমতল নতুবা উত্তল
উত্তৰঃ (d) হয় সমতল নতুবা উত্তল।
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রশ্নঃ পোহৰ কি?
উত্তৰঃ পোহৰ হৈছে এক প্ৰকাৰৰ তৰংগ যি শক্তিৰ ৰূপত গতি কৰে।
প্রশ্নঃ পোহৰৰ প্ৰতিফলন কি?
উত্তৰঃ পোহৰে যেতিয়া কোনো পৃষ্ঠত লাগি উভতি আহে, তাক পোহৰৰ প্ৰতিফলন বোলে।
প্রশ্নঃ প্রতিফলনৰ নিয়ম দুটা কি?
উত্তৰঃ (১) পতন কোণ প্রতিফলন কোণৰ সমান হয়। (২) পতন ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু লম্ফক একে সমতলত থাকে।
প্রশ্নঃ আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি?
উত্তৰঃ পোহৰৰ বিক্ষেপণ।
প্রশ্নঃ হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অর্থ কি?
উত্তৰঃ হীৰাৰ প্ৰতিসৰণাংক 2.42। ইয়াৰ অৰ্থ হ’ল শূণ্যত পোহৰৰ বেগ আৰু হীৰাত পোহৰৰ বেগৰ অনুপাত 2.421
প্রশ্নঃ কোনটো মাধ্যমত পোহৰৰ বেগ আটাইতকৈ বেছি?
উত্তৰঃ শূন্য মাধ্যমত।
প্রশ্নঃ সমতল দাপোণে+1 বিরর্ধন দিয়ে। ইয়াৰ অর্থ কি?
উত্তৰঃ ইয়াৰ অৰ্থ হ’ল লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্রতিবিম্বৰ দূৰত্ব সমান নাইবা লক্ষ্যবস্তুৰ আকৃতি আৰু প্ৰতিবিম্বৰ আকৃতি সমান।
প্রশ্নঃ নিয়মিত প্রতিফলন কি?
উত্তৰঃ মসৃণ আৰু চকচকীয়া পৃষ্ঠত পোহৰ প্রতিফলিত হ’লে তাক নিয়মিত প্রতিফলন বোলে।
প্রশ্নঃ অনিয়মিত প্রতিফলন কি?
উত্তৰঃ অমসৃণ পৃষ্ঠত পোহৰ প্ৰতিফলিত হ’লে তাক অনিয়মিত প্রতিফলন বোলে।
প্রশ্নঃ পোহৰৰ প্ৰতিসৰণ কি?
উত্তৰঃ পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গ’লে পথ পৰিবৰ্তন কৰিলে তাক প্রতিসৰণ বোলে।
প্রশ্নঃ প্রতিসৰণ কিয় হয়।
উত্তৰঃ পোহৰৰ গতি বেগ মাধ্যম অনুসৰি পৰিবৰ্তিত হোৱাৰ বাবে প্ৰতিসৰণ হয়।
প্রশ্নঃ বায়ু আৰু পানীৰ মাজত কোনটো মাধ্যমত পোহৰৰ বেগ বেছি?
উত্তৰঃ বায়ুত পোহৰৰ বেগ পানীতকৈ বেছি।
প্রশ্নঃ পোহৰৰ প্ৰতিসৰণৰ ফলত হোৱা এক প্রধান ঘটনা কি?
উত্তৰঃ ৰামধেনু গঠন।
প্রশ্নঃএখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰে?
উত্তৰঃ অৱতল দাপোণ।
প্রশ্নঃ কোনটো মাধ্যমত পোহৰৰ বেগ আটাইতকৈ বেছি?
উত্তৰঃ শূন্য মাধ্যমত।
প্রশ্নঃ আভ্যন্তৰীণ প্রতিফলনৰ এটা বাস্তব উদাহৰণ কি?
উত্তৰঃ অপটিকেল ফাইবাৰৰ জ্যোতি প্ৰসাৰণ।
প্রশ্নঃ সমালোচন কোণ কি?
উত্তৰঃ অধিক ঘন মাধ্যমৰ পৰা কম ঘন মাধ্যমলৈ গলে প্রতিসৰণ কোণ ৯০° হোৱাৰ সময়ত পতন কোণক সমালোচন কোণ বোলে।
প্রশ্নঃ প্রতিসৰণ সূচক কি?
উত্তৰঃ কিছুমান মাধ্যমত পোহৰৰ বেগৰ অনুপাতক প্ৰতিসৰণ সূচক বোলে।
প্রশ্নঃ আপতন কোণ কি?
উত্তৰঃ পোহৰৰ পতন ৰশ্মি আৰু লম্বকৰ মাজৰ কোণক আপতন কোণ বোলে।
প্রশ্নঃ পোহৰৰ বিচ্ছুৰণ কাক বোলে? HSLC ’20
উত্তৰঃ বগা পোহৰ ইয়াৰ সাতোটা উপাংশলৈ পৰিবৰ্তন কৰাকে পোহৰৰ বিচ্ছুৰণ বোলে।
প্রশ্নঃ কিউৰভ গাত কি ঘটে?
উত্তৰঃ সম্পূর্ণ আভ্যন্তৰীণ প্রতিফলন হয়।
প্রশ্নঃ ক’ত অনিয়মিত প্রতিফলন দেখা পোৱা যায়?
উত্তৰঃ কাগজ, কাঁচফল, খিনি পাথৰ আদি পৃষ্ঠত।
প্রশ্নঃ প্ৰতিসৰণৰ কিবা কৌশল ক’তব্যৱহাৰ কৰা হয়?
উত্তৰঃ চশমা, কেমেৰা লেন্স, অপটিকেল ফাইবাৰ আদি।
প্রশ্নঃ প্ৰতিসৰণাংক কাক বোলে?
উত্তৰঃ শূণ্যত পোহৰৰ দ্রুতি আৰু কোনো এটা মাধ্যমত পোহৰৰ দ্রুতিৰ অনুপাতক সেই মাধ্যমটোৰ প্ৰতিসৰণাংক বোলে।
প্রশ্নঃ সম্পূর্ণ আভ্যন্তৰীণ প্রতিফলন কি?
উত্তৰঃ অধিক ঘন মাধ্যমৰ পৰা কম ঘন মাধ্যমলৈ পোহৰ গৈ পতন কোণ সমালোচন কোণতকৈ বেছি হ’লে সম্পূর্ণ আভ্যন্তৰীণ প্রতিফলন হয়।