আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapter 1 ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 1 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 General Science MCQ Chapter 1 ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ
অধ্যায় – ১
ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ
বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)
প্রশ্নঃ ৰাসায়নিক বিক্ৰিয়াৰ ফলত কি সৃষ্টি হয়?
(a) নতুন পদার্থ
(b) একে পদার্থ
(c) কেবল উত্তাপ
(d) কেৱল পাত্ৰৰ ৰূপান্তৰ
উত্তৰঃ (a) নতুন পদার্থ
প্রশ্নঃ তলৰ কোনটো এটি বাসায়নিক বিক্রিয়া?
(a) হাত মোহাৰি দিয়া
(b) কাগজ জ্বলোৱা
(c) জল পৰিষ্কাৰ কৰা
(d) চিনি গলি যোৱা
উত্তৰঃ (b) কাগজ জ্বলোৱা
প্রশ্নঃ ৰাসায়নিক বিক্ৰিয়াৰ একোটা উদাহৰণ কোনটো?
(a) বৰফ গলি পানী হোবা
(b) লোত মামৰে ধৰা
(c) পানী উতপ্ত হোৱাঁ
(d) শিল ভাঙি যোৱা
উত্তৰঃ (৮) লোত মামৰে ধৰা
প্রশ্নঃ কোনটো পদার্থই অক্সিজেনৰ সৈতে বিক্রিয়া কৰি জ্বলন্ত জোৱালা দিব পাৰে?
(a) নাইট্র’জেন
(b) কার্বন
(c) মেপ্লেচিয়াম
(d) হাইড্র’জেন
উত্তৰঃ (c) মেগেচিয়াম
প্রশ্নঃ ৰাসায়নিক বিক্ৰিয়াৰ এটি বৈশিষ্ট্য হ’ল-
(a) কেৱল গতি বৃদ্ধি হয়
(b) নতুন পদাৰ্থৰ গঠন হয়
(c) কেৱল ৰঙৰ পৰিবৰ্তন
(d) কেৱল ৰাসায়নিক সংকেত বাঢ়ে
উত্তৰঃ (b) নতুন পদাৰ্থৰ গঠন হয়
প্রশ্নঃ লোহা আৰু জিংক ক্ল’ৰাইডৰ বিক্ৰিয়াত কি উৎপন্ন হয়?
(a) জিংক
(b) আইৰণ ক্ল’ৰাইড
(c) জিংক ক্ল’ৰাইড
(d) হাইড্র’জেন
উত্তৰঃ (b) লোহা ক্ল’ৰাইড
প্রশ্নঃ কোনো ৰাসায়নিক বিক্ৰিয়াৰ ফলত উৎপন্ন হাইড্র ‘জেন গেছ কেনেদৰে চিনাক্ত কৰিব পাৰি?
(a) পাতল গন্ধ পাওঁ
(b) ঠাণ্ডা অনুভৱ কৰি
(c) জ্বলি থাকে
(d) ‘পপ’ শব্দ কৰি জ্বলি উঠে
উত্তৰঃ (d) ‘পপ’ শব্দ কৰি জ্বলি উঠে
প্রশ্নঃ সমতা দিয়া ৰাসায়নিক সমীকৰণত কি সমান থাকে?
(a) উর্দ্ধাৰোহী শক্তি
(b) ভব
(c) প্রতিটো উপাদানৰ পৰমাণুৰ সংখ্যা
(d) পাত্ৰৰ আকৃতি
উত্তৰঃ (c) প্রতিটো উপাদানৰ পৰমাণুৰ সংখ্যা
প্রশ্নঃ ৰঙৰ পৰিৱৰ্তন হোৱা বিক্ৰিয়াটো কেনে বিক্ৰিয়াৰ লক্ষণ?
(a) কেৱল ভৌতিক বিক্রিয়া
(b) কেৱল গেছ সৃষ্টিৰ বিক্রিয়া
(c) ৰাসায়নিক বিক্রিয়া
(d) কেবল উত্তাপ বিক্রিয়া
উত্তৰঃ (c) ৰাসায়নিক বিক্রিয়া
প্রশ্নঃ ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ অধ্যায়টো কোন শ্ৰেণীৰ পাঠ্যত অন্তর্ভুক্ত?
(a) দশম শ্রেণী
(c) দ্বাদশ শ্রেণী
(b) অষ্টম শ্রেণী
(d) নবম শ্রেণী
উত্তৰঃ (a) দশম শ্রেণী
প্রশ্নঃ ৰাসায়নিক বিক্রিয়া নঘটে-HSLC ’25
(a) মমবাতি জ্বলাত
(b) মমবাতি গলাত
(c) খাদ্য হজম হোৱাত
(d) শ্বসনত
উত্তৰঃ (b) মমবাতি গলাত
প্রশ্নঃ যেতিয়া কোনো যৌগ বিভক্ত হৈ দুটা বা ততোধিক উপাদান উৎপন্ন কৰে, তেনে বিক্রিয়াক কি বুলি কোৱা হয়?
(a) বিযোজন বিক্রিয়া
(b) দ্বি-অপসৰণ বিক্রিয়া
(c) সংযোজন বিক্রিয়া
(d) অপসৰণ বিক্রিয়া
উত্তৰঃ (a) বিযোজন বিক্রিয়া।
প্রশ্নঃ যেতিয়া কোনো পদাৰ্থৰ পৰা অক্সিজেন আঁতৰাই হাইড্ৰ’জেন যোগ হয়, তেনে বিক্রিয়াক কি বুলি জনা যায়?
(a) বিজাৰণ বিক্রিয়া
(b) তাপবর্জী বিক্রিয়া
(c) তাপগ্রাহী বিক্রিয়া
(d) জাৰণ বিক্রিয়া
উত্তৰঃ (a) বিজাৰণ বিক্রিয়া।
প্রশ্নঃ তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ?
(a) পানীৰ বিদ্যুৎ বিশ্লেষণ।
(b) জিংক আৰু কপাৰ ছালফেটৰ বিক্রিয়া।
(c) বায়ুত কার্বন দাহ কৰা।
(d) কেলছিয়াম আৰু কার্বন-ডাই-অক্সাইডৰ মাজৰ বিক্রিয়া।
উত্তৰঃ (c) বায়ুত কার্বন দাহ কৰা।
প্রশ্নঃ Fe₂O₃+2Al→ Al₂O₃ + 2Fe ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ?
(a) এটা অপসৰণ বিক্ৰিয়াৰ।
(b) এটা বিযোজন বিক্ৰিয়াৰ।
(c) এটা সংযোজন বিক্ৰিয়াৰ।
(d) এটা দ্বি-অপসৰণ বিক্ৰিয়াৰ।
উত্তৰঃ (a) এটা অপসৰণ বিক্ৰিয়াৰ।
প্রশ্নঃ কি উৎপন্ন হ’ব যদি হাইড্র’জেন আৰু অক্সিজেনৰ মাজত বিক্রিয়া সংঘটিত হয়?
(a) পানী
(b) কার্বন-ডাই-অক্সাইড
(c) এম’নিয়া
(d) নাইট্রিক এছিড
উত্তৰঃ (c) এম’নিয়া।
প্রশ্নঃ কি ঘটে যেতিয়া লঘু হাইড্র ক্ল’ৰিক এছিডৰ সৈতে লোৰ গুড়ি যোগ কৰা হয়?
(a) হাইড্র’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।
(b) ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্র’ক্সাইড উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইৰণ লবণ আৰু পানী উৎপন্ন হয়।
উত্তৰঃ (a) হাইড্র’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।
প্রশ্নঃ তলৰ কোনটো বেডক্স বিক্রিয়া নহয়?
(a) ZnO+C→ Zn+CO
(b) 2Cu+O₂→2CuO
(c) 2PbO+C→2Pb+CO₂
(d) CuO+H₂→ Cu + H₂O
উত্তৰঃ (৮) 2Cu + O₂ → 2CuO
প্রশ্নঃ লেড নাইট্রেট পাউদাৰ গৰম কৰিলে সাধাৰণতে তলৰ কোনটো গেছ নির্গত হয়?
(a) ক’লা বৰণৰ ধোঁৱা।
(b) নীলা বৰণৰ ধোঁৱা।
(c) মুগা বৰণৰ ধোঁৱা।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) মুগা বৰণৰ ধোঁৱা।
প্রশ্নঃ তলৰ কোনবোৰ ৰাসায়নিক বিক্ৰিয়াৰ সঠিক বৈশিষ্ট্য?
(i) এটি নতুন পদাৰ্থৰ সৃষ্টি হয়
(ii) বিক্রিয়াত শক্তি প্ৰসাৰিত বা শোষিত হয়
(iii) বিক্ৰিয়াৰ ফলত কেবল ভৌতিক পৰিৱৰ্তন হয়
(iv) বিক্ৰিয়াৰ সময়ত গঠনত অণুৰ পুনর্গঠন হয়
(a) (i), (ii), (iv)
(b) (i), (iii), (iv)
(c) (ii), (iii), (iv)
(d) (i), (ii), (iii), (iv)
উত্তৰঃ (a) (i), (ii), (iv)
প্রশ্নঃ তলৰ কোনবোৰ অৱস্থা সন্তুলিত ৰাসায়নিক সমীকৰণৰ বৈশিষ্ট্য?
(i) প্রতিক্রিয়াশীল আৰু উৎপন্ন পদার্থসমূহৰ পৰিমাণ সমান থাকে
(ii) মৌলসমূহৰ এটমসমূহ বিক্ৰিয়াৰ পূৰ্বে আৰু পিছতো সমান পৰিমাণত থাকে
(iii) বিক্ৰিয়াৰ গতি বৃদ্ধি পায়
(iv) শক্তিৰ সংৰক্ষণ নীতি অনুসৰণ কৰে
(a) (i), (ii), (iv)
(b) (i), (iii), (iv)
(c) (ii), (iii), (iv)
(d) (i), (ii), (iii), (iv)
উত্তৰঃ (a) (i), (ii), (iv)
প্রশ্নঃ ৰাসায়নিক বিক্রিয়া এটাত অংশগ্ৰহণ কৰা পদার্থক বোলে-
(a) জাৰক পদার্থ
(b) বিজাৰক পদার্থ
(c) বিক্রিয়াজাত পদার্থ
(d) বিক্রিয়ক পদার্থ
উত্তৰঃ (d) বিক্রিয়ক পদার্থ
প্রশ্নঃ তলৰ কোনটো তাপবর্জী বিক্ৰিয়াৰ উদাহৰণ নহয়?
(a) প্রাকৃতিক গেছৰ দহণ।
(b) শ্বসন।
(c) চুণশিলৰ পৰা পোৰা চুণ পোৱা।
(d) বনস্পতি দ্রব্যৰ পচন সাৰলৈ ৰূপান্তৰ।
উত্তৰঃ (c) চুণশিলৰ পৰা পোৰা চুণ পোৱা।
প্রশ্নঃ কোৱা হ’ব পাৰে যে কোনো এটা বিক্রিয়া ৰাসায়নিক বিক্রিয়া, যদি-
(iii) পদাৰ্থৰ কেবল আকাৰ-প্রকৃতি পৰিবৰ্তন হয়
(i) উষ্ণতাৰ পৰিৱৰ্তন ঘটে
(ii) নতুন পদাৰ্থৰ সৃষ্টি হয়
(iv) গেছ, তাপ বা আলো উৎপন্ন হয়
(a) (i), (ii), (iv)
(b) (i), (iii), (iv)
(c) (ii), (iii), (iv)
(d) (i), (ii), (iii), (iv)
উত্তৰঃ (a) (i), (ii), (iv)
প্রশ্নঃ অধঃক্ষেপন বিক্রিয়াত উৎপন্ন হয়——-।
(a) দ্রবীভূত হোৱা লবণ।
(b) দ্রাবক।
(c) অদ্রাব্য লবণ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) অদ্রাব্য লবণ।
প্রশ্নঃ ৰাসায়নিক বিক্রিয়াত অংশগ্রহণ কৰা পদাৰ্থবোৰক চিহ্ন আৰু সংকেতৰ দ্বাৰা উপস্থাপন কৰাক ——- বোলে।
(a) ৰাসায়নিক বিক্রিয়া।
(b) ৰাসায়নিক সমীকৰণ।
(c) বিক্রিয়ক পদার্থ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) বাসায়নিক সমীকৰণ।
প্রশ্নঃ শুদ্ধ উত্তৰটো লিখাঃ
তলৰ কোনটো ধাতুরে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে?
(a) ছিলভাৰ
(c) জিংক
(b) গ’ল্ড
(d) মাৰকিউৰি
উত্তৰ: (c) জিংক
প্রশ্নঃ পদার্থ Xক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদার্থ X হ’ল-
(a) ক্ল’বিণ
(c) কপাৰ
(b) পোৰা চুণ
(d) ছিলভাৰ
উত্তৰঃ (b) পোৰা চুণ
প্রশ্নঃ কঠিন পানী কোমল কৰিবলৈ ব্যৱহাৰ কৰা ছডিয়ামৰ যৌগটো হ’ল-
(a) কেলছিয়াম বাইকার্বনেট
(b) কেলছিয়াম হাইড্র ‘ক্সাইড
(c) কেলছিয়াম হাইপ’ক্ল’ৰাইড
(d) কেলছিয়াম অক্সাইড
উত্তৰঃ (a) কেলছিয়াম বাইকার্বনেট।
প্রশ্নঃ প্লাষ্টাৰ অৱ পেৰিছৰ ৰাসায়নিক নাম-
(a) জিপছাম
(b) কেলছিয়াম ছালফেট হেমিহাইড্রেট
(c) এম ‘নিয়াম ক্ল’ৰাইড
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) কেলছিয়াম ছালফেট হেমিহাইড্রেট।
প্রশ্নঃ প্লাষ্টাৰ অব পেৰিছৰ সংকেত-
(a) CaOCl₂
(b) CuSO₄.5H₂O
(c) CaSO₄.2H₂O
প্রশ্নঃ যিবোৰ বিক্রিয়াত তাপ শোষিত হয়, সেই বিক্রিয়াক কোৱা হয়-
(a) জাৰণ
(c) তাপগ্রাহী
(b) বিজাৰণ
(d) তাপবর্জী
উত্তৰঃ (c) তাপগ্রাহী।
প্রশ্নঃ যিবোৰ ৰাসায়নিক বিক্রিয়াত দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ মাত্র এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, সেই বিক্রিয়াক বোলে———।
(a) বিযোজন
(c) বেডক্স
(b) অপসৰণ
(d) সংযোজন
উত্তৰঃ (d) সংযোজন।
প্রশ্নঃ যিবোৰ বিক্রিয়াত অক্সিজেন যুক্ত হয় সেইবোৰ বিক্ৰিয়াক কোৱা হয়-
(a) জাৰণ
(b) বিজাৰণ
(c) তাপগ্রাহী
(d) তাপবর্জী
উত্তৰঃ (a) জাৰণ
প্রশ্নঃ তলৰ কোনটো ধাতুবে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে?
(a) ছিলভাৰ
(b) লেড
(c) জিংক
(d) গ’ল্ড
উত্তৰঃ (c) জিংক
প্রশ্নঃ শ্বসনক কোৱা হয়-
(a) তাপবর্জী বিক্রিয়া
(b) তাপগ্রাহী বিক্রিয়া
(c) অপসৰণ বিক্রিয়া
(d) সংযোজন বিক্রিয়া
উত্তৰঃ (a) তাপবর্জী বিক্রিয়া।
অতি চমু প্রশ্ন-উত্তৰ (VSA)
প্রশ্নঃ যুগ্ম বিক্রিয়া মানে কি?
উত্তৰ: যেতিয়া দুটা বা ততোধিক পদার্থ একেলগ হৈ এটা নতুন যৌগ গঠন কৰে, তাক যুগ্ম বিক্রিয়া বোলে।
প্রশ্ন: বাসায়নিক বিক্রিয়াত সাধাৰণতে কেনেধৰণৰ পৰিৱৰ্তন দেখা যায়?
উত্তৰ: ৰঙ, গন্ধ, গেছ নির্গমন, উত্তাপ উৎপত্তি, বা কঠিন পদার্থ বিচ্ছিন্ন হোৱা দেখা যায়।
প্রশ্নঃ সংযোজন বিক্রিয়া কাক বোলে?
উত্তৰঃ দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ মাত্র এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাকে সংযোজন বিক্রিয়া বোলে।
প্রশ্নঃ ৰাসায়নিক বিক্রিয়া কাক বোলে?
উত্তৰ: যেতিয়া এটা বা ততোধিক পদার্থ একেলগ হৈনতুন পদার্থ গঠন কৰে, তাক ৰাসায়নিক বিক্রিয়া বোলে।
প্রশ্নঃ ৰাসায়নিক সমীকৰণ কাক বোলে?
উত্তৰ : ৰাসায়নিক বিক্রিয়াটো সংকেত আৰু সূত্ৰৰ সহায়েৰে যি ধৰণে লিখা হয়, তাক ৰাসায়নিক সমীকৰণ বোলে।
প্রশ্নঃ সমতা দিয়া ৰাসায়নিক সমীকৰণত কি সমান থাকে?
উত্তৰ : সমীকৰণৰ দুয়োফালে প্ৰতিটো উপাদানৰ পৰমাণুৰ সংখ্যা সমান থাকে।
প্রশ্নঃ উত্তাপবাহী বিক্রিয়া মানে কি?
উত্তৰ: যেতিয়া ৰাসায়নিক বিক্ৰিয়াৰ সময়ত উত্তাপ বাহিৰলৈ ওলায়, তাক উত্তাপবাহী বিক্রিয়া বোলে।
প্রশ্নঃ সমতা দিয়া সমীকৰণত কিয় সমতা দিয়া হয়?
উত্তৰ: ৰাসায়নিক বিক্রিয়াত পদাৰ্থৰ সংৰক্ষণ নীতি মানি চলাৰ বাবে সমতা দিয়া হয়।
প্রশ্নঃ কপাৰ ছালফেট দ্রবত লোবৰ গজাল ডুবাই ৰাখিলে কি দেখিবা?
উত্তৰঃ লোৱে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব আৰু গজালটোৰ ৰং মুগা আৰু দ্ৰৱৰ ৰং পাতল নীলা হৈ পৰিব।
প্রশ্নঃ ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলন কৰিব লাগে? HSLC ’22
উত্তৰঃ পদাৰ্থৰ ভৰৰ নিত্যতা বিধি অনুসৰি বিক্রিয়া এটাত ভৰৰ সৃষ্টি নহয় বা বিনাশ নহয়। সেয়ে ৰাসায়নিক সমীকৰণ সন্তুলণ কৰিব লাগে।
প্রশ্নঃ বেডক্স বিক্রিয়া কাক বোলে?
উত্তৰঃ যিবোৰ ৰাসায়নিক বিক্রিয়াত জাৰণ আৰু বিজাৰণ দুয়োটাই সংঘটিত হয়, সেই বিক্রিয়াক ৰেডক্স বিক্রিয়া বোলে।
প্রশ্নঃ তাপবর্জী বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ CH₄ +20₂ → CO₂+2H₂O
প্রশ্নঃ ক্ষয়ীভবন কাক বোলে? HSLC ’23
উত্তৰঃ ক্ষয়ীভৱন বুলিলে ধাতু ক্ষয় হোৱা অবস্থাক বুজায়।
প্রশ্নঃ ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলন কৰিব লাগে?
উত্তৰঃ ভৰৰ নিত্যতা বিধি অনুসৰি বিক্রিয়া এটা ভৰৰ সৃষ্টি বা বিনাশ নহয়। সেইবাবে ৰাসায়নিক সমীকৰণ সন্তুলণ কৰিব লাগে।
প্রশ্নঃ তাপবর্জী বিক্রিয়া কাক বোলে?
উত্তৰঃ যিবোৰ বিক্রিয়াত বিক্রিয়াজাত পদাৰ্থৰ সৈতে তাপৰো উদ্ভৱ হয় সেইবোৰ বিক্রিয়াক তাপবর্জী বিক্রিয়া বোলে।
প্রশ্নঃ সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে? HSLC ’22
উত্তৰঃ কোনো ৰাসায়নিক বিক্রিয়াত বিক্রিয় পদার্থ আৰু বিক্রিয়াজত পদাৰ্থৰ পৰমাণুৰ সংখ্যা একে হোৱাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।
প্রশ্নঃ বিযোজন বিক্রিয়া কাক বোলে?
উত্তৰঃ এটা ৰাসায়নিক বিক্রিয়ক পদাৰ্থৰ পৰা দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাকে বিযোজন বিক্রিয়া বোলে।
প্রশ্নঃ সংযোজন বিক্রিয়া কাক বোলে?
উত্তৰঃ দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ মাত্র এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাকে সংযোজন বিক্রিয়া বোলে।
প্রশ্নঃ তলৰ বিক্রিয়াকেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থৰ নাম লিখা। HSLC ’25
(a) 4Na(s)+O₂(g) → 2Na₂O(s)
(b) CuO(s)+H₂(g) → Cu(s)+H₂O (l)
(b) H₂ জাৰিত হৈছে CuO বিজাৰিত হৈছে।
উত্তৰঃ (a) Na জাৰিত হৈছে।
প্রশ্নঃ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়?
উত্তৰ: বায়ুত অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লোৰ লগত বিক্রিয়া কৰি মামৰ উৎপন্ন কৰে। কিন্তু লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিলে ই অক্সিজেন বা জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিব নোৱাৰি মামৰে ধৰাৰ পৰা ৰক্ষা পৰে।
প্রশ্নঃ কপাৰ ছালফেট দ্রৱত লোৰ গজাল ডুবাই ৰাখিলে কি দেখিবা?
উত্তৰঃ লোৱে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব আৰু গজালটোৰ ৰং মুগা আৰু দ্ৰৱৰ ৰং পাতল নীলা হ’ব।
প্রশ্নঃ বেডক্স বিক্রিয়া কাক বোলে?
উত্তৰঃ যিবোৰ ৰাসায়নিক বিক্রিয়াত জাৰণ আৰু বিজাৰণ দুয়োটাই সংঘটিত হয়, সেই বিক্রিয়াক ৰেডক্স বিক্রিয়া বোলে।
প্রশ্নঃ তাপবর্জী বিক্রিয়া কাক বোলে?
উত্তৰঃ যিবোৰ বিক্রিয়াত বিক্রিয়াজাত পদাৰ্থৰ সৈতে তাপৰো উদ্ভব হয় সেইবোৰ বিক্রিয়াক তাপবর্জী বিক্রিয়া বোলে।
প্রশ্নঃ শ্বসনক কিয় তাপবর্জী বিক্রিয়া বুলি কোৱা হয়?
উত্তৰঃ শ্বসনত কার্বন-ডাই-অক্সাইডৰ সৈতে তাপো নির্গত হয়। সেইবাবে শ্বসনক তাপবর্জী বিক্রিয়া বোলে।
প্রশ্নঃ বিযোজন বিক্রিয়া কাক বোলে?
উত্তৰঃ এটা বিক্রিয়ক পদাৰ্থৰ পৰা দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাকে বিযোজন বিক্রিয়া বোলে।
প্রশ্নঃ তেল বা চর্বী জাতীয় খাদ্যবস্তু কিয় দুর্গন্ধযুক্ত হয়?
উত্তৰঃ তেল বা চর্বী জাতীয় খাদ্যবস্তু জাৰিত হ’লে ই দুর্গন্ধযুক্ত হয়।
প্রশ্নঃ তাপবর্জী বিক্রিয়া কাক বোলে?
উত্তৰঃ যি ৰাসায়নিক বিক্রিয়াত বিক্রিয়াজাত পদাৰ্থৰ সৈতে তাপ উদ্ভব হয় সেইবোৰ বিক্রিয়া তাপবর্জী বিক্রিয়া বোলে।
প্রশ্নঃ বিযোজন বিক্রিয়া কাক বোলে?
উত্তৰঃ কোনো এটা বিক্রিয়ক পদাৰ্থৰ পৰা দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাক বিযোজন বিক্রিয়া বোলে।
প্রশ্নঃ সংযোজন বিক্রিয়া কাক বোলে?
উত্তৰঃ দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ মাত্র এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাকে সংযোজন বিক্রিয়া বোলে।
প্রশ্নঃ বিযোজন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ CaCO₃ → CaO+CO₂
প্রশ্নঃ সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে?
উত্তৰঃ কোনো ৰাসায়নিক বিক্রিয়াত বিক্রিয় পদার্থ আৰু বিক্রিয়াজত পদাৰ্থৰ পৰমাণুৰ সংখ্যা একে হোৱাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।
প্রশ্নঃ ৰাসায়নিক বিক্রিয়া চলাৰ সময়ত যদি উত্তাপ উৎপন্ন হয়, তেন্তে তাক কি ধৰণৰ বিক্রিয়া বুলি কোৱা হয়?
উত্তৰঃ উত্তাপবাহী বিক্রিয়া বুলি কোৱা হয়।
প্রশ্নঃ সমতা দিয়া সমীকৰণত পদাৰ্থৰ কোন গুণটো সংৰক্ষণ হয়?
উত্তৰঃ পদাৰ্থৰ ভৰ সংৰক্ষণ হয়।
প্রশ্নঃ ৰাসায়নিক সমীকৰণত উপাদানবোৰ সাধাৰণতে কি দিয়া হয়?
উত্তৰঃ উপাদানবোৰৰ ৰাসায়নিক সংকেত আৰু সূত্র দিয়া হয়।